Class 3 English Chapter 2 Two Friends and Bear

Class 3 English Chapter 2 Two Friends and Bear, answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 3 English Chapter 2 Two Friends and Bear and select need one.

Class 3 English Chapter 2 Two Friends and Bear

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 3 English Chapter 2 Two Friends and Bear Solutions for All Subjects, You can practice these here…

(টু ফেউচ্ এন্ড এ বিয়াৰ) দুই বন্ধু আৰু এটা ভালুক

Chapter – 2

ইংৰাজী (ENGLISH)

Let’s read: (লেটচ্ ৰীড) — পাঢ়োঁ আহা

Let’s read and show the actions : ( লেটচ ৰীড এণ্ড চো দা একচনছ) — পঢ়োঁ আৰু কামবোৰ কৰি দেখুৱাওঁ আহা।

Ans: chew (চিউ) – চোবাই খোৱা। sniff (স্নিফ) – ঘ্রাণ লোৱা।

peck (পেক) – টুকুৰিয়া খোৱা।  lick (লিক) – চেলেকাই থোৱা।

nibble (নিবল) – অলপ অলপকৈ খুঁটি খোৱা। sip (শ্বিপ্) – এঢোক এঢোক কৈ খোৱা ।

Let’s listen to a story of two friends : (লেটচ্ লিচেন টু এ ষ্ট’ৰি অব্ টু ফ্রেন্ডচ্) — দুই বন্ধুৰ গল্প শুনো আহা।

● Lines: Anup and Tipin……….. frightened.

Word Notes (শব্দার্থ): friends (ফ্রেন্ডচ্) – বন্ধুসকল । one morning (ওৱান মর্নিং) – এদিন ৰাতিপুৱা । had to go (হেড টু গ) – যাব লগা হ’ল। village (ভিলেজ) – গাঁও। cross (ক্ৰছ) – অতিক্রম কৰা, পাৰ হোৱা। big (বিগ) – ডাঙৰ। forest (ফৰেষ্ট) – হাবি, বননি, জংগল। their (দেয়াৰ) – তেওঁলোকৰ। way (ওৱে) – বাট, ৰাষ্টা। full (ফুল) –পূর্ণ। wild (ওয়াইলদ) – বনৰীয়া। animals (এনিমেলচ্) – জীৱ-জন্তু। afraid (এফ্রেইদ) – ভয় খোৱা । danger (ডেঞ্জাৰ) – বিপদ। help (হেল্প) – সহায় কৰা। promise (প্রমিছ) – প্ৰতিশ্ৰুতি দিয়া। very (ভেৰি) – খুবেই, বহুত। happy (হেপি) – সুখী । hear (হিয়াৰ) – শুনা । good (গুড) – ভাল । suddenly (চাডেনলি) –  হঠাতে। black (ব্লেক) – কলা। bear (বিয়াৰ) – ভালুক। came out (কেম আউট) – বাহিৰত অহা । frightened (ফ্ৰাইটেন্ড) – ভয় খোৱা।

উচ্চাৰণ আৰু অসমীয়া ভাঙনি :

Anup and Tipin were friends. (অনুপ এন্ড টিপিন ওয়েৰ ফ্রেন্ডচ) — অনুপ আৰু টিপিন দুয়োজনা বন্ধু আছিল। One morning they had to go to a village. (ওৱান মর্নিং দে হেড টু গ’টু আ ভিলেজ) —এদিন ৰাতিপুৱা সিহঁত এখন গাঁওত যাব লগা হ’ল। But they had to cross a big forest on their way. (বাট দে হেড টু এচ্ আ বিগ ফৰেষ্ট অন দেৱাৰ ওৱে) — (কিন্তু সিঁহতক যোৱাৰ বাটত এখন ডাঙৰ জংগল অতিক্রম কৰিব লাগিছিল। The forest was full of wild animals. (দা ফৰেষ্ট ওৱাজ ফুল অব্ ওয়াইল্ড এনিমেলচ।) — জংগলটো বনৰীয়া হিংস্ৰ জীৱ-জন্তুৰে পূর্ণ আছিল।

“I’m afraid of wild animals,” said Anup. (“আই এম এফ্ৰাইদ অব্ ওয়াইল্ড এনিমেলচ,” চেইড অনুপ) — “মুই বনৰীয়া জীৱ-জন্তুক ভয় কৰোঁ।”— অনুপে ক’লে।

“Don’t be afraid. If you are in danger, I’ll help you, I promise! said Tipin. (“ডন্ট বি এফ্রইদ। ইফ ইউ আৰ ইন ডেঞ্জাৰ, আই উইল হেল্প ইউ, আই প্ৰমিছ” চেইড টিপিন।) —”আতঙ্কিত নহ’বা। যদি তুমি বিপদত পৰা, তেন্তে মই তোমাক সহায় কৰিম। মই কথা দিলো”, টিপিনে কলে।

Anup was very happy to hear what Tipin said. (অনুপ ওৱাজ ভেৰি হেপি টু হিয়াৰ হোৱাট টিপিন চেইড।) — টিপিনৰ কথা শুনি অনুপ খুবেই খুছী হ’ল।

“What a good friend you are !” he said. (“হোৱাট আ গুড্ ফ্রেন্ড ইউ আৰ !” হি চেইড।)—“তুমি কিমান ভাল বন্ধু এজন !” সি ক’লে ৷

Suddenly, a big black bear came out of the forest. (চাডেনলি আ বিগ ব্লেক বিয়াৰ কেম আউট অৱ দা ফৰেষ্ট।) — হঠাতে এটা ডাঙৰ ক’লা ভালুক জংগলৰ পৰা ওলাই আহিল। Anup and Tipin were frightened, (অনুপ এন্ড টিনি ওয়েৰ ফ্ৰাইটেন্ড।) — অনুপ আৰু টিপিন ভয়ত আতঙ্কিত হৈ পৰিল ।

● Lines: Tipin forgot all ……….  sniffed at him. 

Word Notes (শব্দার্থ): forgot (ফৰগট) – পাহৰি যোৱা । about (এবাউট) – সম্বন্ধে, বিষয়। ran (ৰেন) – দৌৰ দিয়া। climbed(ক্লইম্বদ) –বাগৰি উঠিল। up (আপ) – ওপৰত। tall (টল) – tree (ট্রী) –   গছ । know (ন’) – জনা । remembered (ৰিমেম্বাৰ্দ) – মনত পেলালে । parents (পেৰেন্টছ) – মাক-দেউতা। never (নেভাৰ) – কেতিয়াও নহয় । touches (টাচেছ) – স্পর্শ কৰা। dead (দেড) – মৃত । man (মেন) – মানহ। lay down (লে ডাউন) – শুই থকা । ground (গ্রাউন্ড) – মাটি। shiffed (স্নিফড) – ঘ্ৰাণ লোৱা।

উচ্চাৰণ আৰু অসমীয়া ভাঙনি :

Tipin forgot all about his promise. (টিপিনফৰগট অল এবাউট হিজ প্ৰমিছ।) — টিপিন তাৰ প্ৰতিশ্ৰুতিৰ কথা সকলো পাহৰি গ’ল। He ran and climbed up a tall tree. (হি ৰেন এন্ড ক্লাইম্বড আপ আ টল ট্রী ।) — সি দৌৰি গৈ ওখ গছ এটাৰ ওপৰত উঠি গ’ল। 

Anup didn’t know how to climb a tree. (অনুপ দিদ নট ন’ হাও টু ক্লইম্বদ আ ট্রী) — অনুপে নেজানিছিল কেনেকৈ গছলৈ বাগৰি উঠিব লাগে।

But he remembered what his parents had said to him, “A bear never touches a dead man’s body.” (বাট হি ৰিমেম্বাৰ্দ হ’ৱাট হিজ পেৰেন্টছ হেড চেইড টু হিম “এ বিয়াৰ নেভাৰ টাচেছ এ দেড মেনচ বডি”।) কিন্তু সি মনত পেলালে যে তাৰ মাক-দেউতাকে তাক কৈছিল, “ভালুক এটা কেতিয়াও কোনো মৃত মানুহৰ স্পর্শ কৰে।” So Anup lay down on the ground as if he were dead. (চ’’ অনুপ লে দাউন অন দা গ্রাউন্ড এজ সি ইফ ওৱেৰ দেড ।) সেয়েহে অনুপ মাটিত ওই পৰিল যেনে সি মৃত । The bear came to Anup and sniffed at him. (দা বিয়াৰ কেম টু অনুপ এন্ড স্নিফড এট হিম।) —ভালুকটো অনুপৰ ওচৰত আহিল আৰু তাৰ  ঘ্ৰাণ ল’লে। 

● Lines: The bear thought………help you.”

Word Notes (শব্দার্থ): thought (থ’ট) – চিন্তা কৰিল। slowly (স্ল’লি) – লাহে  লাহে। moved away (মুভড এওয়ে) – আন ঠাইত চলি গ’ল । disappeared (ডিচএপিয়ার্দ) – অদৃশ্য হ’ল। climbed down (ক্লাইম্বড ডাউন) – নামি আহিল। wanted to know (ওয়ান্টেড টু ন’) – জানিবলৈ বিচাৰিলে। tell (টেল) – কোৱা। something (চামথিং) – কিছুমান। replied(ৰিপ্লায়েড) – উত্তৰ দিছিল। never (নেভাৰ) – কেতিয়াও নহয়। trust (ট্রাষ্ট) – বিশ্বাস কৰা।

উচ্চাৰণ আৰু অসমীয়া ভাঙনি :

The bear thought that Anup was dead. (দা বিয়াৰ থ’ট দেট অনুপ ওৱাজ দেড।) — ভালুকটো ভাবিলে যি অনুপ মৃত। So, it slowly moved away and disappeared into the forest. (চ’, ইট স্ল’লি মুভড এৱে এন্ড ডিচএপিয়ার্দ ইনটু দা ফৰেষ্ট।) — ভালুকটো লাহে লাহে আন ঠাইত গুচি গ’ল আৰু জংগলৰ ভিতৰত অদৃশ্য হৈ গ’ল।

Tipin now climbed down from the tree. (টিপিন নাও ক্লাইম্বড দাউন ফ্রম দা ট্রী) — টিপিন গছৰ পৰা তলত নামিলে। He wanted to know what the bear did to Anup. (হি ওৱান্টেড টু ন’ হ’ৱাট না বিয়াৰ দিড  টু অনুপ ।) — সি জানিবলৈ বিচাৰিলে যে ভালুকটোৱে অনুপক কি কৈছিল। He said, “What did the bear do? (হি চেইড, “হ’ৱাট দিড দা বিয়াৰ ডু ? ) — সি কালে, “ভালুকটোৱে তোমাৰ লগতে কি কৰিলে ? Did the bear tell you something ?” (দিড দা বিয়াৰ টেল ইউ চামথিং ? ) — ভালুকটোৱে কি তোমাক কিছু কৈছিল ?”

Anup replied,” “The bear told me never trust someone whe doesn’t help you.” (অনুপ ৰিপ্লায়েড, “দা বিয়াৰ টল্ড মি নেভাৰ ট্রাষ্ট চামওৱান হু দাজেন্ট হেল্প ইউ।) — অনুপ উত্তৰ দিছিল, “ভালুকটোৱে মোক ক’লে: কেতিয়াও কোনো মানুহক বিশ্বাস নকৰিবা যি তোমাক সহায় নকৰে।”

ACTIVITIES (একটিভিটিজ)—কার্যকলাপ

1. Match the sentences to the picture of the person who said them : (মেচ দা চেনটেনচেছ টু দা পিকচাৰ অৱ দা পাৰ্চন হু চেইড দেম ) – কোনে কি কৈছিল সেই কথাবোৰ ছবিৰ লগত মিলোৱা।

Ans. (a) Anup ( অনুপ) : I’m afraid of wild animals.” (“আই এম এফ্ৰেইদ অৱ ওয়াইলদ এনিমেলচ।”) – মই বনৰীয়া জীৱ-জন্তুক ভয় পাঁও ।

(b) Tipin (টিপিন) : “If you are in danger, I’ll help you.” (“ইফ ইউ আৰু ইন ডেঞ্জাৰ, আই উইল হেল্প ইউ’) – “যদি তুমি বিপদত পৰা, মই তোমাক সহায় কৰিম ।“

(c) Anup (অনুপ) : “Never trust someone who doesn’t help you.” (“নেভাৰ ট্রাষ্ট চামওৱান ডাজ নট হেল্প ইউ”) – “কেতিয়াও কোনোবা মানুহক বিশ্বাস নকৰিবা যি তোমাক সহায়  ন’কৰে।”

2. Let’s see how much we have understood : (লেটচ চী হাও মাচ উই হেড আন্ডাৰষ্টুড) – আমি কিমানটো বুজিলোঁ চাওঁ আহা। 

(a) Who were Anup and Tipin ? (হূ ওৱেৰ অনুপ এন্ড টিপিন) – অনুপ আৰু টিপিন কোন আছিল ?

Ans. Anup and Tipin were two friends. (অনুপ এন্ড টিপিন ওৱেৰ টু ফ্রেন্ডচ্) – অনুপ অন টিপিন দুয়োজন বন্ধু আছিল। 

(b) Who climbed up tree ? (হূ ক্লাইম্বদ আপ এ ট্রী) – কোনে এটা গছত বাগৰি উঠিছিল ?

Ans. Tipin climbed up a tree. (টিপিন ক্লাইম্বদ আপ এ ট্রী ।) – টিপিন এটা গছত বাগৰি উঠিছিল।

(c) Why did he climb up a tree ? (হ’ৱাই দিড হি ক্লাইম্ব আপ এ ট্রী) – কিয় সি গছত বাগৰি উঠিছিল ?

Ans. He climbed up a tree because he saw a big black bear coming out of the forest. (হি ক্লাইম্বদ আপ এ ট্রী বিকজ হি চ’এ বিগ ব্লেক বিয়াৰ কার্মিং আউত অৱ দা ফৰেষ্ট) — সি গছত বাগৰি উঠিছিল কাৰণ জংগলৰ ভিতৰৰ পৰা এটা ডাঙৰ ক’লা ভালুক ওলাই আহিছিল। 

(d) Who lay down on the ground ? (হূ লে ডাউন  অন দা গ্রাউন্ড) – কোনে মাটিত শুই পৰিছিল ? 

Ans. Anup lay down on the ground. (অনুপ লে ডাউন অন দা গ্রাউন্ড) – অনুপ মাটিত শুই পৰিছিল।

(c) Why did the bear move away ? (হুয়াই ডিড দা বিয়াৰ মুভ এৱে ?) – কিয় ভালুকটো আন ঠাইত গুচি গ’ল ?

Ans. The bear moved away because it does not touch dead mans body. (দা বিয়াৰ মুভড এৱে  বিকজ ইট  দাজনট টাচ দেড মেনচ বডি।) – ভালুকটো আন ঠাইত গুচি গ’ল কাৰণ ভালুক মৃত মানুহৰ শৰীৰ স্পৰ্শ নকৰে ।

(f) Who do you like the most Anup or Tipin ? Why? (হু ডু ইউ লাইক দা মষ্ট ? – অনুপ অৰ টিপিন ? হ’ৱাই ?) – অনুপ আৰু টিপিনৰ ভিতৰত তুমি কাক পচন্দ কৰা ? কিয় ?

Ans. I like Anup most for his bravery, (আই লাইক অনুপ মষ্ট ফৰ হিজ ব্ৰেভাৰি।) – মই অনুপক বেছি পছন্দ কৰো তাৰ সাহসৰ বাবে। 

3. Read (ৰীড) – পঢ়া :

Question 1. (কুৱেশ্চন–১)– প্রশ্ন–১: What did Tipin do ? (হ’ৱাট ডিড টিপিন ডু ?) – টিপিন কি কৰিছিল ?

Answer 1. (এঞ্চাৰ-১) উত্তৰ-১: He ran and climbed up a tree. (হি ৰেন এণ্ড ক্লাইম্বড আপ এ ট্রী)–সি দৌৰি গৈ এটা গছত বাগৰি উঠিছিল।

Question 2. (কুৱেশ্চন-২) – প্রশ্ন ২ : What did the bear do ? (হ’ৱাট ডিড  বিয়াৰ ডু ?) –ভালুকটোৱে কি কৰিছিল ? 

Answer 2 (এঞ্চাৰ-২) – উত্তৰ-২: The bear came to Anup and sniffed at him. (দা বিয়াৰ কেম টু অনুপ এন্ড স্নিফড এট হিম।) — ভালুকটো অনুপৰ ওচৰত আহি তাৰ ঘ্রাণ লৈছিল।

Now, ask questions to get the answers. (নাও, আচক কুৱেশ্চন টু গেট দা এঞ্চাৰ্চ) এতিয়া উত্তৰ পাবলৈ প্রশ্নবোৰ সোধা। 

Question 1. (কুৱেশ্চন-১) – প্রশ্ন-১: What did Tipin do ? (হ’ৱাট ডিড টিপিন ডু ?) – টিপিন কি কৰিছিল ?

Answer 1. (এঞ্চাৰ-১) – উত্তৰ-১ :Tipin climbed up a tree, (টিপিন ক্লাইম্বড আপ এ ট্রী) — টিপিন এটা গছত উঠিছিল।

Question 2. (কুৱেশ্চন-২) – প্রশ্ন-২: What did Anup do ? (হ’ৱাট ডিড অনুপ ডু ?) – অনুপ কি কৰিছিল ?

Answer 2. (এঞ্চাৰ-২) – উত্তৰ-২: Anup lay down on the ground. (অনুপ লে ডাউন অন দা গ্ৰাউন্ড।) — অনুপ মাটিত শুই পৰিছিল।

4. Anup said, “I’m afraid of wild animals.” Tipin said, “Don’t be afraid.” (অনুপ চেইড, “আই এম এফ্ৰেইড অৱ ওয়াইল্ড এনিমেলচ।” টিপিন চেইড, “ডন্ট বি এফ্ৰেইড।”) — অনুপ ক’লে, “মই বনৰীয়া জীৱ-জন্তুক ভয় কৰোঁ।” টিপিন কলে, “ভয় নোপোৱা।”

Do you know “I’m” and “don’t” are the short forms of “I am” and “do not”, We use them while speaking. Let us read and practise more such words: (ডু ইউ নো “আয়’ম” এন্ড “ডন্ট” আৰ দা চৰ্ট ফৰ্মচ অৱ “আই এম” এন্ড “ডু নট।” উই ইউজ দেযম হ’ৱাইল স্পিকিং। লেট আচ নীড এড প্রেকটিচ ম’ৰ চাচ ওবাৰ্ডচ) – তুমি/ তোমালোকে জানানে “I’m” আৰু ‘don’t” হল “I am” আৰু “do not” অৰ সংক্ষিপ্ত ৰূপ। আমি কথোপকথনত এইবোৰ শব্দ ব্যৱহাৰ কৰো। পঢ়ো আহা আৰু এনেবোৰ শব্দৰ অনুশীলন কৰা।

Ans.: 

I am – I ‘m (আইএম/আয়’ম) – মই হওঁ। 

let us – let’s (লেট আচ/লেট’চ) – আহা, আহো । 

do not – don’t (ডু নট/ডো’নন্ট) – নকৰা, নকৰিবা । 

is not – isn’t (ইজ নট/ইজ’ন্ট) – নহয় । 

could not – couldn’t (কুড নট/কুড’ন্ট) – নোৱাৰো।

has not – hasn’t (হেজ নট/হেজ’ন্ট) – নাই। 

cannot – can’ (কেন নট/কেন্ট) – নোৱাৰো। 

were not weren’t (ওৱেৰ নট/ওৱে’ৰেন্ট) – নাছিল। 

was not – wasn’t (ওৱাজ নট/ওৱা’জেন্ট) – নাছিল। 

did not – didn’t (দিদ নট/দিডন্ট) –কৰা নাই। 

have not – haven’t (হেভ নট/হেভেন্ট) – নাই। 

will not – won’t (উইল নট/ঔ’ন্ট) – নহব।

I’m is the short form of I am (আয়’ম ইজ দা চর্ট ফর্ম অৱ আই এম) – I am আৰ সংক্ষিপ্ত ৰূপ হ’ল I’m.

Let us is the full form of Let’s. (লেট আচ ইজ দা ফুল ফর্ম অৱ লেটচ।) – Let us হল Let’s অৰ সম্পূৰ্ণ ৰূপ।

5. Read and complete the sentences with the words in the boxes (ৰীড এন্ড কমপ্লিট দা চেনটেনচেছ উইথ দা ওৱাৰ্ডচ ইন দা বক্সছেজ) — পঢ়া আৰু বাকচৰ ভিতৰৰ পৰা সঠিক শব্দলৈ বাক্যবোৰ সম্পূর্ণ কৰা ।

I’ll (আই উইল) didn’t (ডিড নট) I ‘m (আইএম)

Ans.: (a) “I’m afraid of wild animals,” said Anup (‘আই এম এফ্ৰেইড অৱ ওৱাইল্ড এনিমেলচ,” চেইড অনুপ) — “মই বনৰীয়া জীৱজন্তুক ভয় কৰো” অনুপ ক’লে। 

(b) I’ll help you, said Tipin. (“আই উইল হেল্প ইউ” চেইড টিপিন) — “মই তোমাক সহায় কৰিম, ” টিপিন কৈছিল।

(c) Anup didn’t know how to climb up tree. (অনুপ ডিড নট ন’ হাউ টু ক্লাইম্ব আপ এ ট্ৰী।) — অনুপ গছত বাগৰি উঠিবলৈ নাজানিছিল।

6. Read :(ৰীড) পঢ়া : 

sniff (স্নিফ) – ঘ্ৰাণ লোৱা। A bear sniffs at the fishes: (এ বিয়াৰ স্নিফচ এট দা ফিচেচ) — এটা ভালুক মাছবোৰৰ ঘ্রাণ লয়।

7. Look at the words in the bag. They are all describing words. Your teacher will read out the words. Find out the words in the grid and circle them :(লুক এট দা ওৱাৰ্ডচ ইন দা বেগ। দে আৰ অল ডেচক্রাইবিং ওৱাৰ্ডচ। ইয়’ৰ টিচাৰ উইল ৰীড আউট দা ওৱাৰ্ডচ। ফাইন্ড আউট দা ওৱাৰ্ডচ ইন দা গ্রিড এন্ড চার্কেল দেম) –মোনৰ ভিতৰৰ শব্দবোৰ চোৱা। সিবিলাক বর্ণনামূলক শব্দ। শ্রেণীত তোমাৰ শিক্ষক মহোদয় এই শব্দবোৰ পঢ়িব। তলৰ বাকচৰ পৰা শব্দবোৰ বাচনি কৰি ঘূৰণীয়া চিন দিয়া।

Ans.: 

big (বিগ) – ডাঙৰ। black (ব্লেক) – কলা। wild (ওয়াইল্ড) – বনৰীয়া। 

red (ৰেড) – ৰঙা। good (গুড)–ভাল। tall (টল) – ওখ ।

bad (বেড) – বেয়া।

8. Rearrange the words and make sentences. Put a full stop at the end of the sentence : (ৰিএৰেঞ্জ দা ওৱাৰ্ডচ এন্ড মেক চেনটেনচেছ। পুট এ ফুল ষ্টপ এট দি এন্ড অৱ দা চেনটেঞ্চ) – শব্দবোৰ পুনৰ সজাই বাক্য ৰচনা কৰা। প্ৰতিটো বাক্যৰ শেষত পূর্ণচ্ছেন দিয়া। (a) It forest a was big (ইট ফৰেষ্ট এ ওৱাজ বিগ)

Ans: It was a big forest. (ইট ওৱাজ এ বিগ ফৰেষ্ট।) — এইটো এটা ডাঙৰ জংগল।

(b) Tipin a saw tree tall. (টিপিন এ চ’ ট্রি টল) 

Ans. Tipin saw a tall tree. (টিপিন চ’ এ টল ট্রী ।) — টিপিন এটা ওখ গছ দেখিছিল।

(c) Anup black saw a bear (অনুপ ব্রেক চ’ এ বিয়াৰ) 

Ans. Anup saw a black bear. (অনুপ চ’ এ ব্লেক বিয়াৰ ।) অনুপ এটা কলা ভালুক দেখিছিল।

(d) You good are a friend (ইউ গুড আৰ এ ফ্রেইন্ড) 

Ans. You are a good friend. (ইউ আৰ এ গুড ফ্রেন্ড।) – তুমি এজন ভাল বন্ধু/লগৰী।

9. See and read (চী এন্ড ৰীড)-চোৱা আৰু পঢ়া :

Ans. climb (ক্লাইম্ব)– উঠা।

climbing up (ক্লাইম্বিং আপ) – বাগৰি উঠছে। 

Tipin is climbing up a tree. (টিপিন ইজ্ ক্লাইম্বিং আপ এ ট্ৰী) – টিপিন এটা গছত বাগৰি উঠিছে।

climb (ক্লাইম্ব) – উঠা।

climbing down (ক্লাইম্বিং ডাউন)–তলত নামিছে। 

Tipin is climbing down a tree. (টিপিন ইজ্ ক্লাইম্বিং ডাউন এ ট্ৰী)–টিপিন এটা গছৰ পৰা তলত নামিছে।

10. Read these sentences about some things we do with our friends : (ৰীড দিজ চেনটেনচেছ এবাউট চাম থিংচ উই ডু উইথ আওৱাৰ ফ্ৰেন্ডচ) – যিবোৰ কাম আমি আমাৰ বন্ধুবোৰৰ লগত কৰি থাকোঁ সেইবোৰ কামৰ বিষয়ে তলত পঢ়া।

Ans. (a) I play with my friend. (আই প্লে উইথ মাই ফ্রেন্ড) – মই মোৰ বন্ধুৰ লগত খেলোঁ।

(b) I share my toys with my friend. (আই চেয়াৰ মাই টয়েজ উইথ মাই ফ্রেন্ড) —মই মোৰ বন্ধুৰ সৈতে পুতলা ভাগ কৰি লওঁ। 

(c) I help my friend in need. (আই হেল মাই ফ্রেন্ড ইন নিড) — প্রয়োজনত মই মোৰ বন্ধুক সহায় কৰোঁ।

Now, write two sentences about what you do with your friends. (নাও, ৰাইট টু চেনটেনচেছ এবাউট হ’ৱাট ইউ ডু উইথ ইয়াৰ ফ্রেন্ডচ) — এতিয়া, তুমি তোমাৰ বন্ধুৰ সৈতে কি কৰা সেই বিষয়ে দুটা বাক্য লিখা ।

Ans. (a) I go to school with my friends. (আই গ’ টু স্কুল উইথ মাই ফ্রেন্ডচ) — মই মোৰ বন্ধুবোৰৰ সৈতে বিদ্যালয়লৈ যাওঁ।

(b) I share my tiffin with my friends at school. (আই চেয়াৰ মাই টিফিন উইথ মাই ফ্রেন্ডচ এট স্কুল) — মই বিদ্যালয়ত মোৰ টিফিন বন্ধুবোৰৰ সৈতে ভাগ কৰি খাওঁ ।

11. (a) Let’s read (লেট’চ ৰীড) — পঢ়ো আহা। 

Ans. Hello friends. (হেল’, ফ্রেন্ডচ) — হেল’ বন্ধুসকল।

Meet my friend Aman. (মিট মাই ফ্রেন্ড আমন) — মোৰ বন্ধু আমাৰ লগত সাক্ষাৎ কৰা।

He plays badminton. (হি প্লেজ বেডমিন্টন) — সি বেডমিন্‌টন্‌ খেলে।

He also draws pictures and sings songs. (হি অলচ’ ড্রজ পিকচাৰ্ছ এন্ড চিংছ চংছ) – সি ছবি অংকন কৰে আৰু গান কৰে। 

Hello, Aman. (হেল’, আমন) – হেল আমন। 

Hello friends (হেল’, ফ্রেন্ডচ) – হেল’ বন্ধুসকল।

11. (b) Now, talk to your friend and find two things he/she does in her/his free time. Fill in the blanks to complete the sentences about your friend. You can take help from the clouds. (নাও, টক টু ইয়’ৰ ফ্রেন্ড এন্ড ফাইন্ড টু থিংচ হি/চি ডাজ ইন হাৰ/হিজ ফ্ৰি টাইম। ফিল ইন দা ব্লেংকচ টু কমপ্লিট দা চেনটেনাচেছ এবাউট ইয়’ৰ ফ্রেন্ড। ইউ কেন টেক হেল্প ফ্ৰম ক্লাউডচ)–এতিয়া তোমাৰ বন্ধুৰ লগত কথা। পাতা আৰু দুটা বস্তুৰ বিষয়ে কোৱা যি সি/ডাই কৰে তাৰ অৱসৰ সময়ত। ডাৱৰৰ বাকচৰ পৰা শব্দ লৈ তোমাৰ বন্ধুৰ বিষয়ে বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ খালি ঠাইবোৰ পূৰ কৰা।

Ans.: This is my friend Jyotish. (দিচ ইচ মাই ফ্রেন্ড জ্যোতিষ।) – এয়া জ্যোতিষ হ’ল মোৰ বন্ধু।

He plays football. (হি প্লেচ ফুটবল ।) — সি ফুটবল খেলে। 

He draws pictures (হি ড্ৰ’জ পিকচাৰ্ছ) — সি ছবি অংকন কৰে।

He also sings songs. (হি অলচ’ চিংছ চংছ) — সি গানও কৰে। 

12. Read the following sentences. (ৰীড দা ফল্ল’য়িং চেনটেনচেছ)। – তলৰ বাক্যবোৰ পঢ়া।

(a) I play football. (আই  প্লে ফুটবল) – মই ফুটবল খেলোঁ। 

(b) We read books (উই ৰীড বুকচ) – আমি কিতাপ পঢ়োঁ।

(c) She sings songs. (চি চিংছ চংছ) – তেওঁ গান কৰে। 

(d) He plays badminton. (হি প্লেজ বেডমিনটন) – সি বেডমিনটন খেলে।

(e) They sing songs. (দে চিং চংছ) – তেওঁলোক গান কৰে। 

(f) We read books (উই ৰীড বুকচ) – আমি কিতাপ পঢ়োঁ।

Notice the underlined words. You can see that some of these words have ‘s’ and some don’t have ‘s’ at the end. Find out and write the words that are used before ‘plays’ and ‘sings’. (ন’টিচ দা আন্ডৰলাইন্দ ওৱাৰ্ডচ। ইউ কেন চী দেট চাম অৱ দিজ ওৱাৰ্ডচ হেভ ‘এচ’ এন্ড চাম ডু নট হেভ ‘এচ’ এট দা এন্ড। ফাইড আউট এন্ড ৰাইট দা ওৱাৰ্ডচ দেট আৰ ইউজড বিফ’ৰ ‘plays’ এন্ড ‘sings’) – তলত আঁচ টনা শব্দবোৰ চোৱা। তুমি/ তোমালোকে দেখিবা কিছুমান শব্দৰ শেষত, ‘s’ যুক্ত হৈছে আৰু কিছুমান শব্দৰ শেষত ‘s’ যুক্ত হোৱা নাই। ‘plays’ আৰু ‘sings’  অৰ আগতে ব্যবহৃত হোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখা। 

Ans. (i) He (হি) – সি/তেও (পুৰুষ)।

(ii) She (চী) – তাই/তেওঁ (স্ত্রী)।

13. Write two things that you did yesterday. You can take help from the words in the frame (ৰাইট টু থিংচ দেট ইউ ডিড ইয়েচটাৰডে। ইউ কেন টেক হেল্প ফ্রম দা ওৱাৰ্ডচ ইন দা ফ্রেম) – দুটা বস্তু/কাম লিখা যিটো তুমি যোৱাকালি কৰিছিলা তুমি বাকচত থকা শব্দবোৰৰ সহায় লব পাৰা।

talked to a friend. (টক্ড টু এ ফ্রেন্ড) – এজন বন্ধুৰ সৈতে কথা পাতিছিলা।

listened to music. (লিচনড টু মিউজিক) – গান শুনিছিল। 

played ludo (প্লেড লুডু’) – লুডু’খেলিছিল। 

swam in the lake. (চ’ৱাম ইন দা লেক) – হ্রদত সাঁতুৰিছিল। 

rode bicycles (ৰ’ড বাইচাইকেলচ) – চাইকেল চলাইছিল।

flew kites, (ফ্লিউ কাইটচ) – চিলাবোৰ উৰুৱাইছিল। 

played football ( প্লেদ ফুটবল) – ফুটবল খেলিছিল। 

played badminton. (প্লেড বেডমিনটন) – বেডমিনটন খেলিছিল।

Ans. (a) We listened music and rode bicycles. (উই লিচেনভ মিউজিক এন্ড ৰ’ড  বাইচাইকেলচ) –আমি গান শুনিছিলো আৰু চাইকেল চলাইছিলো।

(b) We played football and swam in the lake. (উই প্লেদ ফুটবল এন্ড চাম ইন দা লেক।)– আমি ফুটবল খেলিছিলো আৰু হ্রদত সাঁতুৰিছিলো।

14. Handwriting (হেন্ডৰাইটিং) – হস্ত লিপি।

Friends Make us Happy. (ফ্রেইন্ডছ মেক আছ হেপী) – বন্ধুসকলে মোক আনন্দ দিয়ে।

Ans. Do yourself. (নিজে কৰা।)

15. Let’s recite (লেটচ্ ৰিচাইট) – আবৃত্তি কৰোঁ আহা।

• Things I like to do (থিংচ আই লাইক টু ডু) — মই কৰিবলৈ ভাল পোৱা কামবোৰ।

Word Notes (শব্দার্থ): like (লাইক) – পচন্দ কৰা, ভাল পোৱা । do (ডু) – কৰা। some (চাম) – কিছুমান। things (থিংচ) – বস্তুবোৰ। best (বেষ্ট) – সবাতোকৈ ভাল। play (প্লে) – খেল nothing (নাথিং) – একো নহয়। more (ম’ৰ) – আৰু বেছি। wish (উইছ) – ইচ্ছা কৰা।। friend (ফেন্ড) – বন্ধু । sing (চিঙ) – গান গোৱা। glee (গ্লি) – আনন্দ।

Para–1 (পেৰা– ১) দফা–১

উচ্চাৰণ আৰু অসমীয়া ভাঙনি :

There are some things (দেয়াৰ আৰু চাম থিংচ) – এনে কিছুমান বস্তু/কাম আছে। 

I like to do (আই লাইক টু ডু) – মই কৰিবলৈ ভাল পাওঁ।

The one that’s best (দা ওৱান দেট ইজ বেষ্ট) – তাৰ ভিতৰত সবাতোকৈ ভাল যিটো। 

Is play with you. (ইজ প্লে উইথ ইউ) – তোমাৰ সৈতে খেলা।

Para–2 (পেৰা– ২) দফা–২

There’s nothing more (দেয়াৰ ইজ নাথিং ম’ৰ) – ইয়াৰ অধিক একো নাই।

I wish to be (আই উইচ টু বি) – যিটো মই হব বিচাৰোঁ।

Than be your friend .(দেন বি ইয়’ৰ ফ্রেন্ড) – তোমাৰ বন্ধু হোৱা ব্যতীত।

And sing with glee. (এন্ড চিং উইথ গ্লি) – আৰু আনন্দৰ সৈতে গান গোৱা।

16. Find the rhyming words in the poem and underline them. (ফাইন্ড দা ৰাইমিং ওৱাৰ্ডচ ইন দা প’ৱেম এন্ড আন্ডাৰলাইন দেম) – কবিতাৰ পৰা ছন্দ – মিল থকা শব্দবোৰ বিচাৰি উলিয়াই সেইবোৰৰ তলত আঁচ টনা।

Ans. Do (ডু) – কৰা – you (ইউ) – তুমি। 

Be (বি) – হোৱা– Glee (গ্লি) – আনন্দ।

17. Read the words in the frame: (ৰীড দা ওৱাৰ্ডচ ইন দা ফ্ৰেম) – বাকচত থকা শব্দবোৰ পঢ়া।

Ans.

play (প্লে) – খেলা ।

more (ম’ৰ) – আৰু, বেছি। 

lake (লেক) – হ্রদ, জলাশয়।

four (ফ’ৰ) – চাৰি।

take (টেক) – লোৱা।

bite (বাইট) – কামোৰা।

day (ডে) – দিন।

kite (কাইট) – চিলা।

Now, find out the pairs of rhyming words from the frame and write them. (নাও, ফাইন্ড আউট দা পেয়াৰ্চ অৱ ৰাইমিং ওয়ার্ড ফ্লম দা ফ্রেম এড ৰাইট দেম) – বাকচৰ পৰা মিল থকা শব্দবোৰ উলিয়াই লিখা।

Ans.

Rhyming words (ৰাইমিং ওয়ার্ডচ) – মিল থকা শব্দবোৰ :

play (প্লে) – খেলা day (ডে) – দিন

take (টেক) – লোৱা lake (লেক) – হ্রদ, জলাশয়

more (ম’ৰ) – আৰু four (ফ’ৰ) – চাৰি

bite (বাইট) – কামোৰা kite (কাইট) – চিলা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top