Class 11 Economics MCQ Chapter 7 নিয়োগ: বৃদ্ধি, তথ্যগত খবৰ আৰু অন্যান্য বিষয়

Class 11 Economics MCQ Chapter 7 নিয়োগ: বৃদ্ধি, তথ্যগত খবৰ আৰু অন্যান্য বিষয় Solutions, HS 1st year Economics Multiple Choice Question Answer, Class 11 Economics MCQ Chapter 7 নিয়োগ: বৃদ্ধি, তথ্যগত খবৰ আৰু অন্যান্য বিষয় Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Economics MCQ Solutions and select needs one.

Class 11 Economics MCQ Chapter 7 নিয়োগ: বৃদ্ধি, তথ্যগত খবৰ আৰু অন্যান্য বিষয়

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Economics Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Economics Objective Type Solutions for All Subject, You can practice these here.

Chapter – 7

PART – I

MULTIPLE CHOICE QUESTION ANSWER

১। যিবোৰ কাম-কাজ মুঠ জাতীয় উৎপাদনলৈ অৰিহণা যোগায়, সেইবোৰক কি বোলা হয়?

(ক) গৃহস্থালি কাম-কাজ।

(খ) আৰ্থিক কাম-কাজ।

(গ) সামাজিক কাম-কাজ।

(ঘ) পৰম্পৰাগত কাম-কাজ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (খ) আৰ্থিক কাম-কাজ

২। আর্থিক কাম-কাজৰ লগত জড়িত লোকক কি বোলা হয়?

(ক) মালী।

(খ) শিক্ষিত।

(গ) ব্যৱসায়।

(ঘ) শ্রমিক।

উত্তৰঃ (ঘ) শ্রমিক।

৩। ১৯৯৯-২০০০ চনত ভাৰতত প্ৰায় কিমান নিযুত শ্ৰমিক আছিল?

(ক) ২০০ নিযুত।

(খ) ৩০০ নিযুত।

(গ) ৪০০ নিযুত।

(ঘ) ৫০০ নিযুত।

উত্তৰঃ (গ) ৪০০ নিযুত।

৪। ভাৰতৰ মুঠ শ্রমিকৰ চাৰিভাগৰ তিনিভাগ কোন অঞ্চলৰ শ্রমিক?

(ক) নগৰ অঞ্চল।

(খ) গাঁও অঞ্চল।

(গ) সমুদ্র অঞ্চল।

(ঘ) পৰ্বত অঞ্চল।

উত্তৰঃ (খ) গাঁও অঞ্চল।

৫। মুঠ শ্রমিকৰ ভিতৰত কিমান শতাংশ পুৰুষ?

(ক) ৫০%

(খ) ৬০%

(গ) ৭০%

(ঘ) ৮০%

উত্তৰঃ (গ) ৭০%

৬। যিসকল শ্রমিক নিজা উদ্যোগৰ স্বত্বাধিকাৰী সেইসকলক কি বুলি কোৱা হয়?

(ক) নিয়োজিত শ্রমিক।

(খ) স্ব-নিয়োজিত শ্রমিক।

(গ) নৈমিত্তিক শ্রমিক।

(ঘ) সমষ্টিগত শ্রমিক।

উত্তৰঃ (খ) স্ব-নিয়োজিত শ্রমিক।

৭। ভাৰতৰ শ্রমিকসকলৰ কিমান শতাংশ স্ব-নিয়োজিত শ্রমিক?

(ক) ৩৩%

(খ) ৪৫%

(গ) ৫০%

(ঘ) ৭০%

উত্তৰঃ (ক) ৩৩%

৮। নির্মাণ কার্যত কাম কৰা লোকসকলক কি বুলি কোৱা হয়?

(ক) নিয়মিত শ্রমিক।

(খ) নৈমিত্তিক শ্রমিক।

(গ) স্ব-নিয়োজিত শ্রমিক।

(ঘ) সমষ্টিগত শ্রমিক।

উত্তৰঃ (খ) নৈমিত্তিক শ্রমিক।

৯। কোনটো খণ্ড দেশৰ আৰ্থিক উন্নয়নৰ বাবে প্ৰধান উৎস হিচাপে গণ্য হয়?

(ক) গৌণ খণ্ড।

(খ) উপখণ্ড।

(গ) সেৱাখণ্ড।

(ঘ) প্ৰাথমিক খণ্ড।

উত্তৰঃ (ঘ) প্ৰাথমিক খণ্ড।

১০। গৌণ খণ্ডত কিমান শতাংশ শ্রমিক নিয়োজিত হয়?

(ক) ১০%

(খ) ১৬%

(গ) ২৪%

(ঘ) ৩০%

উত্তৰঃ (খ) ১৬%

১১। প্রাথমিক খণ্ডত কি কি অন্তর্ভুক্ত হয়?

(ক) কৃষি আৰু খনি।

(খ) প্রস্তুতকৰণ আৰু বিদ্যুৎ।

(গ) সেৱা আৰু ব্যৱসায়।

(ঘ) নির্মাণ আৰু পৰিবহণ।

উত্তৰঃ (ক) কৃষি আৰু খনি।

১২। কিমান শতাংশ শ্রমিক সেৱাখণ্ডত নিয়োজিত হয়?

(ক) ১০%

(খ) ১৬%

(গ) ২৪%

(ঘ) ৩০%

উত্তৰঃ (গ) ২৪%

১৩। কৃষি, খনি আৰু শিল খননৰ ওপৰত কিমান শতাংশ গ্ৰামীণ শ্রমিক নিৰ্ভৰশীল?

(ক) ৬০%

(খ) ৭০%

(গ) ৭৫%

(ঘ) ৮০%

উত্তৰঃ (গ) ৭৫%

১৪। গাঁও অঞ্চলৰ কিমান শতাংশ শ্রমিকক সেৱাখণ্ডই নিযুক্তি আগবঢ়ায়?

(ক) ১৩%

(খ) ১৫%

(গ) ২০%

(ঘ) ২৫%

উত্তৰঃ (ক) ১৩%

১৫। গৌণ খণ্ডই নগৰীয়া শ্রমিকসকলৰ কিমান শতাংশক কৰ্মসংস্থানৰ সুবিধা প্ৰদান কৰে?

(ক) ২০%

(খ) ৩০%

(গ) ৪০%

(ঘ) ৫০%

উত্তৰঃ (খ) ৩০%

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top