SEBA Class 10 Political Science and Economics MCQ Chapter 2 অৰ্থনৈতিক উন্নয়ন

SEBA Class 10 Political Science and Economics MCQ Chapter 2 অৰ্থনৈতিক উন্নয়ন Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Political Science and Economics MCQ Chapter 2 অৰ্থনৈতিক উন্নয়ন and select need one. SEBA Class 10 Political Science and Economics MCQs Assamese Medium Download PDF. SEBA Class 10 Social Science (Part – 3 অৰ্থনীতি বিজ্ঞান) MCQ in Assamese.

SEBA Class 10 Political Science and Economics MCQ Chapter 2 অৰ্থনৈতিক উন্নয়ন

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Political Science and Economics Objective Type Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Political Science and Economics Multiple Choice in Assamese for All Chapters, You can practice these here.

Chapter: 1

PART – 3 অৰ্থনীতি বিজ্ঞান
MCQ

১। প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন কেতিয়া প্ৰকাশ কৰা হৈছিল?

(ক) ১৯৮০ চনত।

(খ) ১৯৯০ চনত।

(গ) ২০০০ চনত।

(ঘ) ২০১০ চনত।

উত্তৰঃ (খ) ১৯৯০ চনত।

২। মানৱ উন্নয়ন সূচকাংক কোনে প্ৰস্তুত কৰে?

(ক) বিশ্ব বেংক।

(খ) ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (UNDP)।

(গ) নিটি (NITI) আয়োগ।

(ঘ) ভাৰতীয় ৰিজাৰ্ভ বেংক।

উত্তৰঃ (খ) ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (UNDP)।

৩। ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীয়ে মানৱ উন্নয়নৰ কেইটা মূল সূচকৰ কথা উল্লেখ কৰিছে?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (খ) তিনিটা।

৪। তলৰ কোনটো মানৱ উন্নয়নৰ সূচক নহয়?

(ক) প্ৰত্যাশিত আয়ুস।

(খ) শিক্ষা।

(গ) জীৱন-যাত্ৰাৰ মান।

(ঘ) মুঠ ৰাষ্ট্ৰীয় উৎপাদন।

উত্তৰঃ (ঘ) মুঠ ৰাষ্ট্ৰীয় উৎপাদন।

৫। ভাৰতবৰ্ষত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল?

(ক) ১ এপ্ৰিল ১৯৫০।

(খ) ১ এপ্ৰিল ১৯৫১।

(গ) ১ জানুৱাৰী ১৯৫১।

(ঘ) ১ মাৰ্চ ১৯৫২।

উত্তৰঃ (খ) ১ এপ্ৰিল ১৯৫১।

৬। ভাৰত চৰকাৰে পৰিকল্পনা আয়োগৰ ঠাইত কোনটো নতুন আয়োগ গঠন কৰিছে?

(ক) বিত্ত আয়োগ।

(খ) নিটি (NITI) আয়োগ।

(গ) নিৰ্বাচন আয়োগ।

(ঘ) মানৱ অধিকাৰ আয়োগ।

উত্তৰঃ (খ) নিটি (NITI) আয়োগ।

৭। নিটি (NITI) আয়োগ কেতিয়া গঠন কৰা হৈছিল?

(ক) ১ জানুৱাৰী ২০১৪

(খ) ১ জানুৱাৰী ২০১৫

(গ) ১ এপ্ৰিল ২০১৫

(ঘ) ৩১ মাৰ্চ ২০১৪

উত্তৰঃ (খ) ১ জানুৱাৰী ২০১৫

৮। নিটি (NITI) আয়োগৰ অধ্যক্ষ কোন?

(ক) ভাৰতৰ ৰাষ্ট্ৰপতি।

(খ) ভাৰতৰ বিত্তমন্ত্ৰী।

(গ) ভাৰতৰ প্ৰধানমন্ত্ৰী।

(ঘ) ভাৰতৰ মুখ্য ন্যায়াধীশ।

উত্তৰঃ (গ) ভাৰতৰ প্ৰধানমন্ত্ৰী।

৯। নিটি (NITI) ৰ সম্পূৰ্ণ ৰূপ কি?

(ক) National Institute of Technology India.

(খ) National Institution for Transforming India.

(গ) New Indian Trade Institute.

(ঘ) National Income and Trade Institution.

উত্তৰঃ (খ) National Institution for Transforming India.

১০। ভাৰতবৰ্ষৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা কিমান আছিল?

(ক) ২০০৭ – ২০১২

(খ) ২০১২ – ২০১৭

(গ) ২০১৫ – ২০২০

(ঘ) ১৯৯৭ – ২০০২

উত্তৰঃ (খ) ২০১২ – ২০১৭

১১। ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ নীতি কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?

(ক) ১৯৯১ চনত।

(খ) ২০০১ চনত।

(গ) ১৯৫১ চনত।

(ঘ) ১৯৯৫ চনত।

উত্তৰঃ (ক) ১৯৯১ চনত।

১২। বহনক্ষম উন্নয়নৰ (Sustainable Development) ধাৰণাটো কোনখন আয়োগে আগবঢ়াইছিল?

(ক) পৰিকল্পনা আয়োগ।

(খ) ব্ৰুণ্ডলেণ্ড কমিশ্যন।

(গ) নিটি আয়োগ।

(ঘ) ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ।

উত্তৰঃ (খ) ব্ৰুণ্ডলেণ্ড কমিশ্যন।

১৩। ব্ৰুণ্ডলেণ্ড কমিশ্যন কেতিয়া গঠন কৰা হৈছিল?

(ক) ১৯৮০ চনত।

(খ) ১৯৮৭ চনত।

(গ) ১৯৯০ চনত।

(ঘ) ১৯৯২ চনত।

উত্তৰঃ (খ) ১৯৮৭ চনত।

১৪। বিশ্ব পৰিৱেশ আৰু উন্নয়ন কমিশ্যনক কি নামেৰে জনা যায়?

(ক) ব্ৰুণ্ডলেণ্ড কমিশ্যন।

(খ) কিয়োটো প্ৰটকল।

(গ) ৰিঅ’ সন্মিলন।

(ঘ) জেনেভা সন্মিলন।

উত্তৰঃ (ক) ব্ৰুণ্ডলেণ্ড কমিশ্যন।

১৫। পৰিৱেশৰ প্ৰতি থকা ভাবুকি দূৰ কৰা আৰু বহনক্ষমতা লাভ কৰা উন্নয়নক কি বোলা হয়?

(ক) অৰ্থনৈতিক বিকাশ।

(খ) গোলকীকৰণ।

(গ) সেউজ অৰ্থনীতি।

(ঘ) মানৱ উন্নয়ন।

উত্তৰঃ (গ) সেউজ অৰ্থনীতি।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top