Application to Corporation increase Water Supply – পানী যোগান বৃদ্ধি কৰিবলৈ পৌৰনিগমৰ ওচৰত আবেদন

Application to Corporation increase Water Supply – পানী যোগান বৃদ্ধি কৰিবলৈ পৌৰনিগমৰ ওচৰত আবেদন: You can Application for your or your area increase Water Supply through physically for Corporation/Municipality. Although allowing you to apply for the increased Water Supply for almost all localities including urban and rural areas.

Application to Corporation increase Water Supply - পানী যোগান বৃদ্ধি কৰিবলৈ পৌৰনিগমৰ ওচৰত আবেদন
Application to Corporation increase Water Supply – পানী যোগান বৃদ্ধি কৰিবলৈ পৌৰনিগমৰ ওচৰত আবেদন

Application to Corporation/Municipality to increase Water Supply

Join Telegram channel

(Name of the Relative Officer and Name & Address of the Corporation/Municipality) 

To

The Municipal/Corporation Commissioner,

———————— Corporation/Municipality.

                       

Date……………

Dear Sir,

We, the inhabitants of- (under Ward No.-) have been suffering a lot due to scarcity of water for a long time. The present supply is completely insufficient and most of us are to bring/carry water from distant places for daily use.

           For almost throughout the year we suffer from water scarcity but the condition becomes critical during summer. At first, we thought that necessary steps would be taken by the Corporation/Municipality remains silent though we pay our taxes regularly. We, therefore, earnestly request you to increase the water supply in our area as early as possible.

            We are sure that you will do the needful on receipt of this application/letter.

   Thanking you. we remain.    

                                          Your faithfully,

পানী যোগান বৃদ্ধি কৰিবলৈ পৌৰনিগম/পৌৰসভাৰ ওচৰত আবেদন

(অফিচাৰৰ পদৰ নাম আৰু পৌৰনিগম/পৌৰসভা অফিচাৰ নাম ঠিকনা)          

তাৰিখ……………………

মহাশয়,

আমি…….নম্বৰ ওৱাৰ্ডৰ বাসিন্দা। আজি বহুদিন ধৰি আমি পানীৰ অভাৱ ভোগ কৰি আহিছো। বৰ্তমান আমাৰ ইয়াত যি পৰিমাণৰ পানী যোগান ধৰা হয় সেইখিনি আমাৰ প্ৰতিদিনৰ প্ৰয়োজনৰ তুলনাত যথেষ্ট নহয়। আমাৰ বহুতেই নিত্য ব্যৱহাৰৰ বাবে আৱশ্যকীয় পানী দূৰৰ পৰা আনিব লাগে।

             বছৰৰ প্ৰায় সকলো সময়তে আমি পানীৰ অভাৱ ভোগ কৰিবলগীয়া হয়, কিন্তু গ্ৰীষ্ম কালত এই অভাৱ আৰু বেছি হয়। প্ৰথমতে আমি আশা কৰিছিলো আপোনালোকে পৰ্যাপ্ত পৰিমাণৰ পানী যোগান ধৰিব। কিন্তু আমি ঠিকমতে টেক্স দিয়া সত্বেও পানী যোগান ব্যৱস্থাৰ কোনো উন্নতি পৰিলক্ষিত হোৱা নাই। দিনে দিনে পানীৰ কষ্ট বাঢ়িহে গৈছে। সেয়েহে আপোনাৰ/আপোনালোকৰ ওচৰত আমাৰ বিনীত অনুৰোধ এই যে, যিমান সোনকালে সম্ভৱ এই অঞ্চলত পৰ্যাপ্ত পৰিমাণৰ পানী যোগানৰ ব্যৱস্থা কৰিব।

           আমি নিশ্চিত যে, এই আবেদন পোৱাৰ পিছত পানী যোগানৰ পৰিমান বৃদ্ধি কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।

                                  ইতি

আপোনাৰ বিশ্বাসী

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top