Class 10 Elective Commerce Chapter 8 পৰিচয়

Class 10 Elective Commerce Chapter 8 পৰিচয় Solutions, SEBA Class 10 Banijya Parichoy Question Answer, Class 10 Elective Commerce Chapter 8 পৰিচয় Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Banijya Parichoy Elective Notes Class 10 SEBA and select needs one.

Class 10 Elective Commerce Chapter 8 পৰিচয়

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Commerce Elective Class 10 Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Commerce Elective Solutions for All Chapter, You can practice these here.

পৰিচয়

Chapter – 8

অধ্যায় – ৩ হিচাপৰক্ষণ আৰু হিচাপকৰণ

প্রশ্নাৱলী

(ক) হিচাপৰক্ষণ কি?

উত্তৰঃ হিচাপৰক্ষণ হৈছে ব্যৱসায় এটাৰ দৈনন্দিন বিত্তীয় লেনদেনসমূহ বহী বা খাতাত প্রণালীবদ্ধভাৱে লিপিবদ্ধ কৰা এক প্ৰক্ৰিয়া যাৰ দ্বাৰা ব্যৱসায়টোৰ বিত্তীয় অৱস্থাৰ বিষয়ে জানিব পাৰি আৰু ব্যৱসায়টোৰ লগত জড়িত ব্যৱসায়ৰ গৰাকী আৰু অন্যান্য বিভিন্ন লোকৰ লগত থকা ব্যৱসায়টোৰ সম্বন্ধ সম্পর্কে জানিব পাৰি। 

(খ) হিচাপৰক্ষণ প্ৰক্ৰিয়াৰ স্তৰ বা পৰ্যায়সমূহ চিনাক্ত কৰা।

উত্তৰঃ হিচাপ ৰক্ষণৰ প্ৰক্ৰিয়াসমূহ (Process of Book keeping):

(ক) বিভিন্নধৰণৰ ব্যৱসায়িক লেনদেনৰ মাজৰ পৰা বিত্তীয় লেনদেনসমূহ চিনাক্ত কৰা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(খ) চিনাক্ত কৰা লেনদেনসমূহক এক উমৈহতীয়া ধন বা বিত্তৰ ভিত্তিত হিচাব কৰা।

(গ) চিনাক্ত কৰা লেনদেনসমূহ হিচাপবহী বা দিনপঞ্জীত লিপিবদ্ধ কৰা।

(ঘ) লেনদেনসমূহ শ্রেণীবদ্ধ কৰা তথা প্ৰৱেষ্টাপত্ৰ লৈ স্থানান্তৰ কৰা।

(ঙ) বিভিন্নধৰণৰ প্ৰৱেষ্টা বহীসমূহ হিচাব মিলোৱা।

(চ) উদ্বৃত্ত মিলন পত্র প্রস্তুত কৰা যাৰ দ্বাৰা হিচাপবহীসমূহৰ গাণনিক শুদ্ধতা পৰীক্ষা কৰা হয়।

(গ) হিচাপৰক্ষণৰ উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ হিচাপৰক্ষণৰ উদ্দেশ্যসমূহ হ’ল-

(ক) স্থায়ী বিৱৰণী (Permanent Record): হিচাপবিদ্যাত ব্যৱসায়িক লেনদেনসমূহৰ স্থায়ী বিৱৰণী ৰক্ষা কৰা হয়, যি বিৱৰণী ভৱিষ্যতৰ প্ৰয়োজনীয়তাত ব্যৱহাৰ কৰিব পাৰি।

(খ) তথ্যপাতিৰ যোগান (Proving information): হিচাপবিদ্যাই এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিত্তীয় ফলাফল (লাভ অথবা লোকচান) নির্ধাৰণ কৰাৰ বাবে প্ৰয়োজনীয় তথ্যপাতিৰ যোগান ধৰে।

(গ) সিদ্ধান্ত গ্রহণ (Decision Making): হিচাপ বহীসমূহৰ পৰা লাভ কৰা তথ্যপাতিসমূহ কিছুমান সিদ্ধান্ত গ্রহণত গুৰুত্বপূর্ণ বিবেচিত হয়।

(ঘ) লেনদেনসমূহৰ প্ৰভাৱ প্ৰকাশ (Fletching effect of transactions): হিচাপবিদ্যাৰ দ্বাৰা ব্যৱসায়টোৰ বিত্তীয় অৱস্থাৰ ওপৰত বিভিন্নধৰণৰ বিত্তীয় লেনদেনসমূহৰ প্ৰভাৱ নিৰ্ণয় কৰিব পাৰি।

(ঘ) হিচাপকৰণ কি?

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top