Class 4 Environment Chapter 20 শিল্প – কলা

Class 4 Environment Chapter 20 শিল্প – কলা, SEBA Chapter 20 শিল্প – কলা Class 4 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

শিল্প – কলা

Chapter – 20

পৰিৱেশ অধ্যয়ন


প্রশ্নঃ ১। তলৰ ছবিবোৰ আঁকা । 

কিতাপ , কলহ , বাল্টি , শঁৰাই , ডালিম , কচুপাত , পাতেৰে সৈতে আম, আধালৈকে পানী থকা কাঁচৰ গিলাচ ।

উত্তৰঃ               

প্রশ্নঃ ২। তলৰ প্ৰতিটো ছবি ডাঙৰকৈ আঁকা –

কাপ – প্লেট , পদুম ফুল , নাৰিকল , ছাটি , অমিতা

উত্তৰঃ    

প্রশ্নঃ ৩। এটি মাছৰ ছবি আঁকা ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

প্রশ্নঃ ৪৷ এটা ৰঙালাউৰ ছবি আঁকা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

প্রশ্নঃ ৫৷ তোমাৰ মনেৰে এটা প্রাকৃতিক দৃশ্য আঁকা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

প্রশ্নঃ ৬। এটি খেৰি ঘৰৰ ছবি আঁকা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

প্রশ্নঃ ৭। আমাৰ জাতীয় পতাকাখনৰ ছবি আঁকা ৷ 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

প্রশ্নঃ ৮। নাঙল , বেঙেনা আৰু বাকচৰ ছবি আঁকা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

প্রশ্নঃ ৯। এটা কঁঠাল পাত আঁকা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

প্রশ্নঃ ১০। এটা পিয়লা , এটা আঁহতৰ পাতৰ ছবি আঁকা ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

প্রশ্নঃ ১১। ৰং বোলোৱা ছবি আঁকিবলৈ অভ্যাস কৰা ৷ 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

প্রশ্নঃ ১২ । প্রধান প্রধান ৰঙৰ নামবোৰ লিখা ( প্রাথমিক ৰং ) । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

প্রশ্নঃ ১৩। প্রধান চিত্রশিল্পীসকলৰ নাম শিকি থোৱা ? 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

প্রশ্নঃ ১৪। প্রাথমিক ৰং কেইটা কি কি ? 

উত্তৰঃ ৰঙা, নীলা, সেউজীয়া ।

প্রশ্নঃ ১৫৷ বিহু নৃত্যত বজোৱা ২ বিধ বাদ্য – যন্ত্ৰৰ নাম লিখা ৷ 

উত্তৰঃ ঢোল, বাঁহী, পেঁপা ।

প্রশ্নঃ ১৬। অসমৰ কোনটো নৃত্যই ৰাষ্ট্ৰীয় মর্যাদা লাভ কৰিছে ? 

উত্তৰঃ অসমৰ সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় মর্যাদা লাভ কৰিছে ।

প্রশ্নঃ ১৭। প্রথম অসমীয়া মহিলা অভিনেত্ৰী গৰাকীৰ নাম কি ? 

উত্তৰঃ বৰ্ণালী হাজৰিকা ।

প্রশ্নঃ ১৮। ৰামধেনুৰ ৰং কেইটাৰ নাম লিখা । 

উত্তৰঃ ৰামধেনুৰ ৰং সাতটা সেই কেইটা হ’ল– বেঙুণীয়া , ঘননীলা , নীলা সেউজীয়া , হালধীয়া , সুমথিৰা আৰু ৰঙা ।

প্রশ্নঃ ১৯। শংকৰদেৱ বঁটা পোৱা অসমৰ শিল্পী দুজনৰ নাম লিখা । 

উত্তৰঃ ভৱপ্ৰসাদ চলিহা আৰু জয়ন্ত কস্তুৱাৰ ।

প্রশ্নঃ ২০। দাদা চাহেব ফাল্কে বঁটা পোৱা শিল্পীগৰাকীৰ নাম কি ? 

উত্তৰঃ ভূপেন হাজৰিকা ।

প্রশ্নঃ ২১। প্রথম অসমীয়া অভিনেত্ৰী গৰাকীৰ নাম কি ? 

উত্তৰঃ অনুপমা ভট্টাচাৰ্য ।

প্রশ্নঃ ২২। ক্রিকেট খেলৰ খেল পৰিচালকজনক কি বোলে ? 

উত্তৰঃ আম্পায়াৰ ।

প্রশ্নঃ ২৩। বাগৰুম্বা নৃত্যটো অসমৰ কোনটো জনজাতিৰ নৃত্য ? 

উত্তৰঃ বড়ো জনজাতিৰ নৃত্য ।

প্রশ্নঃ ২৪। কি কি ৰং মিহলালে সেউজীয়া ৰং হয় ?

উত্তৰঃ ৰঙা আৰু নীলা । 

প্রশ্নঃ ২৫। অসমৰ কোনগৰাকী ব্যক্তিক ঢোলৰ যাদুকৰ বুলি কোৱা হয় ? 

উত্তৰঃ মঘাই ওজা ।

প্রশ্নঃ ২৬। জয়মতী কথাছবিৰ নিৰ্মাতাজনৰ নাম কি ? 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ।

( হাতৰ কাম )

১। মাটিৰ কাম :- মাটিৰে বিভিন্ন ফল – মূল , পাচলি , মাটিৰ সাজ – বাচন আদি তৈয়াৰ কৰা ৷ মাটিৰে আম , অমিতা , কল , ডালিম , আপেল , ৰঙালাউ , পানীলাউ , জিকা , বেঙেনা , মাটিৰ চাকি , ধুপদানি আদি তৈয়াৰ কৰা । 

( ক ) মাটিৰে এটা অমিতা তৈয়াৰ কৰা ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

( খ ) মাটিৰে এটা হাঁহ তৈয়াৰ কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

( গ ) মাটিৰে এটা অমিতা নাইবা ডালিমৰ আকৃতি তৈয়াৰ কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

২। কাগজৰ কাম :- কাগজেৰে নাও , পতাকা , নিচান , ফুল , ফুলৰ মালা , বাকচ , সজোৱা বস্তু , জখলা , থোঙা , এনভেলেপ , জাংগিয়া , চোলা , টুপী আদি তৈয়াৰ কৰা । 

( ক ) এখিলা কাগজৰ পৰা ১৪ ছে . মি . দীঘ আৰু ৯ ছে . মি . প্রস্থৰ এটা লেফাফা তৈয়াৰ কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

( খ ) কাগজৰ টুপী এটা তৈয়াৰ কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

( গ ) ৯ ছে . মি . মিটাৰ বহল , ২০ ছে . মিটাৰ দীঘল খাম এটা তৈয়াৰ কৰা । নাইবা , ১০ ছে . মি . বহল ১৫ ছে . মি . দীঘল খাম এটা তৈয়াৰ কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

( ঘ ) ২৫ ছে . মি . দীর্ঘ ১৫ ছে . মি . বহল এটি কাগজৰ ঠোঙা তৈয়াৰ কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

( ঙ ) কাগজেৰে এটা ফ্রক নাইবা এটা গেঞ্জি তৈয়াৰ কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

( চ ) ৰঙীন কাগজৰে এডাল মালা তৈয়াৰ কৰা ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

( ছ ) কাগজ কাটি এডাল মালা তৈয়াৰ কৰা ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

( জ ) কাগজ কাটি এপাহ ফুল তৈয়াৰ কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

( ঝ ) কাগজেৰে এটি পদুম ফুল তৈয়াৰ কৰা ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

( ঞ ) কাগজেৰে ১৫ ছে . মি . দীঘল আৰু ৯ ছে . মি . বহল লেফাফা তৈয়াৰ কৰা । নাইবা কাগজ কাটি এপাহ ফুল তৈয়াৰ কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

( ট ) কাগজেৰে ২২ ছে . মি . দীঘল ১২ ছে . মি . বহল ঠোঙা এটা তৈয়াৰ কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

৩। বাঁহ বা বাঁহৰ কাঠিৰে :- বাঁহ বা বাঁহৰ কাঠিৰে ডলা , ঢাৰি, খৰাহী, বিচনী , চালনী আৰু বাঢ়নী , স্কেল আদিৰ নমুনা সাজা । 

( ক ) বাঁহৰ কাঠিৰে এখন চালনী বা খৰাহিৰ আৰ্হি তৈয়াৰ কৰি দেখুওৱা ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

( খ ) বাঁহৰ কাঠিৰে ১০ ছে . মি . দীঘ – প্রস্থৰ এখন ঢাৰিৰ নমুনা তৈয়াৰ কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

( গ ) বাঁহৰ কাঠিৰে ( দৈ ) ঢাৰিৰ নমুনা তৈয়াৰ কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

( ঘ ) বাঁহৰ কাঠিৰে খৰাহিৰ নমুনা তৈয়াৰ কৰা ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

( ঙ ) বাঁহৰ কাঠিৰে ঢাৰি এখনৰ নমুনা তৈয়াৰ কৰা । ( ১০ ছে . মি . দীঘল ১০ ছে . মি . বহল ) ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

৪। চিলাইৰ কাম :- কাপোৰ কাটি চেমিজ , জাংগিয়া তৈয়াৰ কৰা ; বুটামৰ ঘৰ , তাপলি মৰা , ৰিপু কৰা , ৰাণ চিলাই , চেইন চিলাই , হেম চিলাই , মূৰী চিলাই , সূতা জ়েৰা দিয়া আদি শিকি লোৱা ৷ 

( ক ) তোমাৰ লগত থকা কাপোৰডোখৰৰ কটা ঠাইত ৰিপু কৰা ( ৫ ছেণ্টি মিটাৰ ) 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

( খ ) ২০ ছেঃ মিটাৰ দীঘল আৰু ১৫ ছেঃ মিটাৰ বহল কাগজত এটা জাংগিয়া কাটা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

( খ ) কাপোৰত তিনিটা বুটাম ঘৰ চিলাই কৰা ৷ 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

( গ ) ১৫ ছেঃ মিটাৰ ওখ , ১৮ ছেঃ মিটাৰ বহল এটা কাগজৰ চেমিজ কাটা ( হাত নথকা ) ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা । 

( ঙ ) সূতা জোৰা দিয়া দুই ৰঙৰ সূতাৰে , সূতা কেনেকৈ জোৰা দিয়া হয় কৰি দেখুওৱা ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top