🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

SEBA Class 7 Science MCQ Chapter 2 বিদ্যুৎ বৈদ্যুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশসমূহ

SEBA Class 7 Science MCQ Chapter 2 বিদ্যুৎ বৈদ্যুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশসমূহ Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science MCQ Chapter 2 বিদ্যুৎ বৈদ্যুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশসমূহ Solutions and select need one. SEBA Class 7 Science Multiple Choice Notes in Assamese Download PDF. SCERT Class 7 Science MCQs New Textbook in Assamese.

SEBA Class 7 Science MCQ Chapter 2 বিদ্যুৎ বৈদ্যুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশসমূহ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Amar Bijnan (Science) MCQ Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Amar Bijnan (Science) Objective Type Question Answer for All Chapters, You can practice these here.

বিদ্যুৎ বৈদ্যুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশসমূহ

Chapter: 2

MCQ

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

১। বৈদ্যুতিক কোষ (Electric Cell) এটাত কেইটা মেৰু থাকে?

(ক) ১ টা।

(খ) ২ টা।

(গ) ৩ টা।

(ঘ) ৪ টা।

উত্তৰঃ (খ) ২ টা।

২। বৈদ্যুতিক কোষৰ ধাতুৰ টুপীটো কোনটো মেৰু?

(ক) ঋণাত্মক মেৰু।

(খ) ধনাত্মক মেৰু।

(গ) নিৰপেক্ষ।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) ধনাত্মক মেৰু।

৩। বৈদ্যুতিক কোষৰ ধাতুৰ ঢাকনি বা ডিস্কখন কোনটো মেৰু?

(ক) ধনাত্মক মেৰু।

(খ) ঋণাত্মক মেৰু।

(গ) উদাসীন।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) ঋণাত্মক মেৰু।

৪। বাল্বৰ ভিতৰত পোহৰ দিয়া সৰু তাঁৰডালক কি বোলে?

(ক) ফিলামেন্ট।

(খ) মেৰু।

(গ) কাঁচ।

(ঘ) টাংস্টেন।

উত্তৰঃ (ক) ফিলামেন্ট।

৫। যেতিয়া এটা বৈদ্যুতিক কোষৰ ধনাত্মক মেৰু আন এটা কোষৰ ঋণাত্মক মেৰুৰ লগত সংযোগ কৰা হয়, তেতিয়া তাক কি বোলা হয়?

(ক) চাৰ্কিট।

(খ) ছুইচ।

(গ) বেটাৰি।

(ঘ) ফিউজ।

উত্তৰঃ (গ) বেটাৰি।

৬। এল ই ডি (LED)ৰ দীঘল তাঁৰডাল সদায় কোনটো মেৰুৰ লগত সংযোগ কৰিব লাগে?

(ক) ঋণাত্মক মেৰু।

(খ) ধনাত্মক মেৰু।

(গ) যিকোনো এটা মেৰু।

(ঘ) বেটাৰিৰ লগত সংযোগ নহয়।

উত্তৰঃ (খ) ধনাত্মক মেৰু।

৭। বিদ্যুৎ প্ৰবাহক অন বা অফ কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিটোৰ নাম কি?

(ক) ফিলামেন্ট।

(খ) বেটাৰি।

(গ) ছুইচ।

(ঘ) তাঁৰ।

উত্তৰঃ (গ) ছুইচ।

৮। তলৰ কোনটো পদাৰ্থৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ’ব পাৰে?

(ক) ৰবৰ।

(খ) প্লাষ্টিক।

(গ) লো।

(ঘ) কাঠ।

উত্তৰঃ (গ) লো।

৯। যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ’ব নোৱাৰে, সেইবোৰক কি বোলে?

(ক) পৰিবাহী।

(খ) অপৰিবাহী বা অন্তৰক।

(গ) অৰ্ধপৰিবাহী।

(ঘ) সুপৰিবাহী।

উত্তৰঃ (খ) অপৰিবাহী বা অন্তৰক।

১০। এটা বৈদ্যুতিক বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰবাহৰ দিশ কোনটো?

(ক) ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ।

(খ) ঋণাত্মক মেৰুৰ পৰা ধনাত্মক মেৰুলৈ।

(গ) দুয়ো দিশে।

(ঘ) প্ৰবাহ নহয়।

উত্তৰঃ (ক) ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ।

১১। বাল্ব এটা ‘ফিউজ’ হোৱা বুলি কেতিয়া কোৱা হয়?

(ক) যেতিয়া বেটাৰি শেষ হয়।

(খ) যেতিয়া ছুইচ অফ থাকে।

(গ) যেতিয়া ফিলামেন্টডাল ছিগি যায়।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) যেতিয়া ফিলামেন্টডাল ছিগি যায়।

১২. আমাৰ শৰীৰটো বিদ্যুতৰ ________।

(ক) পৰিবাহী।

(খ) অপৰিবাহী।

(গ) উৎস।

(ঘ) অন্তৰক।

উত্তৰঃ (ক) পৰিবাহী।

১৩। বৈদ্যুতিক তাঁৰৰ ওপৰত সাধাৰণতে কিহৰ আৱৰণ থাকে?

(ক) তামৰ।

(খ) এলুমিনিয়ামৰ।

(গ) প্লাষ্টিক বা ৰবৰৰ।

(ঘ) লোৰ।

উত্তৰঃ (গ) প্লাষ্টিক বা ৰবৰৰ।

১৪। নমনীয় টাংস্টেন ফিলামেন্ট কোনে আৱিষ্কাৰ কৰিছিল?

(ক) থমাছ আলভা এডিশ্বন।

(খ) উইলিয়াম ডেভিদ কুলিজ।

(গ) আইজাক নিউটন।

(ঘ) আইনষ্টাইন।

উত্তৰঃ (খ) উইলিয়াম ডেভিদ কুলিজ।

১৫। তলৰ কোনটো চিহ্নই বৰ্তনী চিত্ৰত ‘বেটাৰি’ বুজায়?

(ক) এটা দীঘল আৰু এটা চুটি আঁচ।

(খ) একাধিক দীঘল আৰু চুটি আঁচৰ সমষ্টি।

(গ) বৃত্তৰ ভিতৰত ক্ৰছ।

(ঘ) কেৱল এডাল সৰলৰেখা।

উত্তৰঃ (খ) একাধিক দীঘল আৰু চুটি আঁচৰ সমষ্টি।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top