Class 3 English Chapter 5 Little Raindrops, answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 3 English Chapter 5 Little Raindrops and select need one.
Class 3 English Chapter 5 Little Raindrops
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 3 English Chapter 5 Little Raindrops Solutions for All Subjects, You can practice these here…
(লিট্ল ৰেইনড্রপচ) বৰষুণৰ সৰু টোপালবোৰ
Chapter – 5
ইংৰাজী (ENGLISH)
Look and say what you can see in the picture: (লুক এণ্ড দে হ’ৱাট ইউ কেন চি ইন দা পিকচাৰ) — ছবিটো চোৱা আৰু ছবিখনত তুমি কি দেখিছা কোৱা।

Ans. It is raining heavily. The sky is covered with dark clouds. Children are playing in the rain. A girl is going with an umbrella on her head. A boy and a girl are making paper boats. Two ducks are swimming in the pond.
(ইট ইজ ৰেইনিং হেভিলি। দা স্কাই ইজ কভার্ড উইথ ডার্ক ক্লাইডচ। চিলড্রেন আৰ প্লেইং ইন দা ৰেইন। এ গার্ল ইজ গ’য়িং উইথ এন আমব্রেলা অন হাৰ হেড। এ বয় এণ্ড এ গার্ল আৰ মেকিং পেপাৰ ব’ৰ্টছ। টু ডাকচ আৰ চুইমিং ইন দা পণ্ড) — ধাৰাশাৰ বৰষুণ হৈ আছে। আকাশখন কলা ডাৱৰে ঢাকি গৈছে। সৰু ল’ৰা-ছোৱালীবোৰে বৰষুণত খেলি আছে। এটা ছোৱালীয়ে ছাতি লৈ গৈ আছে। এটা ল’ৰা আৰু এজনী ছোৱালীৰে কাকতৰ নাও বনাইছে। দুটা হাঁহ পুখুৰীত সাঁতুৰিছে।
Tell your friend what you do on a rainy day. You may take help from the box below. (টেল ইয়’ৰ ফ্রেণ্ড হ’ৱাট ইউ ডু অন এ ৰেইনি ডে। ইউ মে টেক হেল্প ফ্ৰম দা বকচ্ বিল’।) — তোমাৰ বন্ধুক কোৱা বৰষুণৰ দিনত তুমি কি কৰা। তলৰ বাকচৰ পৰা সহায় ল’ব পাৰা।
Ans. I use an umbrella to go anywhere on a rainy day. (আই ইউজ এন আমব্রেলা টু গ’ এনি হ’ৱেৰ অন এ ৰেইনি ডে) — বৰষুণৰ দিনত কোনো ঠাইত যোৱাৰ সময়ত আমি ছাতি ব্যৱহাৰ কৰো।
I like to jump in the rain water. ( আই লাইক টু জাম্প ইন দা ৰেইন ওৱাটাৰ) — মই বৰষুণৰ পানীত জপিওৱাবলৈ পচন্দ কৰো।
I like to make paper boats and sail them in rain water. (আই লাইক টু মেক পেপাৰ ব’টচ এণ্ড চেইল দেম ইন ৰেইন ওৱাটাৰ।) — মই কাকতৰ নাও বনাই বৰষুণৰ পানীত উটুৱাবলৈ ভাল পাও ।
Now, ask your friend what he/she does on a rainy day. (নাও, আস্ক ইয়’ৰ ফ্রেণ্ড হ’ৱাট হি/চী ডাজ অন এ ৰেইনি ডে) — এতিয়া তোমাৰ বন্ধুক সোধা বৰষুণৰ দিনত সি/তাই কি কৰে।
Let’s recite the rhyme (লেট আচ ৰিচাইট দা ৰাইম) — কবিতাটো আবৃত্তি কৰোঁ আহা।
Ans. Do Yourself. (নিজে কৰা।)
‘Little Raindrops’(লিট্ল ৰেইনড্রপচ) — বৰষুণৰ সৰু টোপালবোৰ |
Para – 1 (দফা – ১)
উচ্চাৰণ আৰু অসমীয়া ভাঙনিঃ
Oh, where do you come from, (ওহ, হ’ৱেৰ ডু ইউ কাম ফ্রম) — অহ্, তুমি কৰ পৰা আহিছা।
You little drops of rain. (ইউ লিট্ল ড্রপচ্ অৱ ৰেইন) — তুমি বৰষুণৰ সৰু টোপালবোৰ।
Pitter-patter, pitter-patter (পিটাৰ- পেটাৰ, পিটাৰ-পেটাৰ) — পিটাৰ- পেটাৰ, পিটাৰ-পেটাৰ শব্দেৰে।
Down the window pane?(ডাউন দা উইনড’ পেন?) — খিৰিকীৰ কাচেৰ তললৈ নামি আছো।
Para – 2 (দফা – ২)
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
They won’t let me walk,(দে ওন্ট লেট মি ওৱাক) — সেইবোৰে মোক খোজ কাঢ়িবও নিদিয়ে।
And they won’t let me play, (এণ্ড দে ওন্ট লেট মি প্লে) — আৰু সেইবোৰে মোক খেলিবও নিদিয়ে।
And they won’t let me go (এণ্ড দে ওন্ট লেট মি’গ’) — আৰু সেইবোৰে মোক (আনঠাইত) যাবলৈও নিদিয়ে।
Out of doors at all today. (আউট অৱ ড’ৰ্চ এট অল টুডে) — গোটে দিনটো দুৱাৰত বাহিৰত (যাবলৈ নিদিয়ে)।
Word Notes (শব্দার্থ) :
Little (লিটল) — সৰু। raindrops (ৰেইন ড্রপ্চ) — বৰষুণৰ টোপালবোৰ। where (হ’ৱেৰ) — ক’ত। come (কাম) — অহা। from (ফ্ৰ’ম) — পৰা। drops (ড্রপচ) — টোপালবোৰ। rain (ৰেইন) — বৰষুণ। pitter-patter (পিটাৰ-পেটাৰ) — পিটাৰ পেটাৰ শব্দ। down (ডাওন) — তলত। window (উইন্ড’) —খিৰিকী। pane (পেন) — খিৰিকীৰ চাৰিচুকিয়া কাচ। they (দে) — সিহঁতে,তেওঁলোকে। walk (ওৱাক্)-খোজকাঢ়া। play (প্লে) — খেলা। go (গ’) — যোৱা। door (ড’ৰ) — দুৱাৰ। all (অ’ল) — সকল।today (টুডে) — আজি ।
ACTIVITIES (একটিভিটিজ) — কার্যকলাপ |
1. Let’s practise rhyming words. Listen to the first two words in each row and find another one from the box. (লেট আচ্ প্রেকটিচ ৰাইমিং ওৱার্ডচ। লিচেন টু দা ফার্ট টু ওৱাৰ্ডচ ইন ইচ ৰ’ এণ্ড ফাইণ্ড এনাদাৰ ওৱান ফ্রম দা বকচঃ)-ছন্দমিল থকা শব্দবোৰ কোৱাটো অনুশীলন কৰো আহা। প্ৰতিটো শাৰীৰ প্ৰথম দুটা শব্দে শুনা আৰু তৃতীয় শব্দটো বাকচৰ পৰা বাচনি কৰি লিখা।
Ans.
no (ন’) – নহয়, নাই।net (নেট) – জালtown (টাওন) –নগৰ। tall (টল)– ওখshout (চাউত) – চিঞৰা।rain (ৰেইন) – বৰষুণday (দে) – দিন।he (হি) – তেওঁ। | so (চ’) – গতিকেmet (মেট) –লগ লগা।brown (ব্রাউন) –মুগাcall (কল) – মাতা।(stout (ষ্টাউত) – হৃষ্টপুষ্ট ।pain (পেইন) – বিষtoday (টুদে) –আজি।she (চি) – তাই। | go (গ’) – যোৱাlet (লেট) – অনুমতিdown (ডাউন) –তললৈall (অল) – সকলো।out (আউত) – বাহিৰ।train (ট্রেইন) – ৰেলগাড়ী।may (মে) – হোৱা।me (মী) – মই। |
2. Let’s read and see what these children are doing on a rainy day : (লেট আচ ৰীড এণ্ড চি হ’ৱাট দিজ চিলড্রেন আৰু ডুইং অন এ ৰেইনী দে)–লৰা-ছোৱালীবোৰে বৰষুণৰ দিনত কি কৰে পঢ়ো আৰু চাওঁ আহা।
Ans. It is raining heavily. (ইট ইজ ৰেইনিং হেভিলি) — ধাৰাষাৰ বৰষুণ হৈ আছে। Raju, Preeti and Mina are at Mrinal’s house. (ৰাজু, প্রীতি এণ্ড মিনা আৰ এট মৃণাল্স হাউচ) — ৰাজু, প্রীতি আৰু মীনাই মৃণালৰ ঘৰত আছে। They are inside the house. (দে আৰ ইন-চাইড দা হাউচ) – সিহঁতে ঘৰৰ ভিতৰত আছে। They are making paper boats. (দে আৰ মেকিং পেপাৰ ব’টচ) — সিহঁত কাকতৰ নাও বনাই আছে। They are waiting for the rain to stop. (দে আৰ ওৱেটিং ফৰ দা ৰেইন টু ষ্টপ) –সিহঁতে বৰষুণ কমালৈ ৰৈ আছে। They will then sail paper boats in the rain water. (দে উইল দেন চেইল পেপাৰ ব’টচ ইন দা ৰেইন ওয়াটাৰ) — তেতিয়া সিঁহতে বৰষুণৰ পানীত কাকতৰ নাও উটুৱাব। .
Word Notes ( শব্দার্থ) :
raining (ৰেইনিং) — বৰষুণ দি থকা। heavily (হেভিলী) — ধাৰাষাৰে। house ( হাউচ) — ঘৰ। inside ( ইন-চাইদ) — ভিতৰফললে। making (মেকিং) — বনাইছে। paper boat (পেপাৰ ব’ট) — কাগজৰ নাও । waiting (ওয়েটিং) — অপেক্ষা কৰি আছে। rain to stop (ৰেইন টু ষ্টপ) — বৰষুণ ৰৈ যোৱাৰ কাৰণে। sail (চেইল) — ভাহি থকা। rain water ( ৰেইন ওৱাটাৰ) — বৰষুণৰ পানী।
3. Let’s see how much we have understood: (লেট আচ চি হাও মাচ উই হেভ আণ্ডাৰষ্টুড) — আমি কিমান বুজি পালোঁ চাও আহা।
(a) What are the children waiting for? (হ’ৱাট আৰ দা চিলড্রেন ওৱেটিং ফৰ?) — লৰা-ছোৱালীবোৰে কিহৰ বাবে ৰৈ আছে?
Ans. The children are waiting for the rain to stop. (দা চিলড্রেন আৰ ওৱেটিং ফৰ দা ৰেইন টু ষ্টপ)— লৰা-ছোৱালীবোৰে বৰষুণ কমালৈ ৰৈ আছে ।
(b) Where will they sail the paper boats? (হ’ৱেৰ উইল দে চেইল দা পেপাৰ ব’টচ?) — সিহঁতে কাগজৰ নাও ক’ত উটুৱাব।
Ans. They will sail paper boats in the rain warer. (দে উইল চেইল পেপাৰ ব’টচ ইন দা ৰেইন ওৱাটাৰ) — সিহঁতে কাগজৰ নাও বৰষুণৰ পানীত উটুৱাব।
4. Work in pairs. Arrange the word cards according to the present (now) and past time (then). Write the words in column A and in column B: (ওৱার্ক ইন পেয়াৰ্চ। এৰেঞ্জ দা ওয়ার্ড কার্ডচ একর্ডিং টু দা প্রেজেন্ট (নাউ) এণ্ড পাচটাইম (দেন)। ৰাইট দা ওৱাৰ্ডচ ইন কলাম এ এণ্ড ইন কলাম বি।) ― যোৰাহৈ কাম কৰা। শব্দ কার্ডবোৰ বৰ্তমান (এতিয়া) আৰু অতীত (তেতিয়া) হিচাপে ক্রম অনুযায়ী সজোৱা। A স্তম্ভ আৰু B স্তম্ভ হিচাপে সজোৱা।
Ans.
A (এ) | B (বি) |
Words that speak about present time (now)(ওয়ার্ড দেট স্পিক এবাউট প্রেজেন্ট টাইম (নাও) – বর্তমানকাল বুজাবলৈ ব্যবহৃত শব্দ —(এতিয়া)। | Words that speak about past time (then)(ওৱাৰ্ডচ দেট স্পিক এবাউট পাষ্ট টাইম (দেন) —অতীতকাল বুজাবলৈ ব্যবহৃত শব্দ — (তেতিয়া)। |
go (গ’) — যোৱা। do (ডু) — কৰা। meet (মটি)— লগ কৰা।are (আৰ) — হয়, আছে (বহুবচন)। make (মেক) — সজা | went ( ওৱেণ্ট) — গৈছিল। did (ডিড) —কৰিছিল।met (মেট) — লগ কৰিছিল। were (ওৱেৰ) — আছিল, হৈছিল (বহুবচন)। made (মেড) — সাজিছিল। |
5. When Raju came home late, his mother asked him a few questions. Read what Raju said. Now, complete the questions that Raju’s mother asked. You can choose words from the box. One is done for you: (হ’ৱেন ৰাজু কেম হ’ম লেট, হিজ মাদাৰ আস্কড হিম এ ফিউ কোয়েশ্চেনচ। ৰীড হোৱাট ৰাজু চেইড। নাও, কমপ্লিট দা কোয়েশ্চেনচ দেট ৰাজু’চ মাদাৰ আস্কড। ইউ কেন চ্যুজ ওৱার্ডচ ফ্রম দা বকচ্। ওৱান ইজ ডান ফৰ ইউ।) — যেতিয়া ৰাজু ঘৰলৈ আহিছিল মাকে তাক কেইটামান প্রশ্ন সুধিছিল। ৰাজুৱে কি কৈছিল পড়া। এতিয়া ৰাজুৰ মাকে কি প্রশ্ন সুধিছিল সেইবোৰ পূৰ্ণ কৰা। তুমি বাকচৰ পৰা শব্দবোৰ বাচনি কৰিব পাৰা। তোমাৰ বাবে এটা কৰি দিয়া হ’ল।
go (গ’) – যোৱা । went (ওৱেন্ট) – গৈছিল।meet (মিট) – লগ কৰা। met (মেট) – লগ কৰিছিল।do (ডু) – কৰা। did (ডিড) – কৰিছিল। |
Ans. Mother (মাদাৰ) — মা : Where did you go? (হ’ৱেৰ ডিড ইউ গ’?) : তুমি কলৈ গৈছিলা?
Raju (ৰাজু) — ৰাজু : I went to Mrunal’s house. (আই ওৱেন্ট টু মৃণাল’চ হাউচ) — মই মৃণালৰ ঘৰলৈ গৈছিলোঁ।
Mother (মাদাৰ) — Whom did you meet there? (হুম ডিড ইউ মিট দেৱাৰ ?) — তুমি তাত কাক লগ কৰিছিলা?
Raju (ৰাজু) — ৰাজু : I met Preeti, Mina and Mrinal. (আই মেট প্রীতি, মিনা এণ্ড মৃণাল) — মই প্রীতি, মিনা আৰু মৃণালক লগ কৰিছিলোঁ।
Mother (মাদাৰ) — মা : What did you do there? (হ’ৱাট ডিড ইউ ডু দেৱাৰ?)—তুমি তাত কি কৰিছিলা?
Raju (ৰাজু) — ৰাজু : We made paper boats. (উই মেদ পেপাৰ ব’টচ) — আমি কাগজৰ নাও সাজিছিলোঁ।
6. (a) Let’s read and find what Preeti likes to do in the rainy season : (লেট আচ ৰীড এণ্ড ফাইণ্ড হ’ৱাট প্রীতি লাইকচ টু ডু ইন দা ৰেইনি চিজন) — প্রীতিয়ে বৰষুণৰ দিনত কি কৰি ভাল পায় পঢ়ো আৰু বিচাৰি চাওঁ আহা?
Ans. Preeti likes to sail paper boats. (প্রীতি লাইকচ টু চেইল পেপাৰ ব’টচ) — প্রীতিয়ে কাগজৰ নাও উটুৱাবলৈ ভাল পায়।
Preeti likes to walk in the rain with an umbrella. (প্রীতি লাইক টু ওৱাক ইন ৰেইন উইথ এন আমব্রেলা।) — প্রীতিয়ে বৰষুণত ছাতি লৈ খোজ কাঢ়ি ভাল পায়।
Precti likes to jump on puddles on the street. (প্রীতি লাইকচ টু জাম্প অন পাডলচ অন দা ষ্ট্ৰীট।)— প্রীতিয়ে ৰাষ্টাত জমা হোৱা পানীত জপিয়াই ভাল পায়।
Preeti likes to wear a raincoat on a rainy day. (প্রীতি লাইকচ টু ওৱেব এ ৰেইনকোট অন এ ৰেইনি ডে) — প্রীতিয়ে বৰষুণত ৰেইনকোত পিন্ধি ভাল পায়।
Now read the sentences aloud ( নাও, ৰীড দা চেনটেনচেছ এলাউড) — এতিয়া বাক্যবোৰ ডাঙৰকৈ পঢ়া।
Ans. Read yourself (ওপৰৰ উত্তৰটো নিজে পঢ়া।)
6. (b) Preeti does something else in the Spring season. Look at the picture and write what she does in Spring. You can take help from the sentences in the frame. One is done for you : (প্রীতি ডাজ চামথিং এলচ্ ইন দা স্প্রিং চিজন। লুক এট দা পিকচাৰ এণ্ড ৰাইট হ’ৱাট চি ডাজ ইন স্প্রিং। ইউ কেন টেক হেল্প ফ্রম দা চেনটেনছে ইন দা ফ্রেম। ওৱান ইজ ডান ফৰ ইউ) — প্রীতিয়ে বসন্তকালত বেলেগ কিবা কৰি আছে। ছবিবোৰলৈ চোৱা আৰু লিখা বসন্তকালত তাই কি কৰিছে। ফ্ৰেমটোৰ (বাকচৰ) ভিতৰত থকা বাক্যবোৰৰ তুমি সহায় লব পাৰা। এটা তোমাৰ বাবে কৰি দিয়া হ’ল।
Ans. She dances Bihu with her friends. (চি ডানচেজ্ বিহু উইথ হাৰ ফ্রেন্ডচ) — তাই তাইৰ বান্ধবীৰ লগত বিহু নাচি আছে।
She listens to the cuckoo. (চি লিচেনচ টু দা কাক্ক’) — তাই কুলিৰ মাত শুনি আছে।
She wears ‘kopou flowers on her bun.. (চি ওৱেৰ্চ ‘কপৌ’ ফ্লাওৱাৰ্চ অন হাৰ বান।) — তাই খোপাত কপৌ ফুল পিন্ধি আছে।
She likes to look at new green leaves. (চি লাইকচ টু লুক এট নিউ গ্রিন লিভচ্) – তাই নতুন সেউজীয়া পাতবোৰ চাই ভাল পায়।
Ans. 1. She dances Bihu with her friends (চি ডানচেজ বিহু উইথ হাৰ ফ্ৰেগুড) — তাই তাইব বান্ধবীৰ লগত বিহু নাচি আছে।
2. She listens to the cuckoo. (চি লিচেনচ টু দা কাক্ক’) — তাই কুলিন মাত শুনি আছে।
3. She wears ‘kopou flowers on her bun.. (চি ওৱেৰ্চ ‘কপৌ’ ফ্লাওৱাৰ্চ অন হাৰ বান।) — তাই খোপাত কপৌ ফুল পিন্ধি আছে।
4. She likes to look at new green leaves. (চি লাইকচ টু লুক এট নিউ গ্রিন লিভচ্) – তাই নতুন সেউজীয়া পাতবোৰ চাই ভাল পায়।
7. Here are some things we do in winter and summer. Choose the right words from the box and fill in the blanks: (হিয়াৰ আৰ চাম থিচ উই ডু ইন উইণ্টাৰ এণ্ড চামাৰ। চ্যুজ দা ৰাইট ওৱার্ডচ, ফ্রম দা বকচ এণ্ড ফিল ইন দা ব্লেঙ্কচ) — ইয়াত কিছুমান বস্তু আছে যিবোৰ আমি জাৰকালি আৰু জহকালিত কৰো। বাকচৰ পৰা শুদ্ধ উত্তৰটো বাচি উলিয়াই খালী ঠাই পূৰ কৰা।
fire (ফাৱাৰ) — জুই।
picnic (পিকনিক) — বনভোজ।
sweaters (চুৱেটাৰচ) — চুৱেটাৰবোৰ।
cotton clothes (কটন ক্লথচ) — কপাহী কাপোৰ।
swim (চুইম) — সাঁতোৰ দিয়া।
hot milk (হট মিল্ক) —গৰম গাখীৰ।
ice creams (আইচক্রীম) — আইচক্রীম।
fan (ফেন) — বিচনী।
Winter (উইণ্টাৰ) — জাকালি
Summer ( চামাৰ) — জহকালি।
firepicnicSweaterscotton clothesswimhot milkice creamsfan |
Ans. Winter (উইণ্টাৰ)—জাৰকালি :
We wear sweaters. (উই ওৱেৰ চুৱেটাৰ্চ।) — আমি গৰমচোলা (চুৱেটাৰ) পিন্ধো।
We sit near a fire. (উই চিট নিৱেৰ এ ফায়াৰ) — আমি জুইৰ কাষত বহোঁ।
We drink hot milk. (উই ড্রিঙ্ক হট মিল্ক) — আমি গৰম গাখীৰ পিও।
We go for a picnic. (উই গ’ ফৰ পিকনিক) — আমি বনভোজলৈ যাওঁ ।
Summer ( চামাৰ) — জহকালি :
We sit under a fan. (উই চিট আণ্ডাৰ এ ফেন) — আমি বিচনীৰ (ফেনৰ) তলত বহোঁ।
We eat ice creams. (উই ইট আইচক্ৰীমচ) — আমি আইচক্রীম খাওঁ।
We go for a swim. (উই গ’ ফৰ এ চুইম) – আমি সাঁতুৰিবলৈ যাওঁ।
We wear cotton clothes. (উই ওৱেৰ কটন ক্লথচ) — আমি কপাহী কাপোৰ পিন্ধো।
8. Work in pairs. Tell your friend what you do in summer and in winter. (ওৱার্ক ইন পেয়াৰ্চ। টেল ইয়’ৰ ফ্ৰেণ্ড হ’ৱাট ইউ ডু ইন চামাৰ এণ্ড ইন উইণ্টাৰ) — যোৰপাতি কাম কৰা। তোমাৰ বন্ধু বান্ধৱীক কোৱা তুমি জহকালিত আৰু জাৰকালিত কি কৰা।
Ans.: Winter (উইণ্টাৰ) — জাৰকালি :
I wear sweater in winter. (আই ওৱেৰ চুৱেটাৰ্চ ইন উইন্টাৰ) — আমি জাৰকালিত চুৱেটাৰ পিন্ধো।
I visit different places in winter. (আই ভিজিট ডিফাৰেন্ট প্লেচেচ ইন উইন্টাৰ।) — আমি জাৰকালিত বিভিন্ন ঠাইত ফুৰিবলৈ যাওঁ।
I also eat oranges, cakes etc. in winter. (আই অলচ’ ইট অৰেঞ্জচ কেকচ এটচেটৰা ইন উইন্টাৰ) — জাৰকালিত আমি কমলাটো আৰু কেক খাওঁ।
Summer ( চামাৰ) — জহকালি :
I eat mangoes and many other juicy fruits in this season. (আই ইট মেংগ’জ এণ্ড মেনি আদাৰ জুচি ফ্ৰুটচ ইন দিচ চিজন) — মই এই ঋতুত আম আৰু বেলেগ বেলেগ ৰসাল ফল খাওঁ।
I wear light cottom clothes. (আই ওৱেৰ লাইট কটন ক্লথচ) — জহকালিত আমি মিহি কপাহী কাপোৰ পিন্ধো।
I bath daily two times. (আই বাথ ডেইলি টু টাইমচ্ ) — আমি নিজ দুবাৰকৈ গা ধুৱোঁ।
I drink cold water and ice-cream (আই ড্রিঙ্ক ক’ল্ড ওয়াটাৰ এণ্ড আইচক্রীম) — মই চেঁচা পানী খাওঁ আৰু আইচক্রীম খাওঁ।
I like to stay under the fan. (আই লাইক টু ষ্টে আণ্ডাৰ দা ফেন।) — মই ফেনৰ তলত বহিবলৈ ভাল পাওঁ।
9. Read what is written in the clouds. These are a few things that remind us of winter. Now, write answers to the questions with the help of these. One is done for you: ( ৰীড হ’ৱাট ইজ ৰিটেন ইন দা ক্লাউডচ। দিজ আৰ এ ফিউ থিংচ দেট ৰিমাইণ্ড আচ্ অৱ উইণ্টাৰ। নাও, ৰাইট এনচাৰ্চ টু দা কুয়েশ্চেনচ উইথ দা হেল্প অৱ দিজ। ওয়ান ইজ্ ডান ফৰ ইউ) —মেঘবোৰত কি লিখা আছে পঢ়া। এইবোৰ কিছুমান বস্তু যিবোৰে আমাক শীতকালৰ কথা মনত পেলায়। এইবোৰৰ সহায়লৈ প্রশ্নৰ উত্তৰবোৰ লিখা। এটা তোমাৰ বাবে কৰি দিয়া হ’ল।
sweaters (চুৱেটাৰ্চ) — চুৱেটাৰবোৰ। for a picnic (ফৰ এ পিকনিক) — বনভোজৰ বাবে। near the fire (নিয়েৰ দা ফায়াৰ) — জুইৰ ওচৰত। hot milk (হট মিল্ক) — গৰম গাখীৰ। |
(a) What do you wear? (হ’ৱাট ডু ইউ ওয়েৰ?) – তোমালোকে কি পিন্ধা।
Ans. We wear sweaters. (উই ওৱেৰ চুৱেটাৰ্চ) — আমি চুৱেটাৰ পিন্ধো।
(b) What do children drink? (হ’ৱাট ডু চিলড্রেন ড্রিঙ্ক) — শিশুবোৰে কি খায়?
Ans. Children drink hot milk. (চিলড্রেন ড্রিঙ্ক হট মিল্ক) – শিশুবোৰে গৰম গাখীৰ খায়।
(c) What do we do in winter? (হ’ৱাট ডু উই ডু ইন উইণ্টাৰ?) — আমি শীতকালত কি কৰো?
Ans. We go for a picnic in winter. (উই গ’ ফৰ এ পিকনিক ইন উইণ্টাৰ) — আমি শীতকালত বনভোজ খাবলৈ যাওঁ।
(d) Where do we sit? (হ’ ৱাৰ ডু উই চিট?) — আমি ক’ত বহোঁ ।
Ans. We sit near the fire. (উই চিট নিয়াৰ দা ফায়াৰ) – আমি জুইৰ কাষত বহোঁ।
10. It is a hot day. Mina is talking about what she likes to do on a hot day. Look at the pictures and write in the bubbles what Mina does : (ইট ইজ এ হট ডে। মীনা ইজ টকিং এবাউট
হ’ৱাট চি লাইকচ টু ডু অন এ হট ডে। লুক এট দা পিকচার্চ এণ্ড ৰাইট ইন দা বাবলচ হ’ৱাট মীনা ডাজ।) — এইটো এটা গৰমৰ দিন। মিনাই গৰমত কি কৰি ভাল পায় সেই বিষয়ে তাই কৈ আছে। ছবিৰোবলৈ চোৱা আৰু বন্ধনীবোৰত মিনাই কি কৰিছে লিখা।
Ans. 1. I go for a swim. (আই গ’ ফৰ এ চুইম) — মই সাঁতুৰিবলৈ যাওঁ।
2. I like to sit under a fan on a chair. (আই লাইক টু চিট আণ্ডাৰ এ ফেন অন এ চেয়াৰ) — মই বিচনীৰ তলত এটা চকিত বহিবলৈ পচন্দ কৰো।
3. I like to take cold drinks. (আই লাইক টু টেক ক’ল্ড ড্রিঙ্কচ্) — মই ঠাণ্ডা পানীয় (কল্ড ড্রিংক) খাবলৈ পছন্দ কৰো।
11. Did you know there is one more season called ‘Autumn’? Match the pictures with the seasons. One is done for you: (ডিড ইউ ন’ দেৱাৰ ইজ ওয়ান মোৰ চিজন কল্ড ‘অটম’? মেচ দা পিকচার্চ উইথ দা চিজনচ। ওয়ান ইজ ডান ফৰ ইউ।) — তোমালোকে জানানে ইয়াত আৰু এটা ঋতু আছে, নাম শৰৎ’। ছবিবোৰৰ সৈতে ঋতুবোৰ মিলোৱা। এটা তোমাৰ বাবে কৰি দিয়া হ’ল।
Ans. 1. We wear sweaters. (উই ওৱেৰ চুৱেটাৰ) — আমি চুৱেটাৰ পিন্ধো।
— winter (উইণ্টাৰ) — শীতকাল।
We visit ripe paddy field (উই ভিজিট ৰাইপ পদি ফিল্ড) — আমি পকা ধাননী পথাৰলৈ যাওঁ।
— autumn (অটম) — শৰৎকাল।
We eat ice creams. (উই ইট আইচক্রীম) আমি আইচক্রীন যাওঁ।
— summer (চামাৰ) — গ্রীষ্মকাল।
We watch Bihu dance. (উই ওয়াচ বিহু ডেনচ্) — আমি বিহু নাচ চাওঁ।
— spring (স্প্রিং) — বসন্তকাল।
12. Listen to a story: ( লিচেন টু এ ষ্টৰি) — আহা এটা গল্প শুনা ।
The Tailor Bird and the Farmer
(দা টেইলৰ বাৰ্ড এণ্ড দা ফাৰমাৰ)
পাতসিয়া চৰাই আৰু খেতিয়ক

• Lines: Once a tailor bird … from this place.”
উচ্চাৰণ আৰু অসমীয়া ভাঙনিঃ
Once a tailor bird built a nest on a small plant in a paddy field. She lived in the nest with her young ones. (ওৱাঞ্চ এ টেইনৰ বাৰ্ড বিল্ট এ নেচট্ অন এ স্মল প্লেন্ট ইন এ পেডি ফিল্ড। চি লিভড ইন দা নোট উইথ হাৰ ইয়ং ওৱাঞ্চ।) – এ সময়ত এটা পাতসিয়া চৰায়ে এখন বননী পথাৰত এজোপা বাহ এটা সাজিছিল। তাই তাইৰ সৰু পোৱালীৰ লগত তাত বাস কৰিছিল।
It was early autumn. The crops started to ripen. Soon it would be time to harvest the crops ( ইট ওৱাজ আৰ্লি অটম্। দা ক্ৰপচ ষ্টাৰটেড টু ৰাইপেন। চুন ইট উড বি টাইম টু হাৰভেষ্ট দা ক্ৰপচ।) — এইটো আছিল শৰতৰ আৰম্ভণী। ধান পকিবলৈ আৰম্ভ হৈছিল (শস্য চাপোৱাৰ সময় উপস্থিত হৈছিল।
One day, the farmer and his wife came to the paddy field. (ওৱান ডে দা ফাৰ্মাৰ এণ্ড হিজ ওৱাইফ কেম্ টু দা পেডি ফিল্ড।) — এদিনাখন খেতিয়কজনে তেওঁৰ ঘৈণীয়েকৰ লগত ধাননী পথাৰলৈ গৈছিল।
The farmer said to his wife, “Tomorrow I will go to my neighbour’s house. (দা ফাৰমাৰ চেইড টু হিজ ওৱাইফ, “টুমৰ’ আই উইল গ’টু মাই নেইবাৰ্চ হাউজ।) — খেতিয়কজনে তেওঁৰ ঘৈণীয়েকক কলে, “অহাকালি মই ওচৰ-চুবুৰীয়াৰ ঘৰলৈ যাম।
My neighbour and I will come and reap the crops together.” (মাই নেইবাৰ এণ্ড আই উইল কাম এণ্ড ৰিপ দা ক্রপচ টুগেদাৰ।” ) — মই আৰু মোৰ ওচৰ-চুবুৰীয়াহে একেলগে ধান কাটিবলৈ আহিম।”
The mother bird and the chicks heard this. (দা মাদাৰ বার্ড এণ্ড দা চিক্চ হার্ড দিচ।) — মাতৃ চৰাই আৰু তাৰ পোৱালীবোৰে এইটো শুনিলে।
The chicks were frightened. (দা চিক্চ ওৱেৰ ফ্ৰাইতেন্দ।) — পোৱালীবোৰে ভয় খাইছিল।
One of the chicks said, “Let’s go to a safe place. (ওৱান অৱ দা চিক্চ চেইড, “লেটচ গ’ টু এ চেফ প্লেচ।) — এটা পোৱালীয়ে কলে এটা সুৰক্ষিত ঠাইলৈ যাব লাগে।
We must leave this place at once.” (উই মাস্ট লিভ দিচ প্লেচ এট ওৱাঞ্চ।” ) — আমি এই ঠাইখন এতিয়াই এৰিব লাগে।”
The mother bird said, “Don’t be afraid. (দা মাদাৰ বাৰ্ড চেইড, “ড’ণ্ট বি এফ্রেইড।) — চৰাই পোৱালিৰ মাকে কলে “ভয় নকৰিবা।
There is still some time for us to go away from this place.” (দেয়াৰ ইজ স্টিল চাম টাইম ফৰ আচ টু গ’ এৱে ফ্রম দিচ প্লেচ।”) — ইয়াৰ পৰা “আতৰি আমি সুৰক্ষিত ঠাইলৈ যাবলৈ এতিয়াও কিছুসময় আছে।”
Word Notes ( শব্দার্থ) :
Once ( ওৱাঞ্চ) — এসময়ত। tailor bird (টেইলৰ বাৰ্ড) — পাতসিয়া চৰাই । built (বিল্ট) বনাইছিল। nest ( নেচট্) — চৰাইৰ বাঁহ। small (স্মল) — সৰু। plant (প্লেণ্ট) — গছ। paddy field (পেডিফিল্ড) — ধাননী পথাৰ। lived (লিভড) — বাস কৰিছিল। young (ইয়ং) —– সৰু, কেচুৱা। early (আৰলি) —প্রথম ভাগ। autumn (অটম) — শৰৎকাল। crops (ক্রপচ) — ধাননী। started (স্টাৰটেড) — আৰম্ভ কৰিছিল। ripen (ৰাইপেন) — পকিবলৈ ধৰা । soon ( চুন) — সোনকালে। time (টাইম) — সময়ত। harvest (হাৰভেস্ট) — শস্য চপোৱা। one day ( ওয়ান ডে) — এদিনা। farmer (ফাৰ্মাৰ) — খেতিয়ক wife (ওয়াইফ) — ঘৈণীয়েক। came (কেম) — আহিছিল। tomorrow (টুমৰো) — অহাকালি। my (মাই)— মোৰ। neighbour ( নেইবাৰ) — ওচৰচুবুৰীয়া। house ( হাউজ) — ঘৰ। reap (ৰিপ) — ফচল কটা। together (টুগেদাৰ) — একেলগে। heard (হার্ড) — শুনিছিল। chicks (চিকছ) — চৰাই পোৱালি। frightened (ফ্ৰাইতেন্দ) — ভয় খাইছিল। safe (চেফ) — নিৰাপদ। place (প্লেচ) — ঠাই। leave (লিভ) এৰিছিল। at once (এট ওৱাঞ্চ) — ততালিকে। afraid (এফ্ৰেইড) — ভয় খাইছিল, ভীত হৈছিল। still (স্টিল) — এতিয়াও। go away (গ’ এৱে) — আন ঠাইত গুচি গ’ল।
● Lines: A few days later ………….. she said.
উচ্চাৰণ আৰু অসমীয়া ভাঙনিঃ
A few days later, the farmer and his wife came again to the field. (এ ফিউ ডেজ লেটাৰ, দা ফাৰ্মাৰ এণ্ড হিজ ওৱাইফ কেম এগেইন টু দা ফিল্ড) – কেইদিনমান পিছত খেতিয়কজনে ঘৈণীয়েকৰ সৈতে পথাৰলৈ আকৌ আহিলে।
The farmer said to his wife, “I can’t wait for my neighbour to help me. (দা ফাৰ্মাৰ চেইড টু হিজ ওৱাইফ, “আই কেন্ নট ওৱেট ফৰ মাই নেইবাৰ টু হেল্প মি ।) — খেতিয়কজনে ঘৈণীয়েকক কৈছিল “মই আৰু ওচৰৰ চুবুৰীয়াই সহায় কৰালৈ ৰব নোৱাৰো।
I must reap the crop myself at once.” (আই মাস্ট ৰিপ দা ক্ৰপ মাইচেল্ফ এট ওৱাঞ্চ”) — মই সোনকালে নিজে ধানখিনি কাটি ল’ম (শস্য চপোৱাৰ কাম নিজেই কৰিম।”)
The mother bird and the chicks heard this. (দা মাদাৰ বাৰ্ড এণ্ড দা চিকচ হার্ড দিচ।) — মাক আৰু পোৱালিবোৰে এইটো শুনিলে।
“The farmer will not wait for his neighbour’s help. (দা ফাৰমাৰ উইল নট ওৱেট ফৰ হিজ নেইবাৰ্চ হেল্প) — “খেতিয়কজনে ওচৰচুবুৰীয়াজনৰ সহায় লবলৈ ন’ৰয়।
He is going to reap the paddy himself.” the mother bird said. (হি ইজ্ গয়িং টু ৰিপ পেডি হিমচেল্ফ”, দা মাদাৰ বাৰ্ড চেইড) – সি নিজেই ধান কাটি ল’বলৈ গৈছে”, মাতৃ চৰাইটোৱে কৈছিল।
“Now we must go to a safe place at once, she said. (নাও উই মাচট্ গ’ টু এ চেফ প্লেচ এট ওৱাঞ্চ,” চি চেইড) — “এতিয়া আমি সুৰক্ষিত ঠাইলৈ যাবই লাগিব,” তাই কৈছিল।
Word Notes ( শব্দার্থ) :
A few (এ ফিউ) — কিছুমান। later (লেটাৰ) — পিছত। again (এগেইন) — পুনৰ আকৌ । wait (ওৱেট) — ৰৈ থকা, অপেক্ষা কৰা। neighbour (নেইবাৰ) — ওচৰচুবুৰীয়া। help (হেল্প) — সহায়। reap ( ৰিপ) — ফচল কটা। crop (ক্ৰপ) — শস্য/ফচল। heard (হার্ড) — শুনিছিল । himself (হিমচেল্ফ) —নিজকেই। must (মাচট্) — অৱশ্যই। place (প্লেচ) — ঠাই।।
13. (a) Read the story, find and write words beginning with f’ and ‘s’ : (ৰীড দা ষ্ট’ৰি, ফাইও এণ্ড ৰাইট ওৱাৰ্ডচ বিগিনিং উইথ ‘এফ’ এণ্ড ‘এচ’) — গল্পটো পঢ়া, ‘f’ আৰু ‘s’ – ৰে আৰম্ভ হোৱা শব্দবোৰ লিখা।
Ans. Words beginning with ‘f’ (ওৱাৰ্ডচ বিগিনিং উইথ ‘এফ’) — ‘f’– ৰে আৰম্ভ হোৱা শব্দবোৰ —
field (ফিল্ড) – পথাৰ। farmer (ফামাৰ) – খেতিয়ক।
few (ফিউ) – অলপমান। frightened (ফ্ৰাইটেন্দ) – ভয় খাইছিল।
Words beginning with ‘s’ (ওৱাৰ্ডচ বিগিনিং উইথ ‘এস’) – ‘s’ – ৰে আৰম্ভ হোৱা শব্দবোৰ —
she (চ) — তাই (স্ত্রী)। started (স্টাৰটেড) — আৰম্ভ কৰিছিল।
safe (চেফ) — সুৰক্ষিত। still (স্টিল) — এতিয়াও।
said (চেইড) – কৈছিল। soon (চুন) —– সোনকালে।
some (চাম) – কিছুমান।
13. (b) Now, read out your words to the rest of the class. (নাও, ৰীড আউট ইয়’ৰ ওৱাৰ্ডচ টু দা ৰেষ্ট অৱ দা ক্লাচ) — এতিয়া তোমাৰ শব্দবোৰ শ্রেণিৰ আনবিলাকক কোৱা।
Ans. Do yourself (নিজে কৰা।)
14. Let’s see how much we have understood : (লেট আচ চী , হাও মাচ উই হেড আণ্ডাৰষ্টুড)—আমি কিমান বুজিলো চাওঁ আহা।
(a) Who built a nest in the paddy field? (হু বিল্ট এ নেচট্ ইন দা পেডি ফিল্ড) — ধাননী পথাৰত কোনে বাহ সাজিছিল?
Ans. A tailor bird built a nest in the paddy field. (এ টেইলৰ বাৰ্ড বিল্ট এ নেচট্ ইন দা পেডি ফিল্ড)— এটা পাতসিয়া চৰায়ে ধাননী পথাৰত বাহ সাজিছিল।
(b) Who came to the paddy field and with whom? (হু কেম টু দা পেডি ফিল্ড এণ্ড উইথ হুম?) —কোনে কাৰ সৈতে ধাননী পথাৰলৈ আহিছিল?
Ans. The farmer came to the paddy field with his wife. (দা ফাৰমাৰ কেম টু দা পেডি ফিল্ড উইথ হিজ ওৱাইফ) — খেতিয়কজনে তেওঁৰ ঘৈণীয়েকৰ সৈতে পথাৰলৈ আহিছিল।
(c) “Tomorrow I’ll go to my neighbour’s house,” who said? (“টুমৰো আই উইল গ’ টু মাই নেইবাৰ্চ হাউচ,” হু চেইড?) – “অহাকালি মই ওচৰ চুবুৰীয়াৰ ঘৰলৈ যাম” – এইটোৱে কোনে কৈছিল?
Ans. The farmer said this. (দা ফাৰমাৰ চেইড দিচ) — খেতিয়কজনে এই কথাষাৰ কৈছিল।
15. Write a few sentences about the picture : (ৰাইট এ ফিউ চেনটেনচেছ এবাউট দা পিকচাৰ।) — ছবিখনৰ বিষয়ে কেইটামান বাক্য লিখা।
Ans. This is a beautiful picture of a small village. There are three small houses in the village. There are two cows and a hen in the field. There are some trees in the village. There is a parrot and a sparrow sitting on the branch of the trees.
(দিচ ইজ এ বিউতিফুল পিকচাৰ অৱ এ স্মল ভিলেজ। দেয়াৰ আৰ থ্রি স্মল হাউজেছ ইন দা ভিলেজ। দেয়াৰ আৰ টু কাউজ এণ্ড এ হেন ইন দা ফিল্ড। দেয়াৰ আৰ চাম ট্রিজ ইন দা ভিলেজ। দেয়াৰ ইজ এ পেৰ’ট এণ্ড এ স্পেৰ’ চিটিং অন দা ব্রাঞ্চ অৱ দা ট্রিজ)—এইখন এখন সুন্দৰ গাঁওৰ ছবি। গাঁওত তিনিটা সৰু ঘৰ আছে। পথাৰত দুটা গৰু আৰু এটা মাইকী কুকুৰা আছে। গাঁওত কিছুমান গছ-গছনি আছে। গছৰ ঠাল-ঠেঙুলীত এটা ভাটৌ আৰু এটা ঘনচিৰিকা চৰাই বহি আছে।

16. Read aloud (ৰীড এলাউড) — ডাঙৰকৈ পঢ়া।
A Picnic (এ পিকনিক্) — এটা বনভোজ।
Raju, Preeti, Mina and Mrinal went to Pobitora for a picnic with their parents. (ৰাজু, প্রীতি, মীনা এণ্ড মৃণাল ওৱেন্ট টু পবিতৰা ফৰ এ পিকনিক উইথ দেৱাৰ পেৰেণ্টচ।) — ৰাজু, প্রীতি, মীনা আৰু মৃণালে তেওঁলোকৰ মাক-দেউতাকৰ লগত পবিতৰালৈ বনভোজ খাবলৈ গৈছিল।
It is a beautiful place. (ইট ইজ এ বিউতিফুল প্লেচ।) — এইটো এখন বৰ ধুনীয়া ঠাই।
They had bread and butter, eggs and oranges for breakfast. (দে হেড ব্রেড এণ্ড বাটাৰ, এগচ এণ্ড অৰেঞ্জেচ ফৰ ব্রেকফাষ্ট)– ৰাতিপুৱাৰ আহাৰ হিচাপে সিহঁতে পাউৰুতি, মাখন, কণী, কমলা টেঙা আদি লগত আনিছে।

Raju doesn’t like oranges. (ৰাজু ডাজ নট লাইক অৰেঞ্জেচ।) — ৰাজুৱে কমলাটেঙা ভাল নাপায়।
He gave his orange to Mina, (হি গেভ হিজ অৰেঞ্জে টু মীনা) — ৰাজু তাৰ কমলাটেঙাটো মিনাক দিছিল।
Mrinal’s mother brought packets of fruit juice. (মৃণালচ মাদাৰ ব্ৰট পেকেট্চ অৱ ফ্রুট জুচ।) —মৃণালৰ মাকে ফলৰ ৰসৰ পেকেট লৈ আহিছিল।
She gave them to the children. (চি গেভ দেম টু দা চিলড্রেন) — তাই লৰা-ছোৱালীবোৰক সেইবোৰ দিছিল।
Word Notes ( শব্দার্থ) :
picnic (পিকনিক) – বনভোজ। parents (পেৰেণ্টচ) – মাক-দেউতাক, পিতৃ-মাতৃ। beautiful (বিউতিফুল) – সুন্দৰ, ধুনীয়া। place ( প্লেচ) – ঠাই । bread (ব্রেড) – ৰুতি, পাউৰুতি। butter (বাটাৰ) –মাখন। egg (এগ) – কণী । oranges (অৰেঞ্জেচ) – কমলাটেঙাবোৰ। breakfast (ব্রেকফাস্ট) –ৰাতিপুৱাৰ আহাৰ। like (লাইক) – পচন্দ কৰা, ভাল পোৱা । gave (গেভ) – দিছিল। mother (মাদাৰ) –মা, মাতৃ brought (ব্ৰট) – আনিছিল। packets (পেকেটচ) – পেকেটবোৰ। fruit juice (ফ্রুট জুচ) –ফলৰ ৰস। children (চিলড্রেন) – শিশুবোৰ, ল’ৰা-ছোৱালীবোৰ।
17. Choose the words from the brackets and fill up the blanks (চুজ দা ওৱাৰ্ডচ ফ্রম দা ব্রেকেচ এণ্ড ফিল আপ দা ব্লেঙ্কচ) বন্ধনীৰ পৰা সঠিক শব্দ বাছিলৈ খালী ঠাই পূৰ কৰা।
Ans. (a) Raju, Preeti, Mina and Mrinal went to Pobitora. They liked the place a lot. ( He / She/ They / It)
(ৰাজু, প্রীতি, মীনা এণ্ড মৃণাল ওৱেন্ট টু পবিতৰা। দে লাইকড দা প্লেচ এ লট। (হি/চি/দে/ইট)
– ৰাজু, প্রীতি, মীনা আৰু মৃণালে পবিতৰালৈ গৈছিল। সিহঁতে ঠাইখন বৰ ভাল পাইছিল।
(b) Pobitora is a beautiful place. It is a picnic spot too. (They/ He/ She/It)
(পবিতৰা ইজ এ বিউটিফুল প্লেচ। ইট ইজ এ পিকনিক স্পট টু (দে/হি/চি/ইট)
–পবিতৰা এখৰ বৰ ধুনীয়া ঠাই। এইখন এখন বনভোজৰ থলিও।
(c) Mina likes oranges. She ate the orange that Raju gave her. (They / He / She/It) (মীনা লাইক্চ অৰেঞ্জচ। চি এট দা অৰেঞ্জ দেট ৰাজু গেভ হাৰ (দে/হি/চি/ইট)। — মীনাই কমলাটেঙা ভাল পায়। ৰাজুৱে দিয়া কালাটেঙাটো তাই খাইছিল।
(d) Mrinal likes fruit juice. He was happy to see the juice that his mother brought with her ( He / She / They/It)
(মৃণাল লাইকচ ফ্রুট জুচ। হি ওৱাজ হেপি টু চি দা জুচ দেট হিজ মাদাৰ ব্ৰট উইথ হাৰ। (হি/চি/দে/ইট)
– মৃণালে ফলৰ ৰস ভাল পায়। তাৰ মাকে তেওঁৰ লগত ফলৰ ৰস অনা দেখি সি আনন্দিত হৈছিল।
18. Rewrite the following passage using capital letters and full stops. (ৰিৰাইট দা ফল্ল’য়িং পেচেজ ইউজিং কেপিটাল লেটার্চ এণ্ড ফুল ষ্টপচ।) — তলৰ দফাটো বৰ ফলা আৰু পূৰ্ণচ্ছেদ ব্যৱহাৰ কৰি পুনৰ লিখা।
● raju preeti mina and mrinal are now in the picnic spot they are with their parents it is a beautiful place they saw many birds and rhinos they also saw a big buffalo
Ans. Raju, Preeti, Mina and Mrinal are now in the picnic spot. They are with their parents. It is a beautiful place. They saw many birds and rhinos. They also saw a big buffalo.
(ৰাজু, প্রীতি, মীনা এণ্ড মৃণাল আৰ নাও ইন দা পিকনিক স্পট। দে আৰ উইথ দেয়াৰ পেৰেণ্টচ। ইট ইজ এ বিউতিফুল প্লেচ। দে চ’ মেনি বার্ডচ এণ্ড ৰাইন’জ। দে অলচো শ্ব’ এ বিগ বাফেল’)
— এতিয়া ৰাজু, প্রীতি, মীনা আৰু মৃণাল বনভোজ থলীত আছে। সিহঁতে সিহঁতৰ মাক দেউতাকৰ লগত আহিছে। এইখন বৰ ধুনীয়া ঠাই। সিহঁতে বহুতো চৰাই আৰু গঁড় দেখিছিল। সিহঁতে এটা ডাঙৰ মহো দেখিছিল।
19. Think and write what you will take if you go for a picnic : (থিঙ্ক এণ্ড ৰাইট হ’ৱাট ইউ উইল টেক ইফ ইউ গ’ ফৰ এ পিকনিক) – যদি তুমি বনভোজলৈ যোৱা তুমি লগতে কি নিবা ভাবা আৰু লিখা।
Ans. If I go for a picnic, I will take with me a football to play and foods to eat. I will go with my friends and parents to the picnic.
(ইফ আই গ’ ফৰ এ পিকনিক, আই উইল টেক উইথ মি এ ফুটবল টু প্লে। এণ্ড ফুড্স টু ইট। আই উইল গ’ উইথ মাই ফ্রেণ্ডচ এণ্ড পেৰেন্টেচ টু দা পিকনিক)
— যদি মই বনভোজলৈ যাওঁ, তেতিয়া মই মোৰ লগত এটা ফুটবল লৈ যাম খেলৰ বাবে আৰু খোৱাৰ বাবে খাদ্যবস্তু লৈ যাম। মই বনভোজত মোৰ পিতৃ-মাতৃ আৰু বন্ধুবোৰৰ সৈতে যাম।
20. Here are some things that we should avoid in the rainy season. Put a tick (√) on the pictures to show what you should do and put a cross (x) on the pictures to show what you shouldn’t do :
(হিয়েৰ আৰ চাম থিংচ দেট উই চুড এভয়েড ইন দা ৰেইনি চিজন। পুঁট এ টিক (√) অন দা পিকচাৰ্চ টু শ্ব’ হ’ৱাট ইউ চুড ডু এণ্ড পুট এ ক্রচ (x) অন দা পিকচাৰ্চ টু চো হ’ৱাট ইউ চুড নট ডু।)
—ইয়াত কিছুমান বস্তু আছে যিবোৰ আমি বৰষুণৰ দিনত নকৰো। যিবোৰ কাম কৰিব লাগে সেইবোৰত শুদ্ধ চিন (√) দিয়া আৰু যিবোৰ কৰিব নালাগে সেইটো ছবিত (x) চিন দিয়া।

Now, say one more thing that we should not do in the rainy season.
(নাও, চে ওৱান মোৰ থিং দেট উই চুড নট ডু ইন দা ৰেইনি চিজন)
— এতিয়া আৰু এটা বস্তু কোৱা যিটো আমি বৰষুণৰ দিনত কৰিব নালাগে।
Ans. We should not go out without an umbrella in the rainy season.
(উই চুড নট গ’ আউট উইদাউট এন আমব্রেলা ইন দা ৰেইনি চিজন)
— আমি বৰষুণৰ দিনত ছাতি নোলোৱাকৈ বাহিৰত যাব নালাগে।
21. Let’s learn new words : (লেট আচ লার্ন নিউ ওৱার্ডচ) — নতুন শব্দ শিকো আহা।
Ans: flood (ফ্লাড) — বানপানী।
landslide (লেণ্ডস্লাইদ) — গৰা বহনীয়া।
soil erosion (চইল ইৰ’চন) — ভূমিক্ষয়।