Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ

Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ.

প্রশ্ন ১৫১:- শিশুৰ বিকাশৰ ক্ষেত্ৰত ব্যক্তিগত বৈষম্যৰ–

(ক) প্রভাৱ আছে।

(খ) প্রভাৱ নাই।

(গ) আংশিক আছে।

(ঘ) এটাও নহয়।

উত্তৰ : (ক) প্রভাৱ আছে ৷

প্রশ্ন ১৫২:- শৈশৱকালৰ শিশু এটা অতিশয় কল্পনাপ্ৰৱণতাৰ গ্ৰাসত পৰাটো-

(ক) লাভজনক।

(খ) উদ্বেগজনক।

(গ) ক্ষতিকাৰক।

(ঘ) উৎসাহজনক।

উত্তৰ : (গ) ক্ষতিকাৰক ৷

প্রশ্ন ১৫৩:- এটা শিশুৱে যিকোনো বস্তুকেই খুলি মেলি, ভাঙি ছিঙি, গঢ়ি-পিটি ভাল পায়–

(ক) কেঁচুৱাকালত।

(খ) শৈশৱকালত।

(গ) বাল্যকালত।

(ঘ) কৈশোৰ কালত।

উত্তৰ : (গ) বাল্যকালত ৷

প্রশ্ন ১৫৪:- ব্যক্তিগত বৈষম্য মানেই হ’ল ইজন-সিজনৰ মাজত থকা–

(ক) মিলাপ্রীতি।

(খ) সাদৃশ্য।

(গ) বুজাবুজি।

(ঘ) বৈসাদৃশ্য।

উত্তৰ : (ঘ) বৈসাদৃশ্য ।

প্রশ্ন ১৫৫:- অভ্যাসজনিত কাৰ্যবোৰ সম্পাদন কৰিব পাৰি–

(ক) ভুল-ভ্রান্তি কৰি।

(খ) নিখুঁতভাৱে।

(গ) লাহে লাহে।

(ঘ) কষ্ট কৰি।

উত্তৰ : (খ) নিখুঁতভাৱে।

প্রশ্ন ১৫৬:- পিয়াজেৰ মতে জন্মৰ পৰা ২ বছৰলৈ–

(ক) শৈশৱ কাল।

(খ) ইন্দ্ৰিয় অঙ্গ সঞ্চালনমূলক শিক্ষা।

(গ) বাল্যকাল।

(ঘ) মূৰ্ত্ত ক্রিয়া সঞ্চালন।

উত্তৰ : (খ) ইন্দ্ৰিয় অঙ্গ সঞ্চালনমূলক শিক্ষা ৷

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top