Class 11 Political Science Important Chapter 11 ৰাজনৈতিক তত্ত্বৰ পৰিচয়

Class 11 Political Science Important Chapter 11 ৰাজনৈতিক তত্ত্বৰ পৰিচয় Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Political Science Important Chapter 11 ৰাজনৈতিক তত্ত্বৰ পৰিচয় Solutions in Assamese and select need one. Class 11 Political Science Additional Solutions Assamese Medium Download PDF. HS 1st Year Political Science Important Question Answer in Assamese.

Class 11 Political Science Important Chapter 11 ৰাজনৈতিক তত্ত্বৰ পৰিচয়

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Political Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Political Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 11

দ্বিতীয় খণ্ড
IMPORTANT QUESTION AND ANSWER

খালী ঠাই পূৰ কৰা-

১। __________ ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি জনা যায়।

উত্তৰঃ এৰিষ্টটলক ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি জনা যায়।

২। ‘Politics’ শব্দটো গ্ৰীক শব্দ ___________ৰ পৰা আহিছে।

উত্তৰঃ ‘Politics’ শব্দটো গ্ৰীক শব্দ ‘Polis’ ৰ পৰা আহিছে।

৩। ৰাজনীতি হৈছে মানুহৰ ৰাজহুৱা জীৱনৰ সংগঠন আৰু __________ ব্যৱস্থাৰ সৈতে জড়িত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ৰাজনীতি হৈছে মানুহৰ ৰাজহুৱা জীৱনৰ সংগঠন আৰু সিদ্ধান্ত গ্ৰহণ ব্যৱস্থাৰ সৈতে জড়িত।

৪। ‘স্বাধীনতা’ আৰু ‘সমতা’ হল ৰাজনৈতিক তত্ত্বৰ মুখ্য ___________।

উত্তৰঃ ‘স্বাধীনতা’ আৰু ‘সমতা’ হল ৰাজনৈতিক তত্ত্বৰ মুখ্য মূল্যবোধ

৫। গণতন্ত্ৰত __________ ভোটাধিকাৰ নাগৰিকসকলক দিয়া হয়।

উত্তৰঃ গণতন্ত্ৰত সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ নাগৰিকসকলক দিয়া হয়।

সত্য/অসত্য-

১। এৰিষ্টটল “Politics” শব্দটোৰ প্ৰথম ব্যৱহাৰকাৰী আছিল।

উত্তৰঃ সত্য।

২। ৰাজনীতি কেৱল চৰকাৰ আৰু ৰাষ্ট্ৰৰ মাজত সীমাবদ্ধ থাকে।

উত্তৰঃ অসত্য।

৩। ৰাজনৈতিক তত্ত্ব কেৱল ৰাজনীতিবিদসকলৰ বাবে প্ৰযোজ্য।

উত্তৰঃ অসত্য।

৪। প্লেটো আৰু এৰিষ্টটলে গণতন্ত্ৰৰ ওপৰত আলোচনা কৰিছিল।

উত্তৰঃ সত্য।

৫। ৰাজনীতি বিজ্ঞানত ব্যক্তিগত জীৱনৰ অধ্যয়ন কৰা হয়।

উত্তৰঃ অসত্য।

চুটি প্রশ্ন-উত্তৰ-

১। ৰাজনীতি শব্দটোৰ উৎপত্তি ক’ৰ পৰা হৈছে?

উত্তৰঃ ৰাজনীতি শব্দটোৰ উৎপত্তি গ্ৰীক শব্দ ‘Polis’ ৰ পৰা হৈছে।

২। এৰিষ্টটলক কি বুলি জনা যায়?

উত্তৰঃ এৰিষ্টটলক ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি জনা যায়।

৩। ৰাজনীতি ক’ত দেখা পোৱা যায়?

উত্তৰঃ ৰাজনীতি সমাজ, চৰকাৰ, খেল, সাহিত্য, শিক্ষানুষ্ঠান আদি বহুক্ষেত্ৰত দেখা যায়।

৪। ৰাজনৈতিক তত্ত্বৰ মূল উদ্দেশ্য কি?

উত্তৰঃ ৰাজনৈতিক তত্ত্বৰ মূল উদ্দেশ্য হৈছে- ৰাষ্ট্ৰ, চৰকাৰ, আৰু নৈতিক নীতিসমূহৰ ব্যাখ্যা আৰু বিশ্লেষণ কৰা।

৫। ৰাজনীতি বিজ্ঞান কোন বিজ্ঞানৰ অংশ?

উত্তৰঃ সমাজ বিজ্ঞানৰ অংশ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top