Class 9 Social Science MCQ Chapter 12 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ

Class 9 Social Science MCQ Chapter 12 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Social Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Social Science MCQ Chapter 12 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ Question Answer can be of great value to excel in the examination.

SEBA Class 9 Social Science MCQ Chapter 12 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Table of Contents

SEBA Class 9 Social Science MCQ Chapter 12 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Social Science MCQ Chapter 12 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অৰ্থনীতিৰ মৌলিক বিষয়সমূহ

Chapter – 12

চতুৰ্থ খণ্ড : অৰ্থনীতি বিজ্ঞান

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্ন:

1. তলৰ কোনজন অর্থনীতিবিদ—

(ক) ৰাহুল দ্রাবিড়।

(খ) আডাম স্মিথ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) হিৰ’ডটাছ।

(ঘ) চক্ৰেটিছ।

উত্তৰঃ (খ) এডাম স্মিথ।

2. অর্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ—

(ক) আডাম স্মিথ।

(খ) মার্ছেল।

(গ) ৰবিন্স।

(ঘ) নদহাছ।

উত্তৰঃ (ক) এডাম স্মিথ।

3. উৎপাদন বুলিলে কি বুজো?

(ক) সেৱাৰ নিৰাময়।

(খ) সামগ্ৰীৰ মূল্যায়ণ।

(গ) নতুন যোগান।

(ঘ) সেৱাৰ সৃষ্টি।

উত্তৰঃ (ঘ) সেৱাৰ সৃষ্টি।

4. জোনবিল মেলা কোনখন জিলাত বহে?

(ক) দৰং।

(খ) শোণিতপুৰ

(গ) মৰিগাঁও।

(ঘ) ধেমাজী।

উত্তৰঃ (গ) মৰিগাঁও।

5. তলৰ কোনটো মুক্ত বস্তুৰ উদাহৰণ—

(ক) বৰষুণৰ পানী।

(খ) বস্ত্ৰ।

(গ) আৰক্ষী।

(ঘ) আচবাব।

উত্তৰঃ (ক) বৰষুণৰ পানী।

6. কল্যাণ কেইপ্ৰকাৰৰ—

(ক) এক।

(খ) দুই প্ৰকাৰৰ।

(গ) চাৰি।

(ঘ) দুই।

উত্তৰঃ (খ) দুই প্ৰকাৰৰ ৷

7. অনা-অর্থনৈতিক কল্যাণৰ উদাহৰণ হৈছে—

(ক) হোটেলত ভাত, চাহ খোৱা।

(খ) হাজিৰা কাম কৰা।

(গ) বিদ্যুৎ যোগান।

(ঘ) বিনামূলীয়া ঔষধ।

উত্তৰঃ (ঘ) বিনামূলীয়া ঔষধ।

8. অমর্ত্য সেনে কি বিষয়ত ন’বেল পুৰস্কাৰ লাভ কৰিছিল?

(ক) ৰাজনীতি বিজ্ঞানৰ।

(খ) অর্থনীতি বিজ্ঞান।

(গ) পদার্থ বিজ্ঞান।

(ঘ) কোনোটোৱে নহয়।

উত্তৰঃ (খ) অর্থনীতি বিজ্ঞান৷

9. পৃথিৱীৰ বৃহত্তম মহাদেশ—

(ক) এছিয়া।

(খ) আফ্রিকা।

(গ) ইউৰোপ।

(ঘ) উত্তৰ আমেৰিকা।

উত্তৰঃ (ক) এছিয়া।

10. ১ নিযুত = কিমান?

(ক) ১১ লাখ।

(খ) ১০০ লাখ।

(গ) ১০ কোটি।

(ঘ) ১০ লাখ।

উত্তৰঃ (ঘ) ১০ লাখ।

11. সমাজ বিজ্ঞানৰ অপৰিহাৰ্য অংগ কোনটো?

(ক) সমাজ ব্যৱস্থা।

(খ) দার্শনিক।

(গ) অর্থবিজ্ঞান।

(ঘ) এজনো নহয়।

উত্তৰঃ (গ) অর্থবিজ্ঞান।

12. অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান (Economics is the Science of Wealth)— কথাষাৰৰ বক্তা কোন?

(ক) মাৰ্ছেল।

(খ) আডাম স্মিথ।

(গ) ৰবিন্স।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) আডাম স্মিথ।

13. “Principles of Economics” নামৰ গ্ৰন্থখনৰ লিখক কোন?

(ক) এডাম স্মিথ।

(খ) মার্ছেল।

(গ) কার্লাইল।

(ঘ) ৰবিন্স।

উত্তৰঃ (খ) মাৰ্ছেল।

14. দুষ্প্রাপ্যতাৰ ধাৰণাৰ লগত দক্ষতাৰ ধাৰণাটো তলৰ কোন কোন ব্যক্তিয়ে আগবঢ়াইছে?

(ক) ছেমুৱেলছন, আডাম স্মিথ।

(খ) নদহাছ, ৰবিন্স।

(গ) নৰ্দহাছ, ছেমুৱেলছন।

(ঘ) স্মিথ, ৰবিন্স।

উত্তৰঃ (গ) নদহাছ, ছেমুৱেলছন।

15. প্রত্যক্ষ বিনিময়ৰ এটা উদাহৰণ হ’ল—

(ক) মংগলদৈ মেলা।

(খ) শুৱালকুছিৰ ৰজাৰ।

(গ) জোনবিল মেলা।

(ঘ) ৰাস মহোৎসৱ।

উত্তৰঃ (গ) জোনবিল মেলা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top