Class 9 Social Science MCQ Chapter 11 চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

Class 9 Social Science MCQ Chapter 11 চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Social Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Social Science MCQ Chapter 11 চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ Question Answer can be of great value to excel in the examination.

SEBA Class 9 Social Science MCQ Chapter 11 চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Table of Contents

SEBA Class 9 Social Science MCQ Chapter 11 চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Social Science MCQ Chapter 11 চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

Chapter – 11

তৃতীয় খণ্ড : ৰাজনীতি বিজ্ঞান

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্ন:

1. চৰকাৰৰ শ্ৰেণীবিভাগ কৰা প্ৰথমজন দার্শনিক—

(ক) এৰিষ্ট ‘টল।

(খ) ৰুছো।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) প্লেটো।

(ঘ) কার্লমার্ক্স।

উত্তৰঃ (গ) প্লেটো।

2. বর্তমান যুগত জনপ্ৰিয় চৰকাৰ হৈছে—

(ক) প্রজাতন্ত্র।

(খ) গণতন্ত্র।

(গ) ৰাজতন্ত্র।

(ঘ) শ্বৈৰতন্ত্ৰ।

উত্তৰঃ (খ) গণতন্ত্র।

3. ভাৰতৰ সংসদ ভৱন ক’ত অৱস্থিত?

(ক) নতুন দিল্লী।

(খ) মুম্বাই।

(গ) কলকাতা।

(ঘ) গুৱাহাটী।

উত্তৰঃ (ক) নতুন দিল্লী।

4. সংসদীয় পদ্ধতিৰ চৰকাৰৰ মুৰব্বী হ’ল—

(ক) শ্বিলং।

(খ) তিনিজন।

(গ) আমিনগাঁও।

(ঘ) দুজন।

উত্তৰঃ (খ) দিশপুৰ ৷

5. অসমৰ ৰাজধানী ক’ত অৱস্থিত?

(ক) এজন।

(খ) দিছপুৰ।

(গ) বহুতো।

(ঘ) তেজপুৰ।

উত্তৰঃ (ঘ) দুজন।

6. ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত?

(ক) কামৰূপ।

(খ) নগাওঁ।

(গ) দৰং।

(ঘ) বৰপেটা।

উত্তৰঃ (গ) দৰং।

7. অসমৰ বৰ্তমান মূখ্যমন্ত্ৰীজনৰ নাম কি?

(ক) শ্ৰীতৰুণ গগৈ।

(খ) বদৰুদ্দিন আজমল।

(গ) ড° ৰণোজ পেগু।

(ঘ) ড° হিমন্ত বিশ্ব শৰ্মা।

উত্তৰঃ (ঘ) ড° হিমন্ত বিশ্ব শৰ্মা।

8. গণতান্ত্ৰিক চৰকাৰ কেইপ্ৰকাৰৰ?

(ক) চাৰি প্ৰকাৰৰ।

(খ) তিনি প্ৰকাৰৰ।

(গ) দুই প্ৰকাৰৰ।

(ঘ) এক প্ৰকাৰৰ।

উত্তৰঃ (ক) চাৰি প্ৰকাৰৰ ৷

9. লীককে আধুনিক যুগৰ চৰকাৰক ভাগ কৰিছে?

(ক) তিনি ভাগত।

(খ) চাৰি ভাগত।

(গ) দুই ভাগত।

(ঘ) ভাগ কৰা নাছিল।

উত্তৰঃ (গ) দুই ভাগত।

10. তলৰ কোনখন দেশত ৰজা ৰাণী আছে যদিও ৰজাৰ শাসন নচলে?

(ক) ভাৰত।

(খ) ইৰাক।

(গ) নেপাল।

(ঘ) আমেৰিকা।

উত্তৰঃ (গ) নেপাল।

11. নিম্ন সদন বুলিলে কি বুজায়?

(ক) লোক সভা।

(খ) ৰাজ্য সভা।

(গ) প্রাতঃসভা।

(ঘ) ধর্মীয় সভা।

উত্তৰঃ (ক) লোকসভা।

12. জনকল্যাণৰ হকে কেইজনমানৰ শাসনক এৰিষ্টটল আৰু প্লেটোৱে কি নাম দিছিল?

(ক) ৰাজ ব্যৱস্থা।

(খ) অভিজাত তন্ত্র।

(গ) ৰাজতন্ত্র।

(ঘ) গণতন্ত্র।

উত্তৰঃ (খ) অভিজাত তন্ত্র।

13. চৰকাৰৰ শ্ৰেণীবিভাজনৰ ক্ষেত্ৰত কোনজন পণ্ডিতৰ শ্ৰেণীবিভাগ আটাইতকৈ গ্রহণযোগ্য আছিল?

(ক) ব্রাইচ।

(খ) মেৰিয়ত।

(গ) লীকক।

(ঘ) প্লে’টো।

উত্তৰঃ (গ) লীকক।

14. এডলফ হিটলাৰ কোন দেশৰ নাগৰিক আছিল?

(ক) ভুটান।

(খ) ভাৰত।

(গ) হটালী।

(ঘ) অষ্ট্রিয়া।

উত্তৰঃ (ঘ) অষ্ট্ৰিয়া।

15. ‘বেষ্ট মিনিষ্টাৰ মডেল’ চৰকাৰৰ জন্মস্থান কোন দেশত?

(ক) ইৰাক।

(খ) চুইজাৰলেণ্ড।

(গ) অষ্ট্রেলিয়া।

(ঘ) ইংলেণ্ড।

উত্তৰঃ (ঘ) ইংলেণ্ডত।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top