🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

কাৱৈ বাদাম ধান (Kawoi Badam Dhan) বিষয়ে এক অধ্যয়ণমূলক প্ৰবন্ধ

কাৱৈ বাদাম ধান (Kawoi Badam Dhan) বিষয়ে এক অধ্যয়ণমূলক প্ৰবন্ধ, Kawoi Badam Rice, কাৱৈ বাদাম অসমৰ ধানৰ প্ৰজাতি and some information about the Kawoi Badam Dhan. This rice can be seen in many places in Assam. This rice is very prevalent in Assam.

কাৱৈ বাদাম ধানৰ বিষয়ে এক অধ্যয়ণমূলক প্ৰবন্ধ

অসম হৈছে কৃষি প্ৰধান ৰাজ্য। বছৰি অসমৰ ভিন্ন অঞ্চলত ভিন্ন ধৰণৰ ধান খেতি কৰা হয়। অসমৰ গাঁও অঞ্চলৰ অধিকাংশ লোকেই কৃষিজীৱী। কৃষক সকলে  ঋতু, জলবায়ু, বৰষুণৰ তাৰতম্য ওপৰত নিৰ্ভৰ কৰি  ভিন্ন সময়ত বিভিন্ন ধান খেতি কৰে। সতৰ্ক কৃষি পদ্ধতিৰ জৰিয়তে, এই সমৰ্পিত কৃষকসকলে ৰাজ্যখনৰ সামগ্ৰিক ধান উৎপাদন শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

তেওঁলোকৰ অটল প্ৰতিশ্ৰুতি আৰু দক্ষতাই অসমৰ কৃষি সমৃদ্ধিত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। অসমৰ খেতি কৰা এবিধ থলুৱা ধান হৈছে Kawoi Badam Dhan।উক্ত প্ৰবন্ধটিত আমি Kawoi Badam ধানৰ বিষয়ে কিছু তথ্য আগবঢ়াইছো যিয়ে আপোনালোকক এইবিধ ধানৰ বিষয়ে তথ্য লাভ কৰাত সহায় কৰিব।

Read Also: কাউৰী বাদাম ধান (Kauri Badam Dhan) বিষয়ে এক অধ্যয়ণমূলক প্ৰবন্ধ

কাৱৈ বাদাম ধান

অসমত উৎপাদন হোৱা ধান এবিধ হৈছে Kawoi Badam Dhan। অসমৰ ভিন্ন প্ৰান্তত কাৱৈ  বাদাম ধানৰ খেতি কৰা হয়। এই ধান খেতিৰে কৃষক সকলো লাভৱান হয়। কাৱৈ বাদাম ধানৰ বীজ জেঠ মাহত সিচা হয়।Kawoi Badam Dhan শাওন মাহত ৰোৱা হয় আৰু আঘোণ মাহত কটা হয়।  কাৱৈ বাদাম  ধানৰ খেতি কৰাৰ বাবে দ- তলীয়া মাটি উপযোগী হয় আৰু পলসুৱা এই ধানৰ মাটিত খেতি কৰা হয়।কাৱৈ  বাদাম ধানৰ খেতি কৰোতে অধিক পৰিমাণে পানীৰ প্ৰয়োজন হয়।

আকাৰ – আকৃতি

কাৱৈ বাদাম ধান আকাৰ – আকৃতি

কাৱৈ বাদাম ধানবিধ ২-৩ মিলি:মিটাৰ (2-3mm) বহল আৰু ৮- ৯ মিলি:মিটাৰ (8-9  mm) দীঘল হয়। ধান বিধ ৰঙা বৰণৰ হয় আৰু চাউলবিধ বগা বৰণৰ হয়। কাৱৈ বাদাম ধানৰ চাউলবিধ  প্ৰায় ৬-৭ মিলি:মিটাৰ (6-7 mm)  দীঘল। আকাৰ আকৃতি, বৰণৰ ওপৰত আধাৰ কৰি কাৱৈ বাদাম ধানৰ চিনাক্তকৰণ কৰা হয়।

অসমৰ পথাৰৰ কাৱৈ বাদাম ধানৰ খেতি চিত্ৰ

অসমৰ পথাৰৰ কাৱৈ বাদাম ধানৰ খেতি চিত্ৰ

FAQ

১) অসমত Kawoi Badam Dhan কেতিয়া ৰোৱা হয়?

উত্তৰ: অসমত Kawoi Badam Dhan শাওন মাহত ৰোৱা হয়।

২) অসমত Kawoi Badam Dhan কেতিয়া কটা হয়?

উত্তৰ: অসমত Kawoi Badam Dhan আঘোণ মাহত কটা হয়।

৩) Kawoi Badam Dhan ধানৰ খেতিৰ বাবে কেনেকুৱা মাটি উপযোগী?

উত্তৰ: কাৱৈ বাদাম ধানৰ খেতিৰ বাবে দ – তলীয়া আৰু পলসুৱা মাটি উপযোগী।

৪) কাৱৈ বাদাম ধানৰ চাউল বিধ কি বৰণৰ?

উত্তৰ:  কাৱৈ বাদাম ধানৰ চাউলৰ বিধ বগা বৰণৰ।

Data Collected: Bharat & Rajib

Written By: Mahezubin

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top