SEBA Class 6 Science MCQ Chapter 9 দৈর্ঘ্যৰ জোখ আৰু গতি

SEBA Class 6 Science MCQ Chapter 9 দৈর্ঘ্যৰ জোখ আৰু গতি Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Science MCQ Solutions and select need one. SEBA Class 6 Science MCQ Solutions As Per SEBA New Book Syllabus Download PDF. SCERT Science MCQ Class 6 Solutions.

SEBA Class 6 Science MCQ Chapter 9 দৈর্ঘ্যৰ জোখ আৰু গতি

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Science MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Science MCQ Question Answer for All Chapters, You can practice these here.

Chapter: 9

MCQ

১। দৈর্ঘ্যৰ SI একক কি?

(ক) ফুট।

(খ) মিটাৰ।

(গ) ইঞ্চি।

(ঘ) গজ।

উত্তৰঃ (খ) মিটাৰ।

২। ১ কিলোমিটাৰ কিমান মিটাৰৰ সমান?

(ক) ১০০ মি।

(খ) ৫০০ মি।

(গ) ১০০০ মি।

(ঘ) ১০০০০ মি।

উত্তৰঃ (গ) ১০০০ মি।

৩। সৰু দৈর্ঘ্য মাপিবলৈ কিহৰ একক ব্যৱহাৰ কৰা হয়?

(ক) কিলোমিটাৰ।

(খ) মিটাৰ।

(গ) মিলিমিটাৰ।

(ঘ) মাইল।

উত্তৰঃ (গ) মিলিমিটাৰ।

৪। বক্ৰ ৰেখাৰ দৈর্ঘ্য মাপিবলৈ কোন সঁজুলিটো ব্যৱহাৰ হয়?

(ক) স্কেল।

(খ) মাপনী ফিটা।

(গ) মাইক্রোমিটাৰ।

(ঘ) টেপ মেজাৰ।

উত্তৰঃ (খ) মাপনী ফিটা।

৫। ‘প্ৰসঙ্গ বিন্দু’ মানে কি?

(ক) দূৰত্ব মাপাৰ ক্ষেত্ৰত নিৰ্দিষ্ট বিন্দু।

(খ) বস্তুৰ আকৃতি।

(গ) দৈর্ঘ্য।

(ঘ) সময়।

উত্তৰঃ (ক) দূৰত্ব মাপাৰ ক্ষেত্ৰত নিৰ্দিষ্ট বিন্দু। 

৬। তলত উল্লেখিত কোনটো গতিৰ উদাহৰণ নহয়?

(ক) ৰৈখিক গতি।

(খ) বৃত্তীয় গতি।

(গ) দোলন গতি।

(ঘ) স্থিৰ অৱস্থা।

উত্তৰঃ (ঘ) স্থিৰ অৱস্থা।

৭। কোনো বস্তুৰ সময়ৰ লগত স্থান সলনি নহ’লে সেই বস্তুক কি বুলি কোৱা হয়?

(ক) গতিশীল।

(খ) স্থিৰ।

(গ) বৃত্তীয় গতি কৰা।

(ঘ) দোলন গতি কৰা।

উত্তৰঃ (খ) স্থিৰ।

৮। ১ মিটাৰ কিমান চেন্টিমিটাৰৰ সমান?

(ক) ১০০ চেন্টিমিটাৰ।

(খ) ১০ চেন্টিমিটাৰ।

(গ) ১০০০ চেন্টিমিটাৰ।

(ঘ) ১ চেন্টিমিটাৰ।

 উত্তৰঃ (ক) ১০০ চেন্টিমিটাৰ।

৯। দোলন গতিৰ উদাহৰণ কি?

(ক) ৰেলগাড়ী।

(খ) বাগৰী মাছ।

(গ) লাফ দিয়া।

(ঘ) সূতাৰ পিণ্ডৰ দোলন।

উত্তৰঃ (ঘ) সূতাৰ পিণ্ডৰ দোলন।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top