Class 10 Elective Commerce Chapter 9 হিচাপবহীত লেনদেন লিপিবদ্ধকৰণ

Class 10 Elective Commerce Chapter 9 হিচাপবহীত লেনদেন লিপিবদ্ধকৰণ Solutions, SEBA Class 10 Banijya Parichoy Question Answer, Class 10 Elective Commerce Chapter 9 হিচাপবহীত লেনদেন লিপিবদ্ধকৰণ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Banijya Parichoy Elective Notes Class 10 SEBA and select needs one.

Class 10 Elective Commerce Chapter 9 হিচাপবহীত লেনদেন লিপিবদ্ধকৰণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Commerce Elective Class 10 Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Commerce Elective Solutions for All Chapter, You can practice these here.

হিচাপবহীত লেনদেন লিপিবদ্ধকৰণ

Chapter – 9

অধ্যায় – ৩ হিচাপৰক্ষণ আৰু হিচাপকৰণ

প্রশ্নাৱলী

(ক) বিশেষ সহায়ক হিচাপবহী বুলিলে কি বুজা?

উত্তৰঃ হিচাপ ৰাখোতা বা মুনীম আৰু হিচাপৰ তথ্য ব্যৱহাৰকাৰীসকলৰ সুবিধার্থে কিছুমান বিশেষ হিচাপবহী ব্যৱহাৰ কৰা হয় যিসমূহক সহায়ক হিচাপবহী বোলে। 

(খ) সহায়ক হিচাপবহীসমূহৰ বিভিন্ন প্ৰকাৰসমূহ উল্লেখ কৰা।

উত্তৰঃ সহায়ক হিচাপবহীসমূহৰ বিভিন্ন প্ৰকাৰসমূহ তলত উল্লেখ কৰা হল —

(ক) ক্রয় হিচাপবহী।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(খ) বিক্রী হিচাপবহী।

(গ) ক্রয় ফিৰৎ হিচাপবহী।

(ঘ) বিক্ৰী ফিৰৎ হিচাপবহী।

(ঙ) নগদ ধনৰ হিচাপবহী।

(চ) বিল পাওনা হিচাপবহী।

(ছ) বিল দেনা হিচাপবহী।

(জ) সঠিক জাবেদা।

(গ) প্রাথমিক প্রবিষ্টি বহী বুলিলে কি বুজা?

উত্তৰঃ প্রাথমিক প্রবিষ্টি বহী (Primary Entry Book) বুলিলে জাবেদা বইক (Journal) বুজায়, য’ত লেনদেন প্ৰথমবাৰৰ বাবে লিখা হয়। একাউণ্টিং চক্রত, প্ৰাথমিক প্রবিষ্টি বহীত লেনদেনৰ সম্পূৰ্ণ তথ্য প্রথমে নিবন্ধিত হয়। 

(ঘ) উদ্বৃত্ত মিলন পত্র বুলিলে কি বুজা?

উত্তৰঃ উদ্বৃত্ত মিলন পত্র ই এখন পত্ৰ বা দলিল যাৰ দ্বাৰা ব্যৱসায়িক লেনদেনসমূহৰ লিপিবদ্ধকৰণ প্ৰক্ৰিয়াৰ গাণিতিক শুদ্ধতা পৰীক্ষন কৰা হয়।

(ঙ) উৎস দলিল বুলিলে কি বুজা?

উত্তৰঃ উৎস দলিল (Source Document) বুলিলে লেনদেন বা কাৰ্যকলাপৰ প্ৰমাণপত্ৰ বা দলিলক বুজায়, যিয়ে এই লেনদেন সম্পন্ন হোৱাৰ প্ৰমাণ দিয়ে এই দলিলসমূহৰ আৰ্হি।

(চ) জাবেদা প্রবিষ্টিৰ প্ৰক্ৰিয়াৰ স্তৰসমূহ কি কি?

উত্তৰঃ জাবেদা প্রবিষ্টিৰ প্ৰক্ৰিয়াৰ স্তৰসমূহ হ’ল-

(ক) দিনাংক (Date): এই অংশত, লেনদেন সমাপন হোবা দিনাংক লিপিবদ্ধ কৰা হয়। দিনাংক হৈছে দিন আৰু মাহ অনুযায়ী ক্রম অনুসাৰে লিপিবদ্ধ কৰা হয়।

(খ) বিৱৰণী (Particulars): প্রতিটো লেনদেনে দুটা হিচাব সূচায়, য’ত এটা হিচাব ডেবিট কৰা হয় আৰু আনটো হিচাব ক্রেডিট কৰা হয়। লেনদেনৰ এইবোৰ হিচাব ‘বিবেণী’ অংশত লিপিবদ্ধ কৰা হয়। লেনদেনসমূহ লিপিবদ্ধ কৰাৰ শেষত লেনদেনসমূহ সংক্ষেপে বর্ণনা কৰা হয় যাক Narration বোলা হয়।

(গ) খতিয়ন পূঃ বা LF: জাবেদাত লিপিৱদ্ধ কৰা লেনদেন সম্পর্কে ওপৰত ভিত্তি কৰি পৰৱৰ্তী খতিয়ান হিচাপবহীলৈ লেনদেনসমূহ লিপিবদ্ধ কৰা হয়। জাবেদা খনৰ খতিয়ন পৃষ্ঠা অংশত খতিয়ন হিচাপবহীৰ পৃষ্ঠা নম্বৰ উল্লেখ থাকে যি পৃষ্ঠাত জাবেদাৰ পৰা খতিয়নৰ লৈ লেনদেন লিপিবদ্ধ কৰা হৈছে।

(ঘ) ধনৰ পৰিমাণ (Amount): লেনদেনসমূহৰ ধনৰ পৰিমাণ ডেবিট বা ক্রেডিট হিচাবত জাবেদাৰ ডেবিট বা ক্রেডিট অংশত লিপিবদ্ধ কৰা হয়।

(ছ) হিচাপৰক্ষণৰ আধুনিক ধাৰণাৰ অধীনত হিচাপৰ বিভিন্ন প্ৰকাৰসমূহ কি কি?

উত্তৰঃ হিচাপৰক্ষণৰ আধুনিক ধাৰণাৰ অধীনত হিচাপসমূহ পাঁচটা ভাগত বিভক্ত কৰা হয়।

১। সম্পত্তি হিচাপ।

২। দেনা হিচাপ।

৩। ৰাজহ হিচাপ।

৪। ব্যয় হিচাপ।

৫। মূলধন হিচাপ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top