Class 11 Economics MCQ Chapter 6 গ্ৰাম্য উন্নয়ন

Class 11 Economics MCQ Chapter 6 গ্ৰাম্য উন্নয়ন Solutions, HS 1st year Economics Multiple Choice Question Answer, Class 11 Economics MCQ Chapter 6 গ্ৰাম্য উন্নয়ন Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Economics MCQ Solutions and select needs one.

Class 11 Economics MCQ Chapter 6 গ্ৰাম্য উন্নয়ন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Economics Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Economics Objective Type Solutions for All Subject, You can practice these here.

Chapter – 6

PART – I

MULTIPLE CHOICE QUESTION ANSWER

১। ১৯৯০ৰ দশকৰ পিছত ভাৰতৰ কৃষিখণ্ডৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ কিমান পৰ্যন্ত হ্ৰাস পায়?

(ক) ৫ শতাংশ।

(খ) ৩.৫ শতাংশ।

(গ) ২.৩ শতাংশ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) ১.৮ শতাংশ।

উত্তৰঃ (গ) ২.৩ শতাংশ।

২। কিমান চনৰ পৰা ৰাজহুৱা বিনিয়োগৰ সংকোচন কৃষিখণ্ডৰ বৃদ্ধিত প্ৰভাৱ বিস্তাৰ কৰিছে বুলি অর্থনীতিবিদসকলে কৈছে?

(ক) ১৯৮৫ চনৰ পৰা।

(খ) ১৯৯১ চনৰ পৰা।

(গ) ২০০০ চনৰ পৰা।

(ঘ) ১৯৭৫ চনৰ পৰা।

উত্তৰঃ (খ) ১৯৯১ চনৰ পৰা।

৩। কৃষকসকলে প্ৰাৰম্ভিক বিনিয়োগৰ বাবে সাধাৰণতে কি কৰিব লগা হয়?

(ক) মাটি কিনা।

(খ) ঋণ লোৱা।

(গ) আয় সঞ্চয় কৰা।

(ঘ) উৎপাদন বৃদ্ধি কৰা।

উত্তৰঃ (খ) ঋণ লোৱা।

৪। কিমান চনত ভাৰতবৰ্ষই গ্ৰাম্য ঋণৰ চাহিদা পর্যাপ্তভাৱে পূৰণ কৰিবলৈ সামাজিক বেংকিং আৰু বহুঅভিকৰণৰ পদক্ষেপ গ্রহণ কৰিছিল?

(ক) ১৯১৪ চনত।

(খ) ১৯৩৯ চনত।

(গ) ১৯৪৩ চনত।

(ঘ) ১৯৬৯ চনত।

উত্তৰঃ (ঘ) ১৯৬৯ চনত।

৫। NABARD কেতিয়া গঠন কৰা হয়?

(ক) ১৯৭০ চনত।

(খ) ১৯৮২ চনত।

(গ) ১৯৯০ চনত।

(ঘ) ২০০০ চনত।

উত্তৰঃ (খ) ১৯৮২ চনত।

৬। NABARD ৰ সম্পূৰ্ণ ৰূপ কি?

(ক) National Bank for Agriculture and Rural Development.

(খ) National Bank for Agricultural Resources and Development.

(গ) National Bureau for Agriculture and Rural Development.

(ঘ) National Authority for Agriculture and Rural Development.

উত্তৰঃ (ক) National Bank for Agriculture and Rural Development.

৭। বহু অভিকৰণ ব্যৱস্থা আৰ্হিকৰণৰ প্ৰধান লক্ষ্য কি?

(ক) অধিক জনসংখ্যা বৃদ্ধি।

(খ) কম সুদৰ হাৰত ঋণ বিতৰণ।

(গ) আঞ্চলিক বিকাশ।

(ঘ) উন্নত বেংকিং সেৱা।

উত্তৰঃ (খ) কম সুদৰ হাৰত ঋণ বিতৰণ।

৮। আত্মসহায়ক গোটসমূহৰ দ্বাৰা চলিত ঋণ কার্যসূচীক কি বোলা হয়?

(ক) ক্ষুদ্র ঋণ কার্যসূচী।

(খ) বৃহৎ ঋণ কার্যসূচী।

(গ) আৰ্থিক উন্নয়ন কার্যসূচী।

(ঘ) কৃষি ঋণ কার্যসূচী।

উত্তৰঃ (ক) ক্ষুদ্র ঋণ কার্যসূচী।

৯। কুদুম্বশ্রীৰ সঞ্চয় বেংক কেতিয়া আৰম্ভ কৰা হৈছিল?

(ক) ১৯৮৫ চনত।

(খ) ১৯৮৯ চনত।

(গ) ১৯৯৫ চনত।

(ঘ) ২০০০ চনত।

উত্তৰঃ (খ) ১৯৯৫ চনত।

১০। কুদুম্বশ্ৰী সমিতীয়ে মিতব্যয়সম্ভূত সঞ্চয় হিচাপে কিমান টকা গোটাইছিল?

(ক) ৫০ লাখ।

(খ) ১ কোটি।

(গ) ২ কোটি।

(ঘ) ৫ কোটি।

উত্তকৰ (খ) ১ কোটি।

১১। কুদুম্বশ্রীৰ কাৰ্যসূচী মূলতঃ কাক লক্ষ্য কৰি ৰূপায়িত কৰা হৈছে?

(ক) দুখীয়া পৰিয়াল।

(খ) শিক্ষকসকল।

(গ) চিকিৎসকসকল।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) দুখীয়া পৰিয়াল।

১২। গুজৰাট আৰু আন কিছুমান অঞ্চলত কোন ধৰণৰ সমবায় সফলতা লাভ কৰিছে?

(ক) কৃষি সমবায়।

(খ) দুগ্ধ সমবায়।

(গ) মৎস্য সমবায়।

(ঘ) গৃহ নিৰ্মাণ সমবায়।

উত্তৰঃ (খ) দুগ্ধ সমবায়।

১৩। চৰকাৰী অভিকৰণ আৰু ভোক্তা সমবায়সমূহে নিয়ন্ত্ৰণ কৰা কৃষিজাত উৎপাদনৰ পৰিমাণ কিমান?

(ক) ৩ শতাংশ।

(খ) ৫ শতাংশ।

(গ) ৬ শতাংশ।

(ঘ) ১০ শতাংশ।

উত্তৰঃ (ঘ) ১০ শতাংশ।

১৪। উঝাৱৰ চাণ্ডিজৰ বাবে কোন ৰাজ্য প্ৰসিদ্ধ?

(ক) মহাৰাষ্ট্র।

(খ) পঞ্জাৱ।

(গ) তামিলনাডু।

(ঘ) হাৰিয়ানা।

উত্তৰঃ (গ) তামিলনাডু।

১৫। তিকচিৰাপল্লীত কোন মহিলাই কৃষি পামৰ গোটৰ কাৰ্য পৰিচালনা কৰিছে?

(ক) আনন্দী।

(খ) এণ্ঠনীয়াম্মল।

(গ) লক্ষ্মী।

(ঘ) বীণা।

উত্তৰঃ (খ) এণ্ঠনীয়াম্মল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top