⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 9 Elective Geography Additional Chapter 6 অৰ্থনৈতিক কাৰ্য আৰু বৃত্তি

Class 9 Elective Geography Additional Chapter 6 অৰ্থনৈতিক কাৰ্য আৰু বৃত্তি Extra Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective Geography Additional Chapter 6 অৰ্থনৈতিক কাৰ্য আৰু বৃত্তি Notes and select need one.

Class 9 Elective Geography Additional Chapter 6 অৰ্থনৈতিক কাৰ্য আৰু বৃত্তি

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Geography Additional Chapter 6 অৰ্থনৈতিক কাৰ্য আৰু বৃত্তি Solutions for All Subject, You can practice these here.

অৰ্থনৈতিক কাৰ্য আৰু বৃত্তি

Chapter – 6

ELECTIVE GEOGRAPHY

ADDITIONAL QUESTION ANSWER

১। বৃত্তি বুলিলে কি বুজা?

উত্তৰঃ মানুহে জীৱিকা উপাৰ্জনৰ বাবে যি কাম কাজ কৰে তাকে বৃত্তি বোলে ।

২। প্রাথমিক বৃত্তিৰ উদাহৰণ কি?

উত্তৰঃ প্রাথমিক বৃত্তিৰ উদাহৰণ হৈছে– কৃষিকাৰ্য, পশুপালন, মৎস্যপালন।

৩। দ্বিতীয়ক বৃত্তিৰ উদাহৰণ দিয়া।

উত্তৰঃ দ্বিতীয়ক বৃত্তিৰ উদাহৰণ হৈছে— শিল্পদ্যোগ, কলকাৰখানা আদিত কৰা কাম।

৪। চতুৰ্থক বৃত্তিৰ উদাহৰণ দিয়া।

উত্তৰঃ চতুৰ্থক বৃত্তিৰ উদাহৰণ হৈছে– বেংক, বাণিজ্য, জীৱনবীমা, প্রশাসন, গৱেষণা আদিত জড়িত।

৫। তৃতীয়ক বৃত্তিৰ উদাহৰণ দিয়া।

উত্তৰঃ তৃতীয়ক বৃত্তিৰ উদাহৰণ হৈছে— স্বাস্থ্য খণ্ড, শিক্ষা, পর্যটন আদিত নিয়োজিত লোক আদি।

৬। দ্বিতীয়ক বৃত্তি কাক বোলে?

উত্তৰঃ শিল্পোৎপাদন প্রক্রিয়াৰ লগত জড়িত আর্থিক কাম কাজকে দ্বিতীয়ক বৃত্তি বোলা হয়।

৭। বৃত্তি কেই প্ৰকাৰৰ?

উত্তৰঃ বৃত্তি চাৰি প্ৰকাৰৰ।

৮। বৃত্তিৰ প্ৰকাৰ কেইটা কি?

উত্তৰঃ বৃত্তিৰ প্ৰকাৰ কেইটা হ’ল—

(ক) প্ৰাথমিক বৃত্তি।

(খ) দ্বিতীয়ক বৃত্তি।

(গ) তৃতীয়ক বৃত্তি।

(ঘ) চতুৰ্থক বৃত্তি।

৯। প্ৰাথমিক বৃত্তি কাক বোলে?

উত্তৰঃ যিবিলাক অৰ্থনৈতিক কাৰ্য্য বা বৃত্তি প্ৰকৃতিৰ পৰা পোনে পোনে সম্পদ আহৰণৰ লগত জড়িত সেইবোৰকে প্ৰাথমিক বৃত্তি বোলে।

১০। চাউল কি?

উত্তৰঃ চাউল এবিধ শিল্পীৰ দ্বাৰা উৎপাদিত দ্ৰব্য।

১১। ধান কি?

উত্তৰঃ ধান এবিধ কৃষিজাত দ্ৰব্য।

১২। পৃথিৱীৰ সকলো ঠাইৰে প্ৰাকৃতিক পৰিৱেশ একে হয়নে?

উত্তৰঃ পৃথিৱীৰ সকলো ঠাইৰে প্ৰাকৃতিক পৰিৱেশ একে নহয়।

১৩। কৃষি, মাছ ধৰা আৰু ব্যৱসায়-বাণিজ্যৰ বাবে কোনটো অঞ্চল বিশেষ উপযোগী?

উত্তৰঃ কৃষি, মাছ ধৰা আৰু ব্যৱসায়-বাণিজ্যৰ বাবে উপকূল অঞ্চল বিশেষ উপযোগী।

১৪। কোনটো অঞ্চল গছ-গছনি, ফল-মূল উৎপাদন আৰু জুমখেতিৰ দৰে আদিম কৃষিকাৰ্য্যৰ বাবে উপযোগী?

উত্তৰঃ পাৰ্বত্য অঞ্চল গছ-গছনি, ফল-মূল উৎপাদন আৰু জুমখেতিৰ দৰে আদিম কৃষিকাৰ্য্যৰ বাবে উপযোগী।

১৫। কোনে অসমলৈ আহি ৰাজ্যখনত চাহ শিল্প, খনিজ তেল আৰু কয়লাভিত্তিক উদ্যোগৰ প্ৰৱৰ্তন কৰে?

উত্তৰঃ ইংৰাজসকল অসমলৈ আহি ৰাজ্যখনত চাহ শিল্প, খনিজ তেল আৰু কয়লাভিত্তিক উদ্যোগৰ প্ৰৱৰ্তন কৰে।

১৬। খোৱাৰ উপযোগী কৰিবলৈ ধানৰ পৰা কি উলিয়াব লাগে?

উত্তৰঃ খোৱাৰ উপযোগী কৰিবলৈ ধানৰ পৰা চাউল উলিয়াব লাগে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top