SEBA Class 8 Mathematics Solutions – 2023 | অষ্টম শ্ৰেণীৰ গণিত সমাধান

SEBA Class 8 Mathematics Solutions | অষ্টম শ্ৰেণীৰ গণিত সমাধান, Assam Board Class 8 Maths Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter SEBA Class 8 Mathematics Solutions in Assamese Medium Pdf and select needs one.

Join Telegram channel

SEBA Class 8 Mathematics Notes to each chapter are provided in the list of SEBA গণিত Class 8 Solutions so that you can easily browse through different chapters and select needs one. SEBA Class 10 Mathematics Question Answer can be of great value to excel in the examination.

Class 8 Mathematics Question Answer

Also, you can read the SEBA Class 8 Maths online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SEBA All Subject Solutions. Here we have given Class 8 Mathematics Textbook Question Answer for All Subjects, You can practice these here.

SEBA Class 8 Mathematics Solutions

S.L. No.Contents
Chapter 1:পৰিমেয় সংখ্যা
Chapter 2:এটা চলকৰ ৰৈখিক সমীকৰণ
Chapter 3:চতুৰ্ভুজ বুজি লোৱা
Chapter 4:ব্যৱহাৰিক জ্যামিতি
Chapter 5:তথ্যৰ ব্যৱহাৰ
Chapter 6:বৰ্গ আৰু বৰ্গমূল
Chapter 7:ঘন আৰু ঘনমূল
Chapter 8:পৰিমাণৰ তুলনা
Chapter 9:বিজগণিতীক ৰাশি আৰু অভেদ সমূহ
Chapter 10:গোটা আকৃতিত দৃশ্যমান কৰা
Chapter 11:পৰিমিতি
Chapter 12:সূচক আৰু ঘাত
Chapter 13:প্ৰত্যক্ষ আৰু ব্যস্ত সমানুপাত
Chapter 14:উৎপাদক বিশ্লেষণ
Chapter 15:লেখৰ সৈতে পৰিচয়
Chapter 16:সংখ্যাৰ সৈতে খেল

Class 8 Maths Solutions PDF

S.L. No.ContentsAssamese
Chapter 1:পৰিমেয় সংখ্যাRead Now
Chapter 2:এটা চলকৰ ৰৈখিক সমীকৰণRead Now
Chapter 3:চতুৰ্ভুজ বুজি লোৱাRead Now
Chapter 4:ব্যৱহাৰিক জ্যামিতিRead Now
Chapter 5:তথ্যৰ ব্যৱহাৰRead Now
Chapter 6:বৰ্গ আৰু বৰ্গমূলRead Now
Chapter 7:ঘন আৰু ঘনমূলRead Now
Chapter 8:পৰিমাণৰ তুলনাRead Now
Chapter 9:বিজগণিতীক ৰাশি আৰু অভেদ সমূহRead Now
Chapter 10:গোটা আকৃতিত দৃশ্যমান কৰাRead Now
Chapter 11:পৰিমিতিRead Now
Chapter 12:সূচক আৰু ঘাতRead Now
Chapter 13:প্ৰত্যক্ষ আৰু ব্যস্ত সমানুপাতRead Now
Chapter 14:উৎপাদক বিশ্লেষণRead Now
Chapter 15:লেখৰ সৈতে পৰিচয়Read Now
Chapter 16:সংখ্যাৰ সৈতে খেলRead Now

SEBA Class 8 Question Answer

1. Class 8 Assamese Solutions – অসমীয়া সমাধান

2. Class 8 English Solution – ইংৰাজী

3. Class 8 Sanskrit – Ruchira

4. Class 8 Maths Solutions in Assamese – গণিত সহায়িকা

5. Class 8 Science Solutions – সাধাৰণ বিজ্ঞান সমাধান

6. Class 8 Social Science Solutions – সমাজ বিজ্ঞান সমাধান

7. Class 8 Hindi Solutions

অষ্টম শ্ৰেণী শিক্ষাৰ প্ৰয়ােজনীয়তা 

“সকলােৰে বাবে শিক্ষা”— এই আপ্তবাক্যশাৰীয়ে যােৱা তিনিটা দশক ধৰি গুণগত শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দি আহিছে। এই শিক্ষা ব্যৱস্থাই ল’ৰা-ছােৱালীৰ নামভৰ্তিকৰণ, শ্ৰেণীত সংৰক্ষণ আৰু শৈক্ষিক সফলতা আদি দিশ বিবেচনা কৰি আহিছে।

 শিক্ষাৰ গুণগতমান উন্নয়নে সর্বশিক্ষা অভিযান আৰু শিক্ষাৰ অধিকাৰ আইনৰ অধীনত অধিক প্ৰসাৰতা লাভ কৰিছে। ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত কৰা সকলাে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম আৰু আন আন গুৰুত্বপূর্ণ চৰকাৰী 

পৰিকল্পনাসমূহেও শিক্ষাৰ গুণগত উন্নয়নক প্রাথমিক লক্ষ্য হিচাপে অন্তর্ভুক্ত কৰিছে। এইদৰে এই শিক্ষা ব্যৱস্থাৰ ভিতৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক শৈক্ষিক অনুষ্ঠানসমূহক এই বিষয়ে অৱগত কৰাৰ প্রয়ােজন এই কাৰণেই যে এই ব্যৱস্থাই প্রশাসক, পৰিকল্পনা তথা আঁচনি প্রস্তুত কৰোতাসকলৰ দ্বাৰা যুক্তিসংগত সিদ্ধান্ত গ্রহণৰ বাবে কাম কৰি আছে। 

ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পর্যায়ত হােৱা বিভিন্ন শৈক্ষিক সাফল্যৰ মূল্যায়নৰ জৰীপ (As sessment Survey) হৈছে এই দিশত লােৱা কিছুমান প্ৰাৰম্ভিক প্রচেষ্টা। ইয়াৰােপৰি বিদ্যালয় আৰু সমাজৰ লগত জড়িত বিভিন্ন ব্যক্তিসকলেও শিক্ষাৰ গুণগত মান উন্নয়নত এক বিশেষ ভূমিকা পালন কৰি আহিছে। 

গােলকীয় পর্যৱেক্ষণ প্রতিবেদন, ২০১৫ (Global Monitoring Report, GMR-2015) অনুসৰি ভাৰতকে ধৰি আন আন উন্নয়নশীল দেশত শিক্ষাৰ বিশেষভাৱে প্ৰসাৰ ঘটিছে, কিন্তু গুণগত মান উন্নয়নৰ ক্ষেত্ৰত ই এতিয়াও এক চিন্তনীয় বিষয় হৈ ৰৈছে।

ভাৰতত বিভিন্ন শৈক্ষিক সাফল্যৰ জৰীপ (achievement survey) co- Annual Status of Education report (ASER) এ সমগ্র দেশজুৰি ছাত্ৰ-ছাত্ৰীৰ কৃতিত্ব প্রদর্শনত প্রতিফলিত হােৱা ব্যাপক বৈসাদৃশ্য সম্পর্কে খতিয়ান দাঙি ধৰিছে, যিটো ৰাষ্ট্ৰীয় মানৱ সম্পদ মন্ত্রণালয়, ২০১৪ ৰ অধীনত National Achievement Survey (NAS-ত তৃতীয় শ্রেণীৰ বাবে কৰা জৰীপত ইতিমধ্যে প্রতিফলিত হৈছে।

যােৱা কিছু বছৰত সৰ্বশিক্ষা অভিযানৰ সম্পৰ্কত যুগুতােৱা যুটীয়া পর্যৱেক্ষণ অভিযানৰ প্রতিবেদন (Reports of joint Review Mission)-ত উল্লেখ কৰা হৈছে যে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলে সময়মতে শিক্ষণ-শিকন ব্যৱস্থা আৰু শিকন সামগ্ৰীৰ যােগান, অধিক শিক্ষক নিয়ােগকৰণ আৰু নিয়মিত পর্যৱেক্ষণ কৰা স্বত্ত্বেও লৰা-ছােৱালীৰ বর্তমান শিকন পর্যায়টো আকাংক্ষিত পর্যায়লৈ আগবঢ়া নাই।

 এই প্রতিবেদন অনুসৰি লৰা-ছােৱালীৰ পঠন আৰু সাংখ্যিক তথা গাণিতিক সাম দিশত ই এক বিফলতা, যিটো বর্তমান প্রেক্ষাপটত এক গুৰুত্বপূর্ণ তথা চিন্তনীয় বিষয়।

এই দৃষ্টিভংগীৰে চালে দেখা যায় যে বিশেষকৈ সাক্ষৰতা, গণনা আৰু প্ৰয়ােজনীয় জীৱনশৈলীৰ বাবে নির্ধাৰিত শিকনৰ ফলাফল/শিকন লক্ষ্যৰ জৰিয়তে নিৰূপণ কৰা গুণাগুণসমূহ সকলােৱে আহৰণ কৰাটো অতি গুৰুত্বপূর্ণ। 

প্রাথমিক শিক্ষাৰ বিশেষ উদ্দেশ্য হিচাপে ন্যূনতম শিকন আৰু গুণগত লক্ষ্যত উপনীত হােৱাটো নিশ্চিত কৰাৰ বাবে নিয়মীয়া শিকন নিৰূপণৰ আৱশ্যকতাই হৈছে দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ মূল বিষয়বস্তু। Global Monitoring Report, 2015 (GMR) আৰু বহনক্ষম উন্নয়ন লক্ষ্যৰ (SDG) পৰামৰ্শাৱলীৰ সৈতেও এই বিষয়ৰ সামঞ্জস্য আছে। 

একে সময়তে শৈক্ষিক ব্যৱস্থাপনাৰ লগত জড়িত বিভিন্ন ব্যক্তি, যেনে—অভিভাৱক আৰু স্থানীয় লােকৰ দ্বাৰা সমাজৰ নিম্ন পর্যায়ত (Ground level) এক জাগৰণ সৃষ্টি হ’বলৈ ধৰিছে, য’ত তেওঁলােকৰ অৱদান তথা সহযােগিতাৰ বাবে উপযুক্ত পর্যায়ত যথােপযুক্ত ব্যৱস্থাৱলী গ্ৰহণ কৰিবলৈ শিক্ষা ব্যৱস্থাক সজাগ আৰু দায়বদ্ধ কৰা হৈছে।

প্ৰায়েই দেখা যায় যে কি ধৰণৰ শিকন ব্যৱস্থা আৰু তাৰ মূল্যায়নৰ নীতি কেনে ধৰণৰ, সেই সম্পর্কে শিক্ষকসকল স্পষ্ট নহয়। কিয়নাে সেইবােৰ মূল্যায়ন কৰাৰ নির্দিষ্ট কোনাে নীতি নাই। 

প্ৰতিটো শ্ৰেণীৰ শিকনৰ ফলাফলসমূহে শিক্ষণ-শিকন প্রক্রিয়াক বিচৰা ধৰণে আগবঢ়াই নিয়াত কেৱল শিক্ষকসকলকে সহায় নকৰে; বৰং বিদ্যালয়ৰ শিক্ষাৰ লগত জড়িত অন্যান্য ব্যক্তি বিশেষকৈ অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য (SMC), স্থানীয় 

ব্যক্তি আৰুৰাজ্যিক বিষয়া,কর্মচাৰীসকলােকে গুণগত শিক্ষা নিশ্চিতকৰণত সজাগ আৰু দায়বদ্ধ কৰে। বিভিন্ন পাঠ্যক্ৰমৰ অন্তৰ্গত বিষয়ৰ শিকনৰ উদ্দেশ্য সফলতাৰে সম্পাদন কৰাৰ ক্ষেত্ৰত বিশদভাৱে ব্যাখ্যা কৰা শিকনৰ ফলাফলে বিদ্যালয় শিক্ষাৰ আওতাৰ ভিতৰত থকা বিভিন্ন ব্যক্তিক সঠিক পথ নির্দেশ কৰাৰ লগতে তেওঁলােকৰ দায়িত্ব আৰু দায়বদ্ধতাও নিশ্চিত কৰিব। 

Also, you can read NCERT book online in these sections Solutions by Expert Teachers as per NCERT (CBSE) Book guidelines. These solutions are part of NCERT All Subject Solutions. Here we have given Class 8 NCERT Textbook Solutions for All Subject, You can practice these here…

Students Practice These NCERT Solutions

The concepts covered in the syllabus of Class 8 Maths Solutions in Assamese Medium and prepare a proper preparation strategy. It’s merely impossible to score well in All Subject by simply reading and memorizing the concepts.

You can find yourself a bit lost with all the material being thrown at you on a subject that you are still getting acquainted with. The four branches within this subject are quite a handful, so Dev Library has some great resources that can help you sail your way through 8th All Subject.

Answering All Subject questions is a challenge and it can be hard to come up with the perfect answer. One needs to know how to frame an answer that is to the point and accurate.

Benefits of Students Practice This solution

Students having trouble in solving tough Social All Subject problems can refer the Class 8th ncert All Subject solutions for better guidance and quick doubt clearance. Our experts have provided Class 8th  solutions for in a well-structured format.

The students are advised to analyze all the concepts covered in the syllabus of Class 8 Maths Solutions in Assamese Medium and prepare a proper preparation strategy. It’s merely impossible to score well in All Subject by simply reading and memorizing the concepts.

The students are suggested to practice these NCERT Class 8 Maths Solutions in Assamese Medium Pdf Download NCERT Class 8 Maths Solutions in Assamese Medium on a regular basis to develop a strong understanding of basic concepts. The importance of All Subject solutions class 8 is that it provides the students with an advantage over the others as most of the questions in CBSE exams are taken directly from these textbooks.

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising