অসমৰ চাহ উদ্যোগ সম্পৰ্কীয় সাধাৰণ জ্ঞান | Tea Industry In Assam

অসমৰ চাহ উদ্যোগ সম্পৰ্কীয় সাধাৰণ জ্ঞান | Tea Industry in Assam General Knowledge – Today We Discuss Tea Industry In Assam MCQ Any Government competitive exam, we try to give you most Important MCQ type Question and Answer,

Tea Industry In Assam | অসমৰ চাহ উদ্যোগ সম্পৰ্কীয় সাধাৰণ জ্ঞান

Join Telegram channel

Tea Industry In Assam General Knowledge | অসমৰ চাহ উদ্যোগ সম্পৰ্কীয় সাধাৰণ জ্ঞান we cover under the All Competitive exam GK Tea Industry in Assam as follows, Assam Govt Recruitment Grade II, Grade III & Grade IV Any of the Post, APSC, Assam Police, Post Office Exam, PNRD Exam, any Medical Exam, Forest Guard Exam, APDCL Exam, Agriculture Exam, and other state exams. You can follow these Apps and Youtube Channel prepares for all exams.

অসমৰ চাহ উদ্যোগ সম্পৰ্কীয় তথ্য

1. অসমত কেতিয়া চাহৰ আৱিষ্কাৰ হয় ?

উত্তৰঃ ১৮২৩ চনত।

2. চাহৰ বৈজ্ঞানিক নাম কি ?

উত্তৰঃ কেমেলিয়া চিনেনচিছ।

3. চাৰ আলেকজেণ্ডাৰ ব্রুচ চাহাবে কোন জনজাতিৰ লোকসকলৰ পৰা অসমত চাহৰ অৱস্থিতি  জানিব পাৰিছিল ?

উত্তৰঃ চিংফৌসকলৰ পৰা।

4. অসমীয়া চাহৰ পিতৃস্বৰূপ কোন ?

উত্তৰঃ চাৰ আলেকজেণ্ডাৰ ব্রুচ ।

5. ‘ফিনাপ’ কি ?

উত্তৰঃ চিংফৌসকলে চাহ পাতৰ পৰা তৈয়াৰ কৰা এবিধ পানীয়ক ‘ফিনাপ’ বুলি কোৱা হয় ?

6. অসমত বছৰি কিমান পৰিমাণৰ চাহ উৎপাদিত হয় ?

উত্তৰঃ ৪০০ মিলিয়ন কিলোগ্ৰাম।

7. ‘গুৱাহাটী চাহ নিলাম কেন্দ্ৰ’টো কিমান চনত স্থাপন কৰা হয় ?

উত্তৰঃ ১৯৭০ চনত।

8. ‘গুৱাহাটী চাহ নিলাম কেন্দ্ৰ’টোৰ প্রতিষ্ঠাপক কোন ?

উত্তৰঃ ধৰ্মানন্দ দাস।

9. ভাৰতত উৎপাদন হোৱা মুঠ চাহৰ কিমান শতাংশ অসমত উৎপাদন হয় ?

উত্তৰঃ ৫৫ শতাংশ।

10. প্রথম চাহ খেতি আৰম্ভ কৰা অসমীয়াজন কোন ?

উত্তৰঃ জগন্নাথ বৰুৱা।

11. ‘অসম চাহ উৎসৱ’ কেতিয়া পালন কৰা হয় ?

উত্তৰঃ প্ৰতি বছৰ ২৬ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ ‘অসম চাহ উৎসৱ’ পালন কৰা হয়।

12. বৰ্তমানলৈ অসমত সৰ্বমুঠ কিমানখন চাহ বাগিছা আছে ?

উত্তৰঃ ১০১২ টা।

13. ‘গুডৰিক চাহ উদ্যোগ’টো ক’ত প্রতিষ্ঠিত হৈছিল ?

উত্তৰঃ দৰং জিলাত।

14. ‘টোকলাই চাহ গৱেষণাগাৰ’ কোন চনৰ পৰা কাৰ্যকৰী কৰা হয় ?

উত্তৰঃ ১৯১২ চনৰ পৰা।

15. অসমৰ প্রথম চাহ উদ্যোগ কোনটো ?

উত্তৰঃ দি আসাম কোম্পানী।

16. ভাৰতৰ বৃহত্বম চাহ উদ্যোগ প্রতিষ্ঠান কোনটো ?

উত্তৰঃ কাকজান চাহ উদ্যোগ।

17. অসমৰ কোন জনজাতিৰ লোকসকলে অসমত প্রথমতে চাহ খেতিৰ প্রচলন কৰিছিল ?

উত্তৰঃ চিংফৌসকলে (দৰৱ হিচাপে ব্যৱহাৰ কৰিবলৈ)।

18. কোনজন অসমীয়াই বাণিজ্যিকভাৱে চাহ খেতি আৰম্ভ কৰিছিল ?

উত্তৰঃ মণিৰাম দেৱানে।

19. পৃথিৱীৰ সবাতোকৈ বেছি চাহ উৎপাদন কৰা অঞ্চলটোৰ নাম কি ?

উত্তৰঃ উজনি অসম।

20. উত্তৰ-পূৰ্বাঞ্চলৰ চাহ গৱেষণা কেন্দ্ৰটো ক’ত অবস্থিত ?

উত্তৰঃ যোৰহাটৰ টোকলাইত।

21. ব্রিটিছসকলে অসমত স্থাপন কৰা প্রথম চাহ উদ্যোগটোৰ নাম কি ?

উত্তৰঃ চাবুৱা চাহ প্ৰপ্রতিষ্ঠান ।

22. অসমত চাহ খেতিৰ দুটা মুখ্য পদ্ধতি কি কি ?

উত্তৰঃ চি. টি. চি ( C.T.C.) আৰু অৰথ’ডক্স (Orthodox)।

23. চি.টি.চি. সম্পূৰ্ণ নামটো কি ?

উত্তৰঃ Cutting, Tearing and Curling.

24. ‘ইনস্টান্ট  টি’ (Instant Tea) কি ?

উত্তৰঃ গৰম বা ঠাণ্ডা পানীত অতি সহজে পমি যোৱা সোণ বৰণীয়া চাহৰ মিহি গুৰিক ‘ইনষ্টান্ট টি’ বুলি কোৱা হয়।

25. দি তেজপুৰ টি কোম্পানী কোন জিলাত ?

উত্তৰঃ দৰং জিলাত।

26. পৃথিৱীত মুঠ উৎপাদিত চাহৰ কিমান শতাংশ অসমত উৎপাদন হয় ?

উত্তৰঃ ১। ৬ ভাগ।

27. পৃথিৱীৰ সবাতোকৈ পুৰণি আৰু এচিয়াৰ সৰ্ববৃহৎ চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি ?

উত্তৰঃ টোকলাই চাহ গৱেষণা কেন্দ্ৰ (অসমৰ যোৰহাটত)।

28. ভাৰতৰ সৰ্ববৃহৎ চাহ বাগিছাখনৰ নাম কি আৰু ইয়াৰ মাটিকালি কিমান ?

উত্তৰঃ কাকজান চাহ প্রতিষ্ঠান, ইয়াৰ মাটিকালিৰ পৰিমাণ ১৩৭৩ হেক্টৰ ।

29. ‘কাকজান চাহ  প্রতিষ্ঠান’ অসমৰ কোন জিলাত ?

উত্তৰঃ শোণিতপুৰ জিলাত।

30. আসাম ব্রুকচ কোম্পানী অসমৰ কোন জিলাত ?

উত্তৰঃ দৰং জিলাত।

31.  ৱাৰেণ টি কোম্পানী কোন জিলাত ?

উত্তৰঃ ডিব্ৰুগড় জিলাত।

32. পৃথিৱীৰ সর্ববৃহৎ  চাহ নিলাম কেন্দ্ৰ কোনটো ?

উত্তৰঃ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ (স্থাপন কৰা হয় ১৯৭০ চনত)।

33. অসম চাহ নিগম কেতিয়া গঠন কৰা হয় ?

উত্তৰঃ ১৯৭৩ চনত।

34. বিশ্বনাথ টি কোম্পানী কোন জিলাত অৱস্থিত ?

উত্তৰঃ দৰং জিলাত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top