SEBA Class 7 Science MCQ Chapter 3 প্ৰকৃতিলভ্য আম্লিক ক্ষাৰকীয় আৰু প্ৰশম দ্ৰব্য Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science MCQ Chapter 3 প্ৰকৃতিলভ্য আম্লিক ক্ষাৰকীয় আৰু প্ৰশম দ্ৰব্য Solutions and select need one. SEBA Class 7 Science Multiple Choice Notes in Assamese Download PDF. SCERT Class 7 Science MCQs New Textbook in Assamese.
SEBA Class 7 Science MCQ Chapter 3 প্ৰকৃতিলভ্য আম্লিক ক্ষাৰকীয় আৰু প্ৰশম দ্ৰব্য
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Amar Bijnan (Science) MCQ Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Amar Bijnan (Science) Objective Type Question Answer for All Chapters, You can practice these here.
প্ৰকৃতিলভ্য আম্লিক ক্ষাৰকীয় আৰু প্ৰশম দ্ৰব্য
Chapter: 3
| MCQ |
শুদ্ধ উত্তৰটো বাছি উলিওৱা:
১। এছিডৰ সোৱাদ কেনেকুৱা?
(ক) তিতা।
(খ) টেঙা।
(গ) লুণীয়া।
(ঘ) মিঠা।
উত্তৰঃ (খ) টেঙা।
২। ক্ষাৰকৰ সোৱাদ সাধাৰণতে কেনেকুৱা হয়?
(ক) টেঙা।
(খ) মিঠা।
(গ) তিতা।
(ঘ) সোৱাদহীন।
উত্তৰঃ (গ) তিতা।
৩। লিটমাছ (Litmus) প্ৰাকৃতিকভাৱে ক’ৰ পৰা আহৰণ কৰা হয়?
(ক) শেলাই।
(খ) ভেঁকুৰ।
(গ) লাইকেন।
(ঘ) আম গছ।
উত্তৰঃ (গ) লাইকেন।
৪। এছিডে নীলা লিটমাছ কাগজৰ বৰণ কিহলৈ সলনি কৰে?
(ক) কলা কৰে।
(খ) ৰঙা কৰে।
(গ) সেউজীয়া কৰে।
(ঘ) কোনো পৰিৱৰ্তন নকৰে।
উত্তৰঃ (খ) ৰঙা কৰে।
৫। ক্ষাৰকে ৰঙা লিটমাছ কাগজৰ বৰণ কিহলৈ সলনি কৰে?
(ক) নীলা।
(খ) হালধীয়া।
(গ) বগা।
(ঘ) গুলপীয়।
উত্তৰঃ (ক) নীলা।
৬। যিবোৰ পদাৰ্থ আম্লিকও নহয় আৰু ক্ষাৰকীয়ও নহয়, তেনে পদাৰ্থক কি বোলে?
(ক) লৱণ।
(খ) নিৰপেক্ষ দ্ৰৱ।
(গ) প্ৰশম দ্ৰৱ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) প্ৰশম দ্ৰৱ।
৭। ভিনেগাৰত তলৰ কোনবিধ এছিড থাকে?
(ক) ফৰ্মিক এছিড।
(খ) এচিটিক এছিড।
(গ) চাইট্ৰিক এছিড।
(ঘ) লেকটিক এছিড।
উত্তৰঃ (খ) এচিটিক এছিড।
৮। পৰুৱাই কামুৰিলে আমাৰ শৰীৰত কোনবিধ এছিড সোমাই দিয়ে?
(ক) ফৰ্মিক এছিড।
(খ) টাৰটাৰিক এছিড।
(গ) এচিটিক এছিড।
(ঘ) মেলিক এছিড।
উত্তৰঃ (ক) ফৰ্মিক এছিড।
৯। নেমু বা সুমথিৰাত কোনবিধ এছিড পোৱা যায়?
(ক) লেকটিক এছিড।
(খ) এমিন’ এছিড।
(গ) চাইট্ৰিক এছিড।
(ঘ) অকজেলিক এছিড।
উত্তৰঃ (গ) চাইট্ৰিক এছিড।
১০। দৈত কোনবিধ এছিড থাকে?
(ক) এচিটিক এছিড।
(খ) লেকটিক এছিড।
(গ) টাৰটাৰিক এছিড।
(ঘ) এছকৰবিক এছিড।
উত্তৰঃ (খ) লেকটিক এছিড।
১১। পালেং শাকত পোৱা এছিডবিধৰ নাম কি?
(ক) ফৰ্মিক এছিড।
(খ) চাইট্ৰিক এছিড।
(গ) অকজেলিক এছিড।
(ঘ) মেলিক এছিড।
উত্তৰঃ (গ) অকজেলিক এছিড।
১২। আমলখিত প্ৰচুৰ পৰিমাণে কোনবিধ এছিড থাকে?
(ক) এছকৰবিক এছিড।
(খ) টাৰটাৰিক এছিড।
(গ) লেকটিক এছিড।
(ঘ) ফৰ্মিক এছিড।
উত্তৰঃ (ক) এছকৰবিক এছিড।
১৩। তেঁতেলীত থকা এছিড হ’ল—
(ক) এচিটিক এছিড।
(খ) টাৰটাৰিক এছিড।
(গ) চাইট্ৰিক এছিড।
(ঘ) অকজেলিক এছিড।
উত্তৰঃ (খ) টাৰটাৰিক এছিড।
১৪। চুণৰ পানীত কি থাকে?
(ক) ছডিয়াম হাইড্ৰক্সাইড।
(খ) পটাছিয়াম হাইড্ৰক্সাইড।
(গ) কেলছিয়াম হাইড্ৰক্সাইড।
(ঘ) এমনিয়াম হাইড্ৰক্সাইড।
উত্তৰঃ (গ) কেলছিয়াম হাইড্ৰক্সাইড।
১৫। চাবোনত তলৰ কোনবিধ ক্ষাৰক থাকে?
(ক) কেলছিয়াম হাইড্ৰক্সাইড।
(খ) ছডিয়াম বা পটাছিয়াম হাইড্ৰক্সাইড।
(গ) মেগনেছিয়াম হাইড্ৰক্সাই।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) ছডিয়াম বা পটাছিয়াম হাইড্ৰক্সাইড।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

