Class 9 Elective Geography Additional Chapter 2 মানৱ ভূগোল: পৃথিৱীৰ মানুহ

Class 9 Elective Geography Additional Chapter 2 মানৱ ভূগোল: পৃথিৱীৰ মানুহ Extra Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective Geography Additional Chapter 2 মানৱ ভূগোল: পৃথিৱীৰ মানুহ Notes and select need one.

Class 9 Elective Geography Additional Chapter 2 মানৱ ভূগোল: পৃথিৱীৰ মানুহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Geography Additional Chapter 2 মানৱ ভূগোল: পৃথিৱীৰ মানুহ Solutions for All Subject, You can practice these here.

মানৱ ভূগোল: পৃথিৱীৰ মানুহ

Chapter – 2

ELECTIVE GEOGRAPHY

ADDITIONAL QUESTION ANSWER

১। পৃথিৱীত বাস কৰা প্ৰতিজন মানুহেই শাৰীৰিকভাৱে দেখাত একে হয়নে?

উত্তৰঃ পৃথিৱীত বাস কৰা প্ৰতিজন মানুহেই শাৰীৰিকভাৱে দেখাত একে নহয়।

২। পৃথিৱীৰ মানুহক প্ৰধানকৈ কেইটা মানৱ জাতিত বিভক্ত কৰা হৈছে?

উত্তৰঃ পৃথিৱীৰ মানুহক প্ৰধানকৈ তিনিটা মানৱ জাতিত বিভক্ত কৰা হৈছে।

৩। পৃথিৱীৰ মানুহক মানৱ জাতিত বিভক্ত কৰা তিনিটা জাতি  কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ পৃথিৱীৰ মানুহক মানৱ জাতিত বিভক্ত কৰা তিনিটা জাতি হ’ল—

(ক) ককেছীয়।

(খ) নিগ্ৰ’ইড।

(গ) মঙ্গোলীয়।

৪। সমগ্ৰ বিশ্বৰে প্ৰাচীনতম ধৰ্ম কি?

উত্তৰঃ সমগ্ৰ বিশ্বৰে প্ৰাচীনতম ধৰ্ম হৈছে হিন্দু ধৰ্ম।

৫। একেশ্বৰবাদত বিশ্বাসী ধৰ্ম কি?

উত্তৰঃ একেশ্বৰবাদত বিশ্বাসী ধৰ্ম হৈছে খ্ৰীষ্টান ধৰ্ম।

৬। জনসংখ্যা হিচাপে পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্ম কি?

উত্তৰঃ জনসংখ্যা হিচাপে পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্ম হৈছে খ্ৰীষ্টান ধৰ্ম।

৭। বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান লোক খ্ৰীষ্টান ধৰ্মাৱলম্বী?

উত্তৰঃ বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় এক-তৃতীয়াংশ লোক খ্ৰীষ্টান ধৰ্মাৱলম্বী।

৮। পৃথিৱীৰ দ্বিতীয় বৃহত্তম ধৰ্ম কি?

উত্তৰঃ পৃথিৱীৰ দ্বিতীয় বৃহত্তম ধৰ্ম হৈছে ইছলাম ধৰ্ম।

৯। বৌদ্ধ ধৰ্মৰ প্ৰধানকৈ কেইটা ভাগ আছে?

উত্তৰঃ বৌদ্ধ ধৰ্মৰ প্ৰধানকৈ দুটা ভাগ আছে।

১০। বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থখন কি?

উত্তৰঃ বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থখন হৈছে ত্ৰিপিটাকা।

১১। ককেছীয় প্ৰজাতিৰ লোকসকলৰ গাৰ ৰং কেনেকুৱা?

উত্তৰঃ ককেছীয় প্ৰজাতিৰ লোকসকলৰ গাৰ ৰং সাধাৰণতে শ্বেতবৰ্ণ।

১২। নিগ্ৰ’ইড প্ৰজাতিক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ নিগ্ৰ’ইড প্ৰজাতিক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে।

১৩। নিগ্ৰ’ইড প্ৰজাতিৰ ভাগ দুটা কি?

উত্তৰঃ নিগ্ৰ’ইড প্ৰজাতিৰ ভাগ দুটা হৈছে আফ্ৰিকাৰ নিগ্ৰ’ইড আৰু ওচেনিয়া নিগ্ৰ’ইড।

১৪। বৌদ্ধ ধৰ্মৰ ভাগ দুটা কি কি?

উত্তৰঃ বৌদ্ধ ধৰ্মৰ ভাগ দুটা হৈছে হিনায়ন আৰু মহায়ন।

১৫। নিগ্ৰ’ইড প্ৰজাতিৰ লোকসকল প্ৰধানকৈ কোনটো মহাদেশৰ অধিবাসী?

উত্তৰঃ নিগ্ৰ’ইড প্ৰজাতিৰ লোকসকল প্ৰধানকৈ আফ্ৰিকা মহাদেশৰ অধিবাসী।

১৬। আফ্ৰিকাৰ নিগ্ৰ’ইডসকলক কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ আফ্ৰিকাৰ নিগ্ৰ’ইডসকলক আঠোটা ভাগত ভাগ কৰা হৈছে।

১৭। মানৱ গোষ্ঠীৰ বৈজ্ঞানিক কোন?

উত্তৰঃ মানৱ গোষ্ঠীৰ বৈজ্ঞানিক হৈছে হ’ম চেপিয়েন্স।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top