SCERT Class 2 Assamese Chapter 4 খেল – ধেমালি Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 2 Assamese Chapter 4 খেল – ধেমালি Solutions and select need one. SEBA Class 2 Assamese Question Answers Download PDF. SCERT Class 2 Assamese Notes.
SCERT Class 2 Assamese Chapter 4 খেল – ধেমালি
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 2 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 2 Assamese Solutions for All Chapters, You can practice these here.
খেল – ধেমালি
Chapter: 4
১। শুনো আৰু গাওঁ আহা।
সজ ল’ৰাই পাঠ্যপুথি
নিয়াৰিকৈ থয়,
ধৈর্য ধৰি কাম কৰিলে
অসাধ্য সাধন হয়।
পঢ়াৰ বলত বিদ্যা লাভে
মন সবল কৰে,
আজৰি পৰৰ নৃত্য-গীতে
মন ফৰকাল কৰে।
পদ্যটোত থকা য় কাৰ (্য) যুক্ত শব্দবোৰত ঘেৰ দিয়া।
উত্তৰঃ সজ ল’ৰাই পাঠ্যপুথি
নিয়াৰিকৈ থয়,
ধৈর্য ধৰি কাম কৰিলে
অসাধ্য সাধন হয়।
পঢ়াৰ বলত বিদ্যা লাভে
মন সবল কৰে,
আজৰি পৰৰ নৃত্য-গীতে
মন ফৰকাল কৰে।
২। তলত দিয়া শব্দবোৰ পঢ়োঁ আৰু লিখোঁ আহা-
| শিষ্য | শস্য | পুণ্য | পাঠ্য |
| সহ্য | উহ্য | দাহ্য | লেহ্য |
উত্তৰঃ
| শিষ্য | শস্য | পুণ্য | পাঠ্য |
| শিষ্য | শস্য | পুণ্য | পাঠ্য |
| শিষ্য | শস্য | পুণ্য | পাঠ্য |
| সহ্য | উহ্য | দাহ্য | লেহ্য |
| সহ্য | উহ্য | দাহ্য | লেহ্য |
| সহ্য | উহ্য | দাহ্য | লেহ্য |
৩। খালী ঠাইত ৰ-কাৰ () বহুৱাই শব্দ সাজি পঢ়োঁ আহা।
| পথম | বিগহ | বিশাম | দৱণ |
| মিয়মাণ | দৰিদ | পলয় | পাণ |
উত্তৰঃ
| প্ৰথম | বিগ্ৰহ | বিশ্ৰাম | দ্ৰৱণ |
| ম্ৰিয়মাণ | দৰিদ্ৰ | প্ৰলয় | প্ৰাণ |
পাঠ -১
লুকা-ভাকু
ক্রিয়া-কলাপ-
১। কথা পাতোঁ আহা –
(ক) হাবিত কোনে কোনে লুকা-ভাকু খেলিলে?
উত্তৰঃ হাবিত শিয়াল, হাতী, কের্কেটুৱা, বান্দৰ সকলো লুকা-ভাকু খেলিলে।
(খ) লুকা-ভাকু খেলোঁতে কোনে চকুমুদি থকাটো ঠিক কৰিলে?
উত্তৰঃ লুকা-ভাকু খেলোঁতে বান্দৰে চকুমুদি থকাটো ঠিক কৰিলে।
(গ) হাতী ক’ত লুকাইছিল?
উত্তৰঃ হাতী গছৰ আঁৰত লুকাইছিল।
(ঘ) বান্দৰে কিয় হাতীক প্রথমতে দেখিলে?
উত্তৰঃ হাতীটো ডাঙৰ হোৱাৰ বাবে।
(ঙ) তুমি লুকা-ভাকু খেলিলে ক’ত ক’ত লুকোৱা?
উত্তৰঃ মই লুকা-ভাকু খেলিলে গছৰ পিছফালে, ঘৰৰ আঁৰৰ ফালে, বেঞ্চৰ তলত আৰু পৰ্দাৰ আঁৰত লুকাওঁ।
(চ) লুকা-ভাকুৰ উপৰি তোমালোকে আৰু কি কি খেল খেলা আৰু কেনেকৈ খেলা?
উত্তৰঃ লুকা-ভাকুৰ উপৰি আমি বহু ধৰণৰ খেল খেলোঁ।
আমি দৌৰ খেল খেলোঁ—সকলোৱে একেলগে দৌৰি আগবাঢ়োঁ।
আমি কাবাডী খেল খেলোঁ—এজন গৈ আনক ছুই আহে।
আমি বল খেল খেলোঁ—এজনে বল দলিয়াই দিয়ে, আনজনে ধৰে।
আমি গোল ঘূৰি খেলোঁ—হাত ধৰি গীত গাই ঘূৰি ঘূৰি খেলোঁ।
(ছ) সকলোৱে কিয় ঢেকঢেককৈ হাঁহিলে?
উত্তৰঃ বান্দৰটোৱে সহজতে হাতীটোক দেখা পাইছিল বাবেই সকলোৱে ঢেকঢেককৈ হাঁহিলে।
২। লিখোঁ আহা –
(ক) জোপোহাৰ আঁৰত কোন লুকাল?
উত্তৰঃ জোপোহাৰ আঁৰত কেৰ্কেটুৱাই লুকাল।
(খ) লুকা-ভাকু ক’ত খেলিছিল?
উত্তৰঃ লুকা-ভাকু হাবিত খেলিছিল।
(গ) শিয়ালে কিহৰ আঁৰত লুকাল?
উত্তৰঃ শিয়ালে লুকাল এটা উঁই হাঁফলুৰ আঁৰত।
৩। তলত দিয়া ছবিবোৰ চাই খেল এটা খেলোঁ আহা-

উত্তৰঃ ছাত্র – ছাত্ৰী নিজে কৰা।
৪। খালী ঠাই পূৰ কৰোঁ আহা।
(ক) ৰেজিয়াৰ দেউতাক এজন ____________।
উত্তৰঃ ৰেজিয়াৰ দেউতাক এজন খেতিয়ক।
(খ) ৰেজিয়াৰ দেউতাকৰ বাৰীত __________ গছো আছে।
উত্তৰঃ ৰেজিয়াৰ দেউতাকৰ বাৰীত ফলৰ গছো আছে।
৫। লিখোঁ আহা।
(ক) ৰেজিয়াৰ দেউতাকে কি কৰে?
উত্তৰঃ ৰেজিয়াৰ দেউতাকে খেতি কৰে।
(খ) ৰেজিয়া কেতিয়া বাৰীলৈ যায়?
উত্তৰঃ ৰেজিয়া আবেলি পৰত বাৰীলৈ যায়।
(গ) ৰেজিয়াৰ দেউতাকে শাক-পাচলিবোৰ কিয় বজাৰলৈ নিয়ে?
উত্তৰঃ ৰেজিয়াৰ দেউতাকে শাক-পাচলিবোৰ বেচিবলৈ বজাৰলৈ নিয়ে।
পাঠ – ২
ছাতি
১। লিখোঁ আহা।
(ক) ৰাতুল আৰু হিমানী কাৰ সৈতে বজাৰলৈ গৈছিল?
উত্তৰঃ ৰাতুল আৰু হিমানী দেউতাকৰ সৈতে বজাৰলৈ গৈছিল।
(খ) ৰাতুল আৰু হিমানী কিয় বজাৰলৈ গৈছিল?
উত্তৰঃ ৰাতুল আৰু হিমানী ছাতি কিনিবলৈ বজাৰলৈ গৈছিল।
(গ) ৰাতুলক দেউতাকে কি ৰঙৰ ছাতি কিনি দিলে?
উত্তৰঃ ৰাতুলক দেউতাকে নীলা ৰঙৰ ছাতি কিনি দিলে।
২। হিমানীয়ে কিনা ছাতিটো চোৱাচোন। ছাতিটোত কি কি ৰং আছে লিখোঁ আহা।
উত্তৰঃ হালধীয়া, সেউজীয়া,ৰঙা, কমলা,বেঙুনীয়া, ঘননীলা, নীলা।
২। লিখা –
(ক) আহাৰ মানে কি?
উত্তৰঃ আহাৰ মানে খাদ্য।
(খ) কোনে নিজৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰে?
উত্তৰঃ গুনীজনে নিজৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰে
(গ) খাদ্যৰ বাবে মানুহ কিহৰ ওপৰত নিৰ্ভৰশীল?
উত্তৰঃ খাদ্যৰ বাবে মানুহ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল।
(ঘ) তিনিবিধ পাচলিৰ নাম লিখা।
উত্তৰঃ মূলা, আলু, গাজৰ, বেঙেনা আদি।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

