ASOS Class 12 Political Science Chapter 15 উচ্চ ন্যায়ালয় আৰু তলতীয়া আদালতসমূহ

ASOS Class 12 Political Science Chapter 15 উচ্চ ন্যায়ালয় আৰু তলতীয়া আদালতসমূহ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 15 উচ্চ ন্যায়ালয় আৰু তলতীয়া আদালতসমূহ and select needs one.

ASOS Class 12 Political Science Chapter 15 উচ্চ ন্যায়ালয় আৰু তলতীয়া আদালতসমূহ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 15 উচ্চ ন্যায়ালয় আৰু তলতীয়া আদালতসমূহ Solutions for All Subject, You can practice these here.

উচ্চ ন্যায়ালয় আৰু তলতীয়া আদালতসমূহ

Chapter : 15

15.1. পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পূৰণ কৰাঃ 

1. বৰ্তমান ভাৰতত______খন উচ্চ ন্যায়ালয় আছে। (18, 20, 21)

উত্তৰঃ 21।

2. কেন্দ্ৰীয় শাসিত অঞ্চল______পৃথক উচ্চ ন্যায়ালয় আছে। (দমন আৰু দিউ, চণ্ডীগড়, দিল্লী)

উত্তৰঃ দিল্লী।

3. উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশসকলক______নিযুক্তি দিয়ে। (ৰাজ্যপাল, ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্রীয়ে)

উত্তৰঃ ৰাষ্ট্ৰপতি।

4. উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশসকলৰ অৱসৰৰ বয়স______বছৰ। (60,62, 65, বছৰ)

উত্তৰঃ 62

15.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. যদিও ৰাজ্য নহয়, ______উচ্চ ন্যায়ালয় আছে। 

উত্তৰঃ দিল্লী।

2. নিম্ন আদালতে প্ৰদান কৰা কোনটো শাস্তি উচ্চ ন্যায়ালয়ে নিশ্চিতকৰণ কৰি নিদিয়ালৈকে প্ৰণয়ন কৰিব নোৱাৰি? 

উত্তৰঃ মৃত্যু আদেশ।

15.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

1. জিলাৰ উচ্চতম দেৱানী আদালতখনৰ নাম লিখা। 

উত্তৰঃ জিলা ন্যায়ধীশৰ আদালত (জিলা আদালত)।

2. জিলাৰ উচ্চতম ফৌজদাৰী আদালত কোনখন? 

উত্তৰঃ চেচন ন্যায়াধীশৰ আদালত (চেচন আদালত) 

3. খালী ঠাই পূৰণ কৰাঃ

i. ______ন্যায়ালয়ৰ কোনো সিদ্ধান্তৰ বিৰুদ্ধে আপীল কৰিব নোৱাৰি৷ 

উত্তৰঃ সৰু কাৰণৰ আদালত।

ii. ৰাজ্যৰ উচ্চতম ৰাজহ আদালত হ’ল ______৷

উত্তৰঃ ৰাজহ বৰ্ড।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. উচ্চ ন্যায়ালয়ৰ গঠন আলোচনা কৰা। 

উত্তৰঃ উচ্চতম ন্যায়ালয় ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ শিখৰত অৱস্থিত আপীল ন্যায়ালয়৷ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিভিন্ন দিশসমূহ এনেধৰণৰ –

গঠনঃ ই এজন মুখ্য ন্যায়াধীশ আৰু ২৫ জন অথবা তাতোকৈ কম সংখ্যক ন্যায়াধীশ লৈ গঠিত। মুখ্য ন্যায়াধীসৰ অনুৰোধ মৰ্মে ৰাষ্ট্ৰপতিয়ে এজন অর্ধ ন্যায়াধীশ নিয়োগ কৰিব পাৰে।

নিযুক্তিঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু ৰাজ্যিক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলৰ লগত আলোচনা কৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশসকলক নিয়োগ কৰে ৷ মুখ্য ন্যায়াধীশৰ বাদে অন্যান্য ন্যায়াধীশসকলৰ নিয়োগৰ ক্ষেত্ৰত মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰিবলৈ ৰাষ্ট্ৰপতি বাধ্য।

যোগ্যতাঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল – 

(ক) ভাৰতীয় নাগৰিক হ’ব লাগিব।

(খ) তেওঁৰ কোনো উচ্চ ন্যায়ালয়ত পাঁচ বছৰ ন্যায়ধীশ হিচাপে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। অথবা

(গ) তেওঁৰ কোনো উচ্চ ন্যায়াললয়ত একেলেথাৰিয়ে দহ বছৰ অধিবক্তা হিচাপে কাম কৰাৰ অভিজ্ঞাতা থাকিব লাগিব।

(ঘ) ৰাষ্ট্ৰপতিৰ মতে তেওঁ এজন বিশিষ্ট আইনজ্ঞ হ’ব লাগিব।

2. উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশসকলক তেওঁলোকৰ পদৰ পৰা কেনেদৰে অপসাৰিত কৰিব পাৰি?

উত্তৰঃ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এজনক 62 বছৰ হোৱাৰ আগতে পদৰ পৰা অপসাৰণ কৰিব পাৰি। তেওঁ প্ৰধানত অদক্ষতা আৰু বেয়া ব্যৱহাৰৰ বাবে পদৰ পৰা অপসাৰণ কৰিব পাৰি। সংসদৰ দুই সদনে অপসাৰণৰ ওপৰত এটা প্ৰস্তাৱ লয়, এই প্ৰস্তাৱত যদি সমূহ সদস্যৰ বেছি সংখ্যক তথা উপস্থিত আৰু ভোটদানকাৰী সদস্যৰ দুই-তৃতীয়াংশ একেখন অধিবেশনৰ প্ৰত্যেকটো সদনত পৃথকে ভোট দান কৰে, তেতিয়া উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকল পদৰ পৰা অপসাৰণ হয়। এই প্ৰস্তাৱ ৰাষ্ট্ৰপতিক দিয়া হয়, যিজনে ন্যায়াধীশক পদৰ পৰা পদচ্যুত কৰিব পাৰে৷ এই প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অপসাৰণ ক্ষেত্ৰটো একে হয়।

3. উচ্চ ন্যায়ালয়ৰ মূল অধিকাৰ ক্ষেত্ৰ বৰ্ণনা কৰা। 

উত্তৰঃ লেখ জাৰি কৰাৰ ক্ষমতাঃ সাংবিধানিক নিৰাময় অধিকাৰৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে আৰু উচ্চ ন্যায়ালয়ে লেখ জাৰি কৰিব পাৰে। সেই লেখ ৰাজ্য বা আনে উলংঘন কৰিব নোৱাৰে। সংবিধানে উচ্চ ন্যায়ালয়লৈ কিছুমান লেখ জাৰি কৰাৰ ক্ষমতা দিব পাৰে। এই ন্যায়লয়বোৰে ৰাজ্য ৰাজ্য চৰকাৰৰ যিকোনো ব্যক্তি বা কৰ্তৃপক্ষলৈ লেখ জাৰি কৰিব পাৰে, যিবোৰ ন্যায়ালয়ৰ বান্ধিব পৰা নিৰ্দেশ হয়। এই লেখবোৰ বন্দী উপস্থাপন, পৰামাদিদেশ, নিষেধাজ্ঞা, কৈফিয়ৎ তলবী আৰু উৎপেষণ প্ৰকৃতিৰ হয়। এইবোৰৰ মাধ্যমেদি মৌলিক অধিকাৰ সুৰক্ষিত হয়। এই ক্ষমতা উচ্চ ন্যালায়ৰ মূল অধিকাৰ ক্ষেত্ৰত সংৰক্ষিত হয়। এখন উচ্চ ন্যায়ালয়ে মূল অধিকাৰ ক্ষেত্ৰৰ ভিতৰত নিৰ্বাচন সম্বন্ধীয় দৰ্খাস্ত শুনিব পাৰে, যিটোৱে সংসদ বা ৰাজ্য বিধানসভাৰ সদস্যৰ নিৰ্বাচনৰ ক্ষেত্ৰত প্রত্যাহবান হিচাপে থিয় দিব পাৰে।ইদুৰ্নীতিমূলক উপায় অৱলম্বন কৰি নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা সদস্য বা সদস্যাৰ নিৰ্বাচন এফলীয়াকৈ ৰাখি থব পাৰে৷ সকলো নিম্ন আদালতসমূহে ৰাজ্যৰ উচ্চ ন্যালায়ৰ নিয়ন্ত্রণ, নিৰ্দেশ আৰু তত্ত্বৱধানত কাম কৰা দেখা যায়।

উচ্চ ন্যায়ালয়ে তলতীয়া আদালতৰ ৰায়দানৰ বিপৰীতে আপীল শুনিব পাৰে। দেৱানী গোচৰৰ ক্ষেত্ৰত পাঁচ লাখতকৈ ওপৰত খৰচ নোহোৱা গোচৰৰ ক্ষেত্ৰত আপীল অধিকাৰ ক্ষেত্ৰত থাকে ৷ দেৱানী কাজিয়াত লিপ্ত যিকোনো দল যি জিলা আদালতৰ সিদ্ধান্ত অসন্তুষ্ট, সেই দলে জিলা আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আপীল কসিব পাৰে। ই মাটি অধিগ্রহণ, হস্তান্তৰকৰণ, নক্সা, প্ৰবঞ্চনা আদিৰ লগত সম্বন্ধিত গোচৰসমূহ আপীল শুনিব পাৰে।

ফৌজাদাৰী গোচৰৰ লগত সম্পর্কিত চেচন আদালতৰ সিদ্ধান্তৰ বিপৰীতে উচ্চ ন্যায়ালয়ে আপীল শুনিব আৰু সিদ্ধান্ত ল’ব পৰে। চেচন আদালতে দোষী সাব্যস্ত কৰা ব্যক্তি এজনক আৰু তেওঁৰ বিৰুদ্ধে চেচন আদালতে ঘোষিত কৰা নিৰ্দেশৰ বিৰুদ্ধে আপীল সাব্যস্ত কৰিব পৰা যায়। কেতিয়াবা আনকি ৰাজ্য চৰকাৰে চেচন আদালতে সাব্যস্ত ৰখা ৰায়দান আপীল কৰিব পাৰে। উচ্চ ন্যায়ালয়ে চেচন আদালতৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, সলনি কৰিব পাৰে, বাক্য পঢ়াব বা কমাব পাৰে অথবা বাক্যৰ প্ৰকৃতি সলনি কৰিব পাৰে অথবা দোষী তথাপি যদি দোষীক মৃত্যুদণ্ডৰ আদেশ চেচন আদালতে দিয়ে, সেই বাক্য উচ্চ ন্যায়ালয়ৰ দ্বাৰা দোষীক ফাঁচীকাঠত ওলমোৱাৰ আগতে নিশ্চিত কৰা উচিত। আনকি যদি দোষী ব্যক্তিজনে তেওঁৰ বিৰুদ্ধে সাব্যস্ত কৰা মৃত্যুদণ্ডৰ আদেশৰ বিৰুদ্ধে আপীল নকৰে, ৰাজ্যই তেতিয়া উচ্চ ন্যায়ালয়লৈ নিশ্চিতকৰণৰ বাবে পঠিয়ায়।

যদি উচ্চ ন্যায়ালয়ৰ সন্তুষ্টিত হয় যে নিম্ন আদালতত আৱদ্ধ হৈ থকা গোচৰ এটাত যদি আইনৰ প্ৰশ্ন জড়িত হৈ থাকে তথা যাৰ বাবে সংবিধান ব্যাখ্যা কৰিব লগা হয়, তেতিয়া উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ পৰা তেনেধৰণৰ গোচৰ প্রত্যাহাৰ কৰিব পাৰে। গোচৰটো পৰীক্ষা কৰাৰ পিছত উচ্চ ন্যায়ালয়ে গোচৰটো নিজে নিষ্পত্তি কৰিব পাৰে অথবা এইটো নিম্ন আদালতলৈ নিষ্পত্তিকৰণৰ বিবৃতিসহ পঠিয়াব পাৰে।

অধীনস্থ আদালতবোৰৰ কাম-কাজ তদাৰকৰণঃ এখন উচ্চ ন্যায়ালয়ৰ অধীনষ্ঠ আদালতবোৰৰ সকলো ধৰণৰ ন্যায়িক আৰু প্ৰশাসনীয় প্ৰকৃতিৰ কামকাজবোৰ চোৱাচিতা আৰু নিয়ন্ত্ৰণ কৰাৰ অধিকাৰ উচ্চন্যায়ালয়ৰ আছে। চোৱাচিতাৰ ক্ষমতা ব্যৱহাৰ কৰোতে উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ পৰা যিকোনো তথ্য বিচাৰি পাৰে, তথা সাদাৰণ নীতি বনাব বা জাৰি কৰিব পাৰে আৰু এই আদালতবোৰৰ কাম-কাজ চলাই নিবৰ বাবে নিয়ম বনাব পাৰে। এনে ধৰণৰ নীতি-নিয়ম বা নির্দেশসমূহ সময়ে সময়ে উচ্চ ন্যায়ালয়ে জাৰি কৰিব পাৰে৷

4. উচ ন্যায়ালয়ৰ আপীল অধিকাৰ ক্ষেত্ৰ বৰ্ণনা কৰা।

উত্তৰঃ উচ্চ ন্যায়ালয়ে তলতীয়া আদালতৰ ৰায়দানৰ বিপৰীতে আপীল শুনিব পাৰে। দেৱানী গোচৰৰ ক্ষেত্ৰত পাঁচ লাখতকৈ ওপৰত খৰচ নোহোৱা গোচৰৰ ক্ষেত্ৰত আপীল অধিকাৰ ক্ষেত্ৰত থাকে। দেৱানী কাজিয়াত লিপ্ত যিকোনো দল যি জিলা আদালতৰ সিদ্ধান্ত অসন্তুষ্ট, সেই দলে জিলা আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আপীল কসিব পাৰে।ইমাটি অধিগ্রহণ, হস্তান্তৰকৰণ, নক্সা,প্ৰবঞ্চনা আদিৰ লগত সম্বন্ধিত গোচৰসমূহ আপীল শুনিব পাৰে।

ফৌজাদাৰী গোচৰৰ লগত সম্পর্কিত চেচন আদালতৰ সিদ্ধান্তৰ বিপৰীতে উচ্চ ন্যায়ালয়ে আপীল শুনিব আৰু সিদ্ধান্ত ল’ব পূৰে। চেচন আদালতে দোষী সাব্যস্ত কৰা ব্যক্তি এজনক আৰু তেওঁৰ বিৰুদ্ধে চেচন আদালতে ঘোষিত কৰা নিৰ্দেশৰ বিৰুদ্ধে আপীল সাব্যস্ত কৰিব পৰা যায়। কেতিয়াবা আনকি ৰাজ্য চৰকাৰে চেচন আদালতে সাব্যস্ত ৰখা ৰায়দান আপীল কৰিব পাৰে ।উচ্চ ন্যায়ালয়ে চেচন আদালতৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, সলনি কৰিব পাৰে, বাক্য পঢ়াব বা কমাব পাৰে অথবা বাক্যৰ প্ৰকৃতি সলনি কৰিব পাৰে অথবা দোষী তথাপি যদি দোষীক মৃত্যুদণ্ডৰ আদেশ চেচন আদালতে দিয়ে, সেই বাক্য উচ্চ ন্যায়ালয়ৰ দ্বাৰা দোষীক ফাঁচীকাঠত ওলমোৱাৰ আগতে নিশ্চিত কৰা উচিত। আনকি যদি দোষী ব্যক্তিজনে তেওঁৰ বিৰুদ্ধে সাব্যস্ত কৰা মৃত্যুদণ্ডৰ আদেশৰ বিৰুদ্ধে আপীল নকৰে, ৰাজ্যই তেতিয়া উচ্চ ন্যায়ালয়লৈ নিশ্চিতকৰণৰ বাবে পঠিয়ায়।

যদি উচ্চ ন্যায়ালয়ৰ সন্তুষ্টিত হয় যে নিম্ন আদালতত আৱদ্ধ হৈ থকা গোচৰ এটাত যদি আইনৰ প্ৰশ্ন জড়িত হৈ থাকে তথা যাৰ বাবে সংবিধান ব্যাখ্যা কৰিব লগা হয়, তেতিয়া উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ পৰা তেনেধৰণৰ গোচৰ প্রত্যাহাৰ কৰিব পাৰে। গোচৰটো পৰীক্ষা কৰাৰ পিছত উচ্চ ন্যায়ালয়ে গোচৰটো নিজে নিষ্পত্তি কৰিব পাৰে অথবা এইটো নিম্ন আদালতলৈ নিষ্পত্তিকৰণৰ বিবৃতিসহ পঠিয়াব পাৰে।

5. এখন জিলাত কেনেকৈ অধীনষ্ঠ আদালতবোৰ গঠন কৰিব পাৰি? 

উত্তৰঃ 

জিলা নিম্ন বা অধীনষ্ঠ আদালত

6. জিলাৰ দেৱানী আদালতৰ ক্ষমতা আৰু কাৰ্য ফৌজদাৰী আদালতৰ পৰা কি কি কাৰণত পৃথক।

উত্তৰঃ দেৱানী আদালতঃ জিলা ন্যায়াধীশৰ আদালত দেৱানী গোচৰৰ সৈতে জড়িত আটাইতকৈ উচ্চ আদালত। প্রায় সেই একে আদলতক জিলা আদালত আৰু ন্যায়াধীশৰ চেচন আদালত বুলি জনা যায়। এই আদালতে প্রদানত জিলা পৰ্যায়ত দেৱানী আৰু ফৌজাদাৰী গোচৰৰ সৈতে সম্পৰ্ক ৰাখে। এই আদালতৰ ন্যায়াধীশসকলক ৰাজ্যৰ ৰাজ্যপালে নিযুক্তি দিয়ে।

জিলা ন্যয়াধীশৰ তলত জিলাত এজন বা ততোধিক উপ ন্যায়াধীশ থাকে। পৰিয়াল সংক্রান্ত গোচৰ যেনে বিবাহ বিচ্ছেদ, সন্তানৰ অভিভাৱকত্ব, বিভিন্ন ধৰণৰ পৰিয়াল সংক্রানাতীয় কাজিয়াৰ গোচৰসমূহ নিষ্পত্তি কৰিবৰ বাবে উপন্যায়াধীশৰ আদালতৰ লেখিয়া সমপৰ্যায়ত পৰিয়াল আদালত থাকে। ইয়াৰ তলত আদাদলত আৰু সৰু সৰু কাৰণৰ লগত জড়িত আদালত থাকে। এনে আদালতবোৰে কম পইচা জড়িত গোচৰসমূহ নিষ্পত্তি কৰে। সৰু সৰু কাৰণৰ লগত জড়িত আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে কোনো আপীল কৰিব নোৱাৰি। এই সকলো আদালতে দেৱানী বিবাদ শুনে আৰু নিষ্পত্তি কৰে। জিলা ন্যায়াধীশৰ আদালত চমুকৈ জিলা আদালতে উপ ন্যায়াধীশৰ আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে অকল আপীল নুশুনে, জিলা ন্যায়াধীশৰ আদালতত পোনপ্ৰথম আৰম্ভ হোৱা গোচৰসমূহো শুনে। এই আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে আপীলৰ শুনানী ৰাজ্যত উচ্চ ন্যায়ালয়ত কৰা হয়।

ফৌজদাৰী আদালতঃ চেচন ন্যায়াধীশৰ আদালত (চমুকৈ চেচন আদালত হ’ল জিলাৰ আটাইতকৈ উচ্চ ফৌজাতাৰী আদালত। এই আদালতৰ তলত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ দণ্ডাধীশৰ আদালত থাকে। ৰাজধানী সম্বন্ধীয় মুখ্য চহৰবোৰ যেনে দিল্লী, কলিকতা, মুম্বাই আৰু চেন্নাইত প্ৰথম শ্ৰেণীৰ দণ্ডাধীশসকলক মুখ্য দণ্ডাধীশ বুলি জনা যায়। সকলো ফৌজাদাৰী আদালত দোষীক শাস্তি দিবলৈ সক্ষম, আইনৰ দ্বাৰা শাস্তি দিয়ে। প্রকৃততে যিসকলে আইন ভংগ কৰে, সেইসকলক শাস্তি দিয়া হয়।

আইন ভংগৰ সৈতে সম্পর্কিত ফৌজাদাৰী গোচৰবোৰ ফৌজদাৰী আদালতে শুনে। এই গোচৰবোৰ প্ৰধানত চুৰি, ডকাইতি, ধৰ্ষণ, ঘৰ জ্বলাই দিয়া, পকেট মৰা কাৰ্য, শাৰিৰীক আতিশায্য, হত্যা আদিৰ লগত সম্পর্কিত হয়। এনে ধৰণৰ গোচৰত দোষীক শাস্তি দিয়া হয় ৷ এনে ধৰণৰ শাস্তি, জৰিমনা, জেলত আৱদ্ধ অথবা মৃত্যুবাক্যৰ লেখীয়া।

সাধাৰণতে প্ৰত্যেকজন দোষীক পুলিচৰদ্বাৰা দণ্ডাধীশৰ আগত হাজিৰ কৰোৱা হয়। দাণ্ডাধীশজনে অৱশেষত সৰু সুৰা অপৰাধমূলক গোচৰবোৰ, নিষ্পত্তি কৰিব পাৰে। যদি দণ্ডাধিশজনে প্রথম দৃষ্টিত গভীৰ ধৰণৰ অপৰাধমূলক গোচৰ বিচাৰি পায়, তেওঁ বা তাই চ্চেন আদালতত দোষী সাব্যস্ত হ’ব পাৰে। এনেদৰে, চেচন আদালতে দণ্ডাধীশে পঠিওৱা দোষীক দোষী সাব্যস্ত কৰিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top