Class 4 Assamese Chapter 6 দীঘল – ঠেঙীয়া

resppost2025

Class 4 Assamese Chapter 6 দীঘল – ঠেঙীয়া, SEBA Chapter 6 দীঘল – ঠেঙীয়া Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

দীঘল – ঠেঙীয়া

Chapter – 6

ক- পাঠভিত্তিক ক্রিয়া

১। সাধুটো পড়া আৰু নিজৰ কথাৰে কোৱা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

২। তুমি বুজি নোপোৱা শব্দবোৰৰ সাধুটোত থকা অভিধান চাই অর্থ লিখা।

resppost2025

উত্তৰঃ 

শব্দঅৰ্থ
টুক টুক টাক্ টাক্ কৈনিচেই কম খৰচতে কোনো মতে।
উৱলিগেলি পচি।
উৰুখিচালেদি (বৰষুণৰ পানী) সৰকি।
চাংবাঁহৰ বিচনা।
ভাত-ঘুমটিৰাতি ভাত খোৱাৰ পাছতে ধৰা প্ৰথম ঘুমটি।
ঢাপলিবৰ বেগাই মৰা লৰ, ঢেঁকুৰ।
পেঁপা-কাঢ়িদুখ পাই কেঁকাই।
অসহনীয়অসহ‍্য।
শেহতশেষত, অন্তত।
হাউলিডাঙৰ লোকৰ টোল বা ঘৰ-বাৰী।
বিপাঙনিৰুপায় অৱস্থা, বিমোৰ হোৱা অৱস্থা।
ঠল্ ঠল্ঠলৰ ঠলৰ, সৰু গোটা বস্তু ওপৰৰ পৰা গছৰ পাত বা মাটি আদিত অগা পিছাকৈ পৰাৰ নিচিনা শব্দ।
টিকাপিঠিৰ তলৰ ওপৰ ভাগ, অলপ ওখ মাটি।
চেঙাতবজীয়া, ওচৰ চাপিব নিদিয়া, বৰ তপত।
কাটনচোকা, তীক্ষ্ণ।
চেঁকুৰিঢাপলি মেলি, লৰ মাৰি।
কোৰামতালিবল বা পৰাক্ৰম দেখুৱাই কৰা অহংকাৰ, শক্তি সম্বৰ আচৰণ বা স্বভাৱ।
তৎমৎচেতনা।
বজ্রলেপলেকেটা লাগি ধৰা, বৰ টানকৈ লাগি ধৰা, এৰুৱাব নোৱাৰা।

৩। উত্তৰ দিয়া।

(ক) ‘যিটো গৰুৱে তাৰ টিকাত হাত। দিলেই জঁপিয়াই উঠিব সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ’ব।’ এই কথাষাৰ কোনে ভাবিছিল?

sqare

উত্তৰঃ যিটো গৰুৱে গাত হাত দিলেই জপিয়াই উঠিব, সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ’ব’ – এই কথাষাৰ চোৰটোৱে ভাবিছিল।

(খ) ‘এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিল’- এইদৰে কোনে ভাবিছিল?

উত্তৰঃ এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিব’ – এইদৰে চোৰজনে ভাৱিছিল।

(গ) ‘এ প্রভু, দীঘল-ঠেঙীয়াই নেপায় যেন।’- এই কথাষাৰ কোনে কৈছিল?

sqare

উত্তৰঃ এ প্রভু দীঘল-ঠেঙীয়াই নেপায় যেন।’—এই কথাষাৰ বুঢ়ীয়ে কৈছিল।

(ঘ) ‘আমাকো পেঁপা-কঢ়াই পালে।’-কোনে কেতিয়া কৈছিল?

উত্তৰঃ আমাকো পেঁপা কঢ়াই পালে।’ – এই কথাষাৰ বাঘবোৰে কৈছিল। যেতিয়া পেঁপা কঢ়া ওৰফে চোৰজনে আমগছৰ ওপৰত আছিল। তেতিয়া বাঘবোৰে ইটোৰ পিঠিত সিটো উঠি চোৰজনক ধৰিবলৈ চেষ্টা কৰিছিল। চোৰজনে খৰা, চাবি, চাবি, চাবি বুলি চিঞৰিছিল তেতিয়া নেজখৰা বাঘটোৱে তাক আকৌ পেঁপা-কঢ়াই ধৰিব অহা বুলি ভাবি ভয় খাই আনবোৰক এৰি হাবিৰ ফালে লৰ ধৰিছিল। বাকী বাঘবোৰে ঠলঠলকৈ মাটিত সৰি পৰিছিল। তেতিয়া সিহঁতকো পেঁপা কঢ়াই পোৱা বুলি ভাৱিছিল।

sidebar2026

৪। ‘ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিম।’ প্রকৃততে কাৰ পিঠিত কোন উঠিব খুজিছিল লিখা।

উত্তৰঃ ‘ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিম। প্ৰকৃততে বাঘৰ পিঠিত চোৰজনে উঠিব খুজিছিল।

2026

৫। বাঘে চোৰটোকে দীঘল-ঠেঙীয়া বুলি ভাবিছিল। দীঘল-ঠেঙীয়া বুলি ভবাৰ উপৰি আৰু কি কি বুলি ভাবিছিল?

(ক) দীঘল-ঠেঙীয়া

(খ)__________।

(গ)__________।

উত্তৰঃ (ক) দীঘল-ঠেঙীয়া। 

sidebar2026

(খ) ঘাৰ-মোকোটা।

(গ) পেঁপা কঢ়া।

৬। উত্তৰ দিয়া।

(ক) বুঢ়ীয়ে দীঘল-ঠেঙীয়া বুলি কাক বুজাইছিল?

উত্তৰঃ বুঢ়ীয়ে দীঘল-ঠেঙীয়া বুলি বৰষুণক বুজাইছিল।

(খ) বাঘবোৰে কি কৌশলেৰে চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল?

উত্তৰঃ গছৰ ওপৰত উঠি থকা চোৰ ওৰফে পেঁপা কঢ়াক ঢুকি পাবলৈ সিঁহতে এটাৰ পিঠিত এটা, আকৌ সেইবোৰ পিঠিত আন এটা উঠি সেইদৰে উঠি উঠি ওখ হৈ গৈ চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল।

(গ) চোৰটোৱে অৱশেষত কেনেকৈ বাঘবোৰৰ হাতৰ পৰা ৰক্ষা পৰিছিল?

উত্তৰঃ বাঘবোৰে এটাৰ পিঠিত আনটো উঠি উঠি ওখ হৈ গল চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল। তেতিয়া চোৰে ভাবিলে এতিয়া সৰ্বনাশ। তৎক্ষণাত চোৰেও বুদ্ধি ওলালে দেখিলে যে নিচেই তলত পেঁপা কঢ়াই পোৱা সেই বাঘটো। সেই নেগুৰ খৰা বাঘটোক চোৰটোৱে গলগলীয়া মাতেৰে খঁৰা চাবি চাবি চাবি। তেতিয়া খৰা বাঘটোৱে আন বাঘক এৰি আকৌ তাক ধৰিব বুলি ভাবি হাবিৰ ফালে সুৰ্তি বুদ্ধি হেৰুৱাই লৰ দিলে। সি তেনে কৰাত আন বাঘবোৰে মাটিত সৰি পৰিল তেনে কৰাতহে চোৰটোৱে বাঘবোৰৰ হাতৰ পৰা ৰক্ষা পৰিছিল।

(ঘ) চোৰটোৱে ঘৰলৈ আহি কি সিদ্ধান্ত লৈছিল?

উত্তৰঃ চোৰটোৱে ঘৰলৈ আহি আৰু সি কেতিয়াও চুৰ নকৰে বুলি সিদ্ধান্ত লৈছিল।

৭। তলৰ শব্দসমূহৰ লগত অৰ্থৰ মিল থকা শব্দ বাকচৰ পৰা বিচাৰি আনি কাষৰ খালী ঘৰত লিখোঁ আহা।

চাং _________।

চেঙা – তজবজীয়া।

তৎমৎ ________।

2026

খৰা __________।

অসহনীয় ________।

গভীৰ ___________।

কাটন ___________।

গলধন __________।

তজবজীয়া,                নেজছিগা,                            চেতনা,                             বাঁহৰ বিছনা,
সহিব নোৱৰা,            বহুত তললৈ বিস্তৃত,             চোকা,                             ডিঙিৰ পাছফাল,
2026

উত্তৰঃ

চাংবাঁহৰ বিছনা।
চেঙাসহিব নোৱাৰা।
তৎমৎতজবজীয়া।
খৰাবহুত তললৈ বিস্তৃত।
অসহনীয়চেতনা।
গভীৰচোকা।
কাটননেজছিগা।
গলধনডিঙিৰ পাছফাল।

যুক্তাক্ষৰ গঠন কৰোঁ আহা-

বজ্রপাত   জ্র   জই   ৰই   জ্র

আন্ধাৰ    ন্ধ    নই    ধই   ন্ধ

পঢ়োঁ আহা-

বজ্র      বজ্রপাত       বজ্রলেপ

কাণ্ড    প্রকাণ্ড         কর্মকাণ্ড

ব্রহ্মা     ব্রহ্মাণ্ড      ব্রহ্মানন্দ

অন্ধ      আন্ধাৰ       অন্ধকাৰ

বজ্র ইন্দ্ৰৰ প্ৰধান অস্ত্র।

সেইবাবে ইন্দ্ৰৰ অন্য নাম বজ্ৰধৰ আৰু বজ্রপাণি।

ভয়ংকৰ গাজনিৰে সৈতে বিজুলীৰ পতন হ’লে বজ্রপাত হোৱা বা চৰগ পৰা বুলি কোৱা হয়।

বজ্রলেপ মানে এৰুৱাব নোৱৰাকৈ বা লেকেটা লাগি ধৰা।

৮। যুক্তাক্ষৰ ভাঙি লিখোঁ আহা।

জ্ৰ ________ + ________ = _________।

2026

ন্ধ ________ + ________ = _________।

শ্চ _______ + ________ = __________।

ণ্ড _______ + ________ = __________।

উত্তৰঃ  জ্ৰ = জ + ৰ = জ্ৰ।

ন্ধ = ন + ধ = ন্ধ।

শ্চ = শ + চ = শ্চ।

ণ্ড = ণ + ড = ণ্ড।

৯। ‘ বিপৰীত অর্থ বুজোৱা শব্দ লিখা।

দীঘল ____________।

অসহায় ___________।

আন্ধাৰ ____________।

বলী ______________।

পুৰণি _____________।

ৰাতি ______________।

গভীৰ _____________।

উত্তৰঃ 

দীঘলচুটি
অসহায়সহায়
আন্ধাৰপোহৰ
বলীদুর্বলী
পুৰণিনতুন
ৰাতিদিন
গভীৰঅগভীৰ/বাম

১০। বাক্য ৰচনা কৰা।

(ক) চেঙা [গাত হাত দিবলৈ নিদিয়া (জন্তু) অস্থিৰ, তজবজীয়া]

(খ) চেঙা (তপত, যেনে-চেঙা তেল)

(গ) চেঙা (এবিধ মাছ)

2026

(ঘ) চেঙালুটি (চেঙা মাছৰ দৰে কৰা লুটিয়া-লুটি, বেদনাত কৰা ধর্-ফৰণি)

(ঙ) চেঙা-হিলৈ (আহোম ৰজাৰ দিনৰ এবিধ বন্দুক)

উত্তৰঃ (ক) চেঙা –  গৰুটো বৰ চেঙা জাতৰ হয়।

(খ) চেঙা – তেলটো চেঙা হলেহে আলুটো তেলত দিবি।

(গ) চেঙা – চেঙা মাছ খাবলে বৰ সোৱাদ।

(ঘ) চেঙালুটি – মণিকৰ গাত তেল পৰাৰ বাবে মণিকে চেঙালুটি খাইছে।

(ঙ) চেঙা-হিলৈ – আহোম ৰজাই চেঙা-হিলৈ ব্যৱহাৰ কৰিছিল।

গ- জ্ঞান সম্প্ৰসাৰণ

১১। বুঢ়ীয়ে গৰু পুহি জীৱিকা নির্বাহ কৰিছিল। এনেদৰে আন কি কি পোহনীয়া জীৱ- জন্তুৱে আমাৰ জীৱিকা নিৰ্বাহত সহায় কৰে?

উত্তৰঃ বুঢ়ীয়ে গৰু পুহি জীৱিকা নির্বাহ কৰিছিল।

আমাৰ জীৱিকা নিৰ্বাহত সহায় কৰা পোহনীয়া জীৱ- জন্তুৰ নাম হ’ল- হাতী, গৰু, ছাগলী, মহ আদি।

১২। দীঘল-ঠেঙীয়া সাধুটোত গৰু চুৰি কৰিবলৈ আহি চোৰটোৰ নগুৰ-নাগতি হোৱা তোমালোকে দেখিলা। বেয়া কামৰ পৰিণতি শুভ নহয়। তোমালোকে কোনবোৰ কামক বেয়া বুলি ভাবা?

উত্তৰঃ আমি কৰা বেয়া কামবোৰ হ’ল- চিকাৰ কৰা,চুৰ কৰা, কোনোৱা ডাঙৰ মানুহৰ লগত তৰ্ক কৰা, কাজিয়া কৰা, মা দেউতাকৰ কথা নুশুনা, মিছা কথা কোৱা, টাইমত নিজৰ কাম নিজে নকৰা আৰু বিভিন্ন ধৰণৰ কামক আমি বেয়া বুলি ভাবো।

১৩। বৰ্তমান সময়ত বাঘৰ সংখ্যা কমি যোৱাৰ কাৰণ কি? তোমাৰ কথাৰে লিখা।

উত্তৰঃ বৰ্তমান সময়ত বাঘৰ সংখ্যা কমি যোৱাৰ কাৰণ হ’ল- (১) আমি গছ- গছনি কটাৰ বাবে বাঘৰ সংখ্যা কম হৈছে।

(২) বাঘক চিকাৰ কৰাৰ বাবে।

(৩) ফেক্টৰী কিছুমানত বাঘৰ ছালৰ পৰা বহুত বস্তু তৈয়াৰ কৰাৰ ফলত বাঘৰ ছাল ব্যৱহাৰ কৰাৰ বাবে বাঘক মাৰাৰ বাবে।

(৪) বাঘৰ খাদ্য অভাৱ হোৱাৰ বাবে।

১৪। বৰ্তমান বাঘৰ সংখ্যা ক্রমশঃ হ্রাস পাই আহিছে। গতিকে আমি বাঘ সংৰক্ষণ কৰাৰ কাৰণে কি কৰা উচিত?

উত্তৰঃ আমি বাঘ সংৰক্ষণ কৰাৰ কাৰণে-

(১) বাঘৰ ৰপ্তানি কার্যহ বন্ধ কৰিব লাগিব।

2026

(২) বাঘক চিকাৰ বন্ধ কৰিব লাগিব।

(৩) বাঘৰ খাদ্য অভাৱ হোৱাৰ বাবে আমি খাদ্য যোগান ধৰিব লাগিব।

(৪) আমি গছ- গছনি কটা বন্ধ কৰিব লাগিব।

১৫। এতিয়া অৰণ্য এৰি বাঘে জন অৰণ্যত প্ৰৱেশ কৰা বা-বাতৰি শুনিছা। অৰণ্য এৰি বাঘ জনবসতিপূর্ণ অঞ্চললৈ অহাৰ কাৰণবোৰ কি কি বুলি ভাবা? এনেদৰে যদি তোমালোকৰ অঞ্চলত বাঘ বা আন বন্য প্রাণী ওলায়, তেতিয়া তুমি কি কৰিবা?

বন বিভাগে বাঘ সংৰক্ষণৰ বাবে ‘ব্যাঘ্র প্রকল্প’ প্ৰবৰ্তন কৰিছে।

উত্তৰঃ কাৰণ এতিয়া মানুহৰ জনসংখ্যা বহুত পৰিমানে বাঢ়িছে বাবে মানুহে গছ-গছনি কাটি নিজৰ বসবাসৰ বাবে সেই ঠাইত ঘৰ ফেক্টৰী বা বিভিন্ন ধৰণৰ ব্যৱসায় কৰিছে ইয়াৰ বাবে বাঘৰ থকাৰ ঠাই অভাৱ হৈছে তাৰ বাবে বাঘ মানুহৰ সমাজলৈ আহিব ধৰিছে।

খাদ্যৰ অভাৱৰ বাবেও বাঘে মানুহৰ সমাজত আহে।

আমাৰ অঞ্চলত বাঘ বা অন্য প্রাণী ওলালে প্রথমে বন বিভাগক খবৰ দিম নতুবা ৰাইজ এক গোট হৈ প্ৰাণী বিধক জীয়াই জীয়াই ধৰি চিৰিয়াখানাত গোটাই দিম।

১৬। ‘তেন্তে সিহঁত ৰজাৰ শাৰীৰ পৰা গৈ খৰি-ভাৰী, পানী-ভাৰীৰ শাৰীত পৰিবগৈ।’ এনেদৰে ভাৰ বোৱা অর্থাৎ “ভাৰী” শব্দ প্রয়োগ কৰি অন্য শব্দ কিছুমান লিখা।

দোলা_______________।

পাচলি_______________।

ডাঙৰি_______________।

মাছ_________________।

দৈ__________________।

উত্তৰঃ দোলা – ভাৰী

পাচলি – ভাৰী

ডাঙৰি – ভাৰী

মাছ – ভাৰী

দৈ – ভাৰী

জানো আহা-

‘কোনটো গৰু ভাল কোনটো বেয়া, আন্ধাৰে-মুগ্ধাৰে কেনেকৈ চিনিম?’ ওপৰৰ বাক্যটোত ‘ভাল’ আৰু ‘বেয়া’ শব্দ দুটাই ‘গৰু’ পদটোৰ দোষ-গুণ বুজাইছে। এনেদৰে অইন পদৰ দোষ-গুণ বুজোৱা পদকে বিশেষণ পদ বুলি কোৱা হয়। যেনে- দীঘল, চুটি, ৰঙা, নীলা, ধুনীয়া, ওখ, চাপৰ, কুৎসিত, চেঙা, গৰিষ্ঠ আদি।

‘বুঢ়ীৰ ভাত-ঘুমটি আহিল।’ ভাতৰ লগত ঘুমটি শব্দ যোগ হৈ ভাত- ঘুমটি হ’ল। এইদৰে ভাত শব্দটো যোগ হৈ গঠিত হোৱা কেইটামান শব্দ আৰু তাৰ অর্থ জানো আহা।

ভাত – কেৰেলা তিতা গুণ নথকা এবিধ কেৰেলা।
ভাত – ঘিলা।
ভাত – জ্বব এবিধ খন্তেকীয়া সামান্য জ্বৰ।
ভাত – জাৰ জাৰকালি ভাত খোৱাৰ পাছত লগা।
ভাত-তিতা ভাত-পিঠা ভাতৰ লগত খোৱা এবিধ তিতা গুটি আৰু তাৰ গছ। পানী বা গাখীৰত পিঠাগুৰি গুলি চালনীৰে সৰকাই তাৰ
ঘিলাব নিচিনা ছেঁই ধৰা এবিধ গছ।
তলত উতলি থকা পানীত সিজাই পিঠা। কৰা এবিধ
ভাত-ভাৰী ভতুৱা।
জীৱিকাৰ উপায় নষ্ট হ। ভাত-ম
ভাত-ফেঁচু শালিকা জাতিৰ এবিধ চৰাই।
ভাত-ঘৰ মন কৰিলেই ভাত খাব পৰা অতি আপোন মানুহৰ ঘৰ।

১৭। ‘দীঘল-ঠেঙীয়া’ নামৰ এই সাধুটো লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ৰ পৰা লোৱা হৈছে। এনেকুৱা সাধুকথা প্রত্যেকে এটাকৈ সংগ্ৰহ কৰি পঢ়া আৰু শ্রেণীকোঠাত আনকো পঢ়ি শুনোৱা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

১৮। ‘দীঘল-ঠেঙীয়া’ সাধুটোৰ নাট্যৰূপ দি অভিনয় কৰা (প্রয়োজনবোধে শিক্ষক নাইবা স্থানীয় সমল ব্যক্তিৰ সহায় ল’বা আৰু সম্ভৱ হ’লে চৰিত্ৰবোৰৰ লগত খাপ খোৱা মুখা ব্যৱহাৰ কৰিবা)।

উত্তৰঃ ছাত্ৰ- ছাত্ৰী শিক্ষকৰ সহায় লৈ কৰা ।

১৯। বনৰীয়া জীৱ-জন্তু থকা এখন হাবিৰ ছবি আঁকা।

উত্তৰঃ

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top