DHS Assam GK Grade – III & IV (Technical & Non-Technical)

DHS Assam GK – Important MCQ For The Current Examination Details of the written examination to be held for candidates who applied for the posts of Grade – III (Junior Assistant / Account Assistant, Dresser, Radiographer, Pharmacist, Pharmacist (Ayur), Laboratory Technician).

DHS Assam GK
DHS Assam GK Grade – III & IV (Technical & Non-Technical)

DHS And DHSFW Assam Exam Syllabus

Join Telegram channel

Table of Contents

  •  Separate OMR sheets will be provided to answer questions.
  • Special attention to candidates who applied for the posts of Grade – III (Junior Assistant / Account
  • Assistant, Dresser, Radiographer, Pharmacist, Pharmacist (Ayur), Laboratory Technician).
  • The medium of the question paper will be English/Assamese.
  • Total marks allocation will be as follows.
  • Written exam – 100 points
  • Skill test/aptitude test – 25 points

Junior Assistant/Account Assistant

  • English – 25 marks.
  • Maths – 25 marks.
  • General Knowledge – 50 marks
  • Total – 100 marks.
  • Skill test/aptitude test – 25 Mark


Technical Post

  • General Knowledge/English – 25 marks.
  • Subject Concerned – 75 marks.
  • Total – 100 marks.
  • Skill test/aptitude test – 25 Mark

There shall be separate question papers for all the posts.

  • Candidates will have to darken the appropriate circles in the OMR Sheets as instructed in the OMR sheets.
  • Selection will be made on the basis of merit, category wise.

Read: DHS Assam Previous Papers for Grade – III

DHS Assam GK (Technical & Non-Technical)

DHS Assam Exam Important Science GK

  • সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি ?

উঃ বুধ।

  • সৌৰ জগতত থকা বৃহত্তম গ্ৰহটোৰ নাম কি ?

উঃ বৃহস্পতি।

  • সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ?

উঃ নেপচুন।

  • সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময় লাগে ?

উঃ ৮মিনিট ২০ চেকেণ্ড।

  • কোন মাহৰ কোন তাৰিখে সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব সৰ্বাধিক হয় ?

উঃ ৩ জুলাইত।

  • সৌৰজগতৰ  নীলা গ্ৰহ কোনটো ?

উঃ পৃথিৱী।

  • চুপাৰ ন’ভা কি ?

উঃ এটা পপীয়া তৰাৰ নাম।

  • পৃথিৱীৰ চাৰিওফালৰ দূৰত্ব জোখা প্ৰথম ব্যক্তিজন কোন ?·

উঃ ইৰাট’স্থেনিছ।

  • কোন চনত পোন প্ৰথমবাৰৰ বাবে  মানুহে মহাকাশত খোজ দিছিল ?

উঃ ১৯৬১ চনত।

  • ভাৰতৰ ৰাকেশ শৰ্মাই মহাকাশত কোন চনত খোজ দিছিল ?

উঃ ৩ এপ্ৰিল, ১৯৮৪ চন।

  • বিশ্বৰ প্ৰথম মহাকাশচাৰী কোন আছিল ?

উঃ ৰাছিয়াৰ ইউৰি গাগাৰিন।

  • প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল ?

উঃ ৰাছিয়াৰ ভেলেন্টিনা তেৰেস্কোভা (১৯৬৪ চনৰ ১৬ জুন)।

  • মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীটো কি ?

উঃ ‘লাইকা’ নামৰ কুকুৰ।

  • শব্দৰ তীব্রতা কিমান ডেচিবলৰ ওপৰত হ’লে শব্দ প্ৰদূষণ বিপদজনক হৈ পৰে ?

উঃ ৮০ ডেচিেবল।

  • ভুপৃষ্ঠৰ  পৰা ৯০ কিঃমিঃ উচ্চতাৰ ওপৰত বায়ুমণ্ডলৰ কোনটো স্তৰ আৰম্ভ হয় ?

উঃ থাৰ্মোস্পেয়াৰ।

  • বায়ুৰ চাপ জোখা যন্ত্ৰবিধৰ নাম কি ?

উঃ বেৰ’মিটাৰ।

  • বায়ুস্তৰৰ গতিবেগ জোখা যন্ত্ৰবিধৰ নাম কি ?

উঃ থিওডেলাইট।

  • কিহৰ বাবে তাজমহলৰ অস্তিত্বৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে ?

উঃ ছালফাৰ-ডাই- অক্সাইডৰ বাবে ।

  • অনুজীৱ বিদ্যা (Microbiology) ই কিহৰ বিষয়ে অধ্যয়ন কৰে ?

উঃ সুক্ষ্ম অনুজীৱ।

  • আধুনিক বংশগতি বিদ্যাৰ পিতৃ কোন ?

উঃ বেটিছন।

  • তেজত সৰ্বাধিক পৰিমাণে থকা কণিকাটি কি ?

উঃ নিউট্রোফিল ।

  • প্ৰাণী দেহত লৌহৰ অভাৱ হ’লে কি হয় ?

উঃ এনিমিয়া।

  • কোষৰ আৱিষ্কাৰক কোন ?

উঃ ৰবাৰ্ট হুক।

  • আমাৰ দেহত কিমান লিটাৰ তেজ থাকে ?

উঃ প্ৰায় ৫ লিটাৰ।

  • প্ৰাণীৰ বৃদ্ধিত সহায় কৰা হৰমোনবিধৰ নাম কি ?

উঃ চোমাটোট্ৰ’ফিক হৰম’ন।

  • স্নায়ুকোষৰ ওলমি থকা অংশটোৰ নাম কি ?

উঃ স্নায়ুতন্ত্ৰ।

  • হৃদ স্পন্দন পৰীক্ষা কৰা যন্ত্ৰটোৰ নাম কি ?

উঃ ষ্টেথ’স্কোপ।

  • মানুহৰ হাড়ত কোনবিধ পদাৰ্থ সঞ্চিত থাকে ?

উঃ কেলছিয়াম।

  • জীৱদেহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষণটো কি ?

উঃ প্ৰজনন।

  • মানুহৰ কাণে কিমানৰ পৰা কিমানৰ মাজৰ কম্পনাংক শুনিব পাৰে ?

উঃ ২০ হাৰ্জৰ পৰা ২০০০০ হাৰ্জলৈ।

  • প্ৰাপ্ত বয়স্ক লোকৰ স্বাভাৱিক নাড়ী স্পন্দন কিমান ?

উঃ ৭২ বাৰ (প্ৰতি মিনিটত)।

  • কি ভিটামিনৰ অভাৱৰ বাবে মানুহ কুকুৰীকণা হয় ?

উঃ ভিটামিন A -ৰ অভাৱৰ বাবে ।

  • মানুহৰ শৰীৰত শতকৰা কিমান ভাগ পানী থাকে ?

উঃ প্ৰায় ৯০ ভাগ।

  • ‘Origin of Species’ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?

উঃ চাৰ্লচ ডাৰউইনে।

  • এক্সৰে -ৰশ্মি কিহেৰে গঠিত ?

উঃ আলফা কণাৰ দ্বাৰা।

  • বৈদ্যুতিক শক্তিৰ  এছ. আই. একক কি ?

উঃ কিলোৱাট ঘন্টা।

  • থাৰ্মোমিটাৰত কি পদাৰ্থ সচৰাচৰ ব্যৱহাৰ কৰা হয় ?

উঃ পাৰা।

  • মানৱ দেহৰ স্বাভাৱিক উষ্ণতা কিমান ?

উঃ ৩৭০ ডিগ্রী ছেঃ।

  • টোপনি যোৱাৰ কিমান সময় পিছৰ পৰা REM (Rapid Eye Movement) প্ৰক্ৰিয়াটো আৰম্ভ হয় ?

উঃ ১০ৰ পৰা ১৫ মিনিট পিছৰ পৰা।

  • কিমান বছৰ বয়সত মানুহৰ বুদ্ধিৰ নক্সা  তৈয়াৰ হয় ?

উঃ ৭ বছৰ বয়সত।

  • শৰীৰৰ স্নায়ু অধ্যয়ন কৰা বিজ্ঞানক কি বোলে ?

উঃ নিউৰ’লজি।

  • ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ স্তৰটোৰ নাম কি ?

উঃ কৈশোৰ কাল।

  • UNESCO -ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ United Nations Educational Scientific and Cultural Organisation.

  • মানৱ জীৱনৰ বিকাশৰ স্তৰ কেইটা ?

উঃ চাৰিটা।

  • বিজুলী বাতি কোনে উদ্ভাৱন কৰিছিল ?

উঃ থমাচ  আলভা এডিচন।

  • অক্সিজেন কোনে উদ্ভাৱন কৰিছিল ?

উঃ যোচেফ প্ৰিছলি (বৃটেইন)।

  • থাৰ্মোমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ গেলিলিঅ’ গেলিলি (ইটালী)

DHS Assam Exam Important World GK

  • পৃথিৱীৰ আটাইতৰক ডাঙৰ মহাদেশ কোনখন ?

উঃ এচিয়া।

  • বুৰঞ্জী সাহিত্যৰ পিতৃ কোন ?

উঃ হিৰ’ডটাচ (গ্ৰীচ)

  • হেস্টিঙচৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল ?

উঃ  ১০৬৬ চনত।

  • আৰ্যসকল কেতিয়া ভাৰতলৈ আগমন কৰিছিল ?

উঃ খ্ৰীষ্টপূৰ্ব ২০০০-১৫০০  মাজত।

  • প্রাচীন  ভাৰতীয় সভ্যতাটোক কি সভ্যতা বুলি কোৱা হয় ?

উঃ সিন্ধু সভ্যতা।

  • মৌৰ্য সম্ৰাজ্যৰ প্রতিষ্ঠাতা  কোন আছিল ?

উঃ চন্দ্ৰগুপ্ত মৌৰ্য।

  • মহাবীৰ আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ?

উঃ ৩২৭ খ্ৰীষ্টপূৰ্বত।

  • গুপ্তবংশৰ ৰাজত্বকালছোৱাত মগধৰ ৰাজধানী ক’ত আছিল ?

উঃ পাটলিপুত্ৰ।

  • গুপ্ত বংশৰ কোনজন ৰজা সামৰিক  অভিযানকাৰী হিচাপে  ইতিহাস বিখ্যাত ?

উঃ সমুদ্ৰগুপ্ত।

  • ভাৰতৰ কোনজন ৰজাই ‘বিক্ৰমাদিত্য’ উপাধি গ্ৰহণ কৰিছিল ?

উঃ দ্বিতীয় চন্দ্ৰগুপ্ত।

  • কোনজন চীনা পৰিব্রাজকে হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত ভাৰত ভ্ৰমণ কৰিছিল ?

উঃ হিউৱেন-চাং।

  • কোনে ভাৰতত পাল বংশ প্রতিষ্ঠা কৰে ?

উঃ ৰজা গোপালে।

  • কোন ৰাজবংশৰ কালছোৱাত ভাৰতত সোণৰ মুদ্ৰাৰ প্রচলন হয় ?

উঃ গুপ্ত বংশ।

  • ‘তৰাইনৰ যুদ্ধ’ কাৰ কাৰ মাজত সংঘঠিত হৈছিল ?

উঃ পৃথিৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত।

  • ভাৰতত কোনে দাস বংশ প্রতিষ্ঠা কৰিছিল ?

উঃ কুতুবুদ্দিন আইবাকে।

  • কোনজন দিল্লীৰ চুলতানক বাগদাদৰ খলিফাই ‘চুলতান-ই- আলম’ উপাধি প্রদান কৰিছিল ?

উঃ ইলতুৎমিছক ।

  • দিল্লীৰ সিংহাসনত বহা প্রথমজনী মহিলা কোন আছিল ?

উঃ চুলতানা ৰাজিয়া।

  • কোনে ভাৰতত ‘খিলিজি ৰাজ বংশ’ প্রতিষ্ঠা কৰে ?

উঃ জালালুদ্দিন খিলিজিয়ে।

  • জালালুদ্দিন খিলিজিয়ে কেতিয়া ‘খিলিজি’ বংশ প্রতিষ্ঠা কৰে ?

উঃ ১২৯৯ খ্ৰীঃত ।

  • ভাৰতত কোনে ‘লোডী ৰাজ বংশ’ প্রতিষ্ঠা কৰে ?

উঃ পঞ্জাৱৰ শাসনকৰ্তা বাহলুল লোডীয়ে (১৪৫১ চনত) ।

  • টোগলক ৰাজবংশৰ প্রতিষ্ঠাতা কোন ?

উঃ গিয়াচুদ্দিন টোগলক।

  • কোনজন দিল্লীৰ চুলতানে দেশত তামৰ মু্দ্ৰাৰ প্রচলন কৰিছিল ?

উঃ মহম্মদ বিন টোগলকে।

  • ভাৰতত কোনে মোগল সম্ৰাজ্য প্রতিষ্ঠা কৰে ?

উঃ জাহিৰুদ্দিন মহম্মদ বাবৰ।

  • পানীপথৰ দ্বিতীয় যুদ্ধ কিমান চনত সংগটিত হৈছিল ?

উঃ ১৫৫৬ চনত।

  • পানীপথৰ প্রথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল ?

উঃ দিল্লীৰ চুলতান ইব্রাহিম লোডী আৰু আফগান নেতা জাহিৰুদ্দিন বাবৰৰ মাজত।

  • তাজমহলৰ নক্সা কোনে তৈয়াৰ  কৰিছিল ?

উঃ ওস্তাদ ইছা খাঁই।

  • বিশ্ব বিখ্যাত ‘ময়ূৰ সিংহাসন’ কোন শিল্পীয়ে  নিৰ্মাণ কৰিছিল ?

উঃ শিল্পী বেবাদল খাঁ।

  • ছাহজাহানৰ পিছত কোনে মোগল সিংহাসনত বহিছিল ?

উঃ ঔৰংজেৱ।

  • আলাউদ্দিন খিলিজিৰ ৰাজত্বকালত মোগল সাম্ৰাজ্য ভ্ৰমণ কৰা আফ্রিকাৰ পৰ্যটকজনৰ নাম কি ?

উঃ ইবন বতুতা।

  • দিল্লীৰ প্রথমজন আফগান চুলতান কোন আছিল ?

উঃ বাহল’ল লোডী।

  • ভাস্ক-ডা-গামাই কেতিয়া ভাৰত অভিমূখী সাগৰীয় পথ আৱিস্কাৰ কৰিছিল ?

উঃ ১৪৯৮ খ্ৰীঃত।

  • বাবৰে প্রথমবাৰ ভাৰত আক্ৰমণ কৰা সময়ত দিল্লীৰ চুলতান কোন আছিল ?

উঃ ইব্রাহিম লোডী।

  • ‘ৰামচৰিত মানস’ গ্রন্থখনৰ লিখক কোন ?

উঃ তুলসী দাস।

  • মোগল সম্ৰাজ্যৰ অন্তিমজন শাসকৰ নাম কি আছিল ?

উঃ বাহাদুৰ ছাহ জাফৰ।

  • কিমান চনত পৰ্তুগীজসকল প্রথমে ভাৰতলৈ আহে ?

উঃ ১৪৯৮ চনত।

  • কোন চনত পৰ্তুগীজ নাৱিক ভাস্কো-ডা-গামাই ভাৰতলৈ আহে ?

উঃ ১৪৯৮ চনত।

  • ইংৰাজসকলৰ পিছত কোন জাতি ভাৰতবৰ্ষলৈ বেপাৰ কৰিবলৈ আহে ?

উঃ ফৰাচীসকল।

  • ভাৰতবৰ্ষলৈ অহা ফৰাচী ব্যৱসায়ী সংস্থাটোৰ  নাম কি আছিল ?

উঃ ‘ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানী’।

  • ‘ফৰাচী ইস্ট-ইণ্ডয়া কোম্পানী’ কোন চনত গঠন হয় ?

উঃ ১৬৬৪ চনত।

  • কিমান চনত ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ইংলণ্ডৰ মহাৰাণীৰ পৰা ভাৰতলৈ বেহা-বেপাৰ কৰিবলৈ অনুমতি পায় ?

উঃ ১৬০০ চনত।

  • কিমান চনত পলাচী যুদ্ধ সংগঠিত হয় ?

উঃ ১৭৫৭ চনত।

  • কোনজন ইংৰাজ গৱৰ্ণৰ জেনেৰেলৰ শাসনকাল বিভিন্ন সংস্কাৰৰ বাবে  বিখ্যাত ?

উঃ লৰ্ড উইলিয়াম বেন্টিংক।

  • ভাৰতত কোনে ‘সতীদাহ প্রথা’ নিবাৰণ কৰে ?

উঃ লৰ্ড উইলিয়াম বেন্টিংকে।

  • কিমান চনত ‘অমৃতস্বৰৰ সন্ধি’ সংঘটিত হৈছিল ?

উঃ ১৮০৯ চনত।

  • কোনজন ইংৰাজ গৱৰ্ণৰ জেনেৰেলে ভাৰতত প্রথমে ডাক বিভাগ স্থাপন কৰে ?

উঃ লৰ্ড ডেলহাউচি।

  • কিমান চনত ডেলহাউচিয়ে বিজুলী ডাকৰ প্রচলন কৰে ?

উঃ ১৮৫৪ চনত ।

  • ভাৰতত ইংৰাজ শাসনৰ বিৰুদ্ধে প্রথম কিমান চনত বিদ্ৰোহ হয় ?

উঃ ১৮৫৭ চনত  (চিপাহী বিদ্ৰোহ)।

  • চিপাহী বিদ্ৰোহৰ প্রথম শ্বহীদ কোন ?

উঃ মঙ্গল পাণ্ডে।

  • মধ্য ভাৰতত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?

উঃ ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ।

  • কেতিয়াৰ পৰা ভাৰতৰ শাসনভাৰ ইংলণ্ডৰ সংসদৰ হাতলৈ যায় ?

উঃ ১৮৫৮ চনৰ পৰা।

  • কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্তানান্তৰিত  কৰা হৈছিল ?

উঃ ১৯১১ চনত।

  • কিমান চনত হান্টাৰ আয়োগ’ গঠন কৰা হয় ?

উঃ ১৮৮২ চনত।

  • কিমান চনত বংগ বিভাজন হয় ?

উঃ ১৯০৫ চনত লৰ্ড কাৰ্জনৰ দিনত।

  • কাক ভাৰতৰ ‘ৰাজনৈতিক আন্দোলনৰ জনক’ বুলি কোৱা হয় ?

উঃ ৰাজা ৰামমোহন ৰায়।

  • কিমান চনত ‘অল ইণ্ডিয়া মুছলিম লীগ’ গঠন কৰা হয় ?

উঃ ১৯০৬ চনত।

  • কিমান চনত মহাত্মা গান্ধী প্রথম অসমলৈ আহে ?

উঃ ১৯২১ চনত।

  • গান্ধীজীয়ে কেতিয়া প্রথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰে ?

উঃ ১৯১৭ চনত।

  • ‘দিল্লী চলো’ শ্লোগানটো কাৰ আছিল ?

উঃ নেতাজী সুভাষ চন্দ্ৰ বসুৰ।

  • মহাভাৰতত অসমৰ প্রাচীন নাম কি আছিল বুলি কোৱা হৈছে ?

উঃ প্ৰাগজ্যোতিষপুৰ।

DHS Assam Exam Important GK

প্ৰঃ অসমৰ পুৰণি নাম কি ?

উঃ প্ৰাগজ্যোতিষপুৰ।

প্ৰঃ মহাভাৰতত অসমৰ প্রাচীন নাম কি আছিল বুলি কোৱা হৈছে ?

উঃ প্ৰাগজ্যোতিষপুৰ।

প্ৰঃ কুৰুক্ষেত্ৰ যুদ্ধত অংশ গ্ৰহণ কৰা প্রাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল ?

উঃ ভগদত্ত।

প্ৰঃ কিমান চনত ভাস্কৰ বৰ্মণ প্রাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে ?

উঃ ৫৯৪ খ্ৰীষ্টাব্দত।

প্ৰঃ প্রাচীন অসমৰ কোনখিনি সময়ক ইতিহাসত ‘অন্ধকাৰ যুগ’ বুলি কোৱা হয় ?

উঃ চতুৰ্থ শতিকা।

প্ৰঃ ‘নাগেশ্বৰ  দেৱালয়’ কোনে সজাইছিল ?

উঃ কামৰূপৰ ৰজা নৰশঙ্কৰে।

প্ৰঃ শ্ৰী হৰ্ষৰ জীয়েক ৰাজ্যমতিক কোন দেশৰ ৰজালৈ বিয়া দিছিল ?

উঃ নেপালৰ।

প্ৰঃ অসমত আহোম ৰাজ্যৰ প্রতিষ্ঠাতা কোন ?

উঃ চুকাফা।

প্ৰঃ চুকাফা ব্রহ্মদেশৰ কোনখন প্রদেশৰ পৰা অসমলৈ আহিছিল ?

উঃ মাওলুং।

প্ৰঃ ‘মুনডুং চুনখাম’ মানে কি ?

উঃ সোণৰ বাগিছাৰে ভৰা দেশ।

প্ৰঃ কোনজন আহোম ৰজাৰ দিনত শংকৰদেৱে ‘নৱ বৈষžৱ’ ধৰ্ম প্রচাৰ আৰম্ভ কৰে ?

উঃ চুহুংমুং।

প্ৰঃ জয়ন্তীয়া  ৰজা যশোবৰ্মণ কোনজন আহোম ৰজাৰ সমসাময়িক আছিল ?

উঃ নৰিয়া ৰজা।

প্ৰঃ আহোম ৰজা ‘চুৰামলা’ৰ হিন্দু নাম কি আছিল ?

উঃ জয়ধবজ সিংহ।

প্ৰঃ উৰিষ্যাৰ জগন্নাথ মন্দিৰ কোনে ধবংস কৰে ?

উঃ কালাপাহাৰে।

প্ৰঃ কোনজন আহোম ৰজাৰ দিনত মিৰজুমলাই অসম আক্ৰমণ কৰে ?

উঃ চুতিনফা।

প্ৰঃ কোনজন আহোম ৰজাক ‘খুৰা ৰজা’ বুলি কোৱা হয় ?

উঃ চুকামফা।

প্ৰঃ কোনজন আহোম ৰজাই ‘প্রতাপ সিংহ’ উপাধি গ্রহণ কৰে ?

উঃ চুচেনফা।

প্ৰঃ প্রথম আহোম ‘বৰবৰুৱা’ কোন আছিল ?

উঃ মোমাই তামুলী বৰবৰুৱা

প্ৰঃ অসম বুৰঞ্জীত ‘বৰফুকন’ পদৰ সৃষ্টি  কোনে কৰে ?

উঃ চুচেনফা।

প্ৰঃ অসমৰ কোনজন ৰজাক ‘কুঁজা ৰজা’ বুলি কোৱা কোৱা হয় ?

উঃ চুটিনফা।

প্ৰঃ কোনজন আহোম ৰজাৰ ‘ছত্ৰভঙ্গ যোগ’ হোৱা বুলি দৈবজ্ঞসকলে কৈছিল ?

উঃ শিৱ সিংহ ।

প্ৰঃ বৰৰজা ফুলেশ্বৰী কোনজন আহোম ৰজাৰ কোঁৱৰী আছিল ?

উঃ শিৱ সিংহ।

প্ৰঃ প্রথম আহোম ‘বৰৰজা’ কোন আছিল ?

উঃ ফুল্লেশ্বৰী।

প্ৰঃ অসমৰ ইতিহাসত কোনজনী আহোম ৰাণীক দ্বিতীয় ‘বৰৰজা’ উপাধি দিয়া হয় ?

উঃ সর্বেশ্বৰি।  

প্ৰঃ মণিপুৰৰ ৰাজকন্যা কুৰঙ্গনয়নীক কোনজন আহোম ৰজাই বিয়া কৰাইছিল ?

উঃ ৰাজেশ্বৰ সিংহ।

প্ৰঃ বিখ্যাত কাৰেং ঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল ?

উঃ ৰাজেশ্বৰ সিংহই।

প্ৰঃ যোগেশ্বৰ সিংহই কিমান চনত অসমৰ সিংহাসনত উঠে ?

উঃ ১৮২১ চনত।

প্ৰঃ ৰুদ্ৰ সিংহই কিমান চনত অসমৰ সিংহাসনত বহে ?

উঃ ১৬৯৬ চনত।

প্ৰঃ কিমান চনত ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰে ?

উঃ ১৮২৬ চনত।

প্ৰঃ কিমান চনত চুটীয়া ৰাজ্য স্থাপিত  হয় ?

উঃ ১১৮৯ চনত।

প্ৰঃ ১৭৬৯ চনত মোৱামৰীয়া সকলে কাক ৰজা পাতিছিল ?

উঃ ৰমাকান্তক।

প্ৰঃ কোনজন আহোম ৰজাই প্রথম ইংৰাজৰ সহায় বিচাৰিছিল ?

উঃ চুখ্ৰামফাই।

প্ৰঃ কিমান চনত মানসকলে প্রথম আহোম ৰাজ্য আক্ৰমণ কৰে ?

উঃ ১৮১৭ চনত।

প্ৰঃ কিমান চনত মানসকলে দ্বিতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে ?

উঃ ১৮১৮ চনত।

প্ৰঃ কিমান চনত মানসকলে তৃতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে ?

উঃ ১৮২০ চনত।

প্ৰঃ কিমান চনত কনকলতা শ্বহীদ হয় ?

উঃ ১৯৪২ চনত।

প্ৰঃ কিমান চনত পাণ্ডুত কংগ্ৰেছ অধিৱেশন বহে ?

উঃ ১৯২৬ চনত।

প্ৰঃ কিমান চনত ইংৰাজসকলে পিয়লী ফুকনক ফাঁচী দিয়ে ?

উঃ ১৮৩৮ চনত।

প্ৰঃ কিমান চনত মনিৰাম দেৱানক ফাঁচী দিয়া হয় ?

উঃ ১৮৫৮ চনত।

প্ৰঃ কিমান চনত কোচ ৰাজবংশ প্রতিষ্ঠা কৰা  হয় ?

উঃ ১৫১৫ চনত।

প্ৰঃ কিমান চনত মিৰজুমলাই অসম আক্ৰমণ কৰে ?

উঃ ১৬৬২ চনত।

প্ৰঃ কিমান চনত অসমত বাংলা ভাষা চৰকাৰী ভাষা হিচাপে প্রৱৰ্তন কৰা হয় ?

উঃ ১৮৩৭ চনত।

প্ৰঃ কিমান চনত অসমত স্বায়ত্ব শাসন প্রৱৰ্তন কৰা হয় ?

উঃ ১৯৩৫ চনত।

প্ৰঃ কিমান চনত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম হয় ?

উঃ ১৮৮৮ চনত।

প্ৰঃ অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক’ত ?

উঃ যোৰহাটত।

প্ৰঃ স্বাধীন অসমৰ প্রথম মুখ্যমন্ত্ৰী কোন আছিল ?

উঃ গোপীনাথ বৰদলৈ।

প্ৰঃ কোচৰজা মল্লদেৱে কি নাম গ্ৰহণ কৰিছিল ?

উঃ মহাৰাজ নৰনাৰায়ণ।

প্ৰঃ অসমৰ কাক ‘লোকপ্রিয়’ বুলি জনা যায় ?

উঃ গোপীনাথ বৰদলৈ।

প্ৰঃ শৰাইঘাটৰ যুদ্ধত আহোমসকলৰ সেনাপতি কোন আছিল ?

উঃ লাচিত বৰফুকন।

প্ৰঃ হিউৱেনচাং অসমলৈ অহা সময়ত কামৰূপৰ ৰজা কোন আছিল ?

উঃ কুমাৰ ভাস্কৰ বৰ্মন।

প্ৰঃ আহোম সাম্ৰাজ্যৰ শেষ স্বৰ্গদেওজন কোন ?

উঃ চন্দ্ৰকান্ত সিংহ।

প্ৰঃ হিউৱেনচাং কিমান চনত অসমলৈ আহে ?

উঃ ৬২০ চনত।

প্ৰঃ কিমান চনত মুছলমানসকলে প্রথমবাৰ অসম আক্ৰমণ কৰে ?

উঃ ১২০৬ চনত।

প্ৰঃ ১৯০৫ চনত গোলাঘাটৰ সৰু পথাৰত জন্ম গ্ৰহণ কৰা আৰু ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হোৱা অসমৰ বিপ্লৱী  কোন ?

উঃ কুশল কোঁৱৰ।

প্ৰঃ ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্রথমজন শ্বহীদ কোন আছিল ?

উঃ খৰ্গেশ্বৰ তালুকদাৰ।

প্ৰঃ কোনজন আহোম ৰাজক উত্তৰ-পূৱ ভাৰতৰ ‘শিৱাজী’ বুলি কোৱা হয় ?

উঃ স্বৰ্গদেও ৰুদ্ৰসিংহক।

প্ৰঃ অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত ?

উঃ গুৱাহাটীত।

প্ৰঃ ‘জয়দৌল’ আৰু ‘জয়সাগৰ পুখুৰী’ কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল ?

উঃ আহোম স্বৰ্গদেও ৰুদ্ৰসিংহই।

প্ৰঃ অসমৰ প্রথম বৃটিচ চীফ কমিচনাৰজন কোন আছিল ?

উঃ ক’লনেল কিটিং।

প্ৰঃ কোন চনত বৃটিছ চৰকাৰে অসমত অসামৰিক আৰু অপৰাধী আদালত মঞ্জুৰ কৰিছিল ?

উঃ ১৮২৮ চনত।

প্ৰঃ ‘আভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হৈছিল ?

উঃ ১৮৭৩  চনত।

প্ৰঃ কেতিয়া মোগলসকলে কোচ ৰাজ্য আক্ৰমণ কৰিছিল ?

উঃ ১৬১৫ চনত।

প্ৰঃ ‘তোমালোকে মোক হত্যা কৰিব পাৰা কিন্তু মোৰ স্বাধীনতাৰ স্পৃহাক হত্যা কৰিব নোৱাৰিবা।’ – কথাষাৰ কোনে কৈছিল ?

উঃ কনকলতাই।

প্ৰঃ আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক’ত অৱস্থিত ?

উঃ বশিষ্টাশ্ৰমত।

প্ৰঃ স্বাধীন অসমৰ বিধান সভাৰ প্রথম অধ্যŽক্ষ  কোন আছিল ?

উঃ হৰেশ্বৰ গোস্বামী।

প্ৰঃ প্রাচীন কামৰূপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল ?

উঃ অমৃতপ্ৰভাক।

প্ৰঃ অসম আৰু তিবৰ্বতৰ মাজৰ বাণিজ্যিক পথ কোনে মুকলি কৰিছিল ?

উঃ ৰুদ্ৰসিংহই, ১৭০৩ চনত।

প্ৰঃ ব্রহ্মপুত্ৰ নদীক কোন তিনিটা নদীৰ সংগম স্থল  বুলি কোৱা হয় ?

উঃ দিহিং, দিবং আৰু লুইত নৈৰ।

প্ৰঃ মোগলসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল ?

উঃ ১৮ বাৰ।

প্ৰঃ কোন চনত ‘অসম চুক্তি’ স্বাŽৰিত হৈছিল ?

উঃ ১৯৮৫ চনত।

প্ৰঃ অসমৰ ৰাজধানী কেতিয়া শ্বিলংৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল ?

উঃ ১৯৭৪ চনত।

প্ৰঃ কোন চনত অসম আন্দোলন আৰম্ভ হৈছিল ?

উঃ ১৯৭৯ চনত।

প্ৰঃ অসমত কেতিয়া ভাষা আন্দোলন আৰম্ভ হৈছিল ? উঃ ১৯৬০ চনত।

DHS Assam Exam Computer GK

  • কোনজন ব্যক্তিক আধুনিক কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয় ?

উঃ চাৰ্লছ বেবেজ।

  • পৃথিৱীত আৱিষ্কৃত প্ৰথম গণনা যন্ত্ৰটোৰ নাম কি আছিল ?

উঃ এবেকাছ (Abacus)।

  • প্ৰথম জেনেৰেশ্যনৰ কম্পিউটাৰ  যুগ কোনটো ?

উঃ ১৯৪৯ চনৰ পৰা ১৯৫৫ চনলৈ।

  • প্ৰথম জেনেৰেশ্যনৰ কম্পিউটাৰ এটিৰ নাম কোৱা।

উঃ এনিয়েক।

  • চতুৰ্থ  জেনেৰেশ্যনৰ কম্পিউটাৰ যুগ কোনটো ?

উঃ ২০০০ চনৰ পৰা বৰ্তমানলৈ।

  • কম্পিউটাৰৰ  Storage Media  প্ৰসঙ্গত WORM কি ?

উঃ Write Once Read Many.

  • Abacus-ৰ জৰিয়তে কি কি কাৰ্য কৰা হৈছিল ?

উঃ যোগ আৰু বিয়োগ।

  • ‘Command’  কি ?

উঃ ‘Command’ হ’ল কম্পিউটাৰক দিয়া নিৰ্দেশ যাৰ দ্বাৰা ই আমাক কাঙ্খিত ফল যোগান ধৰে।

  • Fixed Instruction Programme কাক বোলা হয় ?

উঃ ROM.

  • GB  মানে কি ?

উঃ Gigabite.

  • MB  কি ?

উঃ Megabite.

  • KB কি ?

উঃ Kilobyte.

  • TB কি ?

উঃ Terabyte.

  • 1 TB ত কিমান GB ?

উঃ 1024 GB.

  • Google Developer Day কোনটো ?

উঃ ১ জুন।

  • পোন প্ৰথমতে Computer Crime Cell স্থাপন কৰা ভাৰতৰ ৰাজ্যখনৰ নাম কি ?

উঃ কৰ্ণাটক।

  • GSM  কি ?

উঃ Global System for Mobile Communication.

  • SMS  কি ?

উঃ Short Message System.

  • RAM -ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ Random Access Memory.

  • http -ৰ সম্পূৰ্ৰ্ণ ৰূপ কি ?

উঃ Hyper Text Transfer Protocol.

  • www.  ৰ সম্পূৰ্ণ ৰূপ কি ?

উঃ world wide web.

  • পৃথিৱীৰ প্ৰথম মোবাইল ভাইৰাছ বিধৰ নাম কি ?

উঃ Cabir.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top