Geography of Assam GK – অসমৰ ভৌগোলিক তথ্য

Geography of Assam GK – [Part 4]

1. অসমৰ বিলবোৰৰ –

Join Telegram channel

উত্তৰঃ – বগীবিল , মেৰাবিল , দীঘলীয়া ( ডিব্ৰুগড় ) , কাৱৈমাৰী , পুখুৰী , চানডুবি , (কামৰূপ) , কাছমাৰীজান , বৰডুবি , হাফলং লেক , পদুম ( যোৰহাট ) , শনিবিল , ৰাতা বিল ( কৰিমগঞ্জ ) মাইলাতা , দিপলীঙা ( দৰং ) মৰিকলং (নগাঁও) , তামৰাঙা , উৰপদ ( গোৱালপাৰা ) ।

2.  অসমৰ মুঠ জিলাৰ সংখ্যা ৩৩ খন –

উত্তৰঃ – (১) উত্তৰ কাছাৰ পাহাৰ জিলা ( নতুন নাম “ডিমা হাছাও” ) ।

(২) ওদালগুৰি ।

(৩) শোণিতপুৰ ।

(৪) দৰং ।

(৫) কৰিমগঞ্জ ।

(৬) কাছাৰ ।

(৭) কামৰূপ ( গ্ৰাম্য ) ।

(৮) কামৰূপ ( মহানগৰ ) ।

(৯) কাৰ্বি আংল ।

(১০) কোকৰাঝাৰ ।

(১১) গোলাঘাট ।

(১২) গোৱালপাৰা ।

(১৩) চিৰাং ।

(১৪) ডিব্ৰুগড় ।

(১৫) তিনিচুকীয়া ।

(১৬) ধুবুৰী ।

(১৭) ধেমাজী ।

(১৮) নগাঁও ।

(১৯) নলবাৰী ।

(২০) বঙাইগাঁও ।

(২১) বৰপেটা ।

(২২) বাগ্ ছা  ।

(২৩) মৰিগাঁও ।

(২৪) যোৰহাট ।

(২৫) লখিমপুৰ ।

(২৬) শিৱসাগৰ ।

(২৭) হাইলাকান্দি ।

(২৮) দক্ষিণ শালমাৰা ।

(২৯) বিশ্বনাথ চাৰিআলি ।

(৩০) হোজাই ।

(৩১) চৰাইদেউ ।

(৩২) পশ্চিম কাৰ্বি আংলং । আৰু

(৩৩) মাজুলী ( ঘোষণা – ২০১৬ ৰ  ৮ ছেপ্টেম্বৰ ) ।

3. বিশ্বৰ সর্ববৃহৎ নদী-দ্বীপ মাজুলী অসমৰ কোনখন জিলাত  অৱস্থিত  ?

উত্তৰঃ যোৰহাট জিলাত।

4. বদৰপুৰ উত্তৰ-পূৱ ৰেলৱেৰ এটি বৃহৎ জনচন। ই অসমৰ কোনখন জিলাত অৱস্থিত ?

উত্তৰঃ কৰিমগঞ্জ জিলাত।

5. অসমৰ পৰা কিমান জন সদস্য ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয় ?

উত্তৰঃ ৭ জন।

6. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অনুসূচিত জনজাতিৰ লোক ?

উত্তৰঃ ১২.৪১ %।

7. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অনুসূচিত জাতিৰ লোক ?

উত্তৰঃ ৬.৮৫ %।

8. অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন ?

উত্তৰঃ নগাওঁ।

9. অসমত শীতকালত গড় তাপমাত্ৰা কিমান ?

উত্তৰঃ ৫০০ ছেঃ ৰ পৰা ১২০ছেঃ।

10. অসমত গ্রীষ্ম কালত গড় তাপমাত্ৰা কিমান ?

উত্তৰঃ ৩০০ ছেঃ ৰ পৰা ৩৩০ ছেঃ।

11. অসমৰ সর্বোচ্চ শৃঙ্গ কোনটো ?

উত্তৰঃ নাম্চা বুৰৱা।

12. অসমত বছৰি কিমান ছেঃ মিঃ বৰষুণ হয় ?

উত্তৰঃ ১৭৮ ছেঃ মিঃ ৰ পৰা ৩০৫ছেঃ মিঃ।

13. বিশ্বৰ ভিতৰত সর্ববৃহৎ নদী-দ্বীপ মাজুলীৰ মাটিকালিৰ পৰিমাণ কিমান ?

উত্তৰঃ প্ৰায় ৮৮৬ বৰ্গ কিলোমিটাৰ।

14. অসমৰ হাবি-বননিয়ে কিমান বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে ?

উত্তৰঃ ২৭,৬৯২ বৰ্গ কিলো মিটাৰ।

15. অসম সাগৰীয় সীমাৰেখাৰ পৰা কিমান মিটাৰ ওপৰত অৱস্থিত ?

উত্তৰঃ প্ৰায় ৭৯.৫ মিটাৰ।

16. অসমক কি নদীৰ দেশ বুলি কোৱা হয় ?

উত্তৰঃ ৰঙা  নদীৰ দেশ।

17. অসমক কি পাহাৰৰ দেশ বুলি কোৱা হয় ?

উত্তৰঃ নীলা পাহাৰৰ দেশ।

18. অসমৰ দীৰ্ঘতম নদী দলং কোনখন ?

উত্তৰঃ ব্রহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত ‘কলিয়ােভামোৰা’ দলংখন।

19. অসমৰ আটাইতকৈ সেমেকা অঞ্চল কোনটো ?

উত্তৰঃ লিডু-লেখাপানী।

20. অসমৰ কোনখন ঠাইত সমুদ্ৰৰ বালিচৰ পৰি হোৱা ‘লেখাপুখুৰী’ অৱস্থিত ?

উত্তৰঃ চান্দডুবি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top