SCERT Class 2 Assamese Chapter 1 খাদ্য

SCERT Class 2 Assamese Chapter 1 খাদ্য Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 2 Assamese Chapter 1 খাদ্য Solutions and select need one. SEBA Class 2 Assamese Question Answers Download PDF. SCERT Class 2 Assamese Notes.

SCERT Class 2 Assamese Chapter 1 খাদ্য

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 2 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 2 Assamese Solutions for All Chapters, You can practice these here.

Chapter: 1

পাঠ – ১

মিঠা ফল, টেঙা ফল

১। কথা পাতোঁ আহা-

(ক) তুমি কি কি ফল খাই ভালপোৱা কোৱা।

উত্তৰঃ মই আপেল, কল, আম, কমলা আৰু আঙুৰ খাই ভালপাওঁ।

(খ) কেইবিধমান টেঙা ফল আৰু কেঁহা ফলৰ নাম কোৱা।

উত্তৰঃ টেঙা ফল: নেমু, কৰদৈ, জলফাই, তেঁতেলী।

কেঁহা ফল: শিলিখা, অমৰা,আমলখি।

(গ) ফলৰ বাহিৰে আৰু কি কি খালে আমাৰ গাত বল হয়?

উত্তৰঃ ভাত,গাখীৰ,ডালি, কণী,সেউজীয়া শাক পাচলি আদি।

(ঘ) ফল-মূল খোৱা কেইবিধমান জীৱ-জন্তুৰ নাম কোৱা।

উত্তৰঃ গৰু, ছাগলী,হাতী, বান্দৰ,শহাপহু।

ক্রিয়া-কলাপ –

১। ‘ফল’, ‘গাত’, ‘ধৰে’, ‘পকা’ – এই শব্দকেইটাৰ শেষৰ ধ্বনিৰ মিল থকা নতুন শব্দ গঠন কৰি খালি ঠাইত লিখোঁ আৰু পঢ়োঁ আহা-

ফলবলকল
গাতপাত
ধৰে
পকা

উত্তৰঃ 

ফলবলকলজল
গাতপাতমাতহাত
ধৰেপৰেকৰেলৰে
পকাককাটকাচকা

২। ফল-মূলবোৰ সোৱাদ অনুসৰি ভাগ কৰি লিখোঁ আহা –

টেঙাফলমিঠাফলকেঁহাফল

উত্তৰঃ 

টেঙাফলমিঠাফলকেঁহাফল
নেমুকলআমলখি
আনাৰসআমশিলিখা
জলফাইকঁঠাল
তেঁতেলীঅমিতা

৩। ৰং বোলাওঁ আহা।

উত্তৰঃ 

পাঠ – ২

পিঠা – পনা

১। ছবিৰ নাম সম্পূৰ্ণ কৰোঁ আহা-

উত্তৰঃ বিলাহী, আঙুৰ, পানী লাও, নাৰিকল।

২। পঢ়োঁ আৰু লিখোঁ আহা।

জিকাবিলাহীবেঙেনাকেৰেলা
ৰঙালাওজাতি লাওকোমোৰাপটল

উত্তৰঃ 

জিকাবিলাহীবেঙেনাকেৰেলা
জিকাবিলাহীবেঙেনাকেৰেলা
ৰঙালাওজাতি লাওকোমোৰাপটল
ৰঙা লাওজাতি লাওকোমোৰাপটল

৩। সাঁথৰ ভাঙো আহা।

নেমু টেঙা, ৰবাব টেঙা 

আৰু টেঙা কি? 

পাতৰ আঁৰত দীঘল দীঘল 

ওলমি থাকে যি?

উত্তৰঃ তেঁতেলী।

৪। ছবিৰ নাম সম্পূৰ্ণ কৰোঁ আহা।

উত্তৰঃ আনাৰস, জিকা, বেঙেনা, বিলাহী, কুঁহিয়াৰ, ধান, মাকৈ,কোমোৰা।

৫। তলৰ ছবি দুখনত কি কি অমিল আছে কওঁ আহা-

উত্তৰঃ 

প্ৰথম ছবিদ্বিতীয় ছবি
(ক) খিৰিকী আছে।(ক) খিৰিকী নাই।
(খ) ঘড়ীটোত ১১.৪৫ বাজিছে।(খ) ঘড়ীটোত ১১.৪০ বাজিছে।
(গ) ডালি বাতিটো সোঁফালে আছে।(গ) ডালি বাতিটো বাওঁফালে আছে।
(ঘ) ফুলদানিটো নাই।(ঘ) ফুলদানিটো আছে।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top