SEBA Class 6 Assamese Important Chapter 10 লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Assamese Important Chapter 10 লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ Solutions and select need one. SEBA Class 6 Assamese Important Question Answers Download PDF. SCERT Class 6 Assamese (উন্মেষ) Important Solutions.
SEBA Class 6 Assamese Important Chapter 10 লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Assamese (উন্মেষ) Additional Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Assamese Additional Question Answer for All Chapters, You can practice these here.
লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ
Chapter: 10
| IMPORTANT QUESTION ANSWER |
১। ‘জয়মতী’ ফিল্মৰ উদ্বোধন কৰিবলৈ লক্ষ্মীনাথ বেজবৰুৱা কোন ঠাইলৈ গৈছিল?
উত্তৰঃ ‘জয়মতী’ ফিল্মৰ উদ্বোধন কৰিবলৈ লক্ষ্মীনাথ বেজবৰুৱা কলিকতাত গৈছিল।
২। ‘জয়মতী’ ফিল্মৰ প্ৰথম নিৰ্মাণকাৰী কোন আছিল?
উত্তৰঃ ‘জয়মতী’ ফিল্মৰ প্ৰথম নিৰ্মাণকাৰী জ্যোতিপ্ৰসাদ আগৰৱালা আছিল।
৩। ‘জয়মতী’ ফিল্মৰ মুখ্য চৰিত্ৰ কোন?
উত্তৰঃ ‘জয়মতী’ ফিল্মৰ মুখ্য চৰিত্ৰ হ’ল- ডালিমী।
৪। কিমান বছৰ বয়সত নৰেন বৰদলৈয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিত ল’ৰাৰজাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল?
উত্তৰঃ ১৪ বছৰ বয়সত নৰেন বৰদলৈয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিত ল’ৰাৰজাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।
৫। লক্ষ্মীনাথ বেজবৰুৱাই কেনেকৈ ‘জয়মতী’ ফিল্মৰ উদ্বোধন কাৰ্যৰ বাবে আহিছিল?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই মাত্ৰ ‘জয়মতী’ ফিল্মৰ উদ্বোধন কৰিবলৈ কলিকতা আহিছিল আৰু অন্য কোনো কাম নাছিল। তেওঁ ‘চিত্রলেখা মুভীটোন কোম্পানি’ৰ নিমন্ত্ৰণ পত্র পাই আহিছিল।
৬। ‘জয়মতী’ ফিল্মত আহোম ৰাজ্যৰ সামাজিক আৰু সাংস্কৃতিক পৰিসৰ কেনেকৈ প্ৰদৰ্শিত হৈছে?
উত্তৰঃ ‘জয়মতী’ ফিল্মত আহোম ৰাজ্যৰ কলা-কৌশল, ঘৰ-বাৰী সজোৱাৰ গঢ়-গতি, সাজ-পাৰ, সামাজিক আচৰণ আদি যথেষ্ট নিখুঁতভাৱে আৰু বিশ্বাসযোগ্যভাৱে দেখুওৱা হৈছে।
৭। জ্যোতিপ্ৰসাদ আগৰৱালাৰ চলচ্চিত্ৰ নিৰ্মাণত কি ধৰণৰ গুণ বেজবৰুৱাই উল্লেখ কৰিছে?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ হাতত ধন, মূৰত শিক্ষা আৰু সুকুমাৰ শিল্পকলাৰ জ্ঞান থকা উল্লেখ কৰিছিল।
৮। কিমান চনত নৰেন বৰদলৈৰ মৃত্য হৈছিল?
উত্তৰঃ ১৯৯৪ চনত নৰেন বৰদলৈৰ মৃত্য হৈছিল।
খালী ঠাই পূৰ কৰা:
১। লক্ষ্মীনাথ বেজবৰুৱাই _________ ফিল্মৰ উদ্বোধন কৰিবলৈ কলিকতা গৈছিল।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই জয়মতী ফিল্মৰ উদ্বোধন কৰিবলৈ কলিকতা গৈছিল।
২। ‘জয়মতী’ ফিল্মৰ নিৰ্মাতা হৈছে ___________।
উত্তৰঃ ‘জয়মতী’ ফিল্মৰ নিৰ্মাতা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা।
৩। _________ চনত কবি নৰেন বৰদলৈয়ৰ জন্ম হৈছিল।
উত্তৰঃ ১৯১২ চনত কবি নৰেন বৰদলৈয়ৰ জন্ম হৈছিল।
৪। ‘জয়মতী’ ফিল্মৰ মুখ্য চৰিত্ৰ হৈছে ___________।
উত্তৰঃ ‘জয়মতী’ ফিল্মৰ মুখ্য চৰিত্ৰ হৈছে ডালিমী।
৫। নৰেন বৰদলৈৰ সম্পূৰ্ণ নাম ___________।
উত্তৰঃ নৰেন বৰদলৈৰ সম্পূৰ্ণ নাম নৰেন্দ্ৰ নাথ বৰদলৈ।
শুদ্ধ/অশুদ্ধ লিখা:
১। ২৮ বছৰ বয়সত নৰেন বৰদলৈয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিত ল’ৰাৰজাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।
উত্তৰঃ অশুদ্ধ।
২। ১৯৯৪ চনত নৰেন বৰদলৈৰ মৃত্য হৈছিল।
উত্তৰঃ শুদ্ধ।
৩। ১৪ বছৰৰ বয়সত নৰেন বৰদলৈয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিত ল’ৰাৰজাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।
উত্তৰঃ শুদ্ধ।
৪। ‘জয়মতী’ ফিল্মৰ মুখ্য চৰিত্ৰ হৈছে নৰেন বৰদলৈ।
উত্তৰঃ অশুদ্ধ।
৫। লক্ষ্মীনাথ বেজবৰুৱাই জয়মতী ফিল্মৰ উদ্বোধন কৰিবলৈ দিল্লী গৈছিল।
উত্তৰঃ অশুদ্ধ।

