Class 10 Science MCQ Chapter 15 আমাৰ পৰিৱেশ

Class 10 Science MCQ Chapter 15 আমাৰ পৰিৱেশ, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 15 আমাৰ পৰিৱেশ Question Answer can be of great value to excel in the examination.

SEBA Class 10 Science MCQ Chapter 15 আমাৰ পৰিৱেশ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Table of Contents

SEBA Class 10 General Science MCQ Chapter 15 আমাৰ পৰিৱেশ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 15 আমাৰ পৰিৱেশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আমাৰ পৰিৱেশ

Chapter – 15

পৰিৱেশ বিজ্ঞান

Multiple Choice Questions & Answers

1. তলৰ কোনবিধ পদার্থ জীৱ নিম্নীকৰণ অযোগ্য –

(a) কাঠ। 

(b) কাগজ।

(c) কপাহী কাপোৰl

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(d) প্লাষ্টিক।

উত্তৰঃ  (d) প্লাষ্টিক।

2. তলৰ কোনবিধ এটা কৃত্রিম পৰিৱেশতন্ত্র–

(a) বাগিছা। 

(b) পুখুৰী। 

(c) হ্রদ। 

(d) অৰণ্য।

উত্তৰঃ (a) বাগিছা। 

3. তলৰ কোনবিধ জীৱক উৎপাদক বুলিব পাৰি–

(a) বেক্টেৰিয়া।

(b) ভেঁকুৰ।

(c) নীল-সেউজ শেলাই।

(d) তৃণভোজী প্রাণী।

উত্তৰঃ  (c) নীল-সেউজ শেলাই।

4. তলৰ কোনবিধ জীৱে বিয়োজকৰ ভূমিকা পালন কৰে– 

(a) নীল-সেউজ শেলাই।

(b) বেক্টেৰিয়া।

(c) সেউজীয়া উদ্ভিদ।

(d) পৰজীৱী প্রাণী।

উত্তৰঃ (b) বেক্টেৰিয়া।

5. স্বপোষী জীৱ বা উৎপাদকবোৰ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্ভুক্ত—

(a) প্রথম। 

(b) দ্বিতীয়।

(c) তৃতীয়।

(d) চতুর্থ।

উত্তৰঃ  (a) প্রথম। 

6. তৃণভোজী প্রাণী বা প্রাথমিক উপভোক্তাসমূহ তলব কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্ভুক্ত— 

(a) প্রথম। 

(b) দ্বিতীয়।

(c) তৃতীয়।

(d) চতুর্থ। 

উত্তৰঃ (b) দ্বিতীয়।

7. সৰু মাংসভোজী প্রাণী বা দ্বিতীয়ক উপভোক্তাসমূহ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্গত—

(a) প্রথম। 

(b) দ্বিতীয়।

(c) তৃতীয়।

(d) চতুর্থ। 

উত্তৰঃ (c) তৃতীয়।

8. চতুর্থ পৌষ্টিক স্তৰত তলৰ কোনবিধ প্ৰাণীক ৰখা হয়— 

(a) স্বপোষী জীৱ।

(b) সৰু মাংসভোজী প্রাণী।

(c) ডাঙৰ মাংসভোজী প্রাণী। 

(d) তৃণভোজী প্রাণী। 

উত্তৰঃ (c) ডাঙৰ মাংসভোজী প্রাণী। 

9. সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ কিমান শতাংশ শক্তিক আৱদ্ধ কৰি খাদ্য শক্তিলৈ পৰিবৰ্তন কৰে।

(a) 10% 

(b) 1% 

(c) 90% 

(d) 100%

উত্তৰঃ (b) 100%

10. উপভোক্তাৰ এটা পৰ্যায়ৰ পৰা পৰৱৰ্তী পৰ্যায়লৈ যোৱা জৈৱ পদাৰ্থৰ পৰিমাণৰ গড় মান হ’ল– 

(a) 1% 

(b) 20% 

(c) 40% 

(d) 10%

উত্তৰঃ (d) 10%

11. তলৰ কোনবিধ জীৱৰ সংখ্যা পৰিৱেশতন্ত্ৰ এটাত আটাইতকৈ বেছি হয়—

(a) উৎপাদক।

(b) প্রাথমিক উপভোক্তা বা তৃণভোজী প্রাণী।

(c) দ্বিতীয়ক উপভোক্তা বা সৰু মাংসভোজী প্রাণী।

(d) তৃতীয়ক উপভোক্তা বা ডাঙৰ মাংসভোজী প্রাণী।

উত্তৰঃ (a) উৎপাদক।

12. অ’জন স্তৰৰ অৱক্ষয়ৰ বাবে তলৰ কোনবিধ পদার্থ দায়ী –

(a) অক্সিজেন।

(b) অতি বেঙুনীয়া ৰশ্মি। 

(c) ক্ল’ৰ ‘ফ্ল’ৰ’ কাৰ্বন। 

(d) হিলিয়াম।

উত্তৰঃ (c) ক্ল’ৰ ‘ফ্ল’ৰ’ কাৰ্বন। 

13. তলৰ কোনবোৰ গোষ্ঠীত মাত্ৰ জীৱ নিম্নীকৰণযোগ্য বস্তু আছে? 

(a) ঘাঁহ, ফুল আৰু চামৰা।

(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক।

(c) ফলৰ বাকলি, কেক আৰু নেমু – ৰস।

(d) কেক, কাঠ আৰু ঘাঁহ।

উত্তৰঃ (a), (c), (d)

14. তলৰ কোনটোৱে এডাল খাদ্যশৃংখল গঠন কৰে? 

(a) ঘাঁহ, ঘেঁহু, আৰু আম।

(b) ঘাঁহ, ছাগলী আৰু মানুহ।

(c) ছাগলী, গৰু আৰু হাতী।

(d) ঘাঁহ, মাছ আৰু ছাগলী।

উত্তৰঃ (b) ঘাঁহ, ছাগলী আৰু মানুহ।

15. তলৰ কোনটো এটা পৰিৱেশ – হিতৈষী অনুশীলনী?

(a) বজাৰ কৰাৰ সময়ত কিনা সামগ্ৰী ৰাখিবলৈ কাপোৰৰ মোনা কঢ়িওৱা।

(b) অদৰকাৰী লাইট আৰু ফেনৰ চুইচ অফ কৰা।

(c) তোমাৰ মাই স্কুটাৰেৰে তোমাক স্কুলত থোৱাৰ সলনি স্কুললৈ খোজ কাঢ়ি যোৱা।

(d) ওপৰৰ আটাইকেইটা। 

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা। 

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top