Class 9 Elective Geography Additional Chapter 7 কৃষি

Class 9 Elective Geography Additional Chapter 7 কৃষি Extra Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective Geography Additional Chapter 7 কৃষি Notes and select need one.

Class 9 Elective Geography Additional Chapter 7 কৃষি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Geography Additional Chapter 7 কৃষি Solutions for All Subject, You can practice these here.

কৃষি

Chapter – 7

ELECTIVE GEOGRAPHY

ADDITIONAL QUESTION ANSWER

১। পৃথিৱীৰ মানুহৰ এটা অতি পুৰণি আৰু প্ৰধান বৃত্তি কি?

উত্তৰঃ পৃথিৱীৰ মানুহৰ এটা অতি পুৰণি আৰু প্ৰধান বৃত্তি হৈছে কৃষি।

২। উত্তৰ-পূৱ ভাৰতৰ স্থানান্তৰী কৃষি পদ্ধতিৰ নাম কি?

উত্তৰঃ উটে-পূৱ ভাৰতৰ স্থানান্তৰী কৃষি পদ্ধতিৰ নাম হৈছে ঝুম খেতি।

৩। স্থানান্তৰী কৃষি কেইবছৰৰ মূৰে মূৰে কৰা হয়?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ স্থানান্তৰী কৃষি চাৰি বা পাঁচ বছৰৰ মূৰে মূৰে কৰা হয়।

৪। ফিলিপাইনছত স্থানান্তৰী কৃষি স্থানীয় নাম কি?

উত্তৰঃ ফিলিপাইনছত স্থানান্তৰী কৃষি স্থানীয় নাম হৈছে ছেইনজিন।

৫। কৃষিক্ষেত্ৰৰ স্থায়িত্বৰ ভিত্তিত কৃষি কেই প্রকাৰৰ হ’ব পাৰে?

উত্তৰঃ কৃষিক্ষেত্ৰৰ স্থায়িত্বৰ ভিত্তিত কৃষি দুই প্রকাৰৰ হ’ব পাৰে।

৬। কৃষিক্ষেত্ৰৰ স্থায়িত্বৰ ভিত্তিত কৃষি প্রকাৰৰ দুটা কি কি?

উত্তৰঃ কৃষিক্ষেত্ৰৰ স্থায়িত্বৰ ভিত্তিত কৃষি প্রকাৰৰ দুটা হৈছে—

(ক) স্থায়ী কৃষি।

(খ) ঠাই সলনি কৃষি বা ঝুম কৃষি।

৭। কৃষিক্ষেত্ৰৰ আকাৰৰ ভিত্তিত কৃষি কেই প্রকাৰত বিভক্ত কৰিব পাৰি?

উত্তৰঃ কৃষিক্ষেত্ৰৰ আকাৰৰ ভিত্তিত কৃষি দুই প্রকাৰত বিভক্ত কৰিব পাৰি।

৮। আকাৰৰ ভিত্তিত কৃষি প্ৰকাৰ দুটা কি কি?

উত্তৰঃ আকাৰৰ ভিত্তিত কৃষি প্ৰকাৰ দুটা হ’ল—

(ক) বিশাল বা বিস্তৃত কৃষি।

(খ) ক্ষুদ্র বা গহণ কৃষি।

৯। আর্থিক দিশৰ পৰা কৃষি কেই প্ৰকাৰৰ হ’ব পাৰে?

উত্তৰঃ আৰ্থিক দিশৰ পৰা কৃষি দুই প্ৰকাৰৰ হ’ব পাৰে।

১০। আৰ্থিক দিশৰ পৰা কৃষি প্ৰকাৰ দুটা কি কি?

উত্তৰঃ আৰ্থিক দিশৰ পৰা কৃষি প্ৰকাৰ দুটা হৈছে—

(ক) বাণিজ্যিক কৃষি।

(খ) আত্মনিৰ্ভৰশীল কৃষি।

১১। মাটিৰ গুণাগুণ, জলবায়ু আৰু কৃষি পদ্ধতি অনুসৰি কৃষি কেই প্ৰকাৰৰ হ’ব পাৰে?

উত্তৰঃ মাটিৰ গুণাগুণ, জলবায়ু আৰু কৃষি পদ্ধতি অনুসৰি কৃষি দুই প্ৰকাৰৰ হ’ব পাৰে।

১২। মাটিৰ গুণাগুণ, জলবায়ু আৰু কৃষি পদ্ধতি অনুসৰি কৃষি প্ৰকাৰ দুটা কি কি?

উত্তৰঃ মাটিৰ গুণাগুণ, জলবায়ু আৰু কৃষি পদ্ধতি অনুসৰি কৃষি প্ৰকাৰ দুটা হৈছে—

(ক) শুষ্ক কৃষি।

(খ) আর্দ্র কৃষি।

১৩। ক্ৰান্তীয় অঞ্চলৰ বাণিজ্যিক শস্য কি?

উত্তৰঃ ক্ৰান্তীয় অঞ্চলৰ বাণিজ্যিক শস্য হৈছে কুঁহিয়াৰ।

১৪। চেনি শিল্পৰ প্ৰধান কেঁচামাল কি?

উত্তৰঃ চেনি শিল্পৰ প্ৰধান কেঁচামাল হৈছে কুঁহিয়াৰ।

১৫। পৃথিৱীৰ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলবোৰত প্ৰধানকৈ কি খেতি কৰা হয়?

উত্তৰঃ পৃথিৱীৰ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলবোৰত প্ৰধানকৈ কুঁহিয়াৰ খেতি কৰা হয়।

১৬। প্ৰধান পানীয় দ্ৰব্য কি?

উত্তৰঃ চাহ এবিধ প্রধান পানীয় দ্ৰব্য।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top