🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 11 Advance Assamese Important Chapter 3 প্ৰিয়তমাৰ চিঠি

Class 11 Advance Assamese Important Chapter 3 প্ৰিয়তমাৰ চিঠি Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Advance Assamese Important Chapter 3 প্ৰিয়তমাৰ চিঠি Solutions and select need one. Class 11 Advance Assamese Additional Solutions Download PDF. HS 1st Year Advance Important Question Answer in Assamese.

Class 11 Advance Assamese Important Chapter 3 প্ৰিয়তমাৰ চিঠি

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Advance Assamese Important Notes are part of All Subject Solutions. Here we have given HS 1st Year Advance Assamese Important Solutions for All Chapters, You can practice these here.

Chapter: 3

গোট – ১: নিৰ্বাচিত কবিতাসমূহ
IMPORTANT QUESTION AND ANSWER

১। কবিতাৰ আৰম্ভণিতে কবিয়ে কি উদঙ্গাইছে বুলি কৈছে?

উত্তৰঃ কবিতাৰ আৰম্ভণিতে কবিয়ে সৌন্দৰ্য্যৰ বুকুৰ কাঁচলি উদঙ্গাইছে বুলি কৈছে।

২। “কুকুৰাঠেঙ্গীয়া” শব্দটোৰ অৰ্থ কি?

উত্তৰঃ কুকুৰাঠেঙ্গীয়া” শব্দটোৰ অৰ্থ হ’ল- কোমল পাতৰ এবিধ বনৰীয়া সৰু গছ।

৩। পৃথিৱীত কি উটি উটি ফুৰে বুলি কবিয়ে কৈছে?

উত্তৰঃ পৃথিৱীত মলয়াত উটি উটি ফুৰে বুলি কবিয়ে কৈছে।

৪। প্ৰিয়তমাৰ চিঠিয়ে কি জানে বুলি কবিয়ে কৈছে?

উত্তৰঃ প্ৰিয়তমাৰ চিঠিয়ে যিটি গীত জানে বুলি কবিয়ে কৈছে।

৫। হেমচন্দ্ৰ গোস্বামী কোন শতাব্দীৰ সাহিত্যিক?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী উনবিংশ শতাব্দীৰ অন্ত আৰু বিংশ শতাব্দীৰ আৰম্ভণিৰ সাহিত্যিক।

৬। প্ৰিয়তমাৰ চিঠিয়ে কি মোহিনী জানে?

উত্তৰঃ প্ৰিয়তমাৰ চিঠিয়ে নিতৌ নোহোৱা বাহী ন ন ফুল মেলিব জানে।

৭। হৃদয়ত কি জ্বলে বুলি কবিয়ে কৈছে?

উত্তৰঃ হৃদয়ত হেঁপাহৰ ভোটাতৰা জ্বলে বুলি কবিয়ে কৈছে।

৮। কবিতাখনত ‘ন ন ফুল’ বুলি কাক বুজোৱা হৈছে?

উত্তৰঃ কবিতাখনত ‘ন ন ফুল’ বুলি হৃদয়ৰ গভীৰ অনুভূতিৰ প্ৰতীক ৰূপ বুজোৱা হৈছে।

৯। বসন্তৰ কুঁহিপাত কিহত শুকায়?

উত্তৰঃ বসন্তৰ কুঁহিপাত ৰ’দত শুকায়।

১০। চিঠিখনৰ গীতৰ গন্ধ কিয় কবিতাত নাপায়?

উত্তৰঃ কাৰণ সেয়া অন্তৰৰ গভীৰ অনুভূতি, যি সাধাৰণ কবিতাৰ শব্দত ধৰা নাপায়।

১১। ‘ভোটাতৰা’ শব্দটোৱে কি বুজোৱা হৈছে?

উত্তৰঃ ‘ভোটাতৰা’ শব্দটোৱে হৃদয়ৰ গভীৰ স্পন্দন, উল্লাস বুজোৱা হৈছে।

১২। প্রিয়তমাৰ চিঠী কবিতাৰ কবিৰ নাম কি?

উত্তৰঃ প্রিয়তমাৰ চিঠী কবিতাৰ কবিৰ নাম হ’ল- হেমচন্দ্ৰ গোস্বামী।

১৩। হেমচন্দ্ৰ গোস্বামীয়ে ক’ত জন্মগ্রহণ কৰে?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামীয়ে গোলাঘাট মহকুমাৰ গৌৰাংগ সত্ৰত জন্মগ্রহণ কৰে।

১৪। হেমচন্দ্ৰ গোস্বামী কোন সভাৰ লগত জড়িত আছিল?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ লগত জড়িত আছিল।

১৫। জোনাকী’ কি আছিল?

উত্তৰঃ ‘জোনাকী’ এখন সাহিত্যপত্রিকা আছিল।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top