🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 8 Social Science MCQ Chapter 12 নব্য ধৰ্মীয় ভাবধাৰাৰ উত্থান

Class 8 Social Science MCQ Chapter 12 নব্য ধৰ্মীয় ভাবধাৰাৰ উত্থান Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Chapter 12 নব্য ধৰ্মীয় ভাবধাৰাৰ উত্থান Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.

Class 8 Social Science MCQ Chapter 12 নব্য ধৰ্মীয় ভাবধাৰাৰ উত্থান

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.

নব্য ধৰ্মীয় ভাবধাৰাৰ উত্থান

Chapter – 12

PART – II: HISTORY

MCQ

১। খ্ৰীষ্টীয় কিমান শতিকাৰ পৰা দাক্ষিণাত্যৰ তামিল ৰাজ্যত আলভাৰ আৰু নায়নাৰ সম্প্ৰসাৰণ সামাজিক জাগৰণ আনিবলৈ প্ৰয়াস কৰিছিল?

(ক) প্ৰথম।

(খ) সপ্তম।

(গ) দ্বিতীয়।

(ঘ) নৱম।

উত্তৰঃ (খ) সপ্তম।

২। দাক্ষিণাত্যৰ ভক্তি আন্দোলনৰ ধাৰা খ্ৰীষ্টীয় কিমান শতিকালৈ বৰ্তি আছিল?

(ক) এঘাৰ।

(খ) সপ্তম।

(গ) বাৰ।

(ঘ) চৈধ্য।

উত্তৰঃ (ক) এঘাৰ।

৩। খ্ৰীষ্টীয় কিমান শতিকাৰপৰা ভাৰতত ইছলাম ধৰ্মাৱলম্বী তুৰ্কী- আফগানসকলৰ আর্ৱিভাৱ ঘটিছিল?

(ক) সপ্তম।

(খ) নৱম।

(গ) প্ৰথম।

(ঘ) তৃতীয়।

উত্তৰঃ (খ) নৱম।

৪। আলভাৰসকলৰ গীত-মাত, মৌখিক সাহিত্যৰ কীর্তিৰাজি পৰৱৰ্তী কালত সংকলিত ৰূপত প্ৰকাশ পায় আলভাৰ সকলৰ এই সংকলিত সাহিত্য সম্ভাৰক কি বুলি কোৱা হয়?

(ক) দিব্য প্ৰৱন্ধম।

(খ) নব্য-ভক্তিবাদ।

(গ) দোহা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) দিব্য প্ৰৱন্ধম।

৫। খ্ৰীষ্টীয় তেৰ শতিকাৰপৰা ষোল্ল শতিকাৰ ভিতৰত বহুকেইজন দাৰ্শনিক, সমাজ সংস্কাৰকৰ নেতৃত্বত ভাৰতৰ বিভিন্ন প্ৰান্তত ভক্তি আন্দোলনে পুনৰাই গা কৰি উঠে এই সময়ছোৱাত পুনৰ প্ৰাণ পাই উঠা ভক্তি আন্দোলনক কি বুলি কোৱা হয়?

(ক) দোহা।

(খ) দিব্য প্ৰৱন্ধম।

(গ) নব্য-ভক্তিবাদ।

(ঘ) শক্তি।

উত্তৰঃ (গ) নব্য-ভক্তিবাদ।

৬। উত্তৰ-পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰত জ্ঞানেশ্বৰ বা জ্ঞানদেৱৰ নেতৃত্বত কিমান খ্ৰীষ্টীয় শতিকাত ভক্তি আন্দোলনৰ ধাৰা গঢ় লৈ উঠিছিল?

(ক) ১৯ শতিকাত।

(খ) ১৩ শতিকাত।

(গ) ১৬ শতিকাত।

(ঘ) ১২ শতিকাত।

উত্তৰঃ (খ) ১৩ শতিকাত।

৭। উত্তৰ ভাৰতৰ নব্য-ভক্তিবাদৰ’ গুৰিয়াল কোন আছিল?

(ক) ৰামকৃষ্ণ।

(খ) স্বামী বিবেকানন্দ।

(গ) ৰামানন্দ।

(ঘ) গুৰু নানক।

উত্তৰঃ (গ) ৰামানন্দ।

৮। ৰামানন্দয় কোনটো ভাষাত কবিতা ৰচনা কৰিছিল?

(ক) অসমীয়া।

(খ) ইংৰাজী।

(গ) হিন্দী।

(ঘ) সংস্কৃত।

উত্তৰঃ (গ) হিন্দী।

৯। ৰামানন্দৰ প্রিয় শিষ্য কবীৰ কিমান শতিকাৰ নব্য-ভক্তি আন্দোলনৰ গুৰি ধৰোতা আছিল?

(ক) দশম শতিকাৰ।

(খ) ষোল্ল শতিকাৰ।

(গ) সপ্তম শতিকাৰ।

(ঘ) পোন্ধৰ শতিকাৰ।

উত্তৰঃ (ঘ) পোন্ধৰ শতিকাৰ।

১০। ইছলাম ধৰ্মাৱলম্বী তাঁতী পৰিয়াল এটাত ডাঙৰ দীঘল হৈছিল যদিও গুৰু ৰামানন্দৰ প্ৰভাৱত হিন্দু আৰু ইছলাম দুয়োটা ধৰ্মৰ প্ৰভাৱৰপৰা মুক্ত হৈ নিৰপেক্ষভাৱে ভক্তিবাদৰ প্ৰচাৰ কৰিছিল তেওঁ ৰচনা কৰা ভক্তিমাৰ্গৰ কবিতাসমূহক কি বুলি কোৱা হয়?

(ক) নব্য-ভক্তিবাদ।

(খ) দোহা।

(গ) শক্তি।

(ঘ) দিব্য প্ৰৱন্ধম।

উত্তৰঃ (খ) দোহা।

১১। খ্ৰীষ্টীয় কিমান শতিকাৰ নব্য ভক্তিবাদৰ আন দুজন উল্লেখযোগ্য প্ৰচাৰক আছিল?

(ক) সোতৰ শতিকাৰ।

(খ) সপ্তম শতিকাৰ।

(গ) ষোল্ল শতিকাৰ।

(ঘ) ওঠৰ শতিকাৰ।

উত্তৰঃ (গ) ষোল্ল শতিকাৰ।

১২। তুলসীদাসে সেই সময়ৰ উত্তৰ ভাৰতীয় কথিত ভাষাত কি ৰচনা কৰি ৰামৰ মহিমা প্ৰচাৰ কৰিছিল?

(ক) গুৰুগ্ৰন্থচাহিবত।

(খ) গুৰুচৰিত।

(গ) ৰাম চৰিতমানস।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) ৰাম চৰিতমানস।

১৩। কবীৰৰ দোহাসমূহ কি সাহিত্যৰ অমূল্য সম্পদ?

(ক) অসমীয়া।

(খ) হিন্দী।

(গ) সংস্কৃত।

(ঘ) আৰৱী।

উত্তৰঃ (খ) হিন্দী।

১৪। কবীৰ পৰম বৈষ্ণৱ বুলি শংকৰদেৱে মাধৱদেৱক কোৱা কথা কোনটো পুথিত উল্লেখ আছে?

(ক) গুৰুগ্ৰন্থচাহিবত।

(খ) গুৰুচৰিত।

(গ) ৰাম চৰিতমানস।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) গুৰুচৰিত।

১৫। কিমান শতিকাৰ শেষাৰ্ধত জয়দেৱৰ গীত-গোবিন্দৰ মাধ্যমত উত্তৰ-পূব ভাৰতৰ বংগ দেশত ভাগৱত কেন্দ্ৰিক নব্য-ভক্তি আন্দোলনে প্ৰসাৰতা লাভ কৰিছিল?

(ক) ত্ৰয়োদশ শতিকাৰ।

(খ) সপ্তম শতিকাৰ।

(গ) দ্বাদশ শতিকাৰ।

(ঘ) পঞ্চম শতিকাৰ।

উত্তৰঃ (গ) দ্বাদশ শতিকাৰ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top