Class 9 Social Science MCQ Chapter 13 মূল অৰ্থনৈতিক সমস্যাসমূহ

Class 9 Social Science MCQ Chapter 13 মূল অৰ্থনৈতিক সমস্যাসমূহ, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Social Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Social Science MCQ Chapter 13 মূল অৰ্থনৈতিক সমস্যাসমূহ Question Answer can be of great value to excel in the examination.

SEBA Class 9 Social Science MCQ Chapter 13 মূল অৰ্থনৈতিক সমস্যাসমূহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Table of Contents

SEBA Class 9 Social Science MCQ Chapter 13 মূল অৰ্থনৈতিক সমস্যাসমূহ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Social Science MCQ Chapter 13 মূল অৰ্থনৈতিক সমস্যাসমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মূল অৰ্থনৈতিক সমস্যাসমূহ

Chapter – 13

চতুৰ্থ খণ্ড : অৰ্থনীতি বিজ্ঞান

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্ন:

1. দৰিদ্ৰতাৰ প্ৰধান কাৰণ কেইপ্ৰকাৰৰ—

(ক) দুই প্ৰকাৰৰ।

(খ) চাৰি প্ৰকাৰৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) পাঁচ প্ৰকাৰৰ।

(ঘ) তিনি প্ৰকাৰৰ।

উত্তৰঃ (ঘ) তিনি প্ৰকাৰৰ।

2. ভাৰতৰ জনসংখ্যা হৈছে বিশ্বৰ জনসংখ্যাৰ—

(ক) ১৭.৫ শতাংশ। 

(খ) ১৮.৫ শতাংশ।

(গ) ১৯.৫ শতাংশ।

(ঘ) ১৬.৫ শতাংশ।

উত্তৰঃ (ক) ১৭.৫ শতাংশ। 

3. ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য—

(ক) অসম।

(খ) জম্মু-কাশ্মীৰ।

(গ) উত্তৰ প্ৰদেশ।

(ঘ) কর্ণাটক।

উত্তৰঃ (গ) উত্তৰ প্ৰদেশ।

4. ২০১১ চনৰ লোকপিয়লমতে অসমৰ জনসংখ্যা হ’ল—

(ক) ২ কোটি ১২ লাখ।

(খ) ৩ কোটি ১২ লাখ।

(গ) ৪ কোটি ১২ লাখ।

(ঘ) ২ কোটি ১২ লাখ।

উত্তৰঃ (খ) ৩ কোটি ১২ লাখ।

5. অসমৰ কোনখন জিলাত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সর্বনিম্ন?

(ক) কোকৰাঝাৰ।

(খ) নলবাৰী।

(গ) গোলাঘাট।

(ঘ) মৰিগাঁও।

উত্তৰঃ (ক) কোকৰাঝাৰ।

6. চহৰীয়া নিৱনুৱা কেইপ্ৰকাৰৰ—

(ক) তিনি প্ৰকাৰৰ।

(খ) চাৰি প্ৰকাৰৰ।

(গ) পাঁচ প্ৰকাৰৰ।

(ঘ) দুই প্ৰকাৰৰ।

উত্তৰঃ (ঘ) দুইপ্ৰকাৰৰ।

7. নিৱনুৱাৰ সংখ্যা গণনা কৰে—

(ক) PSSO

(খ) NSSO

(গ) NCCO

(ঘ) PSCO

উত্তৰঃ (খ) NSSO

8. অৰ্থনীতিৰ লক্ষ্য হ’ব লাগিব—

(ক) সেউজীয়া পৃথিৱীৰ প্ৰতিপালন।

(খ) সেউজীয়া ঘাঁহনিৰ প্ৰতিপালন।

(গ) সেউজীয়া পথাৰৰ প্ৰতিপালন।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) সেউজীয়া পৃথিৱীৰ প্ৰতিপালন।

9. সংগঠিত খণ্ডত নিয়োগ কৰা শ্ৰমিকৰ সংখ্যা হ’ল—

(ক) ৯ জন।

(খ) ১২ জন।

(গ) ১০ জন।

(ঘ) ১০০ জন।

উত্তৰঃ (গ) ১০ জন।

10. ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা—

(ক) ১২১ কোটি। 

(খ) ১২০ কোটি।

(গ) ১৩০ কোটি।

(ঘ) ৯৯ কোটি।

উত্তৰঃ (ক) ১২১ কোটি।

11. মানুহৰ মৌলিক প্রয়োজন সমূহ কেইপ্ৰকাৰৰ?

(ক) তিনি প্ৰকাৰৰ।

(খ) দুই প্ৰকাৰৰ।

(গ) চাৰি প্ৰকাৰৰ।

(ঘ) পাঁচ প্ৰকাৰৰ।

উত্তৰঃ (ক) তিনি প্ৰকাৰৰ৷

12. এখন দেশৰ জনসংখ্যাক কেইভাগত ভাগ কৰে?

(ক) তিনিটা।

(খ) দুটা।

(গ) চাৰিটা।

(ঘ) ভাগ নকৰে।

উত্তৰঃ (খ) দুটা ভাগত।

13. জনসংখ্যাৰ এটা ভাগ হ’ল— অদৰিদ্ৰ, আনটো হ’ল-

(ক) চহকী।

(খ) সম্পত্তিশালী।

(গ) নিৱনুৱা।

(ঘ) দৰিদ্ৰ।

উত্তৰঃ (ঘ) দৰিদ্ৰ।

14. বর্তমান ভাৰতৰ জনসংখ্যা কিমান?

(ক) ১২১ কোটি।

(খ) ১২০ কোটি।

(গ) ১৩০ কোটি প্রায়।

(ঘ) ১৫০ কোটি।

উত্তৰঃ (গ) ১৩০ কোটি প্রায়।

15. অসমৰ কোনখন জিলাত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সর্বাধিক?

(ক) দৰং।

(খ) ধুবুৰী।

(গ) শোণিতপুৰ।

(ঘ) মৰিগাওঁ।

উত্তৰঃ (খ) ধুবুৰী।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top