🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 11 Environmental Studies MCQ Chapter 4 প্রাকৃতিক সম্পদ

Class 11 Environmental Studies MCQ Chapter 4 প্রাকৃতিক সম্পদ Solutions, HS 1st year Environmental Studies Multiple Choice Question Answer, Class 11 Environmental Studies MCQ Chapter 4 প্রাকৃতিক সম্পদ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Environmental Studies MCQ Solutions and select needs one.

Class 11 Environmental Studies MCQ Chapter 4 প্রাকৃতিক সম্পদ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Environmental Study Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Environmental Studies Objective Type Solutions for All Subject, You can practice these here.

প্রাকৃতিক সম্পদ

Chapter – 4

MULTIPLE CHOICE QUESTION ANSWER

১। প্রাকৃতিক সম্পদসমূহ কেই ধৰণৰ?

(ক) দুই।

(খ) তিনি।

(গ) চাৰি।

(ঘ) পাঁচ।

উত্তৰঃ (ক) দুই।

২। পূৰ্বাঞ্চলত বছৰি গড়ে কিমান মি.মি. বৃষ্টিপাত হয়?

(ক) ১৫০০ মি.মি.

(খ) ২০০০ মি.মি.

(গ) ৫০০০ মি.মি.

(ঘ) ১০০০০ মি.মি.

উত্তৰঃ (খ) ২০০০ মি.মি.

৩। মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি কিমান বৃষ্টিপাত হয়?

(ক) ৮০০০ মি.মি.

(খ) ৯০০০ মি.মি.

(গ) ১০,০০০ মি.মি.

(ঘ) ১১,০০০ মি.মি.

উত্তৰঃ (ঘ) ১১,০০০ মি.মি.

৪। কোনটো ৰাজ্যত ভূ-গর্ভৰ পানীৰ পৰিমাণ সৰ্বাধিক বেছি?

(ক) মণিপুৰ।

(খ) নাগালেণ্ড।

(গ) অসম।

(ঘ) মেঘালয়।

উত্তৰঃ (গ) অসম।

৫। বৰ্তমান অসমত ভূ-গর্ভৰ পানীৰ পৰিমাণৰ কিমান শতাংশ ব্যৱহাৰ কৰা হৈছে?

(ক) ১০.৫৩ শতাংশ।

(খ) ১২.৮৩ শতাংশ।

(গ) ২০.৩৬ শতাংশ।

(ঘ) ২৫.৬৭ শতাংশ।

উত্তৰঃ (খ) ১২.৮৩ শতাংশ।

৬। মণিপুৰৰ ভূ-গর্ভৰ পানীৰ মুঠ সম্ভাৱনা কিমান?

(ক) ২,৫০০.৬৭ নিযুত ঘন মিটাৰ।

(খ) ৪,০০০ নিযুত ঘন মিটাৰ।

(গ) ৩,৮০০ নিযুত ঘন মিটাৰ।

(ঘ) ৩,১৫৩.৬৭ নিযুত ঘন মিটাৰ।

উত্তৰঃ (ঘ) ৩,১৫৩.৬৭ নিযুত ঘন মিটাৰ।

৭। মণিপুৰৰ ভূ-গর্ভৰ পানীৰ কিমান নিযুত ঘন মিটাৰ ব্যৱহাৰ কৰা হৈছে?

(ক) ২,৬৮০.৬১ নিযুত ঘন মিটাৰ।

(খ) ২,৮০০.৬১ নিযুত ঘন মিটাৰ।

(গ) ৩,০০০ নিযুত ঘন মিটাৰ।

(ঘ) ২,২০০ নিযুত ঘন মিটাৰ।

উত্তৰঃ (ক) ২,৬৮০.৬১ নিযুত ঘন মিটাৰ।

৮। অসমৰ কোনটো অঞ্চলত ফ্ল’ৰাইডৰ উপস্থিতি পোৱা গৈছে?

(ক) নগাঁও।

(খ) কাৰ্বি আংলং।

(গ) কামৰূপ।

(ঘ) কৰিমগঞ্জ।

উত্তৰঃ (খ) কাৰ্বি আংলং।

৯। ব্রহ্মপুত্রকে ধৰি উত্তৰ-পূব ভাৰতৰ নদীসমূহৰ উৎস কি?

(ক) মেঘালয়।

(খ) পশ্চিম গৰ্ভ।

(গ) দক্ষিণ সমুদ্র।

(ঘ) হিমালয়ৰ হিমবাহ।

উত্তৰঃ (ঘ) হিমালয়ৰ হিমবাহ।

১০। ব্ৰহ্মপুত্ৰ উপত্যকাত কিমান হেক্টৰ আর্দ্রভূমি আগুৰি আছে?

(ক) ৪৫,০০০ হেক্টৰ।

(খ) ৫০,০০০ হেক্টৰ।

(গ) ৫২,১৫৯ হেক্টৰ।

(ঘ) ৩৫,০০০ হেক্টৰ।

উত্তৰঃ (গ) ৫২,১৫৯ হেক্টৰ।

১১। মণিপুৰৰ কোনটো হ্ৰদক বৃহত্তম পৰিষ্কাৰ পানীৰ হ্ৰদ বুলি কোৱা হয়?

(ক) দেপ্পু হ্ৰদ।

(খ) লকটাক হ্ৰদ।

(গ) কেজেৰাঙ হ্ৰদ।

(ঘ) সোণামুখী হ্ৰদ।

উত্তৰঃ (খ) লকটাক হ্ৰদ।

১২। মণিপুৰৰ লকটাক হ্ৰদৰ এলেকা কিমান হেক্টৰ?

(ক) ৬.৪৭৫ হেক্টৰ।

(খ) ৫.৫০০ হেক্টৰ।

(গ) ৭.০০০ হেক্টৰ।

(ঘ) ৮.০০০ হেক্টৰ

উত্তৰঃ (ক) ৬.৪৭৫ হেক্টৰ।

১৩। উত্তৰ-পূব ভাৰতৰ আর্দ্রভূমিত কি উদ্ভিদ পোৱা যায়?

(ক) পাথৰ উদ্ভিদ।

(খ) জলজ উদ্ভিদ।

(গ) বনৰ উদ্ভিদ।

(ঘ) পাহাৰীয়া উদ্ভিদ।

উত্তৰঃ (খ) জলজ উদ্ভিদ।

১৪। ছিকিমত প্ৰাকৃতিক হ্ৰদসমূহৰ সংখ্যা কিমান?

(ক) ৮

(খ) ৯

(গ) ১০

(ঘ) ১২

উত্তৰঃ (গ) ১০

১৫। খনিজ দ্রব্যসমূহ কেই প্ৰকাৰৰ?

(ক) দুই।

(খ) তিনি।

(গ) চাৰি।

(ঘ) পাঁচ।

উত্তৰঃ (খ) তিনি।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top