Class 3 English Chapter 3 A Brave General

Join Telegram channel

Class 3 English Chapter 3 A Brave General, answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 3 English Chapter 3 A Brave General and select need one.

Class 3 English Chapter 3 A Brave General

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 3 English Chapter 3 A Brave General Solutions for All Subjects, You can practice these here…

(এ ব্রেভ জেনাৰেল) এজন সাহসী সেনাপতি

Chapter – 3

ইংৰাজী (ENGLISH)

Look at the picture (লুক এট দা পিকচাৰ) —– ছবিখনলৈ চোৱা।

Work in pairs. (ওৱাৰ্ক ইন পেৱাৰ্চ) – যোৰবান্ধি কাম কৰা। 

Say what you see in the picture. Tell your friend what you know about Lachit Borphukan. (চে হ’ৱাট ইউ চী ইন দা পিকচাৰ। টেল্‌ ইয়’ৰ ফ্ৰেণ্ড হ’ৱাট ইউ ন’ এবাউট লচিত্ বৰফুকন।) — ছবিখনত কি দেখিছা কোৱা। তোমাৰ বন্ধুক লচিত বৰফুকনৰ বিষয়ে তুমি যি জানা কোৱা। 

Ans. There is a general and some soldiers with different types of arms in the picture. They are going to a battlefield to fight their enemies. (দেয়াৰ ইজ এ জেনাৰেল এন্ড চাম চ’লজাৰ্চ উইথ

ডিফাৰেন্ট টাইপচ অৱ আমচ ইন দা পিকচাৰ। দে আৰ গ’য়িং টু এ বেটেলফিল্ড টু ফাইট দেয়াৰ এনিমিজ) — ছবিখনত এজন সেনাপতি আৰু কেইজনমান সৈনিক বেলেগ বেলেগ অস্ত্ৰেৰে সজ্জিত হৈ আছে। তেওঁলোক শত্রুৰ বিৰুদ্ধে যুঁজ দিবলৈ যুদ্ধক্ষেত্ৰত গৈ আছে।

Lachit Borphukan was a brave general of king Chakradhwaj Singh in the Ahom Kingdom. He had self-respect. The king appointed him as a general to fight against the Mogul emperor. He also presented him a beautiful sword. (লাচিত বৰফুকন ওৱাজ এ ব্ৰেভ জেনাৰেল অফ কিং চক্ৰধ্বজ সিংহ ইন দা অহ’ম কিংডম। হি হেড চেল্ফ-ৰেচপেক্ট। দা কিং এপয়ন্টেড হিম এজ, জেনাৰেল টু ফাইট এগেইনষ্ট দা মুঘল এম্পাৰাৰ। হি অলচ’ প্রেজেন্টেড হিম এ বিউতিফুল চ’ৰ্ড) —লাচিত বৰফুকন আছিল তৎকালীন সময়ৰ অহম ৰজা চক্ৰধ্বজ সিংহৰ এজন সাহসী সেনাপতি বা সেনাধ্যক্ষ। ৰজা মোগল সম্রাটৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁক সেনাপতি হিচাপে নিয়োগ কৰিছিল। তেওঁ (চক্ৰধ্বজ সিংহ) তেওঁক এটা ধুনীয়া তৰোৱাল উপহাৰ হিচাপে দিছিল।

Let’s read the story ‘A Brave General’ (লেট আচ ৰীড দা ষ্ট’ৰি ‘এ ব্ৰেভ জেনাৰেল’) — ‘এজন সাহসী সেনাপতিৰ সাধুটো পঢ়ো আহা।

Para – 1 (পেৰা — ১) – দফা-১ :

উচ্চাৰণ আৰু অসমীয়া ভাঙনি :

In the days of king Chakradhwaj Singha, the western part of his kingdom was under the Moguls. ( ইন দা ডেজ অৱ কিং চক্রধ্বজ সিংহ, দা ওৱেচটার্ন পার্ট অফ হিজ কিংডম ওৱাজ আন্ডাৰ দা মুঘলচ।) — ৰজা চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত তেঁওৰ ৰাজ্যৰ পশ্চিম ভাগটো মোগলবোৰৰ অধীনত আছিল।

The king had to pay huge sums of money to the Mogul emperor. (দা কিং হেড টু পে হিউজ চামচ অৱ মানি টু দা মুঘল এম্পাৰাৰ।) — ৰজাক বিশাল পৰিমাণৰ অৰ্থ মোগল সম্রটিলৈ (কৰ হিচাপে) দিব লগা হৈছিল।

He decided to fight the Moguls and recover the lost part of his kingdom. (হি ডিচাইদেড টু ফাইট দা মুঘলচ এন্ড ৰিকভাৰ দা লচট্‌ পার্ট অৱ হিজ কিংডম) — তেও মোগল সৈন্যবোৰৰ বিৰুদ্ধে যুঁজ কৰি তেঁওৰ ৰাজ্যৰ হেৰোৱা অংশ পুনৰুদ্ধাৰ কৰাৰ সিদ্ধান্ত লৈছিল।

Word Notes (শব্দার্থ) : days (ডেজ) — দিনবোৰ। king (কিং) — ৰজা। western-part (ওৱেচটার্ন পার্ট) – পশ্চিমঅংশ। kingdom (কিংডম) – ৰাজত্ব/ৰাজ্য। under ( আন্ডাৰ) – অধীনত। moguls ( মুঘলচ) – মোগল শাসকসকল। pay (পে) — দিয়া। had to pay (হেড টু পে) — দিব লগা হৈছিল। huge (হিউজ) — বিশাল, বহুতখিনি। sums of money ( চামচ অৱ মানি) — বহুত পৰিমাণৰ অৰ্থ সমষ্টি। emperor (এম্পাৰৰ) — সম্রাট। decided (ডিচাইদেড) — থিৰ কৰিছিল। fight (ফাইট) — যুঁজ দিয়া/যুদ্ধ কৰা। recover (ৰিকভাৰ) – পুনৰুদ্ধাৰ কৰা। lost (লচট্) — হেৰোৱা। lost part (লচট্ পার্ট) –হেৰোৱা অংশ।

Para-2 (পেৰা — ২) – দফা-২ :

উচ্চাৰণ আৰু অসমীয়া ভাঙনি :

The king needed a brave general to fight the Moguls. (দা কিং নিদেড এ ব্ৰেভ জেনাৰেল টু ফাইট দা মুঘলচ) — মোগল সৈন্যসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ৰজাৰ এজন সাহসী সেনাপতিৰ প্ৰয়োজন আছিল।

He selected Lachit as the Borphukan or the general. (হি চিলেক্টেড লাচিত এজ দা বৰফুকন অৱ দা জেনাৰেল) – তেঁও বৰফুকন অথবা সেনাপতি হিচাপে লাচিতক নির্বাচন কৰিলে।

But before sending him to the battlefield, the king wanted to test him. (বাট বিফ’ৰ চেল্ডিং হিম টু দা বেটেলফিল্ড দা কিং ওয়ান্টেড টু টেচট্‌ হিম।) — কিন্তু যুদ্ধক্ষেত্রলৈ যোৱাৰ আগতে, ৰজা তেঁওক পৰীক্ষা কৰিবলৈ বিচাৰিলে।

Word Notes (শব্দার্থ) : needed (নিদেড) — দৰকাৰ হোৱা, প্রয়োজন হোৱা। brave (ব্ৰেভ) — সাহসী, নির্ভীক। general (জেনাৰেল) — সেনাপতি, সেনাধ্যক্ষ selected (চিলেক্টেড) — নির্বাচন কৰিছিল। before (বিফ’ৰ) — আগতে। sending (চেল্ডিং) — পঠোৱা। battlefield (বেটেলফিল্ড) —যুদ্ধক্ষেত্র । wanted (ওৱান্টেড) — বিচাৰিছিল। test (টেচট্‌) — পৰীক্ষা কৰা।

Para-3 (পেৰা — ৩ ) — দফা — ৩ :

উচ্চাৰণ আৰু অসমীয়া ভাঙনি :

The king called Lachit to his chamber. (দা কিং কলদ্ লাচিত টু হিজ চেম্বাৰ।) — ৰজা লাচিতক তেঁওৰ নিজৰ কক্ষত মাতিলে।

Lachit knelt down before the king. (লাচিত নেল্ট ডাউন বিফ’ৰ দা কিং।) — লাচিত ৰজাৰ সন্মুখত জানুশিৰে (আঠুকাঢ়ি) বহিলে।

At that moment an attendant rushed into the royal chamber and took off Lachit’s turban. (এট দেট ম’মেন্ট এন এটেনডেন্ট ৰাছড ইনটু দা ৰয়েল চেম্বাৰ এন্ড টুক অৱ লাচিতচ টাৰবান।) – সেই সময়তে এজন পৰিচাৰক দৌৰি ৰজাৰ কক্ষত সোমালে আৰু লাচিতৰ পাগুড়িটো খুলি ল’লে।

This was a great insult to Lachit. (দিচ ওৱাজ এ গ্রেট ইনচাল্ট টু লাচিত।) — এই ঘটনাটো লাচিতৰ কাৰণে ডাঙৰ অসম্মান/অপমানৰ আছিল।

He became very angry with the attendant. (হি বিকেম ভেৰি এংগ্রি উইথ দা এটেনডেন্ট।) — তেওঁ পৰিচাৰকৰ প্ৰতি খুবেই ক্রুদ্ধ হ’ল।

Word Notes (শব্দার্থ) : called (কলড) – মাতিলে। chamber (চেম্বাৰ) — কক্ষ। knelt (নেল্ট) –জানুশিৰ (আঠুকাঢ়ি বহা)। before (বিফৰ) — আগতে, সন্মুখে। moment ( ম’মেন্ট) – মুহূর্ত। attendant (এটেনডেন্ট) – পৰিচাৰক। rushed (ৰাছড) — দৌৰি গ’ল। royal (ৰয়েল) – ৰাজকীয়। took off (টুক অৱ) — তুলি ল’লে। turban (টাৰবান) — পাগুৰি। great (গ্রেট) — ভীষণ, সাংঘাটিক। insult (ইনচাল্ট) — অপমান। became (বিকেম) – হ’ল। angry (এংগ্রি) — ক্রুদ্ধ।

Para – 4 ( পেৰা – 8 ) – দফা – ৪:

উচ্চাৰণ আৰু অসমীয়া ভাঙনি :

The man ran to the king’s throne and stood behind it. ( মেন ৰেন টু দা কিংচ থ্র’ন এন্ড ষ্টুদ বিহাইন্ড ইট।) — মানুহজনে ৰজাৰ সিংহাসনৰ পিছফালে গৈ থিয় হ’ল।

Lachit ran towards him in great anger. (লাচিত ৰেন টুওৱাৰ্ডচ হিম ইন গ্রেট এংগাৰ।) — লাচিত সাংঘাটিক ক্রুদ্ধ হৈ তাৰ (পৰিচাৰকৰ) পিনে দৌৰি গ’ল।

But the king stopped Lachit and told him that the attendant was only carrying out his order. (বাট দা কিং ষ্টপড লাচিত এন্ড ট’ল্ড হিম দেট দা এটেনডেন্ট ওৱাজ অনলি কেৰিং আউট হিজ অর্ডাৰ।) —– কিন্তু ৰজা লাচিতক বাধা দি ক’লে যে পৰিচাৰকজনে তেঁওৰ আদেশ পালন কৰিছে মাথোন।

He also told Lachit that he wanted to test if Lachit was brave and had self-respect. (হি অলচ’ ট’ল্ড লাচিত দেট হি ওৱান্টেড টু টেচট ইফ লাচিত ওৱাজ ব্রেভ এন্ড হেড চেল্ফ ৰেচপেক্ট।) – তেওঁ লাচিতক আৰু এইটো ক’লে যে লাচিতৰ আত্মসম্মানবোধ কিমানখিনিহে আছে সেইটো তেওঁ পৰীক্ষা কৰিব বিচাৰিছিল।

Word Notes ( শব্দার্থ) : man (মেন) — মানুহ, লোক। ran (ৰেন) দৌৰি গ’ল। king’s (কিংচ) —ৰজাৰ। throne (থ্র’ন) — ৰাজ সিংহাসন। stood (ষ্টুড) — থিয় হ’ল। behind (বিহাইন্ড) – পিছফালে। towards (টুওৱাৰ্ডচ)— ফালে, দিশত। great (গ্রেট) — ভীষণ/সাংঘাটিক। angry (এংগ্রি) – ক্রুদ্ধ। stopped (ষ্টপড) — বন্ধ কৰা, গতিৰোধ কৰা। only (অনলি)- মাথোন। carry (কেৰি) – পালন কৰা। carried (কেৰিড) — পালন কৰিছিল। order (অৰ্ডাৰ) — আদেশ। wanted (ওৱান্টেড) — বিচাৰিছিল। test (টেচট্‌) — পৰীক্ষা। brave (ব্রেভ) — সাহসী, নির্ভীক। self respect (চেল্ফ ৰেচপেক্ট) —আত্মসম্মানবোধ।

Para-5 ( পেৰা – ৫) – দফা-৫ :

উচ্চাৰণ আৰু অসমীয়া ভাঙনি :

Then the king appointed Lachit as the Borphukan. (দেন দা কিং এপইনটেদ লাচিত এজ দা বৰফুকন) — তাৰ পিছত ৰজা লাচিতক বৰফুকন/ সেনাপতি পদলৈ নিযুক্ত কৰিলে।

He also presented Lachit with a beautiful sword. (হি অলচ’ প্রেজেন্টেড লাচিত উইথ এ বিউতিফুল চ’ৰ্ড) – তেওঁ লাচিতক এটা সুন্দৰ তৰোৱালো উপহাৰ হিচাপে দিলে।

Word Notes ( শব্দার্থ) : appointed (এপইন্টেড) — নিয়োগ কৰিলে। borphukan (বৰফুকন) —সেনাপতি। presented (প্রেজেনতেদ) — উপহাৰ হিচাপে দিছিল। beautiful (বিউতিফুল) — সুন্দৰ ধুনীয়া । sword (চ’ৰ্ড) — তৰোৱাল।

Let’s learn these new words. (লেট আচ লার্ন দিজ নিউ ওৱার্ডচ) — নতুন শব্দবোৰ শিকো আহা।

Ans.: krtelt (নেল্ট) – জানুশিৰ (আঠুকাঢ়ি বহা) : to be in a position where the body is supported on the knees. (টু বি ইন এ পছিন হৱেৰ দা বডি ইজ চাপ’ৰটেড অন দা নীজ।) — এটা অৱস্থান য’ত শৰীৰৰ ভৰখিনি আঠুৰ ওপৰত থাকে।

turban (টাৰবান) —পাগুৰি : a long piece of cloth worn tightly Saround the head. (এ লং পিচ অৱ ক্ল’দ ওৰ্ন টাইটলি এৰাউণ্ড দা হেড) — মূখৰ চাৰিওপিনে টানকৈ বন্ধা দীঘল কাপোৰ-পাগুৰি।

chamber (চেম্বাৰ) কক্ষ : a hall that is used for formal meetings. (এ হল দেট ইজ্ ইউজড ফৰ ফমেল মিটিংচ) — এটা ঘৰ য’ত সাধাৰণ সভা অনুষ্ঠিত হয়।

sword (চ’ৰ্ড) – তৰোৱাল : a weapon with a long metal blade and a handle. (এ ওৱেপেন উইথ এ লং মেটাল ব্লেড এন্ড এ হেন্ডেল) – এখন হাতোৰাৰে সৈতে দীঘল ধাতৱ পাতেৰে বনোৱা অস্ত্র-তৰোৱাল।

ACTIVITIES (একটিভিটিজ) — কার্যকলাপ

1. Read the sentences and write ‘Yes’ or ‘No’ (ৰীড দা চেনটেনচেছ এন্ড ৰাইট ইয়েচ’ অৰ ‘ন’ ‘) — বাক্যবোৰ পঢ়া আৰু ‘হয়’ অথবা ‘নহয়’ লিখা।

(a) Chakradhwaj Singha was a brave general. (চক্ৰধ্বজ সিংহ ওৱাজ এ ব্রেভ জেনাৰেল।)— চক্রধ্বজ সিংহ এজন সাহসী সেনাপতি আছিল।

Ans. ‘No’ (ন) – নহয়।

(b) The king had to pay huge sums of money to the Mogul emperor. (দা কিং হেড টু পে এ হিউজ চামচু অব মানি টু দা মুঘল এমপেৰৰ।) — ৰজাক মোগল সম্রাটলৈ বহুতখিনি অর্থ দিব লগা হৈছিল।

Ans. ‘Yes’ (‘ইয়েচ) – হয়।

(c) Chakradhwaj Singha wanted to fight the Moguls. (চক্ৰধ্বজ সিংহ ওৱান্টেড টু ফাইট দা মুঘল।) – চক্ৰধ্বজ সিংহ মোগলৰ সৈতে যুঁজ কৰিবলৈ বিচাৰিছিল।

Ans. ‘Yes’ (ইয়েচ’) – হয়।

(d) Chakradhwaj Singha appointed Lachit as the Borphukan. (চত্রধ্বজ সিংহ এপয়েন্টেড লাচিত এজ দা বৰফুকন।) – চক্ৰধ্বজ সিংহ লাচিতক সেনাপতি বা বৰফুকন পদত অধিষ্ঠিত কৰে।

Ans. ‘Yes’ (ইয়েচ) — হয়।

2. Read the text and see how much you have understood (ৰীড দা টেকট এন্ড চী হাও মাচ ইউ হেভ আন্ডাৰষ্টুড) — গল্পটো পঢ়ি আমি কিমানখিনি বুজি পালোঁ বিচাৰি চাওঁ আহা।

(a) What is the name of the king in the story? (হ’ৱাট ইজ দা নেম অৱ দা কিং ইন দা ষ্ট’ৰি) — গল্পটোত ৰজাজনৰ নাম কি আছিল?

Ans. The name of the king in the story is Chakradhwaj Singha. (দা নেম অৱ দা কিং ইন দা উৰি ইজ্ চক্ৰধ্বজ সিংহ) — গল্পটোত ৰজাজনৰ নাম আছিল চক্ৰধ্বজ সিংহ।

(b) What did Chakradhwaj Singha decide to do? (হ’ৱাট দিড চক্ৰধ্বজ সিংহ ডিচাইড টু ডু) — চক্ৰধ্বজ সিংহ কি কৰিবলৈ সিদ্ধান্ত কৰিছিল?

Ans. Chakradhwaj Singha decided to fight against the Mogul emperor. (চক্রধ্বজ সিংহ ডিচাইদেড টু ফাইট এগেইনচট্ দা মুঘল এমপেৰ) — চক্ৰধ্বজ সিংহ মোগল সম্রাটৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সিদ্ধান্ত কৰিছিল।

(c) Give the name of the person who was selected to become the general. ( নেম অৱ দা পাচন হু ওৱাজ চিলেকটেড টু বিকাশ দা জেনাৰেল)— সেনাপতি হোৱাৰ বাবে নির্বাচিত হোৱা মানুহজনৰ নাম কি আছিল?

Ans. The name of the person who was selected to become the general was Lachit. (দা নেম অব দা পাৰচন হু ওৱাজ চিলেকটেড টু বিকাম দা জেনাৰেল ওৱাজ লাচিত)। — সেনাপতি হোৱাৰ বাবে নির্বাচিত হোৱা মানুহজন আছিল লাচিত।

(d) What did the attendant do that made Lachit so angry ? (হ’ৱাট দিড দা এটেনডেন্ট ডু দেট মেড লাচিত চ’ এংগ্রি?) — পৰিচাৰকজনৰ কি কামৰ বাবে লাচিতে ক্রুদ্ধ হৈছিল?

Ans. The attendant took off the turban from Lachits head. (দা এটেনডেন্ট টুক অৱ দা টাৰবান ফ্রম লচিতচ হেড) – পৰিচাৰকজন লাচিতৰ মূৰৰ পৰা পাগুৰিটো তুলি লৈছিল।

(e) What did the king want to test in Lachit? (হ’ৱাট দিড দা কিং ওৱান্ট টু টেচট্ ইন লাচিত ?) —ৰজা লাচিতৰ (চৰিত্ৰৰ) কি পৰীক্ষা কৰিবলৈ বিচাৰিছিল?

Ans. The king wanted to test if Lachit was brave and had self respect or not. (দা কিং ওৱান্টেড টু টেচট্‌ ইফ লাচিত ওৱাজ ব্রেভ এন্ড হী হেড চেল্ফ-ৰেচপেষ্ট অৱ নট) — লাচিত সাহসী মানুহ নেকি আৰু তেওঁৰ আত্মসন্মানবোধ আছে নেকি এইটোৱে ৰজা পৰীক্ষা কৰিবলৈ বিচাৰিছিল।

3. Pick out words from the box and fill in the blanks to complete the sentences given below. (পিক্‌ আউত ওৱাৰ্ডচ ফ্রম দা বকচ্ এন্ড ফিল ইন দা  ব্লেঙ্কচ  টু কমপ্লিট দা চেনটেনচেছ গিভেন বিল’) — বাক্চৰ পৰা সঠিক শব্দ বাচিলৈ বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ তলৰ খালি ঠাইবোৰ পূৰ কৰা :

fight (ফাইট) — যুদ্ধ, যুঁজ brave (ব্রেভ) — সাহসী, নিৰ্ভীক sword (চ’র্ড) — তৰোৱাল test (টেচট) — পৰীক্ষাwestern (ওৱেচটার্ন) – পশ্চিম অংশ।

Ans. :

(a) The western part of the kingdom was under the Moguls. (দা ওৱেচটার্ন পার্ট অৱ দা কিংডম ওৱাজ আল্ডাৰ দা মুঘলচ)—ৰাজ্যৰ পশ্চিম অংশটো মোগলৰ অধীনত আছিল।

(b) The king wanted to fight the Moguls. (দা কিং ওৱান্টেড টু ফাইট দা মুঘলচ)—ৰজা মোগলৰ সৈতে যুদ্ধ কৰিবলৈ বিচাৰিছিল।

(c) The king needed a brave general, (দা কিং নিডে এ ব্রেন্ড জেনাৰেল) –ৰজাৰ এজন সাহসী সেনাপতিৰ প্রয়োজন আছিল।

(d) The king wanted to test Lachit (দা কিং ওৱান্টেড টু টেচ্‌ট্‌ লাচিত।)—ৰজা লাচিতক পৰীক্ষা কৰিবলৈ বিচাৰিছিল।

(e) The king presented a sword to Lachit. (দা কিং প্রেজেন্টেড এ চ’ৰ্ড টু লাচিত।)—ৰজা লাচিতক এখন তৰোৱাল উপহাৰ হিচাপে দিছিল।

4. Rearrange the words to make sentences. (ৰিএৰেঞ্জ দা ওৱাৰ্ডচ টু মেক চেনটেনচেছ) —শব্দবোৰ পুনৰ সজাই বাক্যবোৰ সঠিককৈ লিখা।

(a) the king huge sums of money to pay had

Ans. The king had to pay huge sums of money .(দা কিং হেড টু পে হিউজ চামচ অৱ মানি।) —ৰজাক ডাঙৰ পৰিমাণৰ অৰ্থ দিব লগা হৈছিল।

(b) king presented the Lachit sword with a

Ans. The king presented Lachit with a sword. (দা কিং প্রেজেন্টেড লাচিত উইথ এ চ’ৰ্ড) — ৰজা লাচিতক এটা তৰোৱাল উপহাৰ দিছিল।

(c) the king Lachit called chamber to his

Ans. The king called Lachit to his chamber. (দা কিং কলড লাচিত টু হিজ চেম্বাৰ।) – ৰজা লাচিতক তেওঁৰ কক্ষলৈ মাতিলে। 

(d) chamber rushed into an attendant the royal

Ans: An attendant rushed into the royal chamber. (এন এটেনডেন্ট ৰাচড ইন্টু দা ৰয়েল চেম্বাৰ।) – এজন পৰিচাৰক দৌৰি বজাৰ কক্ষত সোমালে।

(e) the a brave general needed king

Ans.: The king needed a brave general. (দা কিং নিদেড এ ব্রেভ জেনাৰেল) – ৰজাৰ এজন সাহসী সেনাপতিৰ প্ৰয়োজন আছিল।

Now, rearrange the sentences in the correct order according to the story (নাও ৰি-এৰেঞ্জ দা চেনটেনছে ইন দা কাৰেক্ট অর্ডাৰ এক’ৰডিং টু দা ষ্ট’ৰি) — এতিয়া, গল্প অনুসৰি বাক্যবোৰক সঠিক ক্রমানুসাৰে সজোৱা।

Ans. 1. (a) The king had to pay huge sums of money. (দা কিং হেড টু পে হিউজ চামচ অৱ মানি।) — ৰজাক ডাঙৰ পৰিমাণৰ অৰ্থ দিব লগা হৈছিল।

2. (e) The king needed a brave general. (দা কিং নিদেড এ ব্রেভ জেনাৰেল) – ৰজাৰ এজন সাহসী সেনাপতিৰ প্ৰয়োজন আছিল।

3. (c) The king called Lachit to his chamber. (দা কিং কলড লাচিত টু হিজ চেম্বাৰ।)-ৰজা লাচিতক তেওঁৰ কক্ষত মাতিলে।

4. (d) An attendant rushed into the royal chamber. (এন এটেনডেন্ট ৰাচড্ ইন্টু দা ৰয়েল চেম্বাৰ।) – এজন পৰিচাৰক দৌৰি ৰজাৰ কক্ষত সোমালে। 

5. (b) The king presented Lachit with a sword. (দা কিং প্রেজেন্টেড লাচিত উইথ এ চ’ৰ্ড) — ৰজা লাচিতক এটা তৰোৱাল উপহাৰ দিছিল।

5. (a) Read aloud the two sentences. (ৰীড এলাওড দা টু চেনটেনচেছ)—বাক্য দুটা ডাঙৰকৈ পঢ়া।

Ans.: Chakradhwaj Singha was brave. (চক্ৰধ্বজ সিংহ ওৱাজ ব্রেভ।) — চক্ৰধ্বজ সিংহ সাহসী আছিল।

He was a brave king. (হি ওৱাজ এ ব্রেভ কিং)–তেওঁ এজন সাহসী ৰজা আছিল।

Notice where the describing word ‘brave’ is placed. In the first sentence, it is placed after ‘was’. In the second sentence it is placed before the naming word. Many describing words can be placed in both these places. (ন’টিছ হ’ৱেৰ দা ডেচক্ৰাইবিং ওৱার্ড ‘ব্রেভ’ ইজ প্লেচড। ইন দা ফার্স্ট চেনটেঞ্চ, ইট ইজ প্লেচড আফটাৰ ‘ওৱাজ’। ইন দা চেকেণ্ড চেনটেঞ্চ ইট ইজ প্লেচড বিফ’ৰ দা নেমিং ওৱার্ড। মেনি ডেচক্রাইবিং ওৱাৰ্ডচ কেন বি প্লেচড ইন ব’থ দিজ প্লেছেজ।)— লক্ষ্য কৰা বৰ্ণনামূলক শব্দ ‘সাহসী’ ক’ত বহিছে। প্ৰথমটো বাক্যত, এইটো ‘was’-ৰ পিছত বহিছে। দ্বিতীয়টো বাক্যত, এইটো নামবাচক শব্দৰ আগতে বহিছে। বহুত বর্ণনামূলক শব্দ এই দুয়োটা ঠাইত ব্যৱহৃত হব পাৰে।

5. (b) Read the sentence about Lachit Borphukan. (ৰীড দা চেনটেঞ্চ এবাউট লাচিত বৰফুকন।)—লাচিত বৰফুকনৰ বিষয়ে বাক্যটো পঢ়া। 

Lachit Borphukan was brave. (লাচিত বৰফুকন ওৱাজ ব্রেভ) — লাচিত বৰফুকনে সাহসী আছিল।

Now, write another sentence about him using the word ‘brave’. (নাও ৰাইট এনাদাৰ চেনটেঞ্চ এবাউট হিম ইউজিং দা ওৱাৰ্ড’ব্রেভ’) — এতিয়া, ‘সাহসী’ শব্দটো ব্যবহাৰ কৰি তেওঁৰ বিষয়ে আন এটা বাক্য লিখা।

Ans. Lachit Borphukan was a brave general under the king Chakradhwaj Singh. (লাচিত বৰফুকন ওৱাজ এ ব্রেভ জেনাৰেল আন্ডাৰ দা কিং চক্ৰধ্বজ সিং।) — লাচিত বৰফুকন ৰজা চক্ৰধ্বজ সিংহৰ এজন সাহসী সেনাপতি আছিল।

6. Mita wants to climb a tree. But she is afraid. Look at the pictures below. They show how Mita is learning to climb a tree. (মিতা ওৱান্টচ্ টু ক্লাইম্ব এ ট্রি। বাট চি ইজ এফ্রেইড। লুক এট দা পিকচাৰ্চ বিল’। দে চ’ হাও মিতা ইজ লার্নিং টু ক্লাইম্ব এ ট্রি) — মিতা এটা গছত বাগৰি উঠিবলৈ চেষ্টা কৰি আছে। কিন্তু তেওঁ ভয় খাইছে। তলৰ ছবিবোৰ চোৱা। ছবিবোৰ দেখুৱায় মিতা কেনেকৈ গছত বাগৰি উঠিবলৈ শিকি আছে।

Now, choose the correct sentence from the box below and write under each picture. (নাও, চ্যুজ দা কাৰেক্ট চেনটেঞ্চ ফ্রম দা বকচ বিল’ এন্ড ৰাইট আন্ডৰ ইচ পিকচাৰ) — এতিয়া, তলৰ বাকচৰ পৰা সঠিক বাক্যটো নিৰ্বাচন কৰি প্ৰতিটো ছবিৰ তলত লিখা।

Ans.

7. Look at the pair of words and fill in the blanks. (লুক এট দা পেয়াৰ অৱ ওৱাৰ্ডচ এন্ড ফিল ইন দা ব্লেঙ্কচ।) শব্দযোৰবোৰ চোৱা আৰু খালি ঠাইবোৰ পূৰ কৰা।

Ans: need (নিড) – প্রয়োজন needed (নিডেড) – প্রয়োজন আছিল 

want (ওৱান্ট) – বিচৰা wanted (ওৱান্টেড) – বিচাৰিছিল

select (চিলেক্ট) – পচন্দ কৰা selected (চিলেক্টেড) – পচন্দ কৰিছিল

rush (ৰাছ) – খৰকৈ যোৱা rushted (ৰাচড) – খৰকৈ গৈছিল

appoint ( এপয়েন্ট) – নিয়োগ কৰা। appointed (এপয়েন্টেড) – নিয়োগ কৰিছিল।

present (প্রেজেন্ট) –পুৰস্কাৰ presented (প্রেজেন্টড) – পুৰস্কাৰ দিছিল।

8. Read aloud the pairs of words. (ৰীড এলাউড দা পেয়াচ্ অৱ ওৱাৰ্ডচ) — শব্দযোৰবোৰ ডাঙৰকৈ পঢ়া।

Ans. run (ৰান) – দৌৰা। ran (ৰেন) – দৌৰ দিছিল । 

tell (টেল) – কোৱা। told (টল্ড) – কৈছিল।

take (টেক) – লোৱা। took (টুক) – লৈছিল।

knee (নী) – আঠু। knelt (নেল্ট) – আঠু কাঢ়ি বহা

become (বিকাম) – হোৱা। became (বিকেম) – হৈছিল। 

decide (ডিচাইড) – সিদ্ধান্ত লোৱা decided (ডিচাইদেড) – সিদ্ধান্ত লৈছিল।

Now, make sentences using words from any two pairs. (নাও, মেক চেনটেনচেছ ইউজিং ওৱাৰ্ডচ ফ্রম এনি টু পেয়াৰ্চ) – এতিয়া যিকোনো দুটাযোৰৰ পৰা শব্দ ব্যবহাৰ কৰি বাক্য ৰচনা কৰা।

Ans.

Tell : My grandmother tells me story. (মাই গ্রেন্ডমাদাৰ টেলচ মি ষ্ট’ৰি) — মোৰ আইতা মোক সাধুকথা কয়।

Told : He told me to go to school, (হি টল্ড মি টু গ‘ টু স্কুল) – তেওঁ মোক বিদ্যালয়লৈ যাবলৈ কৈছিল।

take : I take tea with biscuit . (আই টেক টী  উইথ বিচকিট্‌) — মই চাহৰ লগত বিস্কুট খাওঁ।

took:  He took me to a cinema hall . (হি টুক মি টু এ চিনেমা হ’ল) – তেওঁ মোক এটা সিনেমা হ’ললৈ লৈ গৈছিল।

9. Let’s read what Mita’s brother Ritul does every day. and what he did yesterday. (লেট আচ ৰীড হ’ৱাট মিতাজ ব্রাদাৰ ৰিতুল ডাজ এভৰি ডে এন্ড হ’ৱাট হি দিড ইয়েচটাৰডে।) মিতাৰ ভায়েক নিতুলে নিতৌ কি কৰে আৰু যোৱাকালি সি কি কৰিছিল পঢ়ো আহা।

Ans.:

Everyday (এভৰিডে) — নিতৌ :

I walk to school .(আই ওৱাক টু স্কুল) — মই খোজকাঢ়ি বিদ্যালয়লৈ যাওঁ।

I play football (আই প্লে ফুটবল) — মই ফুটবল খেলোঁ। 

I cook food (আই কুক ফুড) — মই খাদ্য বনাও (ৰান্ধো)।

I do Yoga (আই ডু যোগা) — মই যোগ ব্যায়াম কৰোঁ। 

Yesterday (ইয়েটাৰডে) – যোৱাকালি : 

I walked to school (আই ওৱাকড টু স্কুল) — মই খোঁজকাঢ়ি বিদ্যালয়লৈ গৈছিলোঁ। 

I played football (আই প্রেড় ফুটবল) — মই ফুটবল খেলিছিল।

I cooked food. (আই কুকড্ ফুড) — মই খাদ্য বনাইছিল। (ৰান্ধিছিল)।

I did Yoga. (আই ডিড্ যোগা) — মই যোগ ব্যায়াম কৰিছিল।

10. Write three sentences about what you do every day and three sentences about what you did yesterday or last Sunday. (ৰাইট থ্রি চেনটেনছেচ এবাউট হ’ৱাট ইউ ডু এভৰিঙে এন্ড থ্ৰি চেনটেনছেচ এবাউট হ’ৱাট ইউ দিড ইয়েচটানডে অব লাষ্ট চানডে) — নিতৌ তুমি কি কৰা সেই বিষয়ে তিনিটা বাক্য লিখা আৰু তুমি যোৱাকালি অথবা যোৱা দেওবাৰত কি কৰিছিলা সেই বিষয়ে তিনিটা বাক্য লিখা।

Ans.: Everyday (এভৰিডে) – নিতৌ :

• I wake up early is the morning. (আই ওৱেক আপ আৰলি ইন দা মৰনিং) — মই  ৰাতিপুৱা সোনকালে টোপনিৰ পৰা উঠোঁ।

• I go to school at 10.30 a.m. (আই গ’ টু স্কুল এট ১০.৩০ এ.এম.) — মই ৰাতিপুৱা ১০ বাজি ৩০ মিনিটত বিদ্যালয়লৈ যাওঁ।

• I play with my friends in the afternoon. (আই প্লে উইথ মাই ফ্রেন্ডচ্ ইন দা আফটাৰনুন) — মই আবেলি সময়ত মোৰ বন্ধুৰ লগতে খেলোঁ।

Yesterday or last Sunday (ইয়েচটাৰডে অব লাষ্ট চানডে) —– যোৱাকালি অথবা যোৱা দেওবাৰত) :

• I woke up late in the morning (আই ওক আপ লেট ইন দা মৰনিং) — মই পলমকৈ টোপনিৰ পৰা উঠিছিল।

• I visited the zoo with my parents. (আই ভিজিটেড দা জ্যু উইথ মাই পেৰেণ্টচ) — মই মোৰ মাক-দেউতাকৰ সৈতে চিৰিয়াখানালৈ ফুৰিবলৈ গৈছিলোঁ।

• I  went to bed at 10 pm. after having dinner. (আই ওৱেন্ট টু বেড এট ১০ পি.এম. আফটাৰ হেভিং ডিনাৰ) — মই ৰাতি ১০ বজাত ৰাতিৰ খাদ্য খোৱাৰ পিছত শুবলৈ গৈছিলোঁ।

11. Mita and Ritul like to listen to stories. Their grandfather is telling them the story The King and the Spider’. Let’s listen to the story ( মিতা এন্ড ৰিতুল লাইক টু লিচেন টু ষ্ট’ৰিজ। দেয়াৰ গ্রেন্ডফাদাৰ ইজ টেলিং দেম দা ষ্ট’ৰি ‘দা কিং এন্ড দা স্পাডাৰ’। লেট আচ লিচেন টু দা ষ্ট’ৰি।) — মিতা আৰু ৰিতুল সাধুকথা শুনিবলৈ ভাল পায়।

সিহঁতৰ ককায়েকে সিহঁতক ‘ৰজা আৰু মকৰাৰ’ সাধুকথা এটা কৈছে। গল্পটো শুনো আহা। 

The King and the Spider (দা কিং এন্ড দা স্পাইডাৰ) — ৰজা আৰু মকৰা

Para-1 (পেৰা – ১) – দফা – ১

Word Notes ( শব্দার্থ) : Once upon a time (ওৱাঞ্চ আপন এ টাইম) — এসময়ত। brave (ব্রেভ) —সাহসী, নিৰ্ভীক। king (কিং) – ৰজা। won (ঔন) – জিকিছিল, জয় কৰিছিল। many (মেনি) – বহুখিনি | battle (বেটেল) – যুদ্ধ। country (কানট্ৰি) – দেশ। once (ওৱাঞ্চ) – এবাৰ। lost (লষ্ট) — হেৰোৱাইছিল। very (ভেৰি) — খুবেই, বহুত। sad (চেড) — দুখিত। ran away (ৰেন এৱে) – দৌৰি পলাই গৈছিল। battlefield (বেটেল ফিল্ড) — যুদ্ধক্ষেত্র। went (ওৱেন্ট) – গুচি গৈছিল। forest ( ফৰেষ্ট) – হাবি, বননি/জংগল। lived (লিভ) — বসবাস কৰিছিল। cave (কেভ) – গুহা।

উচ্চাৰণ আৰু অসমীয়া ভাঙনি : Once upon a time there was a brave king. (ওৱাঞ্চ আপন এ টাইম দেৱাৰ ওৱাজ এ ব্রেভ কিং।) — এসময়ত এটা ঠাইত এজন সাহসী ৰজা আছিল। He won many battles for his country. (হি ঔন মেনি বেটেলচ ফৰ হিজ কানট্ৰি।) — তেওঁ তেওঁৰ দেশৰ বাবে বহুতখিনি যুঁজ জিকিছিল। Once he lost a battle (ওৱাঞ্চ হি লষ্ট এ বেটেল) — এবাৰ তেওঁ এটা যুদ্ধত পৰাজিত হৈছিল। He was very sad and ran away from the battlefield. (হি ওৱাজ ভেৰি চেড এন্ড ৰেন এৱে ফ্রম দা বেটেলফিল্ড।) – তেওঁ দুখিত হৈ যুদ্ধক্ষেত্র এৰি পলাই গৈছিল। He went to the forest and lived in a cave. (হি ওৱেন্ট টু দা ফৰেষ্ট এন্ড লিভড ইন এ কেভ) – তেওঁ জংগলৰ ভিতৰত এটা গুহাত বাস কৰিবলৈ লৈছিল।

Para-2 (পেৰা – ২) – দফা – ২

Word Notes (শব্দার্থ) : one day (ওৱান ডে) — এদিনা। saw (চ’) — দেখিছিল। spider (স্পাইডাৰ) – মকৰা। trying (ট্রাইং) – চেষ্টা কৰিছিল। spin (স্পিন) — বোৱা। cobweb (কোবওৱেব) — মকৰাৰ জাল। tried (ট্রায়েড) — চেষ্টা কৰিছিল। hard ( হার্ড)-কঠোৰ। each time ( ইচ টাইম) — প্ৰতিবাৰ। climbed (ক্লাইম্বড্) — বাগৰি উঠিছিল। higher (হাইয়াৰ) — আৰু ওপৰত। fell down (ফেল ডাউন)— তলত পৰিছিল। all of a sudden (অল অৱ এ চাডেন) — হঠাতেই। completed (কমপ্লিটেড) — শেষ হ’ল, সম্পূর্ণ কৰিল। web (ওয়েব) — জাল।understood (আন্ডাৰষ্টুড) — বুজিলে। again (এগেইন) —পুনৰায়, আকৌ। get back (গেট বেক) — ঘূৰি পোৱা। kingdom (কিংডম)-ৰাজ্য।

উচ্চাৰণ আৰু অসমীয়া ভাঙনি : One day he saw a spider trying to spinacobweb (ওয়ান ডে হী চ’ এ স্পাইডাৰ ট্ৰাইং টু স্পিন এ কোবওৱেব) — এদিনা তেওঁ দেখিলে এটা মকৰা এটা জাল বনোৱাৰ চেষ্টা কৰি আছে। The spider tried hard because each time he climbed higher he fell down. (দা স্পাইডাৰ ট্রায়েড হার্ড বিকজ্‌ ইচ টাইম হী ক্লাইম্বড্ হায়াৰ হী ফেল ডাউন) — মকৰাটো খুবেই চেষ্টা চলাইছিল কাৰণ প্ৰতিবাৰ সিটো যিমানখিনি ওপৰত বাগৰি উঠাৰ চেষ্টা কৰিছিল সিটো সিমানেই আকৌ তলত পৰি গৈছিল। All of a sudden the king saw that the spider completed the web. (অল অৱ এ চাডেন দা কিংচ’ দেট দা স্পাইডাৰ কম্পপ্লিটেড দা ওৱেৱ।) — হঠাতেই ৰজাজনে দেখিলে যে মকৰাটো জালটো সম্পূৰ্ণ কৰিলে। The king understood that if he tried again he would get back his kingdom once again. (দা কিং আন্ডাৰষ্টুড দেট ইফ হী ট্রায়েড এগেইন হি উড গেট বেক হিজ কিংডম ওৱাঞ্চ এগেইন।) — ৰজাজনে বুজি পালে যে তেওঁ আকৌ চেষ্টা কৰিলে তেওঁৰ ৰাজ্যখন পুনৰুদ্ধাৰ কৰিব পাৰিব। 

12. Listen and draw (লীচেন এন্ড দ্র) — পঢ়া আৰু ছবি অংকন কৰা।

A spider is spinning a cobweb inside a cave (এ স্পাইডাৰ ইজ স্পিনিং এ কোবওৱেব ইন-চাইড এ কেভ) — এটা মকৰা এটা গুহাৰ ভিতৰত জাল বনাই আছে।

Ans. Draw yourself. (নিজে অংকন কৰা।)

13. Let’s make new words by joining two words from the clouds. You will find these words in the story of The King and the Spider’. One is done for you. (লেটচ মেক নিউ ওৱাৰ্ডচ বাই জয়েনিং টু ওৱাৰ্ডচ ফ্রম দা ক্লাউডচ্। ইউ উইল ফাইন্ড দিজ্‌ ওৱাৰ্ডচ ইন দা ষ্ট’ৰি অৱ ‘দা কিং এন্ড দা স্পাইডাৰ’। ওয়ান ইজ ডান ফৰ ইউ) — ডাৱৰৰ পৰা দুটা শব্দ যুক্ত কৰি নতুন শব্দ গঠন কৰোঁ আহা। তুমি এই শব্দবোৰ ‘ৰজা আৰু মকৰা’ সাধুটোত পাইছা। তোমালোকৰ বাবে এটা কৰি দিয়া হ’ল।

battle (বেটেল) cob (ক’ব) dom (ড’ম) field (ফিল্ড) king (কিং) web (ওয়েৱ)

cob (ক’ব)  + web (ওৱেব) = cobweb (ক’বওৱেব) — মকৰাৰ জাল।

Ans.

battle (বেটেল) + field (ফিল্ড) = battlefield (বেটেলফিল্ড) — যুদ্ধক্ষেত্র। 

king (কিং) + dom (ডম) = kingdom (কিংডম) — ৰাজ্য।

14. Match the insects with their homes. One is done for you. (মেচ দা ইনচেক্টচ উইথ দেয়াৰ হ’মচ। ওয়ান ইজ ডান ফৰ ইউ) — পোক-পৰুৱাবোৰৰ সৈতে সিবিলাকৰ ঘৰবোৰ মিলোৱা। এটা তোমালোকৰ বাবে কৰি দিয়া হৈছে।

15. Pair work : Let’s play with these cards. (পেয়াৰ ওৱার্ক : লেট আচ প্লে উইথ দিজ কাৰ্ডচ) – যোৰ পাতি কাম কৰা আহা এই কার্ড/তাচবোৰৰ লগত খেলোঁ।

Choose a card from Set-A and ask your friend to take a card from Set-B. Now, ask each other the questions written on the cards and answer. (চুজ এ কার্ড ফ্রম চেট-A এড আস্ক ইয়’ৰ ফ্রেন্ড টু টেক এ কার্ড ফ্রম চেট-B। নাও, আস্ক ইচ আদাৰ দা কুৱেশ্চনচ ৰিটেন অন দা কাৰ্ডচ এন্ড এন্‌চাৰ্।)—চেট A-অৰ পৰা এটা কাৰ্ড/তাচ বাছিলৈ তোমাৰ বন্ধুক চেট B-অৰ পৰা আৰু এটা কার্ড/তাচ লবলৈ কোৱা। এতিয়া, প্রত্যেকে প্রত্যেকৰ কাৰ্ড/তাচবোৰৰ ওপৰৰ লিখাটো সোধা আৰু উত্তৰ দিয়া।

Set – A (চেট – A)

1. What do spiders spin? (হ’ৱাট ডু স্পাইডার্চ স্পিন ?) — মকৰাবোৰে কি বনায় ? 

Ans. Spiders spin cobweb. (স্পাইডার্চ স্পিন (ক’বওৱেব ) — মকৰাবোৰে মকৰাৰ জাল বনায়। 

2. Where do bees live? (হ’ৱেৰ ডু বিজ লিভ ?) — মৌমাখিবোৰ ক’ত থাকে ?

Ans: Bees live in beehive. (বিজ লিভ ইন বিহাইভ) — মৌমাখিবোৰ মৌচাকত থাকে।

3. Who lives in a den ? (হু লিভচ্ ইন এ ডেন) — কোনে গুহাত বাস কৰে ?

Ans. The lion lives in a den. (দা লায়ন লিচ ইন এ ডেন) — সিংহ গুহাত বাস কৰে।

Set – B (চট – B)

1. What do ants build? (হ’ৱাট ডু এণ্টচ বিল্ড?) — পৰুৱাবোৰে কি বনায় ?

Ans. Ants build hole in land for living. (এণ্টচবিল্ড হ’ল ইন লেণ্ড ফৰ লিভিং) — পৰুৱাবোৰে থকাৰ বাবে মাটি-পথাৰত সুৰুঙা বনায়।

2. Where do you live? (হ’ৱেৰ ডু ইউ লিভ ?) তুমি/ তোমালোকে ক’ত বাস কৰা ?

Ans. I/We live in our home. (আই/উই লিভ ইন আৱাৰ হ’ম)—মই/আমি মোৰ/আমাৰ ঘৰত বাস কৰোঁ। 

3. Where do birds lay eggs? (হ’ৱেৰ  ডু বাৰ্ডচ লে এগচ্ ?) — চৰাইবোৰে ক’ত কণী দিয়ে ? 

Ans. Birds lay eggs in their nest. (বার্ডচ লে এগচ্ ইন দেয়াৰ নেষ্ট) — চৰাইবোৰে সিহঁতৰ বাহুত কণী দিয়ে।

16. Read these words in the turtle shell. (ৰীড দিজ ওৱাৰ্ডচ ইন দা টাৰটেল চেল) — কাছৰ খোলৰ ওপৰত লিখা এই শব্দবোৰ পঢ়া :

Ans. Where (হ’ৱেৰ) — কত ?

What (হ’ৱাট) – কি ? 

How (হাউ) – কেনেকৈ ?

Why (হ’ৱাই) – কিয় ?

When (হ’ৱেন) – কেতিয়া ?

17. We can use these ‘wh’ words to ask questions. Let us use these words and frame questions to know how much we have understood the story “The King and the Spider’. (উই কেন ইউজ দিজ ‘wh’ ওৱাৰ্ডচ টু আস্ক কুৱেশ্চনচ্। লেট আচ ‘ইউজ দিজ ওৱাৰ্ডচ এন্ড ফ্ৰেম কুৱেশনচ টু ন’ হাউ মাচ উই হেভ আন্ডাৰষ্টুড দা ষ্ট’ৰি ‘দা কিং এন্ড দা স্পাইডাৰ’) — প্রশ্ন সোধা সময়ত আমি এই ‘wh’ শব্দবোৰ ব্যৱহাৰ কৰিব পাৰোঁ। এই শব্দবোৰ ব্যৱহাৰ কৰি “The king and the spider’ গল্পটো আমি কিমান বুজিলো তাক জানিবলৈ প্ৰশ্ন কৰোঁ আহা।

Ans: 1. Where did the king go? (হ’ৱেৰ দিড দা কিং গ’ ?) — ৰাজজনে ক’ত গৈছিল ?

Ans 2. What did the spider do? (হ’ৱাট দিড দা স্পাইডাৰ ডু ?)—মকৰাটো কি কৰিছিল?

Ans: 3 How did the spider try to weave the web? (হাউ দিড দা স্পাইডাৰ ট্রাই টু উইভ দা ওৱেব ?)—মকৰাটো কেনেকৈ জাল বোৱাৰ চেষ্টা কৰিছিল।

Ans : 4 Why did the king run away ? (হ’ৱাই দিড দা কিং ৰান এৱে ?)—ৰজা কিয় পলাই গৈছিল ?

Ans : 5. When did the king go to a deep forest ? (হ’ৱেন দিড দা কিং গ’ টু এ ডিপ ফৰেষ্ট ?)—ৰজা কেতিয়া ডাঠ জংগলত চলি গৈছিল।

Think and say: What do we put at the end when we write a question? (থিঙ্ক এণ্ড চে: হ’ৱাট ডু উই পুট এট দা এণ্ড হ’ৱেন উই ৰাইট এ কুয়েশ্চেন ?) —– চিন্তা কৰি কোৱা : যেতিয়া আমি এটা প্রশ্ন কৰো তেতিয়া বাক্যটোৰ শেষত আমি কি চিন ব্যৱহাৰ কৰো।

Ans: We put a question mark at the end of a sentence when we write a question. (উই পুট এ কুৱেশ্চনচ মার্ক এট দা এন্ড অফ এ চেনটেনচ্ হ’ৱেন উই ৰাইট এ কুৱেশ্চন) — যেতিয়া আমি এটা প্রশ্ন সোধো তেতিয়া আমি বাক্যৰ শেষত প্রশ্নবোধক চিন ব্যৱহাৰ কৰোঁ।

18. (a) Sing and enjoy this rhyme. (চিঙ্ এন্ড এনজয় দিচ ৰাইম) — গান কৰা আৰু কবিতাটো উপভোগ কৰা :

Word Notes ( শব্দার্থ) :

work (ওৱাৰ্ক) — কাম কৰা। while (হ’ৱাইল) — যেতিয়া। play (প্লে) — খেলা। way (ওৱে) — পথ/বাট। happy (হেপি) — সুখী। each day (ইচ ডে) — নিতৌ, প্রতিদিন। do (ডু) – কৰা । with (উইথ) – সৈতে।might (মাইট) — ক্ষমতা, শক্তি । things (থিংচ) – বস্তুবোৰ কামবোৰ। halves (হাভছ) – আধা | never (নেভাৰ) – কেতিয়াও নহয়। right (ৰাইট) – সঠিক।

উচ্চাৰণ আৰু অসমীয়া ভাঙনি :

Work while you work (ওয়ার্ক হ’ৱাইল ইউ ওৱাৰ্ক) — কাম কৰা সময়ত তুমি কাম কৰা :

Work while you work, (ওয়ার্ক হ’ৱাইল ইউ ওৱার্ক) — কাম কৰা সময়ত তুমি কাম কৰা।

Play while you play. (প্লে হ’ৱাইল ইউ প্লে) — খেলো যেতিয়া তুমি খেলি আছা।

This is the way (দিচ ইজ দা ওৱে) — এইটো হ’ল সঁচা পথ।

To be happy each day. (টু বি হেপি ইচ ডে) — নিতৌ সুখী থাকিবলৈ। 

All that you do (অল দেট ইউ ডু) — তুমি যি কৰা।

Do with your might: (ডু উইথ ইয়’ৰ মাইট) — তোমাৰ শক্তিৰ সৈতে কৰা।

Things done by halves, (থিংচ ডান বাই হাভছ) — কামবোৰ আধা সম্পন্ন কৰি ৰখা ।

Are never done right. (আৰ নেভাৰ ডান ৰাইট) — কেতিয়াও সঠিক কাম নহয়।

18. (b) Find the rhyming words in the poem and write them. (ফাইন্ড দা ৰাইমিং ওৱার্ডচ ইন দা প’ৱেম এন্ড ৰাইট দেম)—কবিতাৰ ছন্দমিল থকা শব্দবোৰ উলিওৱা আৰু লিখা ।

Ans: play (প্লে) — খেলা। 

way (ওৱে) — পথ/বাট।

day (ডে) –– দিন।

might (মাইট) — শক্তি।

Fight (ৰাইট) — সঠিক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top