SEBA Class 6 Science PDF Book As Per New Syllabus

SEBA Class 6 Science PDF Book As Per New Syllabus download to each chapter is provided in the list so that you can easily browse through different chapter SEBA Class 6 Science PDF Book Download and select needs one.

SEBA Class 6 Science PDF Book - সাধাৰণ বিজ্ঞান
Join Telegram channel

Class 6 Science PDF Book All subjects are available on our website for your convenience, you can provide all the material in PDF format as well as you can download the button for all classes with one click.

SEBA Class 6 Science PDF Book As Per New Syllabus

Sl. No.CONTENTS
Chapter 1Food: Where Does it Come From? (খাদ্য : আমি ক’ৰ পৰা পাওঁ)
Chapter 2Components of Food (খাদ্যৰ উপাদান)
Chapter 3Fibre to Fabric (আঁহৰ পৰা কাপোৰলৈ)
Chapter 4Sorting Materials into Groups (পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ)
Chapter 5Separation of Substances (দ্ৰব্যৰ পৃথকীকৰণ)
Chapter 6Changes Around Us (আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ)
Chapter 7Getting to Know Plants (উদ্ভিদৰ বিষয়ে জানো আহা)
Chapter 8Body Movements (দেহৰ চলন)
Chapter 9The Living Organisms and their Surroundings (জীৱ আৰু ইয়াৰ চৌপাশ)
Chapter 10Motion and Measurement of Distances (গতি আৰু দুৰত্বৰ জোখ-মাখ)
Chapter 11Light, Shadows and Reflections (পোহৰ, ছাঁ আৰু প্ৰতিফলন)
Chapter 12Electricity and Circuits (বিদ্যুৎ আৰু বৰ্তনী)
Chapter 13Fun with Magnets (চুম্বকৰ লগত ধেমালি)
Chapter 14Water (পানী)
Chapter 15Air Arounds Us (আমাৰ চাৰিওফালে থকা বায়ু)
Chapter 16Garbage in, Garbage out (আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন)

Old SEBA Class 6 Science PDF Book in Assamese Medium

Download SCERT Assam Board Books

SEBA Class 6 Assamese eBook – অসমীয়া

SEBA Class 6 English PDF Book – ইংৰাজী

Assam Class 6 Hindi PDF Book – हिंदी

SEBA Class 6 Science PDF Book – সাধাৰণ বিজ্ঞান

SEBA Class 6 Maths PDF Book – গণিত

SEBA Class 6 Social Science PDF Book – সমাজ বিজ্ঞান

The SCERT book is recommended by education experts and teachers to help students prepare for all subjects to help the CBSE class. SCERT books are primarily used by students preparing for their civil service exams and students preparing for UPSC, APSC, and other state civil service exams.

শিক্ষাৰ প্ৰয়ােজনীয়তা Assam Board

“সকলােৰে বাবে শিক্ষা”— এই আপ্তবাক্যশাৰীয়ে যােৱা তিনিটা দশক ধৰি গুণগত শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দি আহিছে। এই শিক্ষা ব্যৱস্থাই ল’ৰা-ছােৱালীৰ নামভৰ্তিকৰণ, শ্ৰেণীত সংৰক্ষণ আৰু শৈক্ষিক সফলতা আদি দিশ বিবেচনা কৰি আহিছে।

 শিক্ষাৰ গুণগতমান উন্নয়নে সর্বশিক্ষা অভিযান আৰু শিক্ষাৰ অধিকাৰ আইনৰ অধীনত অধিক প্ৰসাৰতা লাভ কৰিছে। ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত কৰা সকলাে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম আৰু আন আন গুৰুত্বপূর্ণ চৰকাৰী 

পৰিকল্পনাসমূহেও শিক্ষাৰ গুণগত উন্নয়নক প্রাথমিক লক্ষ্য হিচাপে অন্তর্ভুক্ত কৰিছে। এইদৰে এই শিক্ষা ব্যৱস্থাৰ ভিতৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক শৈক্ষিক অনুষ্ঠানসমূহক এই বিষয়ে অৱগত কৰাৰ প্রয়ােজন এই কাৰণেই যে এই ব্যৱস্থাই প্রশাসক, পৰিকল্পনা তথা আঁচনি প্রস্তুত কৰোতাসকলৰ দ্বাৰা যুক্তিসংগত সিদ্ধান্ত গ্রহণৰ বাবে কাম কৰি আছে। 

ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পর্যায়ত হােৱা বিভিন্ন শৈক্ষিক সাফল্যৰ মূল্যায়নৰ জৰীপ (As sessment Survey) হৈছে এই দিশত লােৱা কিছুমান প্ৰাৰম্ভিক প্রচেষ্টা। ইয়াৰােপৰি বিদ্যালয় আৰু সমাজৰ লগত জড়িত বিভিন্ন ব্যক্তিসকলেও শিক্ষাৰ গুণগত মান উন্নয়নত এক বিশেষ ভূমিকা পালন কৰি আহিছে। 

গােলকীয় পর্যৱেক্ষণ প্রতিবেদন

গােলকীয় পর্যৱেক্ষণ প্রতিবেদন, ২০১৫ (Global Monitoring Report, GMR-2015) অনুসৰি ভাৰতকে ধৰি আন আন উন্নয়নশীল দেশত শিক্ষাৰ বিশেষভাৱে প্ৰসাৰ ঘটিছে, কিন্তু গুণগত মান উন্নয়নৰ ক্ষেত্ৰত ই এতিয়াও এক চিন্তনীয় বিষয় হৈ ৰৈছে। ভাৰতত বিভিন্ন শৈক্ষিক সাফল্যৰ জৰীপ (achievement survey) co- Annual Status of Education report (ASER) এ সমগ্র দেশজুৰি ছাত্ৰ-ছাত্ৰীৰ কৃতিত্ব প্রদর্শনত প্রতিফলিত হােৱা ব্যাপক বৈসাদৃশ্য সম্পর্কে খতিয়ান দাঙি ধৰিছে, যিটো ৰাষ্ট্ৰীয় মানৱ সম্পদ মন্ত্রণালয়, ২০১৪ ৰ অধীনত National Achievement Survey (NAS-ত তৃতীয় শ্রেণীৰ বাবে কৰা জৰীপত ইতিমধ্যে প্রতিফলিত হৈছে।

যােৱা কিছু বছৰত সৰ্বশিক্ষা অভিযানৰ সম্পৰ্কত যুগুতােৱা যুটীয়া পর্যৱেক্ষণ অভিযানৰ প্রতিবেদন (Reports of joint Review Mission)-ত উল্লেখ কৰা হৈছে যে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলে সময়মতে শিক্ষণ-শিকন ব্যৱস্থা আৰু শিকন সামগ্ৰীৰ যােগান, অধিক শিক্ষক নিয়ােগকৰণ আৰু নিয়মিত পর্যৱেক্ষণ কৰা স্বত্ত্বেও লৰা-ছােৱালীৰ বর্তমান শিকন পর্যায়টো আকাংক্ষিত পর্যায়লৈ আগবঢ়া নাই।

 এই প্রতিবেদন অনুসৰি লৰা-ছােৱালীৰ পঠন আৰু সাংখ্যিক তথা গাণিতিক সাম দিশত ই এক বিফলতা, যিটো বর্তমান প্রেক্ষাপটত এক গুৰুত্বপূর্ণ তথা চিন্তনীয় বিষয়। এই দৃষ্টিভংগীৰে চালে দেখা যায় যে বিশেষকৈ সাক্ষৰতা, গণনা আৰু প্ৰয়ােজনীয় জীৱনশৈলীৰ বাবে নির্ধাৰিত শিকনৰ ফলাফল/শিকন লক্ষ্যৰ জৰিয়তে নিৰূপণ কৰা গুণাগুণসমূহ সকলােৱে আহৰণ কৰাটো অতি গুৰুত্বপূর্ণ।

প্রাথমিক শিক্ষাৰ বিশেষ উদ্দেশ্য হিচাপে ন্যূনতম শিকন আৰু গুণগত লক্ষ্যত উপনীত হােৱাটো নিশ্চিত কৰাৰ বাবে নিয়মীয়া শিকন নিৰূপণৰ আৱশ্যকতাই হৈছে দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ মূল বিষয়বস্তু। Global Monitoring Report, 2015 (GMR) আৰু বহনক্ষম উন্নয়ন লক্ষ্যৰ (SDG) পৰামৰ্শাৱলীৰ সৈতেও এই বিষয়ৰ সামঞ্জস্য আছে। 

একে সময়তে শৈক্ষিক ব্যৱস্থাপনাৰ লগত জড়িত বিভিন্ন ব্যক্তি, যেনে—অভিভাৱক আৰু স্থানীয় লােকৰ দ্বাৰা সমাজৰ নিম্ন পর্যায়ত (Ground level) এক জাগৰণ সৃষ্টি হ’বলৈ ধৰিছে, য’ত তেওঁলােকৰ অৱদান তথা সহযােগিতাৰ বাবে উপযুক্ত পর্যায়ত যথােপযুক্ত ব্যৱস্থাৱলী গ্ৰহণ কৰিবলৈ শিক্ষা ব্যৱস্থাক সজাগ আৰু দায়বদ্ধ কৰা হৈছে।

প্ৰায়েই দেখা যায় যে কি ধৰণৰ শিকন ব্যৱস্থা আৰু তাৰ মূল্যায়নৰ নীতি কেনে ধৰণৰ, সেই সম্পর্কে শিক্ষকসকল স্পষ্ট নহয়। কিয়নাে সেইবােৰ মূল্যায়ন কৰাৰ নির্দিষ্ট কোনাে নীতি নাই। 

প্ৰতিটো শ্ৰেণীৰ শিকনৰ ফলাফলসমূহে শিক্ষণ-শিকন প্রক্রিয়াক বিচৰা ধৰণে আগবঢ়াই নিয়াত কেৱল শিক্ষকসকলকে সহায় নকৰে; বৰং বিদ্যালয়ৰ শিক্ষাৰ লগত জড়িত অন্যান্য ব্যক্তি বিশেষকৈ অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য (SMC), স্থানীয় 

ব্যক্তি আৰুৰাজ্যিক বিষয়া,কর্মচাৰীসকলােকে গুণগত শিক্ষা নিশ্চিতকৰণত সজাগ আৰু দায়বদ্ধ কৰে। বিভিন্ন পাঠ্যক্ৰমৰ অন্তৰ্গত বিষয়ৰ শিকনৰ উদ্দেশ্য সফলতাৰে সম্পাদন কৰাৰ ক্ষেত্ৰত বিশদভাৱে ব্যাখ্যা কৰা শিকনৰ ফলাফলে বিদ্যালয় শিক্ষাৰ আওতাৰ ভিতৰত থকা বিভিন্ন ব্যক্তিক সঠিক পথ নির্দেশ কৰাৰ লগতে তেওঁলােকৰ দায়িত্ব আৰু দায়বদ্ধতাও নিশ্চিত কৰিব।

Benefits of Students Practice This Books

Students interested in getting a government job can refer to these books as they prepare for their UPSC or civil service exams. These SCERT books help to easily understand languages ​​with the help of graphic images like English, Hindi, and other state languages, it helps interested people to understand all and different ideas from the books. The complexity of the content helps minors easily prepare for their IAS exams.

While these SCERT books are great references for aspirants, you need to learn how to study them from a civil service exam perspective. Interested people must, first of all, learn to acquire many ideas and broad ideas about the subject from different disciplines.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top