Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ

Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ.

Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ

Join Telegram channel

Also, you can read the Assam TET Objective-type questions online notes in these sections as per Assam TET Syllabus guidelines. These notes are part of Assam TET Child Development. Here we have given Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ for All Objective type question, You can practice these here.

Assam TET MCQ – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ

CHILD DEVELOPMENT AND PEDAGOGY

প্রশ্ন ১:- শিক্ষণ হ’ল এক বিৰতিহীন প্ৰক্ৰিয়া—

(ক) জন্মৰ পৰা শৈশৱলৈ।

(খ) শৈশৱৰ পৰা কৈশোৰলৈ।

(গ) জন্মৰ পৰা কৈশোৰলৈ।

(ঘ) জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈ।

উত্তৰ : (ঘ) জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈ।

প্ৰশ্ন ২:- শিক্ষণ প্রক্রিয়া সম্ভৱ হ’ব পাৰে–

(ক) আনুষ্ঠানিকভাৱে।

(খ) অআনুষ্ঠানিকভাৱে।

(গ) ক, খ দুয়োটাই শুদ্ধ।

(ঘ) এটাও নহয়।

উত্তৰ : (গ) ক, খ, দুয়োটাই শুদ্ধ।

প্রশ্ন ৩:- শিক্ষণ প্রক্রিয়াই পৰিশোধন কৰিব পাৰে–

(ক) আচৰণৰ।

(খ) ঘৰুৱা কাৰ্যৰ।

(গ) শ্ৰেণীৰ কাৰ্যৰ।

(ঘ) সামাজিক কাৰ্যৰ।

উত্তৰ : (ক) আচৰণৰ।

প্রশ্ন ৪:-  আগ্রহ বা ইচ্ছা প্ৰকাশ কৰি শিকো বুলি শিকাখিনিকে কোৱা হয়—

(ক) সচেতন শিক্ষণ।

(খ) অসচেতন শিক্ষণ।

(গ) মূর্ত শিক্ষণ।

(ঘ) বিমূর্ত শিক্ষণ।

উত্তৰ : (ক) সচেতন শিক্ষ।

প্রশ্ন ৫:- শিক্ষণক উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ সাধনৰ প্ৰক্ৰিয়া বুলি বৰ্ণনা কৰিছিল বিখ্যাত মনোবিদ—

(ক) ৱাটচনে।

(খ) কহলাৰে।

(গ) থর্নডাইকে।

(ঘ) পেভলভে।

উত্তৰ : (গ) থর্নডাইকে।

প্ৰশ্ন ৬:- শিক্ষণ কার্যক এটা প্রধান অঙ্গ বোলা হয়―

(ক) স্কুলৰ।

(খ) সমাজৰ।

(গ) জীৱনৰ।

(ঘ) পৰিয়ালৰ।

প্ৰশ্ন ৭:- শিক্ষণ প্ৰক্ৰিয়াটো হ’ল— 

(ক) ব্যক্তিগত প্রক্রিয়া।

(খ) সামুহিক প্রক্রিয়া।

(গ) পুৰুষপ্রধান প্রক্রিয়া।

(ঘ) মহিলাপ্রধান প্রক্রিয়া।

উত্তৰ : (ক) ব্যক্তিগত প্রক্রিয়া।

প্রশ্ন ৮:- শিক্ষণৰ অৰ্থ হ’ল আচৰণ সংশোধন’ কথাযাৰ কৈছিল―

(ক) ৰচে।

(খ) পাৰ্চিনানে।

(গ) ক্রো আৰু ক্রোৱে।

(ঘ) উদৱৰ্থে।

উত্তৰ : (ঘ) উদৱৰ্থে।

প্রশ্ন ৯: সকলোবোৰ জীৱৰেই শিক্ষণ ক্ষমতা—

(ক) সমান।

(খ) সমান নহয়।

(গ) সৰ্বাধিক।

(ঘ) প্রায় একেই।

উত্তৰ : (খ) সমান নহয়।

প্রশ্ন ১০:- শিক্ষণ প্রক্রিয়াক স্থায়ী ৰূপ প্ৰদানত সহায় কৰে—

(ক) প্রচেষ্টাই।

(খ) আগ্রহে।

(গ) অভ্যাসে।

(ঘ) অৱদমনে।

উত্তৰ : (গ) অভ্যাসে।

প্রশ্ন ১১:- শিক্ষণৰ সংযোগবাদ তত্ত্বৰ উদ্ভাৱক আছিল— 

(ক) থর্নডাইক।

(খ) পেভলভ।

(গ) ৱাটচন।

(ঘ) কহলাৰ।

উত্তৰ : (ক) থৰ্ণডাইক।

প্রশ্ন ১২:- থর্নডাইক এগৰাকী বিখ্যাত মনোবিজ্ঞানী আছিল— 

(ক) ইটালীৰ।

(খ) জাৰ্মানৰ।

(গ) ইংলেণ্ডৰ।

(ঘ) আমেৰিকাৰ।

উত্তৰ :- (ঘ) আমেৰিকাৰ।

প্রশ্ন ১৩:- শিক্ষণৰ প্রধান উপাদান—

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰ : (গ) তিনিটা।

প্রশ্ন ১৪:- শিক্ষণৰ মূল উপাদান হ’ল—

(ক) মনোবৈজ্ঞানিক উপাদান।

(খ) দৈহিক উপাদান।

(গ) পাৰিপাৰ্শ্বিক উপাদান।

(ঘ) আটাইকেইটা শুদ্ধ।

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ।

প্রশ্ন ১৫:- শিক্ষণৰ নীতি সমুহ আগবঢ়াইছিল—

(ক) ৱাটচনে।

(খ) পেভলভে।

(গ) থৰ্ণডাইকে।

(ঘ) ৰাইবাৰ্ণে।

উত্তৰ : (গ) থৰ্ণডাইকে ।

প্রশ্ন ১৬:- কৰ্মৰ অনুশীলন বা পুনৰাবৃত্তিয়ে শিক্ষণক স্থায়িত্ব প্ৰদান কৰে– নীতিটো মানি চলে শিক্ষণৰ―

(ক) ফলাফলৰ নীতিয়ে।

(খ) অনুশীলনৰ নীতিয়ে।

(গ) প্রস্তুতিৰ নীতিয়ে।

(ঘ) অব্যৱহাৰৰ নীতিয়ে। 

উত্তৰ : (খ) অনুশীলনৰ নীতিয়ে।

প্রশ্ন ১৭:- শিক্ষণৰ অনুশীলনৰ নীতিক ভাগ কৰিব পাৰি―

(ক) দুটা ভাগত।

(খ) তিনিটা ভাগত।

(ঘ) চাৰিটা ভাগত।

(ঘ) পাঁচটা ভাগত।

উত্তৰ : (ক) দুটা ভাগত।

প্রশ্ন ১৮:- শিক্ষণৰ ভিত্তি হ’ল— 

(ক) অভিৰোচন।

(খ) অভ্যাস।

(গ) আচৰণ।

(ঘ) কৌশল।

উত্তৰ : (ক) অভিৰোচন ৷

প্ৰশ্ন ১৯:- শিক্ষণৰ ক্ষেত্ৰত পুৰস্কাৰ শাস্তিৰ নীতিৰ ভিত্তি হ’ল—

(ক) অব্যৱহাৰৰ নীতি।

(খ) প্রস্তুতিৰ নীতি।

(গ) ফলাফলৰ নীতি।

(ঘ) অনুশীলনৰ নীতি।

উত্তৰ : (গ) ফলাফলৰ নীতি ৷

প্রশ্ন ২০:- সামগ্রিকতাবাদীসকলৰ মতে শিক্ষণৰ অন্ধ প্রচেষ্টা ত্যাগ কৰিব লাগে। কথাষাৰ―

(ক) সত্য।

(খ) অসত্য।

(গ) আংশিক সত্য।

(ঘ) এটাও নহয়।

উত্তৰ : (ক) সত্য ৷

প্রশ্ন ২১:- গেষ্টাল্ট মতবাদৰ সৈতে জড়িত মনোবিজ্ঞানীসকল হ’ল–

(ক) ৱাৰ্থিমাৰ, কহলাৰ, কফকা।

(খ) ৱাটচন, থৰ্নডাইক।

(গ) কহলাৰ, কফকা, পেভলভ।

(ঘ) ৱাটচন, পেভলভ।

উত্তৰ : (ক) ৱাৰ্থিমাৰ, কহলাৰ, কফকা ৷

প্রশ্ন ২২:- শিক্ষণৰ অনুবন্ধনবাদ তত্ত্বৰ উদ্ভাৱক আছিল–

(ক) ৱাৰ্থিমাৰ।

(খ) পেভলভ।

(গ) ৱাটচন।

(ঘ) কাফকা।

উত্তৰ : (খ) পেভলভ ৷

প্রশ্ন ২৩:- পেভলভে অনুবন্ধনবাদ তত্ত্বৰ পৰীক্ষা চলাইছিল—

(ক) চৰাইৰ ওপৰত।

(খ) বান্দৰৰ ওপৰত।

(গ) মেকুৰীৰ ওপৰত।

(ঘ) কুকুৰৰ ওপৰত ৷

উত্তৰ : (ঘ) কুকুৰৰ ওপৰত ৷

প্রশ্ন ২৪:- গেষ্টাল্ট শব্দটো প্রধানত :

(ক) ইংৰাজী শব্দ।

(খ) জার্মান শব্দ।

(গ) ফ্ৰান্সৰ শব্দ।

(ঘ) লেটিন শব্দ।

উত্তৰ : (খ) জার্মান শব্দ ৷

প্রশ্ন ২৫:- শিক্ষণত প্রচেষ্টা আৰু ভুল পদ্ধতিৰ আৱিষ্কাৰক আছিল—

(ক) ৱাটচন।

(খ) থর্ণডাইক।

(গ) গেষ্টাল্টবাদীসকল।

(ঘ) পেভলভ।

উত্তৰ : (খ) থর্ণডাইক ৷

1 thought on “Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top