Class 3 English Chapter 7 Never Say “I Can’t !

Join Telegram channel

Class 3 English Chapter 7 Never Say “I Can’t !’, answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 3 English Chapter 7 Never Say “I Can’t !’ and select need one.

Class 3 English Chapter 7 Never Say “I Can’t !’

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 3 English Chapter 7 Never Say “I Can’t !’ Solutions for All Subjects, You can practice these here…

(নেভাৰ চে ‘আই কান্ট !’) ‘মই নোৱাৰো’ বুলি কেতিয়াও নকবা

Chapter – 7

ইংৰাজী (ENGLISH)

Which of these games do you like to play? (হুইচ অব দিজ গেমছ ডু ইউ লাইক টু প্লে?)— এইবোৰ খেলৰ তুমি কোনবোৰ খেলিবলৈ ভালপোৱা? 

With whom do you play games? (উইথ হুম্ দু ইউ প্লে গেমছ্?) — তুমি কাৰ সৈতে খেলবোৰ খেলা?

Let’s read (লেটছ ৰীদ)–এতিয়া পঢ়ো আহা :

Word Notes (শব্দার্থ) :

was (ওৱাজ) — আছিল। strong ( ষ্ট্ৰং) — শক্তিশালী। had (হেড) — আছিল, হৈছিল। age (এজ) —বয়স। lost (লষ্ট) — হেৰুওৱা। use (ইউজ) — ব্যৱহাৰ। leg (লেগ) — ভৰি। though (দ’) — যদিও। sickly (চিকলী) — বেমাৰী। child (চাইল্ড) — শিশু, always ( অলওয়েজ) — সদায়। dreamt (ড্রিমট)— সপোন দেখিছিল। doing (দুইং) — কৰিবলৈ। something (চামঠিঙ) — কিবাকিবি, great ( গ্ৰেট) —ডাঙৰ /মহান coach (কোচ) — প্রশিক্ষক, team (টিম) — দল, impressed (ইমপ্রেজড্) — প্রভাৱিত হৈছিল। Keenness (কীননেছ) — তীব্র ইচ্ছা। allowed (এলাওড) — অনুমতি দিছিল।

উচ্চাৰণ আৰু অসমীয়া ভাঙনি :

Wilma Rudolph was a girl of strong will. (উইলমা ৰুডলফ ওৱাজ এ গার্ল অৰ ষ্ট্ৰং উইল)—উইলমা ৰুডলফ কঠিন মনৰ (তীব্র ইচ্ছাশক্তিপূর্ণ) ছোৱালী আছিল। The little girl had polio at the age of four. (দা লিটল গার্ল হেদ প’লিঅ’ এট দা এজ অব ফোৰ) — সৰু ছোৱালীজনী চাৰি বছৰ বয়সত প’লিঅ’ত আক্ৰান্ত হৈছিল। She lost the use of her left leg. (চি লষ্ট দা ইউজ অৱ হাৰ লেফ্ট লেগ) —তাই তাইৰ বাওঁভৰিৰ ব্যৱহাৰ (ক্ষমতা) হেৰুৱাইছিল। Though she was a sickly child, she always dreamt of doing something great. (দা চি ওৱাজ এ চিকলী চাইল্ড, চি অলৱেজ ড্রিমট অৱ দুইং চামথিঙ গ্রেট) – যদিও তাই বেমাৰী ছোৱালী আছিল তথাপি তাই মনত কিবা এটা ডাঙৰ কাম কৰিবলৈ একাগ্র আছিল। One day she went to the coach of the basketball team of her school. (ওৱান দে চি ওৱেন্ট টু দা কোচ অৱ দা বাস্কেটবল টিম অৱ হাৰ স্কুল) — এদিনাখন তাই তাইৰ বিদ্যালয়ৰ বাস্কেটবল প্রশিক্ষকৰ ওচৰলৈ গৈছিল।

1. Excuse me, Sir. Can I play basketball? (এক্সকিউজ মি ছাৰ, কেন আই প্লে বাস্কেটবল) – অনুগ্ৰহ কৰি মন কৰক মহাশয়। মই বাস্কেটবল খেলিব পাৰোঁ নে?

2. A specially abled girl like you can’t play basketball. I’m sorry, Wilma. (এ স্পেচিয়েলী এবলদ গার্ল লাইক ইউ কেন নট প্লে বাস্কেটবল। আই এম চৰি উইলমা।) — তোমাৰ দৰে শাৰীৰিকভাৱে অক্ষম ছোৱালীয়ে বাস্কেটবল খেলিব নোৱাৰিব, মই দুখিত উইলমা।

3. I’m no longer a specially abled girl, Sir. I walk. I play and run just as others do. (আই এম নো লংগাৰ এ স্পেচিয়েলী এবলড গার্ল চাৰ, আই ওৱাক, আই প্লে এন্ড ৰান জাষ্ট এজ আদাৰছ দু।) —মই শাৰীৰিকভাৱে অক্ষম ছোৱালী নহয় ছাৰ। মই খোজ কাঢ়ো, মই খেলো, আৰু আনৰ দৰে দৌৰিবও পাৰো।

4. Just as others do? Really? (যাষ্ট এজ আদার্চ দু? ৰিয়েলী?) – আনৰ দৰে? সঁচাকৈ?

5. Yes, Sir. If you don’t mind, will you let me try once. (ইয়েছ ছাৰ, ইফ ইউ ডোন্ট মাইন্দ, উইল ইউ লেট মি ট্রাই ওৱানছ) — হয় চাৰ, যদি আপুনি বেয়া নাপায়, মোক এবাৰ চেষ্টা কৰিবলৈ দিব নেকি?

The couch was impressed by her keenness. (দা কোচ ওৱাজ ইমপ্রেছদ বাই হাৰ কিননেছ) প্রশিক্ষকজনে তাইৰ ইচ্ছাশক্তি চাই প্ৰভাৱিত হৈছিল। He allowed her to play basketball and finally, she became a member of the school team. (হি এলাউদ হাৰ টু প্লে বাস্কেটবল এন্ড ফাইনেলী, চি বিকেম এ মেম্বাৰ অৱ হাৰ স্কুল টিম) — তেখেতে তাইক বাস্কেটবল খেলিবলৈ অনুমতি দিছিল, আৰু তাই তাইৰ বিদ্যালয়ৰ দলৰ এজন সদস্য হৈছিল।

Wilma Rudolph did not play only basketball. Let’s read and find what other games she played. (উইলমা ৰুদলফ্ দিদ্ নট প্লে অ’নলী বাস্কেতবল। লেটচ্ ৰীড অ্যান্ড ফাইন্ড হোৱাট আদাৰ গেমছ চী প্লেইড) — উইলমা ৰুদল্‌ফে অকল বাস্কেটবলেই খেলা নাছিল তাই আৰু কি কি খেল খেলিছিল সেইবোৰ পঢ়ো আহা।

Wilma Rudolph was the first American woman to win three gold medals in the track and field competitions in the 1960 Olympic games. (উইলমা ৰুদলফ ওৱাজ দা ফার্স্ট আমেৰিকান ওমেন টু উইন থ্রি গোল্ড মেদেলছ ইন দা ট্রেক এন্ড ফিল্ড কম্পিটিছনছ ইন দা 1960 অলিম্পিক গেমছ্।) —উইলমা ৰুদলফ্ আছিল 1960 অলিম্পিক খেলৰ দৌৰ আৰু ক্ৰীড়া প্রতিযোগিতাত তিনিটা সোণৰ পদক পোৱা আমেৰিকাৰ প্ৰথম গৰাকী মহিলা ক্রীড়াবিদ।

She won gold medals in the 100 metre dash, 200 metre dash and the 400 metre relay. (চি ওন গোল্ড মেদেলছ ইন দা 100 মিটাৰ দেছ, 200 মিটাৰ দেছ এন্ড 400 মিটাৰ ৰিলে।) — তাই 100 মিটাৰ দৌৰ, 200 মিটাৰ দৌৰ আৰু 400 মিটাৰ ৰিলে দৌৰত সোণৰ পদক পাইছিল।

ACTIVITIES (এক্টিভিটিজ) — কার্যকলাপ

1. Let’s see how much we have understood : (লেটচ্ চি হাও মাচ উই হেভ আণ্ডাৰষ্টুড) — আমি কিমান বুজি পালোঁ চাওঁ আহা :

(a) What happened to Wilma at the age of four? (হোৱাট হেপেন্ড টু উইলমা এট দা এজ অৱ ফোৰ?) — চাৰি বছৰ বয়সত উইলমাৰ কি হৈছিল?

Ans. Wilma had polio at the age of four. (উইলমা হেড প’লিও এট দা এজ অৱ ফৰ) — চাৰি বছৰ বয়সত উইলমাৰ পলিঅ’ হৈছিল।

(b) What did Wilma always dream of ? (হোৱাট দিদ উইলমা অলৱেজ দ্রিম অৱ?) — উইলমাৰ সদায় দেখা সপোনটো কি আছিল?

Ans. She always dreamt of doing something great. (চি অলৱেজ ড্রেমট্ অব দুইঙ চামথিং গ্রেট)— তাই সদায় কিবা ডাঙৰ বা মহান কাম কৰাৰ সপোন দেখিছিল।

(c) What impressed the coach? (হোৱাট ইমপ্ৰেছড দা কোচ?) — প্রশিক্ষক গৰাকীক কোন বিষয়টো প্ৰভাৱিত কৰিছিল?

Ans. The coach was impressed by her keenness. (দা কোচ ওৱাজ ইমপ্ৰেছড বাই হাৰ কিননেছ)— প্ৰশিক্ষক গৰাকীক তাইৰ তীব্ৰ ইচ্ছাশক্তিয়ে প্ৰভাৱিত কৰিছিল।

(d) Which game was Wilma allowed to play? (হুইচ গেম ওৱাজ উইলমা এলাউদ টু প্লে) —উইলমাক কোনটো খেল খেলিবলৈ অনুমতি দিছিল?

Ans. Wilma allowed to play busketball. (উইলমা এলাউদ টু প্লে বাস্কেটবল) — উইলমাক বাস্কেটবল খেলিবলৈ অনুমতি দিছিল।

2. Read the sentences and circle describing words : (ৰীদ দা চেনটেন্‌ছেচ্ এন্ড চার্কল দা ডেচক্রাইবিঙ ওৱাৰ্দছ) — বাক্যবোৰ পঢ়া আৰু বর্ণনামূলক (বিশেষণ) শব্দবোৰত ঘূৰণীয়া চিন দিয়া :

(a) Wilma was a sickly child. (উইলমা ওৱাজ এ চিকলী চাইল্ড) — উইলমা এজনী বেমাৰী শিশু আছিল।

Ans. Sickly (চিকলী) — বেমাৰী। 

(b) Wilma had a healthy mind. (উইলমা হেদ এ হেলদী মাইন্ড) — উইলমাৰ এটা সতেজ মন আছিল।

Ans. Healthy ( হেলদী) — সতেজ।

3. Read as fast as you can (ৰীড এজ ফাষ্ট এজ ইউ কেন) — যিমান খৰকৈ পাৰা পঢ়া :

Rudolph (ৰুডলফ) — ৰুডলক্‌। telephone (টেলিফ’ন) — টেলিফ’ন। 

photo (ফট’) — ফট’। phrase (ফ্রেজ)—ফ্রেজ (বাক্যাংশ)। 

father (ফাদাৰ) — দেউতা। friend (ফ্রেন্ড) — বন্ধু। 

fox (ফক্স) — শিয়াল। fruit (ফ্রুট) — ফল।

4. (a) Read the words in the football. Some of these words tell us about Wilma Rudolph. Choose and write the words below the picture of Wilma Rudolph : (ৰীদ দা ওৱাদৰ্ছ ইন দা ফুটবল। চাম অৱ দিজ ওৱার্দছ টেল আছ এবাউত উইলমা ৰুদলফ। চুজ এন্ড ৰাইট দা ওৱাদৰ্ছ বিল’ দা পিকচাৰ অৱ উইলমা ৰুদলফ)—ফুটবলটোত থকা শব্দবোৰ পঢ়া। এইবোৰৰ কিছুমান শব্দই আমাক উইলমা ৰুদলফৰ বিষয়ে কয়। বাচনি কৰা আৰু শব্দবোৰ উইলমা ৰুদলফ-অৰ ছবিৰ তলত লিখা।

basketball (বাস্কেটবল) — বাস্কেটবল 

football (ফুটবল) — ফুটবল 

strong will (ষ্ট্ৰং উইল) — তীব্র ইচ্ছাশক্তি। 

gold medal (গোল্ডমেদেল) — সোণৰ পদক

sickly (চিকলী) — বেমাৰী 

slow (শ্লো) — ধীৰ

Olympic (অলিম্পিক) — অলিম্পিক খেল।

basketball (বাস্কেটবল) — বাস্কেটবল 

strong will (ষ্ট্ৰং উইল) — তীব্র ইচ্ছাশক্তি। 

gold medal (গোল্ডমেদেল) — সোণৰ পদক 

sickly (চিকলী) — বেমাৰী 

Olympic (অলিম্পিক) — অলিম্পিক খেল।

4. (b) Now, write a few sentences about Wilma Rudolph using the words. (নাও ৰাইট এ ফিউ চেন্টেনচেছ এবাউত উইলমা ৰুদলফ ইউজিঙ দা ওৱাৰ্দছ) — এতিয়া এই শব্দবোৰ ব্যৱহাৰ কৰি উইলমা ৰুদলফ-অৰ বিষয়ে কেইটামান বাক্য লিখা।

Ans.: Wilma Rudolph was a good basketball player. (উইলমা ৰুদলফ্ ওৱাজ এ গুড্ বাস্কেটবল প্লেয়াৰ) — উইলমা ৰুদলফ্ এগৰাকী ভাল বাস্কেটবল খেলুৱৈ আছিল।

Rudolph was sickly girl (ৰুদলফ্ ওৱাজ এ চিকলী গার্ল) — ৰুদলফ্ এজনী বেমাৰী ছোৱালী আছিল।

Rudolph was a gril of strong will. (ৰুদলফ্ ওৱাজ এ গার্ল অৱ ষ্ট্ৰং উইল) – ৰুদলফ্ এজনী তীব্র ইচ্ছাশক্তিৰে পূৰ্ণ ছোৱালী আছিল।

Wilma Rudolph got three gold medals in 1960 Olympic games. (উইলমা ৰুদলফ্ গট থ্রি গোল্ড মেদেলছ্ ইন 1960 অলিম্পিক গেমছ) — উইলমা ৰুদলফ্ 1960 চনৰ অলিম্পিক খেলত তিনিটা সোণৰ পদক পাইছিল।

5. Read the text again. Now, choose the correct word from the brackets to complete the sentences. (ৰীদ দা টেকচট্‌ এগেইন। নাও চুজ দা কাৰেক্ট ওয়ার্দ ফ্রম দা ব্রেকেটছ টু কমপ্লিট্ দা চেন্টেনচেছ) — পাঠটো পুনৰ পঢ়া। এতিয়া শুদ্ধ শব্দবোৰ বন্ধনীৰ পৰা নিৰ্বাচন কৰা আৰু বাক্যবোৰ সম্পূৰ্ণ কৰা :

(a) Wilma — polio at the age of four. (had / has ) 

Ans: Wilma had polio at the age of four. (উইলমা হেদ পলিঅ’ এট দা এজ অৱ ফোৰ)—উইলমা চাৰি বছৰ বয়সত পলিঅ’ত আক্রান্ত হৈছিল।

(b) She always — of doing something great. (dream/dreamt) 

Ans. She always dreamt of doing something great. (চি অলৱেজ ড্রেমট্  অৱ দুইঙ চামথিং গ্রেট) — তাই সদায় কিবা এটা ডাঙৰ কাম কৰিবলৈ সপোন দেখিছিল।

(c) One day she — to the coach of the school basketball team. (go/went)

Ans.  One day she went to the coach of the school basketball team. (ওৱান দে চি ওৱেন্ট টু দা কোচ অব দা স্কুল বাস্কেটবল টিম) — এদিনাখন তাই বিদ্যালয়ৰ বাস্কেটবল দলৰ প্ৰশিক্ষক গৰাকীৰ ওচৰলৈ গৈছিল।

(d) The coach — impressed by her keenness in sports. (is/was)

Ans. The coach was impressed by her keenness in sports. (দা কোচ ওৱাজ ইমপ্রেচথ বাই হাৰ কিননেছ ইন স্পোর্টছ) — প্ৰশিক্ষক গৰাকী খেলৰ প্ৰতি তাইৰ প্রবল ইচ্ছাশক্তি চাই প্রভাবিত হৈছিল।

6. (a) Let’s read and have fun. (লেটছ দি এন্ড হেভ ফান) — পঢ়া আৰু আনন্দ উপভোগ কৰা : 

Hello, friend. Would you like to run a race? (হেল্লো ফ্রেণ্ড, উদ্ ইউ লাইক টু ৰান এ ৰেচ) – হেৰা বন্ধু, দৌৰ খেল খেলিবা নেকি?

Oh sure. Why not? I can win any race. (অহঃ চিয়ৰ। হোৱাই নট?  আই কেন উইন এনী ৰেচ্।)—অহঃ নিশ্চয়। কিয় নেখেলিম? মই যিকোনো খেলতেই জিকিম।

OK ! Let’s start the race. (অ’কে লেটছ’ স্টার্ট দা ৰেচ)–ঠিক আছে, দৌৰ প্রতিযোগিতাখন আৰম্ভ কৰোঁ আহা। 

Ready steady, go ! (ৰেডি, স্টেদী গো !) — প্রস্তুত, থিয়হোৱা, যোৱা ! The tortoise is far behind. I’ll take a nap. (দা টৰটইজ ইজ ফাৰ বিহাইন্দ। আই উইল টেক এ নেপ) — কাছটো বহুত পিছত আছে। মই অলপ টোপনি মাৰি লওঁ।

I won’t stop. (আই ওন্ট স্টপ)—মই ৰব নোৱাৰোঁ।

Ah! I’ve won; you lost! (অহঃ! আই হেভ ওন; ইউ লষ্ট!) — এৰা। মই জয়ী হলোঁ; তুমি হেৰোৱালে।

6. (b) Did you like the story? Give a title to the story ( দিদ ইউ লাইক দা ষ্ট’ৰী? গিভ এ টাইটেল টু দা ষ্ট’ৰী?) — তুমি কি গল্পটো পচন্দ কৰিলা? গল্পটোৰ এটা শিৰোনাম লিখা :

Ans. Yes, I like the story. I would like to name the story ‘Slow and steady person wins the race.’ (ইয়েছ, আই লাইক দা ষ্ট’ৰী। আই উদ্ লাইক টু নেম দা ষ্ট’ৰী, ‘স্লো এন্ড স্টেদী পাৰছন্ উইনছ দা ৰেছ) — হয়, মই গল্পটা ভাল পাইছোঁ। মই গল্পটোৰ নাম দিম ‘ধীৰ আৰু দৃঢ়তাপূর্ণ মানুহেই সফলতা আর্জে।

7. (a) Manju, Nita and Gargi took part in the Annual Sports week of their school. They won medals in the 100 metre race. Let’s look at the picture and find out who stood first, second and third. (মঞ্জু, নিটা এন্ড গার্গী টুক পার্ট ইন দা এনুৱেল স্পোর্টছ উইক অৱ দেয়াৰ স্কুল। দে ওন মেদেলছ ইন দা 100 মিটাৰ ৰেছ। লেটছ লুক এট দা পিকচাৰ এন্ড ফাইড আউত হু স্টুদ ফাৰ্ষ্ট, ছেকেন্ড এন্ড থাৰ্দ) — মঞ্জু, নিটা আৰু গার্গীয়ে সিঁহতৰ বিদ্যালয়ত বার্ষিক খেলত অংশগ্রহণ কৰিছে। সিহতে ১০০ মিটাৰ দৌৰ প্রতিযোগিতাত জয়লাভ কৰিছে। ছবিখনলৈ চোৱা আৰু বিচাৰি উলিওৱা কোনে প্রথম, দ্বিতীয় আৰু তৃতীয় হৈছে। 

Ans: 1. Gargi (গার্গী)

2. Manju (মঞ্জু)

3. Nita (নিতা)।

(b) Now, fill in the gaps with the correct words from the circles. (নাও, ফিল ইন দা গেপচ্ উইথ দা কাৰেক্ট ওৱাৰ্দছ ফ্রম দা চার্কল) – এতিয়া, চকৰীত থকা শুদ্ধ শব্দবোৰেৰে খালী ঠাই পূৰ কৰা। 

(a) Gargi stood first. She won the — medal.

Ans.: Gargi stood first. She won the gold medal. (গার্গী স্টুদ ফার্স্ট। চি ওন দা গোল্ড মেদেল) —গার্গীয়ে প্রথমস্থানত থিয় হৈছে। তাই সোণৰ পদক জিতিছে।

(b) Manju stood second. She won the — medal.

Ans. Manju stood second. She won the silver medal. (মঞ্জু স্টুদ ছেকেণ্ড। চি ওন দা চিলভাৰ মেদেল) — মঞ্জুয়ে দ্বিতীয় স্থানত থিয় হৈছে। তাই ৰূপৰ পদক জিকিছে। 

(c) Nita stood third. She won the — medal.

Ans. Nita stood third. She won the bronze medal. (নিটা স্টুদ থাৰ্দ। চি ওন দা ব্ৰঞ্জ মেদেল) —নিতা তৃতীয় স্থানত থিয় হৈছে। তাই ব্ৰঞ্জৰ পদক জিকিছে।

8. Role play (ৰোল প্লে) — ভাও লোৱা :

Who stood first? (হু স্টুদ ফার্স্ট) — কোনে প্রথম স্থানত থিয় হৈছিল। 

Gargi stood first. (গার্গী স্টুদ ফার্স্ট) — গার্গীয়ে প্রথম হৈছিল।

Who stood second? (হু স্টুদ ছেকেণ্ড) — কোনে দ্বিতীয় স্থানত থিয় হৈছিল।

Manju stood second. (মঞ্জু স্টুদ ছেকেণ্ড) — মঞ্জুয়ে দ্বিতীয় স্থানত থিয় হৈছিল।

Who stood third? (হু স্টুদ থাৰ্দ) — কোনে তৃতীয় স্থানত থিয় হৈছিল। 

Nita stood third. (নিটা স্টুদ থাৰ্দ) — নিটা তৃতীয় স্থানত থিয় হৈছিল।

9. Let’s read and write. Fill in the blank boxes with the correct words. (লেটছ ৰিদ্ এণ্ড ৰাইট। ফিল ইন দা ব্রেংক বক্সেছ উইথ দা কাৰেক্ট ওৱাৰ্ডছ)–পঢ়া আৰু লিখা। খালী বাকচবোৰ শুদ্ধ শব্দেৰে পূর্ণ কৰা।

1st – first (ফার্স্ট) – প্রথম।

2nd – second (ছেকেণ্ড) – দ্বিতীয়। 

3rd – third (থাৰ্দ) – তৃতীয়।

4th – fourth (ফ’ৰ্থ) – চতুর্থ।

5th – fifth (ফিফথ্) – পঞ্চম।

6th – sixth (চিকথ্) – ষষ্ঠ।

7th – seventh (চেভেন্থ) – সপ্তম।

8th – eighth (এইটথ্) — অষ্টম।

9th – nineth (নাইনথ্) – নৱম।

10th – tenth (টেনথ্) – দশম। 

10. These are names of some games that we love to play. Read them. (দিজ আৰ নেমছ অৱ চাম গেমছ দেট উই লাভ টু প্লে। ৰীড দেম) — এইবোৰ আমি ভালপোৱা কিছুমান খেলৰ নাম। সেইবোৰ পঢ়োঁ আহা।

cricket (ক্রিকেত) — ক্রিকেত।

football (ফুটবল) — ফুটবল। 

badminton (বেডমিন্টন) — বেডমিন্টন।

hockey (হকি) — হকি।

carrom (কেৰম) — কেৰম।

tennis (টেনিচ) — টেনিচ।

chess (চেছ) — দাবা।

basketball (বাচ্‌কেটবল) — বাচ্‌টেবল।

ludo (লুডু) — লুডু।

volleyball (ভলিবল) — ভলিবল।

11. (a) Manju and Gargi are telling each other what games they play. Read their conversation and practise. (মঞ্জু এন্ড গার্গী আৰ টেলিঙ ইচ আদাৰ হোৱাট গেমছ দে প্লে। ৰীড দেয়াৰ কনভাৰচেচন এন্ড প্ৰেকতিছ)—মঞ্জু আৰু গার্গীয়ে কি খেল খেলে সেইটো ইজনে আনজনক কৈ আছে। সিঁহতৰ কথোপকথন পঢ়া আৰু অভ্যাস কৰা।

Ans. Do you play badminton? (সু ইউ প্লে বেডমিণ্টন) — তুমি বেডমিন্টন খেলানে?

Yes, I do. (ইয়েছ আই দু) — মই খেলোঁ।

Do you play cricket? (দু ইউ প্লে ক্রিকেত?) — তুমি ক্রিকেত খেলানে? 

No, I don’t (নো, আই দোন্ট) — নাই, মই নেখেলোঁ। 

11. (b) Now, add your own sentences. (নাও, এদ ইয়োৰ অউন চেন্টেনচেচ) — এতিয়া তোমাৰ নিজৰ বাক্যবোৰ লিখা।

Ans. Do you play ludo? ( ইউ প্লে লুডু?) — তুমি লুডু খেলানে? 

→ Yes I do. (ইয়েছ আই দু) — হয়, মই খেলো।

• Do you play chess (দু ইউ  চেজ) — তুমি দাবা খেলানে?

→ Yes I do. (ইয়েছ আই দু) — হয়, মই খেলো।

• Do you play carrom. (দু ইউ প্লে কেৰম) — তুমি কেৰম খেলানে? 

→ No, I don’t (নো, আই দোন্ট) — নাই, মই নেখেলোঁ।

12. Let’s recite (লেটছ ৰিচাইত)–আবৃতি কৰোঁ আহা। 

Hop a Little (হপ্ এ লিটল)—এটা ভৰিৰে অলপমান জপিওৱা। 

Hop a little, jump a little, (হপ্ এ লিটল, জাম্প এ লিটল)

— এটা ভৰিৰে অলপমান জপিওৱা, অলপমান জাপ মাৰা।

One two three (ওৱান, টু, থ্ৰী) — এক ,দুই, তিনি।

Run a little, skip a little, (ৰান এ লিটল, স্কিপ এ লিটল)

– অলপমান দৌৰা, অলপমান ৰচীৰে জপিওৱা।

Tap one knee. (টেপ ওৱান নী) — এটা আঠুৰে হেঁচা।

Bend a little, stretch a little, (বেন্দ এ লিটল, স্ট্রেইছ এ লিটল)

— অলপমান ভাঁজ কৰা, অলপমান টানি বহল কৰা।

Nod your head, (নদ্ ইয়োৰ হেড) — মূৰটো অলপ দুপিওৱা। 

Yawn a little, sleep a little, (ইয়ন এ লিটল, শ্লীপ এ লিটল)

— অলপ মুখ মেলা অলপ টোপনি দিয়া।

In your bed. (ইন ইয়োৰ বেড) — তোমাৰ নিজা বিচনাত। 

13. Find the rhyming words in the poem above and write them on this board. (ফাইন্ড দা ৰাইমিঙ ওৱাৰ্দছ ইন দা পোৱেম এব’ভ এন্ড ৰাইট দেম অন দিচ বোৰ্দ) — কবিতাটোৰ পৰা ছন্দ মিল থকা শব্দবোৰ বিচৰা আৰু সেইবোৰ ফলকখনত লিখা—

Ans. three (থ্ৰী ) – তিনি knee (নী) – আঠু 

head (হেদ) – মূৰ bed (বেদ) – বিচনা 

run (ৰান) – দৌৰা Yawn (ইয়ন)–মুখ মেলা।

14. (a) Manju, Gargi and Nita are busy clapping their hands for the names of games they like to play. (মঞ্জু, গার্গী এন্ড নিটা আৰ বিজী ক্লেপিঙ দেৱাৰ হেল্ডছ ফৰ দা নেমছ অৱ গেমছ দে লাইক মঞ্জু, গার্গী আৰু নিটাই সিহঁতে ভাল পোৱা খেলবোৰৰ নামৰ কাৰণে তালি বজাই ব্যস্ত হৈ আছে ।

Ans. Manju clapped twice for the name cricket, (cricket). (মঞ্জু ক্লেপদ টুৱাইচ ফৰ দা নেম ক্রিকেত (ক্রিক/এত) — মঞ্জুয়ে ক্রিকেত নামৰ বাবে দুবাৰ তালি বজাইছিল (ক্রিক/এত)।

Nita clapped once for the name chess, (chess). (নিতা ক্লেপদ ওৱানচ ফৰ দা নেম চেজ (চেজ) —নিটাই দাবা খেলৰ নামৰ বাবে এবাৰ তালি বজাইছিল (দাবা)।

Nita clapped twice for the name football (foot/ball). (নিতা ক্লেপদ টুৱাইছ ফৰ দা নেম ফুটবল (ফুট/বল) – নিতাই ফুটবল নামৰ বাবে দুবাৰ তালি বাইছিল (ফুট/বল)।

Gargi clapped thrice for the name badminton, (bad/min/ton). (গার্গী ক্লেপদ থ্ৰাইছ ফৰ দা নেম বেডমিনটন (বেডমিনটন) — গার্গীয়ে বেডমিনটনৰ নামৰ বাবে তিনিবাৰ তালি বজাইছিল (বেডমিনটন)।

(b) Now, clap for two more names of games yon like to play. (নাও ক্লেপ ফৰ টু মোৰ নেমছ অৱ গেমছ ইউ লাইক টু প্লে) — এতিয়া তুমি ভালপোৱা আৰু দুটা খেলৰ নামৰ বাবে তালি বজোৱা।

Ans. I clapped twice for the name volleyball. (Volley/ball) (আই ক্লেপদ টুৱাইছ ফৰ দা নেম ভলিবল) (ভলি/বল) — মই দুবাৰ তালি মাৰিলে ভলিবল নামৰ বাবে (ভলি/বল)।

 I clapped thrice for the name kabaddi (ka/ba/ddi) (আই ক্লেপদ থ্রাইছ ফৰ দা নেম কাবাডী — কা/বা/ডী) — মই কাৰাদী নামৰ বাবে তিনিবাৰ তালি মাৰিলে। (কা/বা/ডী)।

15. What are the children doing? Write below each picture. (হোৱাত্‌ আৰ দা চিলড্রেন দুইঙ? ৰাইট বিলো ইচ পিকচাৰ) — লৰা-ছোৱালী বোৰে কি কৰি আছে? প্রত্যেকটো ছবিৰ তলত লিখা।

Ans. They are playing cricket. (দে আৰ প্লেইঙ ক্রিকেত) — সিহঁতে ক্রিকেত খেলি আছে। 

They are reading books. (দে আৰ ৰিদিঙ বুকছ) — সিহঁতে কিতাপ পঢ়ি আছে। 

They are playing football. (দে আৰ প্লেইঙ ফুটবল) — সিহঁতে ফুটবল খেলি আছে।

16. (a) Practise saying these questions and answers aloud. (প্রেক্টিছ চেইঙ দিজ কুৱেশ্বন এন্ড এনছাৰচ এলাউদ) — এই প্রশ্নবোৰৰ উত্তৰ ডাঙৰকৈ কোৱা অভ্যাস কৰা।

Ans. 1. What is Manju doing? (হোৱা ইজ মঞ্জু দুইঙ) — মঞ্জুয়ে কি কৰি আছে?

2. She is playing table tennis: (চি ইজ প্লেইঙ টেবল টেনিছ) — তাই টেবল টেনিছ খেলি আছে।

3. What are the children doing? (হোৱাত আৰু দা চিলড্রেন দুইঙ) – লৰা ছোৱালীবোৰে কি কৰি আছে? 

4. They are reading. (দে আৰু ৰিডিঙ) – সিহঁতে পঢ়ি আছে।

16. (b) Now, complete these sentences with appropriate. words. (নাও কমপ্লিত দিজ চেন্টেনছেচ উইথ এপ্র প্রিয়েত ওৱার্দছ) – সঠিক শব্দেৰে বাক্যবোৰ পূৰণ কৰা।

(a) What — Nita doing? (is/are)

Ans. What is Nita doing? (হোৱাট ইজ নিতা দুইঙ) — নিতাই কি কৰি আছে?

(b) What — Manju and Gargi doing? (is/are) 

Ans. What are Manju and Gargi doing? (হোৱাত আৰ মঞ্জু এন্ড গার্গী দুইঙ?) — মঞ্জু আৰু গার্গীয়ে কি কৰি আছে।

(c) What — the children playing? (is/are)

Ans. What are the children playing? (হোৱাত আৰ দা চিল্‌দ্ৰেন প্লেইঙ) — লৰা-ছোৱালীবোৰে কি খেলি আছে?

17. Look at the picture (লুক এট দা পিকচাৰ) — ছবিখনলৈ চোৱাঃ 

Now, write a few sentences on it. (নাও ৰাইড এ ফিউ চেন্টেনছেচ অন ইট) — এতিয়া ছবিটোৰ বিষয়ে কেইশাৰী লিখা।

Ans. The children are playing many games. (দা চিল্‌দ্ৰেন  আৰ প্লেইং মেনী গেমছ) — লৰা-ছোৱালীবোৰে বহুতো খেল খেলি আছে।

They are playing with flying disc. (দে আৰ প্লেইঙ উইথ এ ফ্লাইঙ ডিচক্) — সিহঁতে উৰা-চাকী লৈ খেলি আছে।

They are playing football. (দে আৰ প্লেইঙ ফুটবল) — সিহঁতে ফুটবল খেলি আছে।

They are playing in an open field. (দে আৰ প্লেইঙ ইন এন অ’পেন ফিল্ড) — সিহাতে মুকলি পথাৰত খেলি আছে।

They are playing volleyball (দে আৰ প্লেইঙ ভলিবল) — সিহঁতে ভলিবল খেলি আছে।

18. Hand writing (হেল্ড ৰাইটিং) — হাতৰ লিখা। 

Slow and Steady Wins the Race.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top