Class 3 English Chapter 6 I’m A Mobile Phone, answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 3 English Chapter 6 I’m A Mobile Phone and select need one.
Class 3 English Chapter 6 I’m A Mobile Phone
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 3 English Chapter 6 I’m A Mobile Phone Solutions for All Subjects, You can practice these here…
(আই এম এ মোবাইল ফ’ন) মই এটা মোবাইল ফ’ন
Chapter – 6
ইংৰাজী (ENGLISH)
Let’s look at the pictures: (লেটছ লুক এট দা পিকচার্চ) ছবিবোৰলৈ চোৱা।

How many of these have you seen or used? Tell your friend two things that you do with any of these things.
(হাও মেনি অৱ দিজ হেভ ইউ চিন অৰ ইউজ্ড? টেল ইৱ’ৰ ফ্ৰেণ্ড টু থিংচ দেট ইউ ডু উইথ এনী অৱ দিজ থিংচ)
— এইবোৰৰ ভিতৰত তুমি কিমানখিনি দেখিছা বা ব্যৱহাৰ কৰিছা? এইবোৰৰ দুটাৰ বিষয়ে তুমি কি কৰিছা সেই বিষয়ে তুমি তোমাৰ বন্ধুক কোৱা।
Ans. We have seen or used all the things in the picture. (উই হেভ চিন অৰ ইউজড অল দা থিংচ ইন দা পিকচাৰ।) — আমি এই সকলো বস্তুবোৰেই ব্যবহাৰ কৰিছো।
1. We can learn new things on the computer. (উই কেন লার্ন নিউ থিংচ অন দা কমপিউটাৰ।) —আমি কমপিউটাৰৰ পৰা বহুতখিনি নতুন বস্তু শিকিবলৈ পাওঁ।
2. We can draw pictures on a computer. (উই কেন ড্র পিকচার্চ অন এ কমপিউটাৰ।) — আমি কমপিউটাৰত ছবি অংকন কৰিব পাৰি।
Recite the poem ‘I’m a Mobile Phone: (ৰিচাইট দা প’ৱেম আই এম এ মোবাইল ফ’ন) — “মই এটা মোবাইল ফ’ন’ –– কবিতাটো আবৃত্তি কৰোঁ আহা।
উচ্চাৰণ আৰু অসমীয়া ভাঙনিঃ
I’m a mobile phone (আই এম এ মোবাইল ফ’ন) – মই এটা মোবাইল ফ’ন।
Cute and small (কিউট এণ্ড স্মল) – সৰু আৰু মৰমীয়াল।
Don’t you like me (ড’ণ্ট ইউ লাইক মি) – তুমি মোক ভাল পোৱানে ?
When I call? (হ’ৱেন আই কল?) – যেতিয়া মই কথা কওঁ?
Call your friends (কল ইয়’ৰ ফ্ৰেণ্ডচ) – তোমাৰ বন্ধুসকলৰ লগত কথা পাতো।
Play new games (প্লে নিউ গেমচ) নতুন খেলবোৰ খেলোঁ।
Wish your dear ones (উইচ্ ইয়’ৰ ডিয়াৰ ওয়ানচ) – তোমাৰ মৰমৰ জনক শুভেচ্ছা জনাওঁ।
Store their names. (ষ্ট’ৰ দেয়াৰ নেমচ।) – সিহঁতৰ নামবোৰ সাঁচি থৈ ৰাখোঁ।
Word Notes (শব্দার্থ) :
Mobile phone (মোবাইল ফ’ন)–মোবাইল ফ’ন। cute (কিউট) – সুন্দৰ, ধুনীয়া। small (স্মল) – সৰু। like ( লাইক) – পচন্দ কৰা, ভালপোৱা। call (কল) – মাতা। when (হ’ৱেন) – যেতিয়া। your (ইয়’ৰ) –তোমালোকৰ। friends (ফ্রেণ্ডচ) – বন্ধুসকল। play (প্লে) – খেলো। new (নিউ) – নতুন। games (গেমচ) – খেলবোৰ। wish (উইচ) – শুভেচ্ছা জনোৱা । dear (ডিয়াৰ) – মৰমৰ, প্রিয় । dear ones (ডিয়াৰ ওয়ানচ) – মৰমৰজন। store (ষ্ট’ৰ) – সঞ্চয় কৰা, সাঁচি ৰখা।
ACTIVITIES (একটিভিটিজ) — কার্যকলাপ |
1. Choose words from the poem that rhyme with : (চুজ ওয়ার্ডচ ফ্রম দা প’য়েম দেট ৰাইম উইথ) — কবিতাৰ পৰা ছন্দমিলা শব্দবোৰ বাচনি কৰা।
Ans. small (স্মল) – সৰু। names (নেমট্) – নামবোৰ। hear (হিয়াৰ) – শুনা।
call (কল) – মাতা । games ((গমচ) – খেলবোৰ। dear (ডিয়াৰ) – মৰমৰ।
2. Work with your friend and add two more sentences to say what you can do with a mobile phone: (ওৱার্ক উইথ ইয়’ৰ ফ্ৰেণ্ড এণ্ড এড টু মোৰ চেনটেনচেছ টু চে হ’ৱাট ইউ কেন ডু উইথ এ মোবাইল ফ’ন) — তোমাৰ বন্ধুৰ সৈতে লগ হোৱা আৰু তুমি মোবাইলেৰে আৰু কী কী কৰা সেই বিষয়ে দুটা বাক্য যোগ কৰা।
Ans. 1. I call my friends. (আই কল মাই ফ্ৰেণ্ডচ) — মই মোৰ বন্ধুক কল কৰোঁ (মাতোঁ)।
2. I store names. (আই ষ্ট’ৰ নেমচ) — মই ইয়াতে নামবোৰ সাঁচি ৰাখো।
3. I play games. (আই প্লে গেমচ) — মই ইয়াতে খেলখেলো।
4. I write with it. (আই ৰাইট উইথ ইট) — মই এইটোত লিখো।
5. I take photos. (আই টেক ফ’ট’জ) — মই এইটোত ফ’ট’ উঠাওঁ ।
6. I send message. (আই চেণ্ড মেচেজ) — মই বার্তা পঠাওঁ।
7. I send e-mail, (আই চেণ্ড ই-মেইল) — মই বৈদ্যুতিন বার্তা পঠাওঁ।
3. Arrange the letters and find out what they are : (এৰেঞ্জ দা লেটাৰ্চ এণ্ড ফাইণ্ড আউট হ’ৱাট দে আৰ) — বর্ণবোৰ সজোৱা আৰু সেইবোৰ লিখা ।
Ans. TOCMPUER — COMPUTER (কমপিউটাৰ) — কমপিউটাৰ।
BIOME PHONE — MOBILE PHONE (মোবাইল ফ’ন) — মাবাইল ফ’ন।
TELEPHONE — TELEPHONE (টেলিফ’ন) — টেলিফ’ন/দুৰভাষ।
PSENWAPER — NEWSPAPER (নিউজ পেপাৰ) —– বাতৰি কাকত।
IRAQ — RADIO (ৰেডিঅ’) — ৰেডিঅ’/অনাতাঁৰ।
NETLIVOSEI —TELEVISION (টেলিভিছন) — টেলিভিছন।
BISONGARD — SIGNBOARD (চাইনব’ৰ্ড) — নামফলক ।
GAMANIZE — MAGAZINE (মেগাজিন) — আলোচনী।
TICEARDBONO —NOTICEBOARD (ন’টিছব’ৰ্ড)—জাননীফলক।
DARLENCA —CALENDAR (কেলেণ্ডাৰ)—কেলেণ্ডাৰ।
4. Let’s read the telephonic conversation between the two friends Barun and Ajay. (লেট আচ ৰীড দা টেলিফনিক কনভাৰশ্বেচন্ বিট্যুইন দা টু ফ্ৰেণ্ডচ বৰুণ এণ্ড অজয়)—দুয়োজন বন্ধু বৰুণ আৰু অজয়ৰ মাজত ফোনযোগে হোৱা কথোপকথনটো পঢ়া।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
1. Hello, this is Ajay here. (হেল’, দিচ ইজ অজয় হিয়াৰ) — হেৰা মই অজয় কৈ আছোঁ।
2. Hi, Ajay !(হাই, অজয় !) — হেৰা অজয়।
3. How are you Barun? (হাউ আৰ ইউ বৰুণ) — বৰুণ তোমাৰ খবৰ ভালনে?
4. I’m fine. Thank you. (আই এম ফাইন, থেঙ্ক ইউ) — মই ভালেই। ধন্যবাদ।
5. Do you know there is a football match tomorrow at Nehru Bali Field? (ডু ইউ ন’ দেৱাৰ ইজ এ ফুটবল মেচ টুমৰ’ এট নেহেৰু বালি ফিল্ড) – তুমি জানানে নেহেৰু বালি পথাৰত অহাকালি এখন ফুটবল খেল হব?
6. Yes, I’ve heard about it. (ইয়েচ, আই হেভ হার্ড এবাউট ইট) — হয় মই ইয়াৰ বিষয়ে শুনিছোঁ।
7. Shall we go there? (চেল উই গ’ দেৱাৰ) — আমি তালৈ যাম নে?
8. Sure (চিয়’ৰ) — নিশ্চয়।
9. I’ll come to your place at 2 p.m. (আই উইল কাম টু ইয়’ৰ প্লেচ এট টু পি.এম.) — মই দুপুৰীয়া ২ বজাত তোমাৰ ঠাইলৈ যাম।
10. OK. That’ll be fine (ওকে। দেট উইল বি ফাইন) — ঠিক আছে। এইটো ভালে হব।
11. By (বাই) — বিদায়!
12 By (বাই) — বিদায়!
5. Let’s see how much we have understood and write (লেট আচ চি হাউ মাচ উই হেভ আণ্ডাৰষ্টুড এণ্ড ৰাইট) — আমি কিমান বুজি পালোঁ চাওঁ আহা আৰু লিখা।
(a) What are the names of the two friends? (হ’ৱাট আৰ দা নেমচ্ অৱ দা টু ফ্রেণ্ডচ?) — বন্ধু দুয়োজনৰ নাম কি আছিল?
Ans. The names of the two friends are Barun and Ajay. (দা নেমচ্ অৱ দা টু ফ্রেণ্ডচ আৰ বৰুণ এণ্ড অজয়) — বন্ধু দুয়োজনৰ নাম আছিল বৰুণ আৰু অজয় ।
(b) What are they going to watch ? (হ’ৱাট আৰু দে গয়িং টু ওয়াচ) সিহঁতে কি চাবলৈ গৈ আছে?
Ans. They are going to watch a football match. (দে আৰু গায়িং টু ওয়াচ এ ফুটবল মেচ) — সিহঁতে এখন ফুটবল খেল চাবলৈ গৈ আছিল।
(c) Why did Ajay call up Barun? (হ’ৱাই দিড অজয় কল আপ বৰুণ) — অজয়ে বৰুণক কিয় কল কৰিছিল (ফ’নত মাতিছিল)?
Ans. Ajay called up Barun to inform that there will be a football match at Nehru Bali Field on the next day. (অজয় কল্ড আপ বৰুণ টু ইনফর্ম দেট দেৱাৰ উইল বি এ ফুটবল মেচ এট নেহেৰু বালি ফিল্ড অন দা নেক্সট্ ডে) — অজয়ে বৰুণক পৰবৰ্তী দিনাত নেহেৰু বালি পথাৰত এখন ফুটবল খেলৰ সূচনা দিয়াৰ কাৰণে ফ’ন কৰিছিল।
6. Read the following dialogues between Barun and Ajay. The dialogues are not in the correct order. Work with a friend. Put the correct number of the dialogues in the boxes. One is done for you: (ৰীড দা ফায়িং ডায়ালগচ বিটুইন বৰুণ এণ্ড অজয়। দা ডায়ালগচ আৰ নট ইন দা কাৰেক্ট অর্ডাৰ। ওৱার্ক উইথ এ ফ্রেণ্ড। পুট দা কাৰেক্ট নাম্বাৰ অৱ দা ডায়ালগচ ইন দা বক্চেচ। ওৱান ইজ ডান ফৰ ইউ) — বৰুণ আৰু অজয়ৰ মাজত হোৱা বচনবোৰ পঢ়া। বচনবোৰ সঠিক ক্ৰমত নাই। এজন বন্ধুৰ সৈতে কাম কৰা। বচনৰ সঠিক নম্বৰবোৰ বাকচত ভৰোৱা। এটা তোমাৰ বাবে কৰি দিয়া হ’ল।
Ans. (i) [3] How are you, Ajay? (হাউ আর ইউ, অজয়) — অজয় তোমাৰ ভালনে।
(ii) [1.] Hello, is that Ajay? (হেল্ল’, ইজ্ টেট অজয়) — হেৰা, এইজন অজয় হয়নে?
(iii) [2.] Yes, Ajay’s here. (ইয়েচ্, অজয় ইজ হেয়াৰ) — হয়, এইজন অজয়।
(iv)[ 4.] I’m fine. Thank you (আই এম ফাইন থেঙ্ক ইউ) — মোৰ খবৰ ভাল । ধন্যবাদ।
7. (a) Barun read about the football match on the school notice board. Read it : (বৰুণ ৰীড এবাউট দা ফুটবল মেচ অন দা স্কুল
ন’টিছ ব’ৰ্ড। ৰীড ইট)– বৰুণ বিদ্যালয়ৰ ন’টিচ ব’ৰ্ডত ফুটবল খেলৰ বিষয়ে এটা জাননী চাইছিল। এইখন পঢ়া।
Ans. Football Match (ফুটবল মেচ) – ফুটবল খেল।
M.K. Gandhi ME. School (এম.কে. গান্ধী এম.ই. স্কুল) – এম.কে. গান্ধী এম.ই. স্কুল।
vs (ভাৰচেচ) – বনাম (লগত)
Royal Academy (ৰয়েল একাডেমি) – ৰয়েল একাডেমি
Venue: Nehru Bali Field (ভেনু: নেহেৰু বালি ফিল্ড) – ঠাই নেহেৰু বালি পথাৰ
Date: 9th September (ডেট : নাইনথ চেপ্তেম্বৰ) – তাৰিখ : ৯ চেপ্তেম্বৰ।
Time : 3 p.m. (টাইম থ্রি পি.এম.) – আবেলি ৩ বজাত।
7.(b) Now, fill in the blanks with correct words from the notice: (নাও, ফিল ইন দা ব্লেঙ্কচ উইথ কাৰেক্ট ওৱাৰ্ডচ ফ্রম দা ন’টিছ) — এতিয়া জাননীৰ পৰা শুদ্ধ শব্দেৰে খালী ঠাই পূৰ কৰা।
Ans. (1) A football match is going to be held at Nehru Bali Field. (এ ফুটবল মেচ ইজ্ গ’ইং টু বি হেল্ড এট নেহেৰু বালি ফিল্ড)—নেহেৰু বালি খেল পথাৰত এখন ফুটবল খেল অনুস্থিত হব।
(2) The match will be held between M. K. Gandhi M.E. School and Royal Academy. (দা মেচ উইল বি হেল্ড বিটুইন এম.কে. গান্ধী এম.ই. স্কুল এণ্ড ৰয়েল একাডেমি) — এম.কে. গান্ধী এম.ই বিদ্যালয় আৰু ৰয়েল একাডেমি বিদ্যালয়ৰ মাজত খেলখন অনুস্থিত হ’ব।
(3) The match will be held on 9th September at 3 p.m. (দা মেচ উইল বি-হেল্ড অন নাইনথ্ চেপ্তেম্বৰ এট থ্রি পি. এম.) — খেলখন ৯ চেপ্তেম্বৰ আবেলি ৩ বজাত অনুস্থিত হ’ব।
8. Ajay tried to write a few sentences about the football match that he watched. Help him to choose the correct word from the brackets and complete the sentences : (অজয় ট্রায়েড টু ৰাইট এ ফিউ চেনটেনচেছ এবাউট দা ফুটবল মেচ দেট হি ওৱাচড। হেল্প হিম টু চুজ দা কাৰেক্ট ওৱাৰ্ড ফ্রম দা ব্রেকেটচ এণ্ড কমপ্লিট দা চেনটেনচেছ) — অজয়ে চোৱা খেলখনৰ বিষয়ে কেইটামান বাক্য লিখাৰ চেষ্টা কৰি আছে। বাক্যবোৰ লিখোঁতে বন্ধনীৰ পৰা শব্দবোৰ বাচনি কৰা আৰু বাক্যবোৰ পূৰ্ণ কৰা।
Ans. (a) Yesterday I went to watch a football match. (go/went) (ইয়েচটাৰডে, আই ওৱেন্ট টু ওয়াচ এ ফুটবল মেচ) – যোৱাকালি, মই এখন ফুটবল খেল চাবলৈ গৈছিলোঁ।
(b) Barun came with me. (come/came) (বৰুণ কেম উইথ মি) – বৰুণ মোৰ লগত আহিছিল।
(c) We loved the match (love/loved) (উই লাভড্ দা মেচ) — আমি খেলখন ভাল পাইছিলোঁ।
(d) Royal Academy scored three goals. ( score/scored) (ৰয়েল একাডেমি স্ক’ৰ্ড থ্রি গ’লচ)-ৰ’য়েল একাডেমীয়ে তিনি গোল দিছিল।
(e) Royal Academy won the match. (win/won) (ৰয়েল একাডেমি ওন দা মেচ) – ৰয়েল একাডেমীয়ে খেলখন জয়লাভ কৰিছিল।
9. Barun has also written a few sentences about the match. Rewrite them using capital letters, full stops (.), commas (,) and question marks (?) correctly : (বৰুণ হেজ অলচ’ ৰিটেন এ ফিউ চেনটেনছেচ এবাউট দা মেচ। ৰিৰাইট দেম ইউজিং কেপিটেল লেটার্চ, ফুল ষ্টপচ্ (.) কমাচ (,) এণ্ড কুয়েশ্চেন মাৰ্কচ (?) কাৰেক্টলি) — যোৱাকালিৰ খেলখনৰ বিষয়ে বৰুণে কেইশাৰীমান বাক্য লিখিছে। শুদ্ধ ভাৱে সেইবোৰত ফুলষ্টপ (.) কমা (,) প্রশ্নচিন (?) আদি ব্যৱহাৰ কৰি বাক্যবোৰ পুনৰ লিখা।
(a) ajay and I wanted to see a match. (অজয় এণ্ড আই ওৱান্টেড টু চী এ মেচ) – অজয় আৰু মই এখন খেল চাবলৈ বিচাৰিছিলোঁ।
(b) the match was held at nehru bali field. (দা মেচ ওৱাজ হেল্ড “এট নেহেৰু বালি ফিল্ড) —খেলখন নেহেৰু বালি পথাৰত অনুষ্ঠিত হৈছিল।
(c) royal academy was the winner. (ৰয়েল একাডেমি ওৱাজ দা উইনাৰ) — ৰয়েল একাডেমী জয়ী হৈছিল।
(d) it scored three goals. (ইট স্ক’ৰৰ্ড থ্রি গ’লচ) — এইটো দলে তিনি গোল কৰিছিল।
Ans. (a) Ajay and I wanted to see a match. (অজয় এণ্ড আই ওৱান্টেড টু চী এ মেচ) — অজয় আৰু মই এখন খেল চাবলৈ বিচাৰিছিলোঁ।
(b) The match was held at Nehru Bali Field. (দা মেচ ওৱাজ হেল্ড এট নেহেৰু বালি ফিল্ড) —খেলখন নেহেৰু বালি পথাৰত অনুষ্ঠিত হৈছিল।
(c) Royal Academy was the winner. (ৰয়েল একাডেমি ওৱাজ দা উইনাৰ) — ৰয়েল একাডেমি জয়ী হৈছিল।
(d) It scored three goals. (ইট স্ক’ৰ্ড থ্রি গ’লচ) — এইটো দলে তিনি গোল কৰিছিল।
10. Anima is Barun’s sister. She told Barun what she did when Barun was not at home. Write the sentences that Anima told Barun. One is done for you (অনিমা ইজ বৰুণচ্ চিষ্টাৰ। চি ট’ল্ড বৰুণ হ’ৱাট চি দিড হ’ৱেন বৰুণ ওৱাজ নট এট হোম। ৰাইট দা চেনটেনচেছ দেট অনিমা ট’ল্ড বৰুণ। ওৱান ইজ ডান ফৰ ইউ) — অনিমা বৰুণৰ ভণী। বৰুণ যেতিয়া ঘৰত নাছিল তাই কি কৰি আছিল সেইকথাটো তাই বৰুণক কৈছিল। অনিমাই কোৱা বাক্যবোৰ লিখা। এটা তোমাৰ বাবে কৰি দিয়া হ’ল।
Ans. I drew pictures on the computer screen. (আই ড্রিউ পিকচার্চ অন দা কমপিউটাৰ স্ক্রিন) —মই কমপিউটাৰৰ পদতি ছবি অংকন কৰোঁ।
I read the newspaper. (আই ৰীড দা নিউজপেপাৰ) — মই বাতৰি কাকত পঢ়িছিলোঁ।
I talked in the mobile phone. (আই টকড ইন দি মোবাইল ফ’ন) — মই মোবাইল ফ’নত কথা পাতিছিলোঁ।
I saw the television sitting in our drawing room. (আই শ্ব’ দা টেলিভিশ্বন চিটিং ইন আৱাৰ ড্রইং ৰুম) — মই বহাকোঠাত বহি টেলিভিশ্বন চাইছিলোঁ।
11. Read the description of the picture that Anima has drawn. Read the passage and re-write the underlined words: (ৰীড দা ড্ৰেচক্রিপশ্বন অৱ দা পিকচাৰ দেট অনিমা হেজ ড্রন। ৰীড দা পেচেজ এণ্ড ৰিৰাইট দা আণ্ডাৰলাইনড ওৱাৰ্ডচ)—অনিমাই অঁকা ছবিখনৰ বিষয়ে বর্ণনাটো পঢ়া। দফাটো পঢ়া আৰু তলত আঁচটনা শব্দবোৰ পুনৰ লিখা ।
Ans. Barun looked at the picture that Anima drew. (বৰুণ লুকড এট দা পিকচাৰ দেট অনিমা ড্রিউ।) – অনিমাই অঁকা ছবিখন বৰুণে চাইছিল।
It was a beautiful picture. (ইট ওৱাজ এ বিউতিফুল পিকচাৰ।) — এইখন এখন বৰ ধুনীয়া ছবি আছিল।
She drew a big house, a tall tree. (চি ড্রিউ এ বিগ হাউচ, এ টল ট্ৰি) — তাই এটা ডাঙৰ ঘৰ, এডাল ওখ গছ অংকন কৰিছিল।
She also drew a red rose, a yellow marigold and a white lily. (চি অলচ’, ড্রিউ এ ৰেড ৰ’জ, এ ইয়েল্ল’ মেৰিগ’ল্ড এণ্ড এ হ’ৱাইট লিলি) — তাই এটা ৰঙা গোলাপ, এটা হালধীয়া নাৰ্জী ফুল আৰু এটা বগা ভেটফুলো অংকন কৰিছিল।
There was a small girl in a purple frock. (দেয়াৰ ওৱাজ এ স্মল গার্ল ইন এ পাৰপেল ফ্রক।) — তাত এটা বেঙুনীয়া ৰঙৰ ফ্ৰক পিন্ধা সৰু ছোৱালীও আছিল।
12. Make one sentence each with the words “big” and “small”: (মেক ওৱান চেনটেন্চ ইচ উইথ দা ওৱাৰ্ডড ‘বিগ’ এণ্ড স্মল’) — ডাঙৰ আৰু সৰু শব্দেৰে একোটাকৈ বাক্য ৰচনা কৰা
Ans. Big (বিগ) : We have a big house. (উই হেভ এ বিগ হাউচ) — আমাৰ এটা ডাঙৰ ঘৰ আছে।
Small (স্মল) : The garden is small (দা গার্ডেন ইজ স্মল) — বাগিচাটো সৰু।
13. Handwriting : (হেণ্ড ৰাইটিং) — হাতৰ লিখা।
A smile can bring joy to others. (এ স্মাইল কেন ব্রিং জয় টু আদার্চ) — এটা হাঁহিয়ে আনক আনন্দ দিব পাৰে।
Ans. Do it yourself. (নিজে কৰা)।
14. Sing and enjoy this poem : (চিং এণ্ড এনজয় দিচ প’য়েম) — কবিতাটো পঢ়া আৰু উপভোগ কৰা।
Poem of Opposites (প’ৱেম অৱ অপ’জিট্চ্) — বিপৰীতমুখী কবিতা
Para – 1 (দফা – ১)
Happy and Sad, (হেপি এণ্ড চেড) — সুখী আৰু দুখী।
Good and Bad, (গুড এণ্ড বেড) — ভাল আৰু বেয়া।
Give and take, (গিভ এণ্ড টেক) — লোৱা আৰু দিয়া।
Sleep and Wake ( স্লিপ এণ্ড ওয়েক) — টোপনী যোৱা আৰু সাৰপোৱা।
Para – 2 (দফা – ২)
Hot and Cold, (হট এণ্ড ক’ল্ড) — গৰম আৰু ঠাণ্ডা।
Young and Old. (ইয়ং এণ্ড ওল্ড) — ডেকা আৰু বুঢ়া।
Smile and Frown, (স্মাইল এণ্ড ফ্রাউন) — হাঁহি আৰু ভ্ৰূকুটি কৰা।
Up and Down (আপ এণ্ড ডাউন) — ওপৰত আৰু তলত।
Para – 3 (দফা – ৩)
First and Last, (ফাৰ্ষ্ট এণ্ড লাষ্ট) — প্রথম আৰু শেষ।
Slow and Fast, ( স্লো এণ্ড ফাষ্ট) — ধীৰে আৰু দ্রুত।
To and Fro, (টু এণ্ড ‘ফ্ৰ ) — লৈ আৰু পৰা।
Come and Go. (কাম এণ্ড গ’) — আহা আৰু যোৱা।
Para- 4 (দফা – 8)
Black and White, (ব্লেক এণ্ড হ’ৱাইট) — কলা আৰু বগা।
Day and Night ( দে এণ্ড নাইট) — দিন আৰু ৰাতি।
Heavy and Light (হেভী এণ্ড লাইট) — গধুৰ আৰু পাতল।
Left and Righi (লেফট্ এণ্ড ৰাইট) — বাঁও আৰু সোঁ।
Para – 5 (দফা – ৫)
Long and Short (লং এণ্ড চৰ্ট) — দীঘল আৰু চুটী।
Sold and Bought, (চ’ল্ড এণ্ড বট) — বেচা আৰু কিনা।
Big and Small (বিগ এণ্ড স্মল) — ডাঙৰ আৰু সৰু।
Short and Tall. (চৰ্ট এণ্ড টল) — চাপৰ আৰু ওখ।
Word Notes (শব্দার্থ) :
happy (হেপি) — সুখী। sad (চেদ) — দুখী। good (গুড) — ভাল। bad (বেড) — বেয়া। give (গিভ) —দিয়া। take (টেক্) — লোৱা। sleep (স্লীপ) — টোপনি যোৱা। wake (ওৱেক) সাৰপোৱা। hot (হট) —গৰম। cold (কল্ড) — ঠাণ্ডা। young (ইয়ং) — ডেকা। old (অল্ড) — বুঢ়া। smile (স্মাইল) — মিচিকীয়া হাঁহি। frown (ফ্রাউন) — ভ্ৰূকুটি কৰা। up (আপ) — ওপৰত। down (ডাউন) তলত। first (ফাৰ্ষ্ট) —প্রথম। last (লাষ্ট) – শেষ। black (ব্লেক) — কলা। white ( হ’ৱাইট) – বগা। day (ডে) — দিন। night (নাইট) — ৰাতি। heavy (হেভি) — গধুৰ) light (লাইট) — পাতল। left (লেফট) — বাঁও ৷ right (ৰাইট) —সোঁ । long (লং) — দীঘল। short (চৰ্ট) — চুটী। sold (চ’ল্ড) — বিক্ৰী কৰা। bought (বট) — ক্ৰয় কৰা। big (বিগ) — ডাঙৰ। small (স্মল) — সৰু
15. (a) Write the opposite of each of the following words from the poem : (ৰাইট দা অপ’জিট আৱ ইচ অৱ দা ফাল্ল’য়িং ওৱার্ডচ ফ্ৰম দা, প’য়েম)– কবিতাটোৰ পৰা প্ৰদত্ত শব্দবোৰৰ বিপৰীতার্থক শব্দবোৰ লিখা ।
Ans. hot (হট) — গৰম । cold (ক্লড) — ঠাণ্ডা।
old (অল্ড) — বুঢ়া। young (ইয়ং) — ডেকা।
happy (হেপি) — সুখী। sad (চেড) — দুখী।
up (আপ) — ওপৰত। down ( ডাওন) — তলত
sold (চ’ল্ড) — বিক্ৰী কৰা। bought (বট) — কিনা।
left (লেফট) — বাওঁ। right (ৰাইট) — সোঁ।
15. (b) Now, write at least four sentences with some of these words in your notebook. (নাউ, ৰাইট এট লিষ্ট ফ’ৰ চেনটেনছে উইথ চাম অৱ দিজ ওৱাৰ্ডচ ইন ইয়’ৰ ন’টবুক) – এতিয়া এইবোৰৰ কমেও চাৰিটা শব্দেৰে একোটাকৈ বাক্য ৰচনা কৰা আৰু তোমাৰ টোকাবহীত লিখা।
Ans. hot (হট) — গৰম : Today is very hot. (টুডে ইজ ভেৰি হট) — আজি বৰ গৰম।
Old (অ’ল্ড) — পুৰণি : Our house is very old. (আৱাৰ হাউজ ইজ ভেৰি অ’ল্ড) — আমাৰ ঘৰটো বহুত পুৰণি।
Happy (হেপি) — সুখী : I live in a happy family. (আই লিভ ইন এ হেপি ফেমিলি) — মই এটি সুখী পৰিয়ালত বাস কৰোঁ।
Up (আপ) — ওপৰত : Birds fly up in the sky. (বার্ডচ ফ্লাই আপ ইন দি স্কাই) — চৰাইবোৰ ওপৰৰ আকাশত উৰে।
Down ( ডাওন) তলত : I go up, we go down. (আই গ’ আপ, উই গ’ ডাওন) — মই ওপৰত যাওঁ, আমি তলত যাও।
16. Read and draw: (ৰীড এণ্ড ড্র) — পঢ়া আৰু অংকন কৰা।
a big house (এ বিগ হাউজ) — এটা ডাঙৰ ঘৰ।
a small house (এ স্মল হাউচ) — এটা সৰু ঘৰ।
a night sky (এ নাইট স্কাই) — এখন ৰাতিৰ আকাশ।
a day sky (এ দে স্কাই) — এখন দিনৰ আকাশ।
Ans. Draw yourself (ড্র ইৱ’ৰচেলফ) — ছবি নিজে অংকন কৰা।