Class 11 Advance Assamese Important Chapter 2 শিৱৰ কৃষি-কৰ্ম Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Advance Assamese Important Chapter 2 শিৱৰ কৃষি-কৰ্ম Solutions and select need one. Class 11 Advance Assamese Additional Solutions Download PDF. HS 1st Year Advance Important Question Answer in Assamese.
Class 11 Advance Assamese Important Chapter 2 শিৱৰ কৃষি-কৰ্ম
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Advance Assamese Important Notes are part of All Subject Solutions. Here we have given HS 1st Year Advance Assamese Important Solutions for All Chapters, You can practice these here.
শিৱৰ কৃষি-কৰ্ম
Chapter: 2
| গোট – ১: নিৰ্বাচিত কবিতাসমূহ |
| IMPORTANT QUESTION AND ANSWER |
১। ভীমে কোন প্ৰাণীক বান্ধি ভাত খাইবলৈ বিচাৰিছিল?
উত্তৰঃ ভীমে বৃষ (ষাঁড়) প্ৰাণীক বান্ধি ভাত খাইবলৈ বিচাৰিছিল।
২। ভীমে বৃষটো কেনেকৈ খাই পেলালে?
উত্তৰঃ ভীমে বৃষটো একে গ্ৰাসত খাই পেলালে।
৩। ভাত আনিবলৈ কাক পঠিয়াইছিল?
উত্তৰঃ ভাত আনিবলৈ সোমাইক পঠিয়াইছিল।
৪। সোমাই ভীমৰ বাবে কেনেকুৱা ভাত আনিছিল?
উত্তৰঃ সোমাই ভীমৰ বাবে গৰম অগ্নি সদৃশ ভাত আনিছিল।
৫। ভীমে দুই গ্ৰাসত কি খাই পেলালে?
উত্তৰঃ ভীমে দুই গ্ৰাসত দেৱীয়ে দিয়া সকলো ভাত পেলালে।
৬। ৰামসৰস্বতীয়ে কোন ঘটনাৰ ওপৰত বধকাব্য লিখিছিল?
উত্তৰঃ ৰামসৰস্বতীয়ে মহাভাৰতৰ বনপৰ্বৰ ঘটনাৰ ওপৰত বধকাব্য লিখিছিল।
৭। ‘কৃত্তিবাস’ শব্দৰ অৰ্থ কি?
উত্তৰঃ শিৱৰ আন এটা নাম।
৮। গীতগোবিন্দৰ কাব্যিক ৰূপান্তৰ কোনে কৰিছিল?
উত্তৰঃ গীতগোবিন্দৰ কাব্যিক ৰূপান্তৰ ৰামসৰস্বতীয়ে কৰিছিল।
৯। ৰামসৰস্বতীৰ বিখ্যাত বধকাব্য এখনৰ নাম লিখা।
উত্তৰঃ ৰামসৰস্বতীৰ বিখ্যাত বধকাব্য এখনৰ নাম হ’ল- বঘাসুৰ বধ।
১০। বধকাব্য বুলিলে কি বুজা যায়?
উত্তৰঃ কোনো বিশেষ ৰাক্ষস বা দানৱৰ বধৰ কাহিনী।
১১। ভীমে কেনেকৈ ঘৰৰ অৱস্থাৰ কথা কৈছিল?
উত্তৰঃ ধান নাই, পাতিয়া আছে দুলি বুলি কৈছিল।
১২। ভীম কিমান দিন তোমাসাৰ উৰাব বুলি কৈছিল?
উত্তৰঃ ভীম তিনিদিন তোমাসাৰ উৰাব বুলি কৈছিল।
১৩। ভীম কেনেকৈ চাউল সংগ্ৰহৰ কথা কৈছিল?
উত্তৰঃ ঘৰে ঘৰে গৈ মাগি এক মুঠি মুঠি আনি খোৱাৰ কথা কৈছিল।
১৪। ভীমক খোৱাৰ ক্ষেত্ৰত কাৰ লগত তুলনা কৰিছিল?
উত্তৰঃ ভীমক খোৱাৰ ক্ষেত্ৰত কাৰ্ত্তিক গণপতিৰ লগত তুলনা কৰিছিল।
১৫। ভীমে খাব নাপালে কি বজাব বুলি কৈছিল?
উত্তৰঃ ভীমে খাব নাপালে ডম্বক বজাব বুলি কৈছিল।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


