Class 10 Social Science MCQ Chapter 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ

Class 10 Social Science MCQ Chapter 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer and Short Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ Question Answer can be of great value to excel in the examination.

Class 10 Social Science MCQ Chapter 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ

Join Telegram channel

Table of Contents

SEBA Class 10 Social Science MCQ Chapter 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ

Chapter – 3

ইতিহাস

Multiple Choice Questions & Answers

1. মণিৰাম দেৱানৰ বিচাৰ কৰিছিল— 

(a) মফট মিলচে।

(b) কেপ্টেইন হলৰইডে।

(c) জে ডব্লিউ কুইণ্টনে।

(d) জেনকিন্সে।

উত্তৰঃ (b) কেপ্টেইন হলৰইডে।

2. মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল— 

(a) মধুমল্লিক।

(b) মিলচ চাহাবে।

(c) মহিৰাম মুক্তিয়াৰ।

(d) মণিৰাম দেৱাণে।

উত্তৰঃ (a) মধুমল্লিক।

3. অসমত দাস প্রথা নিষিদ্ধ কৰা হৈছিল—

(a) ১৮৪০ চনত।

(b) ১৮৪৩ চনত।

(c) ১৮৪১ চনত।

(d) ১৮৪৫ চনত।

উত্তৰঃ (a) ১৮৪০ চনত।

4. গোবিন্দ চন্দ্ৰ ৰজা আছিল— 

(a) মণিপুৰৰ।

(b) কাছাৰৰ।

(c) ডিমাপুৰৰ।

(d) চীনৰ।

উত্তৰঃ (a) মণিপুৰৰ।

5. অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰা প্ৰথম আহোম ৰাজকুমাৰজন আছিল—

(a) মণিৰাম দেৱান।

(b) পিয়লি ফুকন।

(c) গমধৰ কোঁৱৰ।

(d) পুৰন্দৰ সিংহা।

উত্তৰঃ (c) গমধৰ কোঁৱৰ।

6. অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল—

(a) ১৮২৪ চনত।

(b) ১৮২৮ চনত।

(c) ১৮২৬ চনত।

(d) ১৮৩০ চনত।

উত্তৰঃ (c) ১৮২৬ চনত।

7. ফুলগুৰিৰ ধাৱা সংঘটিত হৈছিল—

(a) ১৮৫১ চনত।

(b) ১৮৬১ চনত।

(c) ১৮৬৩ চনত।

(d) ১৮৫৬ চনত।

উত্তৰঃ (b) ১৮৬১ চনত।

8. ব্ৰিটিছে টিকট কৰ প্ৰৱৰ্তন কৰিছিল—

(a) ১৮৪৮ চনত।

(b) ১৮৫৮ চনত।

(c) ১৮৬৮ চনত।

(d) ১৮৭৮ চনত।

উত্তৰঃ (a) ১৮৪৮ চনত।

9. মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচিকাঠত ওলমোৱা হৈছিল— 

(a) জিউৰাম দুলীয়া বৰুৱাক।

(b) পিয়লি বৰুৱাক।

(c) গোমধৰ কোঁৱৰক।

(d) দুতিৰাম বৰুৱাক।

উত্তৰঃ (b) পিয়লি বৰুৱাক।

10. জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায়—

(a) ১৮৩০ চনত।

(b) ১৮৪৫ চনত।

(c) ১৮৩৫ চনত।

(d) ১৮৬১ চনত।

উত্তৰঃ (c) ১৮৩৫ চনত।

11. ব্ৰিটিছৰ কৰতলীয়া আহোম ৰজা আছিল— 

(a) পুৰন্দৰ সিংহ।

(b) গোমধৰ কোঁৱৰ।

(c) কন্দৰ্পেশ্বৰ সিংহ।

(d) গদাধৰ সিংহ।

উত্তৰঃ (a) পুৰন্দৰ সিংহ।

12. ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল—

(a) টিকেন্দ্রজিতে।

(b) সম্বোধন কছাৰী।

(c) ৰাজেন্দ্ৰ সিঙে।

(d) ওকিয়াং নং বাহে।

উত্তৰঃ (d) ওকিয়াং নং বাহে।

13. ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল— 

(a) টিকেন্দ্রজিতে।

(b) ওকিয়াং নং বাহে।

(c) শম্ভু ধন কছাৰীয়ে।

(d) ৰাজেন্দ্ৰ সিঙে।

উত্তৰঃ (c) শম্ভু ধন কছাৰীয়ে।

14. তলৰ কোনটো চনত বৃটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল?

(a) ১৮৪৩ চনত।

(b) ১৮৬০ চনত।

(c) ১৮৫৭ চনত।

(d) ১৮৬৩ চনত।

উত্তৰঃ (a) ১৮৪৩ চনত।

15. অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিলছক আর্জি লিখিছিল?

(a) মণিৰাম দেৱান।

(b) পিয়লি বৰুৱা।

(c) মহাত্মা গান্ধী।

(d) আনন্দৰাম ঢেকিয়াল ফুকন।

উত্তৰঃ (d) আনন্দৰাম ঢেকিয়াল ফুকন।

16. ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ ‘কেবিনেট মিছন’ পঠিয়াইছিল?

(a) ১৯৩৫ চনৰ আগষ্ট মাহত।

(b) ১৯৪৫ চনৰ জুলই মাহত।

(c) ১৯৪৬ চনৰ মাৰ্চ মাহত।

(d) ১৯৪৭ চনৰ আগষ্ট মাহত।

উত্তৰঃ (c) ১৯৪৬ চনৰ মাৰ্চ মাহত।

17. অসমৰ অভিজাত শ্রেণীটোক ব্ৰিটিছ শাসন ওফৰাই পুৰিণ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে এক সোণালী সুযোগ দিয়া বিদ্ৰোহটো হৈছে—

(a) ১৮৫৭ চনৰ চিপাহী বিদ্রোহ।

(b) মোৱামৰীয়া বিদ্ৰোহ।

(c) জয়ন্তীয়া বিদ্রোহ।

(d) উত্তৰ কাছাৰ বিদ্ৰোহ।

উত্তৰঃ (a) ১৮৫৭ চনৰ চিপাহী বিদ্রোহ।

18. আলিপুৰ কাৰাগাৰত বন্দী কৰি ৰখা অসমৰ ৰাজকুমাৰজন আছিল— 

(a) পুৰন্দৰ সিংহ।

(b) গোমধৰ কোঁৱৰ।

(c) কন্দপেশ্বৰ সিংহ।

(d) যোগেশ্বৰ সিংহ।

উত্তৰঃ (c) কন্দপেশ্বৰ সিংহ।

19. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল—

(a) মধুমল্লিকে।

(b) দুতিৰাম বৰুৱাই।

(c) বাহাদুৰ গাঁওবুঢ়াই।

(d) মণিৰাম দেৱানে।

উত্তৰঃ (d) মণিৰাম দেৱানে।

20. চৰকাৰে বন্ধ কৰা খেতি যাৰ বাবে ফুলগুৰি ধাৰা সংঘটিত হৈছিল সেইটো হ’ল—

(a) চাহ খেতি।

(b) তামোল-পাণৰ খেতি।

(c) আফুখেতি।

(d) সৰিয়হ খেতি।

উত্তৰঃ (c) আফুখেতি।

21. ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ সময়ত তাৰ সহকাৰী উপায়ুক্ত আছিল—

(a) লেফটেনেণ্ট চিংগাৰ।

(b) মেক কেব।

(c) জি ডি শ্বাৱাৰ।

(d) কর্ণেল জনষ্টোন।

উত্তৰঃ (b) মেক কেব।

22. নগাঁৱৰ সহকাৰী উপায়ুক্ত লেফটেনেণ্ট ছিংগাৰৰ মৃতদেহটো পেলাই দিয়া নদীখন হ’ল— 

(a) ব্ৰহ্মপুত্ৰ।

(b) কপিলী।

(c) কলং।

(d) ধনশিৰি।

উত্তৰঃ (c) কলং।

23. পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত জিলাধিপতি আছিল—

(a) জে আৰ বেৰিংটন।

(b) লেফটেনেণ্ট হার্বাট স্কন্স।

(c) ৰেনছম চাহাব।

(d) জে ডি এণ্ডাৰছন।

উত্তৰঃ (d) জে ডি এণ্ডাৰছন।

24. উত্তৰ ভাৰতত যেতিয়া বিদ্ৰোহ আৰম্ভ হৈছিল তেতিয়া ইংৰাজ সৈন্যৰ অসমত থকা ৰেজিমেণ্টৰ সংখ্যা হ’ল—

(a) ১ টা।

(b) ২ টা।

(c) ৩ টা।

(d) ৫ টা।

উত্তৰঃ (b) ২ টা।

25. প্রাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নীতি আছিল— 

(a) কন্দৰ্পেশ্বৰ সিংহ।

(b) গোমধৰ কোঁৱৰ।

(c) যোগেশ্বৰ সিংহ।

(d) চন্দ্ৰকান্ত সিংহ।

উত্তৰঃ (a) কন্দৰ্পেশ্বৰ সিংহ।

Short type Questions and Answer

1. ব্ৰিটিছে অসমত কেতিয়া চাহ-বাগান স্থাপন কৰিছিল?

উত্তৰঃ ১৯ শতিকাৰ আৰম্ভণিতে।

2. ব্ৰিটিছে অসমত দাস প্রথা কেতিয়া বন্ধ কৰিছিল?

উত্তৰঃ ১৮৪৩ চনত।

3. বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফৰমুদ আলীক ব্ৰিটিছ বিৰোধী কাৰ্যকলাপৰ বাবে কোনে আটক কৰিছিল?

উত্তৰঃ কেপ্টেইন হলৰইডে বাহাদুৰ গাঁওবুঢ়া আৰু শেখ ফৰমুদ আলীক গ্ৰেপ্তাৰ কৰি আন্দামানলৈ প্ৰেৰণ কৰে। 

4. ১৯ শতিকাৰ কৃষক বিদ্রোহ সমূহক কোনে নেতৃত্ব দিছিল?

উত্তৰঃ ৰাইজমেল সমূহে। 

5. ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ১৮৬১ চনত ফুলগুৰি ধাৱা সংঘটিত হৈছিল। 

6. ব্ৰিটিছে কেতিয়া আফুগুটিৰ খেতি সম্পূৰ্ণৰূপে বন্ধ কৰিছিল?

উত্তৰঃ ১৮৬১ চনত। 

7. ফুলগুৰিৰ কৃষক বিদ্ৰোহক কোনটো জনগোষ্ঠীয় সম্প্রদায়ে নেতৃত্ব দিছিল? 

উত্তৰঃ তিৱা জনগোষ্ঠীয়ে। 

8. ১৮৬১ চনত নগাঁৱৰ উপায়ুক্ত কোন আছিল?

উত্তৰঃ লেফটেনেণ্ট হার্বাট স্কন্স।

9. ফুলগুৰি কৃষক বিদ্ৰোহীসকলে হত্যা কৰা সহকাৰী আয়ুক্তজনৰ নাম কি আছিল?

উত্তৰঃ লেফটেনেণ্ট ছিংগাৰ।

10. ৰঙিয়াৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত। 

11. বিদ্রোহী কৃষকসকলে লঘু-লাঞ্চনা কৰা ৰঙিয়া আৰু তামোলপুৰৰ তহবিলদাৰ জনৰ নাম কি আছিল?

উত্তৰঃ ৰাধানাথ বৰুৱা।

12. ১৮৯৩ চনত ৰঙিয়াৰ উপায়ুক্ত কোন আছিল?

উত্তৰঃ মেক কেব।

13. বেচৰকাৰী হিচাপত পথৰুঘাটৰ কৃষক বিদ্ৰোহত কিমানজন কৃষকৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৪০ জন কৃষকৰ মৃত্যু হৈছিল।

14. চৰকাৰী হিচাপত পথৰুঘাটৰ কৃষক বিদ্ৰোহত কিমানজন কৃষকৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৫ জন কৃষকৰ মৃত্যু হৈছিল।

15. কোন চনত জয়ন্তীয়া ৰাজ্য ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰ পৰা ব্ৰিটিছৰ হাতলৈ যায়?

উত্তৰঃ ১৮৩৫ চনত। 

16. জয়ন্তীয়া সকলে কেতিয়া জোৱাইত থকা ব্ৰিটিছৰ ছাউনীত অতর্কিতে আক্ৰমণ কৰে?

উত্তৰঃ ১৮৬২ চনৰ ১৭ জানুৱাৰী তাৰিখে। 

17. জয়ন্তীয়া সকলৰ ওপৰত ব্ৰিটিছ চৰকাৰে নিয়োগ কৰা কোন দুটা সেনা বাহিনীৰ লোকে অমানুষিক অত্যাচাৰ আৰম্ভ কৰিছিল?

উত্তৰঃ ৪৪ নং দেশীয় পদাতিক আৰু ৩৩ নং বেংগল মিলিটেৰী পুলিচ বাহিনীৰ লোকে। 

18. জি ডি শ্বাৱাৰ কোন আছিল?

উত্তৰঃ ইষ্টার্ণ কামাণ্ডাৰ ব্ৰিগেডিয়াৰ জেনেৰেল আছিল।

19. বি. ডব্লিউ মর্টন কোন আছিল?

উত্তৰঃ খাচী-জয়ন্তীয়া পাহাৰৰ উপায়ুক্ত আছিল।

20. জয়ন্তীয়া বিদ্ৰোহৰ কেতিয়া অন্ত পৰিছিল?

উত্তৰঃ১৮৬৩ চনত।

21. ঊনবিংশ শতিকাৰ শেষৰ ফালে পাহাৰীয় জনজাতিয়ে ব্ৰিটিছৰ বিৰুদ্ধে কৰা বিদ্ৰোহটোৰ নাম কি?

উত্তৰঃ উত্তৰ কাছাৰৰ বিদ্ৰোহ।

22. উত্তৰ কাছাৰৰ বিদ্ৰোহৰ কেন্দ্ৰস্থল কি আছিল?

উত্তৰঃ‌ মাইবং।

23. আংগামী নগা সকলৰ বিদ্ৰোহ কোনে কঠোৰ হাতেৰে দমন কৰিছিল? 

উত্তৰঃ কর্ণেল জনষ্টোনে।

24. ডামাণ্টা কোন আছিল?

উত্তৰঃ ১৮৭৮ চনত এজন ব্ৰিটিছ বিষয়া আছিল। 

25. মণিপুৰত সিংহাসন লাভৰ বাবে কোন চনত ৰাজ পৰিয়ালৰ সদস্যসকলৰ মাজত গৃহ কন্দল হৈছিল?

উত্তৰঃ ১৮৯০ চনত। 

26. কুলচন্দ্র কোন আছিল?

উত্তৰঃ কুলচন্দ্ৰ এজন মণিপুৰী ৰাজকুমাৰ আছিল যিয়ে ইংৰাজৰ উপস্থিতিৰ সুবিধা গ্ৰহণ কৰি মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি নিজে ৰজা হয়। 

27. চুড়চন্দ্র কোন আছিল?

উত্তৰঃ চূড়চন্দ্ৰ মণিপুৰৰ এজন নাবালক ৰাজকুমাৰ আছিল। ৰজা কুলচন্দ্ৰৰ পিছত তেওঁক মণিপুৰৰ ৰজা ঘোষণা কৰা হৈছিল।

28. টিকেন্দ্রজিৎ কোন আছিল?

উত্তৰঃ টিকেন্দ্ৰজিৎ মণিপুৰত হোৱা ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ সেনাপতি আছিল। 

29. চুড়চন্দ্ৰক মণিপুৰৰ ৰজা হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল?

উত্তৰঃ ১৮৯১ চনৰ চেপ্টেম্বৰ মাহত।

30. জে ডব্লিউ কুইন্টন কোন আছিল?

উত্তৰঃ অসমৰ চীফ কমিচনাৰ আছিল। 

31. টিকট কৰ কেতিয়া লগোৱা হৈছিল?

উত্তৰঃ ১৮৫৮ চনত। 

32. আয়কৰ কেতিয়া লগোৱা হৈছিল? 

উত্তৰঃ ১৯৬০ চনত।

33. ব্ৰিটিছে অনুজ্ঞা কৰ কেতিয়া লগাইছিল?

উত্তৰঃ ১৮৬০ চনত।

34. ব্ৰিটিছে গ্ৰেজিং কৰ কেতিয়া লগাইছিল?

উত্তৰঃ ১৮৬০ চনত।

35. মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ক’ত ফাঁচী দিয়া হৈছিল?

উত্তৰঃ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাট জেলত ফাঁচি দিয়া হৈছিল। 

36. ১৮৫৭ চনত এটি ব্ৰিটিছ ফৌজৰ সৈতে কোনে যোৰহাটত উপস্থিত হৈছিল আৰু ছেপ্টেম্বৰৰ ৭ তাৰিখে কন্দর্পেশ্বৰ সিংহক আটক কৰিছিল? 

উত্তৰঃ কেপ্তেইন লউডাৰে।

37. যুদ্ধৰ ক্ষতি পূৰণ হিচাবে মণিপুৰে ব্ৰিটিছ চৰকাৰক কিমান টকা পৰিশোধ কৰিব লগীয়া হৈছিল? 

উত্তৰঃ মণিপুৰে আঢ়ৈ লাখ টকা বিদ্ৰোহৰ ক্ষতিপূৰণ হিচাপে চৰকাৰক দিয়াৰ উপৰিও বছৰি ৫০,০০০ টকা পৰিশোধ কৰিব লগীয়া হৈছিল। 

38. ব্ৰিটিছৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিষয়ে কোনে মফট মিলচক আর্জি দিছিল?

উত্তৰঃ আনন্দৰাম ঢেকীয়াল ফুকনে। 

39. জয়ন্তীয়া নেতা উকিয়াং নবাক জীৱন্তে ব্ৰিটিছক গতাই দিয়াৰ বাবত কিমান টকা পুৰস্কাৰ ঘোষণা কৰিছিল?

উত্তৰঃ ১০০০ টকা। 

40. মণিৰাম দেৱানৰ কোনে বিচাৰ কৰিছিল? 

উত্তৰঃ কেপ্টেইন হলৰইডে।

41. লচিমা ক’ত অৱস্থিত?

উত্তৰঃ বজালী অঞ্চলৰ সৰুক্ষেত্ৰী মৌজাত অৱস্থিত।

42. উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে প্ৰদান কৰিছিল?

উত্তৰঃ শম্ভুধন কাছাৰীয়ে।

শুদ্ধ উত্তৰটো বাছি উলিওৱা

১। মণিৰাম দেৱানৰ বিচাৰ কৰিছিল—

(ক) মফট মিলচে।

(খ) কেপ্টেইন হলৰইডে।

(ঘ) জেনকিন্সে।

(গ) জে ডব্লিউ কুইণ্টনে।

উত্তৰঃ (খ) কেপ্টেইন হলৰইডে।

২। মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল—

(ক) মধুমল্লিক।

(খ) মিলচ চাহাবে।

(গ) মহিৰাম মুক্তিয়াৰ।

(ঘ) মণিৰাম দেৱাণে।

উত্তৰঃ (ক) মধুমল্লিক।

৩। অসমত দাস প্রথা নিষিদ্ধ কৰা হৈছিল—

(ক) ১৮৪০ চনত।

(খ) ১৮৪৩ চনত।

(গ) ১৮৪১ চনত।

(ঘ) ১৮৪৫ চনত।

উত্তৰঃ (খ) ১৮৪৩ চনত।

৪। কোনজন ব্ৰিটিছ গৱৰ্ণৰ জেনেৰেলৰ শাসনকালত ৰায়ত আইন ৰায়তৱাৰী আৰু মহলদাৰী প্ৰথা ভাৰতত প্ৰচাৰ কৰা হৈছিল—

(ক) লৰ্ড ৱাৰেণ হেষ্টিংছ।

(খ) লর্ড কর্ণৱালিছ।

(গ) লর্ড উইলিয়াম বেণ্টিংক।

(ঘ) লর্ড ডেলহাউছি।

উত্তৰঃ (খ) লৰ্ড কৰ্ণৱালিছ।

৫। গোবিন্দ চন্দ্ৰ ৰজা আছিল—

(ক) মণিপুৰৰ।

(খ) কাছাৰৰ।

(গ) ডিমাপুৰৰ।

(ঘ) চীনৰ।

উত্তৰঃ (খ) কাছাৰৰ।

৬। অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰা প্রথম ব্যক্তিগৰাকী আছিল—

(ক) মণিৰাম দেৱান।

(খ) পিয়লি ফুকন।

(গ) গমধৰ কোঁৱৰ।

(ঘ) বিয়লি বৰুৱা।

উত্তৰঃ (গ) গমধৰ কোঁৱৰ৷

৭। অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল—

(ক) ১৮২৪ চনত।

(খ) ১৮২৮ চনত।

(গ) ১৮২৬ চনত।

(ঘ) ১৮৩০ চনত।

উত্তৰঃ (গ) ১৮২৬ চনত।

৮। ফুলগুৰিৰ ধাবা সংঘটিত হৈছিল—

(ক) ১৮৫১ চনত।

(খ) ১৮৬১ চনত।

(গ) ১৮৬৩ চনত।

(ঘ) ১৮৫৬ চনত।

উত্তৰঃ (খ) ১৮৬১ চনত।

৯। ব্ৰিটিছে টিকট কৰ প্ৰৱৰ্তন কৰিছিল—

(ক) ১৮৪৮ চনত।

(খ) ১৮৫৮ চনত।

(গ) ১৮৬৮ চনত।

(ঘ) ১৮৭৮ চনত।

উত্তৰঃ (খ) ১৮৫৮ চনত।

১০। মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচিকাঠত ওলমোৱা হৈছিল-

(ক) জিউৰাম দুলীয়া বৰুৱাক।

(খ) পিয়লি বৰুৱাক।

(গ) গোমধৰ কোঁৱৰক।

(ঘ) দুতিৰাম বৰুৱাক।

উত্তৰঃ (খ) পিয়লি বৰুৱাক।

১১। মফট মিলচ অসমলৈ আহিছিল—

(ক) ১৮৫১ চনত।

(খ) ১৮৫৫ চনত।

(গ) ১৮৫৩ চনত।

(ঘ) ১৮৫৭ চনত।

উত্তৰঃ (গ) ১৮৫৩ চনত।

১২। মফট মিলচ আছিল—

(ক) শিৱসাগৰৰ উপায়ুক্ত।

(খ) নগাঁৱৰ উপায়ুক্ত।

(গ) কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ।

(ঘ) ৰহাৰ উপায়ুক্ত।

উত্তৰঃ (গ) কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ।

১৩। জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায়—

(ক) ১৮৩০ চনত।

(খ) ১৮৪৫ চনত।

(গ) ১৮৩৫ চনত।

(ঘ) ১৮৬১ চনত।

উত্তৰঃ (গ) ১৮৩৫ চনত।

১৪। ব্ৰিটিছৰ কৰ্তলীয়া আহোম ৰজা আছিল—

(ক) পুৰন্দৰ সিংহ।

(খ) গোমধৰ কোঁৱৰ।

(গ) কন্দৰ্পেশ্বৰ সিংহ।

(ঘ) গদাধৰ সিংহ।

উত্তৰঃ (ক) পুৰন্দৰ সিংহ।

১৫। ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল—

(ক) টিকেন্দ্রজিতে।

(খ) সম্বোধন কছাৰী।

(গ) ৰাজেন্দ্ৰ সিঙে।

(ঘ) ওকিয়াং নং বাহে।

উত্তৰঃ (ঘ) ওকিয়াং নং বাহে।

১৬। ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল—

(ক) টিকেন্দ্রজিতে।

(খ) ওকিয়াং নং বাহে।

(গ) সম্বোধন কছাৰীয়ে।

(ঘ) ৰাজেন্দ্ৰ সিঙে।

উত্তৰঃ (গ) সম্বোধন কছাৰীয়ে।

১৭। তলৰ কোনটো চনত বৃটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল?

(ক) ১৮৪৩ চনত।

(খ) ১৮৬০ চনত।

(গ) ১৮৫৭ চনত।

(ঘ) ১৮৬৩ চনত।

উত্তৰঃ (ক) ১৮৪৩ চনত।

১৮। অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিলছক আর্জি লিখিছিল?

(ক) মণিৰাম দেৱান।

(খ) পিয়লি বৰুৱা।

(গ) মহাত্মা গান্ধী।

(ঘ) আনন্দৰাম ঢেকিয়াল ফুকন।

উত্তৰঃ (ঘ) আনন্দৰাম ঢেকিয়াল ফুকন।

১৯। ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ ‘কেবিনেট মিছন’ পঠিয়াইছিল?

(ক) ১৯৩৫ চনৰ আগষ্ট মাহত।

(খ) ১৯৪৫ চনৰ জুলই মাহত।

(গ) ১৯৪৬ চনৰ মাৰ্চ মাহত।

(ঘ) ১৯৪৭ চনৰ আগষ্ট মাহত।

উত্তৰঃ (গ) ১৯৪৬ চনৰ মাৰ্চ মাহত

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। কোন চনত অসমত দাস প্রথা নিষিদ্ধ কৰা হৈছিল?

উত্তৰঃ ১৮৪৩ চনত।

প্রশ্ন ২। লেফটেনেন্ট জি. বি. ছিংগাৰৰ মূৰত পূৰ্ণহতীয়া কোব শোধোৱা কৃষজনৰ নাম কি আছিল?

উত্তৰঃ বাবু কৈৱৰ্ত।

প্রশ্ন ৩। ১৮৬১ চনত অসমত সংঘটিত হোৱা কৃষক বিদ্রোহটোৰ নাম কি?

উত্তৰঃ ফুলগুৰিৰ ধাৱা।

প্রশ্ন ৪। টিৰোৎ সিং কোন ৰাজ্যৰ আছিল?

উত্তৰঃ খাচী পাহাৰৰ।

প্রশ্ন ৫। পথৰুঘাটৰ বিদ্ৰোহৰ সময়ত দৰং জিলাৰ উপায়ুক্ত কোন আছিল?

উত্তৰঃ জে. ডি. এণ্ডাৰছন।

প্রশ্ন ৬। ব্ৰিটিছ চৰকাৰে আৰোপ কৰা নতুন কৰ দুটাৰ নাম লিখা।

উত্তৰঃ আয়কৰ শুল্ক, অনুজ্ঞাপত্ৰ শুল্ক।

প্রশ্ন ৭। ক’ত আৰু কেতিয়া মণিৰাম দেৱানক ফাঁচী দিয়া হৈছিল?

উত্তৰঃ যোৰহাটত ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত।

প্রশ্ন ৮। অসমত স্থাপন কৰা ব্ৰিটিছৰ ৰেজিমেণ্ট দুটাৰ নাম লিখা।

উত্তৰঃ ফাষ্ট আসাম লাইট ইনফেন্ট্ৰি আৰু ছেকেণ্ড লাইট ইনফেন্ট্রি।

প্রশ্ন ৯। টিকেন্দ্রজিত কোন আছিল?

উত্তৰঃ মণিপুৰৰ বীৰ সেনাপতি আছিল।

প্রশ্ন ১০। মিৰাটত কেতিয়া ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰিছিল?

উত্তৰঃ ১৮৫৭ চনৰ ১০ মে’ তাৰিখে।

প্রশ্ন ১১। অসমত ব্ৰিটিছৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা মূল নায়ক কোন?

উত্তৰঃ মণিৰাম দেৱান।

প্রশ্ন ১২। জয়ন্তীয়া ৰাজ্য কোন চনত ইংৰাজৰ সাম্ৰাজ্যত অন্তৰ্ভুক্ত হৈছিল?

উত্তৰঃ ১৮৩৫ চনত।

প্রশ্ন ১৩। তিৰৎ সিং কোন আছিল?

উত্তৰঃ ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ কৰা এজন খাচী নেতা আছিল।

প্রশ্ন ১৪। দলি পুৰাণ কোনে লিখিছিল?

উত্তৰঃ নৰোত্তম দাসে।

প্রশ্ন ১৫। কোন চনত প্ৰথমবাৰৰ বাবে ভাৰতীয় সৈন্যই বিদ্রোহ ঘোষণা কৰিছিল?

উত্তৰঃ ১৮৫৭ চনৰ ১০ মে তাৰিখে মিৰাটত।

প্রশ্ন ১৬। ‘গোৰখাতী’ কিহৰ ওপৰত লগোৱা কৰ আছিল?

উত্তৰঃ কাঠৰ ওপৰত।

প্রশ্ন ১৭। ‘বনকৰ’ কিহৰ ওপৰত লগোৱা কৰ আছিল?

উত্তৰঃ খেৰ-ইকৰাৰ ওপৰত৷

প্রশ্ন ১৮। ‘খুছাৰী’ কিহৰ ওপৰত লগোৱা কৰ আছিল?

উত্তৰঃ চৰণীয়া পথাৰৰ ওপৰত।

প্রশ্ন ১৯। জেনকিন্সে কেতিয়াৰপৰা অসমত থলুৱাভাৱে আফু খেতি কৰি কানি প্ৰস্তুত কৰা বন্ধ কৰিছিল?

উত্তৰঃ ১৮৬০ চনৰ ১ মে’ৰ পৰা।

প্রশ্ন ২০। কেপ্তেইন নিউৱেলে গমধৰ কোঁৱৰক মৃত্যুদণ্ডৰ পৰা ৰেহাই দি কি শাস্তি কাৰ্যকৰী কৰিছিল?

উত্তৰঃ নাবালক হোৱা বাবে নিউৱেলে গমধৰ কোঁৱৰক মৃত্যুদণ্ডৰ পৰা ৰেহাই দি সাত বছৰৰ বাবে কাৰাবাসৰ আদেশ কার্যকৰী কৰিছিল।

প্রশ্ন ২১। দেশদ্রোহিতাৰ অপৰাধত গোমধৰ কোঁৱৰক যোৰহাটত বহা বৰ পঞ্চায়তে কি শাস্তি বিহিছিল?

উত্তৰঃ বৰপঞ্চায়তে গোমধৰ কোঁৱৰক দেশদ্রোহিতাৰ অপৰাধত মৃত্যুদণ্ড বিহিছিল।

প্রশ্ন ২২। অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধচাৰণ কৰি কাৰাজীৱন কটোৱা প্ৰথমজন ৰাজনৈতিক বিদ্রোহী ব্যক্তি জন কোন আছিল?

উত্তৰঃ গোমধৰ কোঁৱৰ৷

প্রশ্ন ২৩। গদাধৰ সিংহ কোন বংশৰ লোক আছিল?

উত্তৰঃ আহোম ৰজা যোগেশ্বৰ সিংহৰ।

প্রশ্ন ২৪। কিমান চনত শদিয়াখোৱা গোঁহাইয়ে বিদ্রোহী সকলৰ লগত বিশ্বাসঘাটকতা কৰিছিল?

উত্তৰঃ ১৮৩০ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে।

প্রশ্ন ২৫। কিমান চনত মিলছ চাহাব অসমলৈ আহিছিল?

উত্তৰঃ ১৮৫৩ চনত।

প্রশ্ন ২৬। ১৮৫৭ চনত ১ ছেপ্টেম্বৰ তাৰিখে কমিছনাৰ জেনকিন্সে কলিকতাৰ পৰা অসমলৈ অহা জাহাজখনৰ নাম কি আছিল?

উত্তৰঃ “হাৰোংঘাটা”।

প্রশ্ন ২৭। পিয়লি বৰুৱাৰ আন এটা নাম কি আছিল?

উত্তৰঃ মহেশচন্দ্ৰ বৰুৱা।

প্রশ্ন ২৮। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচী দিয়া হৈছিল?

উত্তৰঃ ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে যোৰহাটত ফাঁচী দিয়া হৈছিল।

প্রশ্ন ২৯। আহোম অভিজাত শ্ৰেণীৰ দুগৰাকী মহিলাৰ নাম লিখা।

উত্তৰঃ ৰূপহী আৰু লুম্বই আইদেউ।

প্রশ্ন ৩০। মধুৰাম কোঁচ কোন আছিল? তেওঁক কেই বছৰৰ বাবে কাৰাদণ্ড বিহিছিল?

উত্তৰঃ মধুৰাম কোঁচ নাজিৰাৰ আসাম টি. কোম্পানীৰ ঠিকাদাৰ আছিল। তেওঁক সাত বছৰৰ বাবে কাৰাদণ্ড বিহিছিল।

প্রশ্ন ৩১। শিৱসাগৰৰ প্ৰিঞ্চিপাল এছিছটেণ্ট কেপ্তেইন হলৰয়দৰ সোঁহাত স্বৰূপ কোন আছিল?

উত্তৰঃ যোৰহাটৰ দাৰোগা হৰনাথ পৰ্বতীয়া বৰুৱা৷

প্রশ্ন ৩২। চাৰিং ৰজা কন্দপেশ্বৰ সিংহৰ মৃত্যু কেতিয়া হৈছিল?

উত্তৰঃ ১৮৮০ চনত।

প্রশ্ন ৩৩। ফুলগুৰিৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ১৮৬১ চনত।

প্রশ্ন ৩৪। কিমান চনত চৰকাৰে অসমত আয়কৰ আৰু লাইচেঞ্চ কৰ বহুৱাইছিল?

উত্তৰঃ ১৮৬১ চনত।

প্রশ্ন ৩৫। লেফটেনেন্ট জি. বি. ছিংগাৰৰ মূৰত পূৰ্ণহতীয়া কোব সোধোৱা কৃষকজনৰ নাম কি আছিল?

উত্তৰঃ বাহু ডোম।

প্রশ্ন ৩৬। ১৮৬১ চনৰ ফুলগুৰি বিদ্ৰোহত মুঠতে কিমানজন কৃষকে প্রাণাহুতি দিছিল?

উত্তৰঃ ৫৪ জনে।

প্রশ্ন ৩৭। ব্রহ্মপুত্র উপত্যকাত কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ১৮৯৩ – ৯৪ চনত।

প্রশ্ন ৩৮। কেতিয়া পথৰুঘাটৰ বিদ্রোহ সংঘটিত হৈছিল?

উত্তৰঃ দৰং জিলাৰ পথৰুঘাটত ১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে পথৰুঘাটৰ বিদ্রোহ সংঘটিত হৈছিল।

প্রশ্ন ৩৯। পথৰুঘাটৰ বিদ্ৰোহত মুঠতে কিমানজন কৃষকৰ মৃত্যু হৈছিল?

উত্তৰঃ চৰকাৰী মতে ১৫ জন কৃষকৰ আৰু বেচৰকাৰী তথ্য মতে ১৪০ জন কৃষকৰ মৃত্যু হৈছিল।

প্রশ্ন ৪০। মংগলদৈৰ মহকুমাধিপতি জনৰ নাম কি আছিল?

উত্তৰঃ ৰেনছম চাহাব।

প্রশ্ন ৪১। নৰোত্তম দাসৰ দ্বাৰা ৰচিত কি কিতাপত পথৰুঘাটৰ বিদ্ৰোহৰ কাহিনী লিপিবদ্ধ কৰা আছে?

উত্তৰঃ “দলি-পুৰাণ”।

প্রশ্ন ৪২। কাৰ নেতৃত্বত জয়ন্তীয়াসকলে ১৮৬১ চনত ব্ৰিটিছ বিৰোধী বিদ্ৰোহত চালিত হয়?

উত্তৰঃ ওকিয়াং নংবাহৰ নেতৃত্বত।

প্রশ্ন ৪৩। জয়ন্তীয়া সকলে কিমান চনত জোৱাইত থকা ব্ৰিটিছ ছাউনীত আক্রমণ কৰে?

উত্তৰঃ ১৮৬২ চনৰ ১৭ জানুৱাৰী তাৰিখে।

প্রশ্ন ৪৪। ওকিয়াং নংবাহক জীৱন্তে ধৰি দিব পৰাজনক কিমান টকাৰ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছিল?

উত্তৰঃ ১০০০ টকা।

প্রশ্ন ৪৫। সম্বোধন কছাৰীৰ বিদ্ৰোহৰ কেন্দ্ৰস্থল কি আছিল?

উত্তৰঃ উত্তৰ কাছাৰৰ মাইবং।

প্রশ্ন ৪৬। টিকেন্দ্রজিৎ কোন আছিল?

উত্তৰঃ জাতীয়তাবাদী সকলৰ নেতা আছিল।

প্রশ্ন ৪৭। আহোম সকলৰ প্ৰথম ৰাজধানীখনৰ নাম কি?

উত্তৰঃ চৰাইদেউ।

প্রশ্ন ৪৮। তুলাৰাম কোন আছিল?

উত্তৰঃ ডিমাছা কছাৰীসকলৰ নেতা আছিল।

প্রশ্ন ৪৯। বিল আৰু নদীৰ পৰা মাছ মৰাৰ বাবে জল-কৰ আদায়ৰ ক্ষেত্ৰত কোনে ‘ডাক’ ব্যৱহাৰ প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ কেপ্তেইন ফ্রেঞ্চিছ জেনকিন্সে।

প্রশ্ন ৫০। আহোমসকলৰ কি নীতিয়ে ৰাজতন্ত্ৰক ক্ষতিসাধন কৰিছিল?

উত্তৰঃ আহোমসকলৰ অংগক্ষত ৰাজকুমাৰক সিংহাসন প্ৰাপ্তিৰপৰা বঞ্চিত কৰাৰ নীতিয়ে ৰাজতন্ত্ৰৰ ক্ষতিসাধন কৰিছিল।

প্রশ্ন ৫১। কেতিয়াৰ পৰা শ্বিলং ব্ৰিটিছৰ প্ৰশাসনিক কেন্দ্ৰ হৈ পৰে?

উত্তৰঃ ১৮৬৬ চনৰ পৰা।

প্রশ্ন ৫২। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ ব্ৰিটিছ পক্ষৰ অন্যতম স্বাক্ষৰতা কোন আছিল?

উত্তৰঃ থমাছ কেম্পবেল ৰবাৰ্টছন।

প্রশ্ন ৫৩। আৰকাৰী কানি মানে কি?

উত্তৰঃ চৰকাৰী কানি। 

প্রশ্ন ৫৪। বিভিন্ন দণ্ডৰে দণ্ডিত মণিৰাম দেৱানৰ সহযোগী সকলৰ নাম উল্লেখ কৰা।

উত্তৰঃ জিউৰাম দুলীয়া বৰুৱা, পিয়লি বৰুৱা, কন্দেপেশ্বৰ সিংহ, বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফুমুদ আলী, মধু মল্লিক, ত্রিনয়ন কমলা বৰুৱা আৰু ধৃতিৰাম বৰুৱা।

প্রশ্ন ৫৫। ১৮৫৭ চনৰ বিদ্ৰোহৰ কি চৰিত্ৰ অসমত প্ৰতিফলিত হৈছিল?

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ এহাতে আহোম ৰাজত্ব পুনৰ প্ৰতিষ্ঠামূলক ভাৱধাৰা আৰু আনহাতে উপনিবেশ বিৰোধী চৰিত্ৰ ফুটি উঠিছিল।

প্রশ্ন ৫৬। কোন কোন চনত মহামাৰীয়ে অসমৰ জনজীৱন বিপর্যস্ত কৰি তুলিছিল?

উত্তৰঃ ১৮৩৯, ১৮৪৭ আৰু ১৮৫২ চনত।

প্রশ্ন ৫৭। ইয়াণ্ডাবু সন্ধিৰ পিছত অসমত কিয় ব্ৰিটিছ বিৰোধী বিদ্রোহ সংঘটিত হৈছিল?

উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ পিছত নামনি অসমখন কোম্পানীৰ ৰাজ্যৰ সৈতে চামিল কৰাৰ বাবে অসমত ব্ৰিটিছ বিৰোধী বিদ্রোহ সংঘটিত হৈছিল।

প্রশ্ন ৫৮। তিনিটা কৃষক বিদ্ৰোহৰ নাম লিখা।

উত্তৰঃ তিনিটা কৃষক বিদ্ৰোহৰ নাম হ’ল– 

(i) পথৰুঘাটৰ কৃষক বিদ্রোহ।

(ii) ফুলগুৰি কৃষক বিদ্ৰোহ।

(iii) ১৮৬৮ চনৰ কৃষক বিদ্রোহ।

প্রশ্ন ৫৯। বাহাদুৰ গাঁওবুঢ়া ফমুড আলিক কোনে ব্ৰিটিছ বিৰোধী কাম কাজৰ বাবে গ্ৰেপ্তাৰ কৰিছিল? তেওঁলোক কোন জে’লত কাৰাবন্দী আছিল?

উত্তৰঃ কেপ্তেইন হলৰইডে গ্ৰেপ্তাৰ কৰিছিল।

তেওঁলোক আন্দামান নিকোবৰ জে’লৰ কাৰাবন্দী আছিল ৷

প্রশ্ন ৬০। মণিৰাম দেৱানৰ দুখন চাহ বাগিচাৰ নাম লিখা।

উত্তৰঃ চেনি মৰা আৰু চেং গলুং।

প্রশ্ন ৬১। এ.জে. মফৎ মিলচ্ কোন আছিল? তেওঁক কোনে অসমলৈ পঠিয়াইছিল?

উত্তৰঃ কলিকতা সৰ্ব্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল।

তেওঁক ১৮৫৩ চনত লেফটেনেণ্ট গৱৰ্ণৰ কেম্পবেলে অসমলৈ পঠাইছিল।

প্রশ্ন ৬২। ভাৰত ত্যাগ আন্দোলনৰ অসমৰ দুগৰাকী মহিলা শ্বহীদৰ নাম লিখা?

উত্তৰঃ কনকলতা বৰুৱা আৰু ভোগেশ্বৰী ফুকননী।

প্রশ্ন ৬৩। ১৮৫৭ চনৰ বিদ্ৰোহৰ অসমৰ দুজন শ্বহীদৰ নাম লিখা?

উত্তৰঃ মণিৰাম দেৱান আৰু পিয়লি বৰুৱা ৷

প্রশ্ন ৬৪। পথৰুঘাটৰ বিদ্ৰোহক কিয় দলিৰণ বুলি জনা যায়?

উত্তৰঃ কাৰণ জনসাধাৰণে ব্ৰিটিছৰ বিৰুদ্ধে নিজৰ আশা – আকাংক্ষা দৰঙৰ উপায়ুক্ত জে. ডি এনডাৰচনৰ ওপৰত মাটিৰ চপৰা দলিয়াই প্ৰকাশ কৰিছিল।

প্রশ্ন ৬৫। গোমধৰ কোঁৱৰে কিয় ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল?

উত্তৰঃ ইংৰাজক আঁতৰ কৰি অসমৰ স্বাধীনতা উভতাই আনিবৰ বাবে তেওঁ বিদ্রোহ কৰিছিল।

প্রশ্ন ৬৬। ইংৰাজ সকল কি উদ্দেশ্যে অসমলৈ আহিছিল?

উত্তৰঃ বেপাৰ বাণিজ্য আৰু প্ৰশাসনিক গাঁথনি গঢ়িবৰ বাবে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top