Class 9 Elective Geography Additional Chapter 1 প্ৰাকৃতিক ভূগোল: বতৰ আৰু জলবায়ু

resppost2025

Class 9 Elective Geography Additional Chapter 1 প্ৰাকৃতিক ভূগোল: বতৰ আৰু জলবায়ু Extra Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective Geography Additional Chapter 1 প্ৰাকৃতিক ভূগোল: বতৰ আৰু জলবায়ু Notes and select need one.

Class 9 Elective Geography Additional Chapter 1 প্ৰাকৃতিক ভূগোল: বতৰ আৰু জলবায়ু

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Geography Additional Chapter 1 প্ৰাকৃতিক ভূগোল: বতৰ আৰু জলবায়ু Solutions for All Subject, You can practice these here.

প্ৰাকৃতিক ভূগোল: বতৰ আৰু জলবায়ু

Chapter – 1

ELECTIVE GEOGRAPHY

ADDITIONAL QUESTION ANSWER

১। বায়ুমণ্ডল কাক বোলে?

resppost2025

উত্তৰঃ পৃথিৱীৰ পৃষ্ঠৰপৰা ওপৰলৈ প্ৰসাৰিত হৈ পৃথিৱীৰ চাৰিওফালে বায়ুৰ যি গেছীয় আৱৰণ আছে তাকে বায়ুমণ্ডল বোলে।

২। বায়ুমণ্ডলক প্ৰধানকৈ কেইটা স্তৰত ভাগ কৰিব পাৰি?

উত্তৰঃ বায়ুমণ্ডলক প্ৰধানকৈ চাৰিটা স্তৰত ভাগ কৰিব পাৰি।

sqare

৩। বায়ুমণ্ডলৰ চাৰিটা স্তৰৰ নাম কি?

উত্তৰঃ বায়ুমণ্ডলৰ চাৰিটা স্তৰৰ নাম হ’ল—

(ক) ট্ৰপ’স্ফিয়েৰ।

(খ) ষ্ট্ৰেট’স্ফিয়েৰ।

sqare

(গ) মেছ’স্ফিয়েৰ।

(ঘ) থাৰ্মোস্ফিয়েৰ।

৪। বায়ুমণ্ডলৰ পৰিৱৰ্তিত অৱস্থাৰ অন্যতম প্ৰধান কাৰণ কি?

sidebar2026

উত্তৰঃ বায়ুমণ্ডলৰ পৰিৱৰ্তিত অৱস্থাৰ অন্যতম প্ৰধান কাৰণ হৈছে সূৰ্যৰ তাপ।

৫। বতৰ আৰু জলবায়ুৰ প্ৰধান উপাদানবোৰ কি?

2026

উত্তৰঃ বতৰ আৰু জলবায়ুৰ প্ৰধান উপাদানবোৰ হৈছে— উত্তাপ, চাপ, আর্দ্রতা, বতাহ আৰু অধঃক্ষেপ।

৬। বায়ুৰ আর্দ্রতা কেই প্ৰকাৰে প্ৰকাশ কৰা হয়?

উত্তৰঃ বায়ুৰ আর্দ্রতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয়।

৭। বায়ুৰ আর্দ্রতা প্ৰকাৰ দুটা কি কি?

উত্তৰঃ বায়ুৰ আর্দ্রতা প্ৰকাৰ দুটা হ’ল—

sidebar2026

(ক) চৰম আর্দ্রতা।

(খ) আপেক্ষিক আর্দ্রতা।

৮। বতৰ আৰু জলবায়ুৰ প্ৰধান উপাদানবোৰ কি কি?

উত্তৰঃ বতৰ আৰু জলবায়ুৰ প্ৰধান উপাদানবোৰ হৈছে— উত্তাপ, চাপ, আর্দ্রতা, বতাহ আৰু অধঃক্ষেপ।

৯। বায়ু কি?

উত্তৰঃ বায়ু এবিধ গেছীয় পদাৰ্থ।

১০। বায়ুমণ্ডলৰ চাপ মানে কি?

উত্তৰঃ বায়ুমণ্ডলৰ চাপ মানে হৈছে প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বল।

১১। চৰম আর্দ্রতা কাক বোলে?

উত্তৰঃ কোনো নিৰ্দিষ্ট আয়তনৰ বায়ুত থকা জলীয়বাষ্পৰ প্ৰকৃত পৰিমাণকে চৰম আর্দ্রতা বোলে।

১২। আপেক্ষিক আর্দ্রতা কি?

উত্তৰঃ আপেক্ষিক আর্দ্রতা হৈছে এক অনুপাত যাক শতকাৰ হিচাপত প্ৰকাশ কৰা হয়।

১৩। বতাহক কেইটা ভাগত ভগাব পাৰি?

উত্তৰঃ বতাহক চাৰিটা ভাগত ভগাব পাৰি।

১৪। বতাহক ভাগসমূহ কি কি?

2026

উত্তৰঃ বতাহক ভাগসমূহ হ’ল—

(ক) নিয়ত বতাহ।

(খ) সাময়িক বতাহ।

(গ) অনিয়মিত বতাহ।

(ঘ) স্থানীয় বতাহ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top