SEBA Class 8 Mathematics Chapter 1 পৰিমেয় সংখ্যা Question Answer, SEBA Class 8 Maths Notes in Assamese Medium, SEBA Class 8 Maths Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 8 Mathematics Chapter 1 পৰিমেয় সংখ্যা Notes and select needs one.
SEBA Class 8 Mathematics Chapter 1 পৰিমেয় সংখ্যা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA SEBA Class 8 Mathematics Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 8 Mathematics Solutions for All Subject, You can practice these here.
পৰিমেয় সংখ্যা
Chapter – 1
অনুশীলনী – 1.1 |
1. তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা।
(i) পৰিমেয় সংখ্যাই যোগ আৰু পুৰণৰ বিনিময় বিধি মানি চলে।
উত্তৰঃ সত্য।
(ⅱ) পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে।
উত্তৰঃ অসত্য।
(iii) পৰিমেয় সংখ্যা বিয়োগত আৱদ্ধ নহয়।
উত্তৰঃ সত্য।
(iv) শূন্যৰ প্ৰতিক্রম নাই।
উত্তৰঃ সত্য।
(v) 0 টো পৰিমেয় সংখ্যা।
উত্তৰঃ সত্য।
(vi) 3/2 × 5/6 × 4/7 = 4/7 × 5/6 × 3/2
উত্তৰঃ সত্য। (পূৰণৰ বিনিময় বিধি)
(vii) 5/9 × (1/3 + 7/3) = 5/9 × 1/3 + 7/3
উত্তৰঃ অসত্য।
(viii) 7/12 – 3/7 + 11/12 = 7/12 (3/7 + 11/12)
উত্তৰঃ অসত্য।
(ix) -3/11 × 2/9 = -3/11
উত্তৰঃ অসত্য।
(x) 4/9 × (11/12 + -5/6) = 4/9 × 11/12 + 4/9 × (-5/6)
উত্তৰঃ সত্য। (বিতৰণ বিধি)
2. যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা।
(i) -7/9
উত্তৰঃ -7/9 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ’ল 7/9
(ii) 3
উত্তৰঃ 3 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ’ল -3
(iii) -2/8
উত্তৰঃ -2/8 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ’ল 2/8
(iv) 19/-7
উত্তৰঃ 19/-7 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ’ল 19/7
(v) -a/c
উত্তৰঃ -a/c ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ’ল a/c
3. -20/11 আৰু 5/6 ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা।
উত্তৰঃ -20/11 ৰ যোগাত্মক বিপৰীত সংখ্যাটো 20/11 আৰু 5/6 ৰ যোগাত্মক বিপৰীত সংখ্যাটো -5/6
4. গুণাত্মক বিপৰীত সংখ্যাবোৰ লিখা।
(i) -13
উত্তৰঃ -13 ৰ গুণাত্মক বিপৰীত সংখ্যা – 1/13
(ii) -4/9 × -2/7
উত্তৰঃ -4/9 × -2/7
-4/9 × -2/7 = (-4) × (-2)/9×7 = 8/63
এতিয়া, 8/63 ৰ গুণাত্মক বিপৰীত সংখ্যা 63/8
(iii) -2 × 2/5
উত্তৰঃ -2 × 2/5 = (-2) × 2/5 = 4/5
∴ -4/5 ৰ গুণাত্মক বিপৰীত সংখ্যা -5/4
(iv) -1
উত্তৰঃ -1 ৰ গুণাত্মক বিপৰীত সংখ্যা – 1
(v) 2n/5
উত্তৰঃ 2n/5 ৰ গুণাত্মক বিপৰীত সংখ্যা 5/2n
5. -1 2/3 ৰ গুণাত্মক বিপৰীত 5/3 হয়নে? যুক্তি দিয়া।
উত্তৰঃ -1 2/3 = -5/3
-5/3 ৰ গুণাত্মক বিপৰীত – 3/5
গতিকে, -1 2/3 ৰ গুণাত্মক বিপৰীত 5/3 নহয়।
কাৰণ -1 2/3 × -5/3 ≠ 1
6. 1 ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি কি?
উত্তৰঃ 1 ৰ যোগাত্মক বিপৰীত -1 আৰু
1 ৰ যোগাত্মক বিপৰীত 1
7. -4/9 আৰু 11/16 ৰ গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা।
উত্তৰঃ -4/9 ৰ গুণাত্মক বিপৰীত সংখ্যা -9/4
আৰু 11/16 ৰ গুণাত্মক বিপৰীত সংখ্যা = 16/11
8. তলৰ সংখ্যা দুটাৰ প্ৰতিক্রম লিখা।
(i) 2/3
উত্তৰঃ 2/3 ৰ প্ৰতিক্রম 3/2
(ii) -5/12
উত্তৰঃ -5/12 ৰ প্ৰতিক্রম -12/5
(গুণাত্মক বিপৰীত সংহখ্যাই হ’ল প্ৰতিক্রম)
9. প্রতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি?
উত্তৰঃ প্রতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা দুটা হ’ল, 1 আৰু -1
10. – 25/26 ক 5/13 ৰ প্রতিক্ৰমেৰে পূৰণ কৰা।
উত্তৰঃ 5/13 ৰ প্ৰতিক্রম হ’ল 13/5
= -25/26 × 13/5 = -25 × 13/26 × 5 = -5/2
11. কি বিধি প্রয়োগ হৈছে লিখা।
(i) -3/5 × -2/7 = -2/7 × -3/5
উত্তৰঃ ইয়াত পূৰণৰ ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰা হৈছে।
(ii) -4/5 + 0 = -4/5 = 0 + -4/5
উত্তৰঃ ইয়াত যোগাত্মক অভেদ ব্যৱহাৰ হৈছে।
(iii) 2/9 × 1 = 1 × 2/9 = 2/9
উত্তৰঃ ইয়াত গুণাত্মক অভেদ ব্যৱহাৰ হৈছে।
12. সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নির্ণয় কৰা।
(i) 6/7 + 2/5 + 2/7 + 1/5
উত্তৰঃ 6/7 + 2/5 + 2/7 + 1/5
= (6/7 + 2/7) + (2/5 + 1/5)
= 8/7 + 3/5
= 40 + 21/ 35
= 61/35
(ii) 670 × 7/11 + 670 × 1/3
উত্তৰঃ 670 × 7/11 + 670 × 1/3
= 670 × (7/11 + 1/3) [বিতৰণ বিধি]
= 670 × (21 + 11/ 33)
= 670 × 32/33
= 670 × 32/33
= 21440/33
(iii) 7/5 × (-3/8) + 3/4 × 7/5
উত্তৰঃ 7/5 × (-3/8) + 3/4 × 7/5
= 7/5 × [-3/8 + 3/4]
= 7/5 × [-3 + 6/8]
= 7/5 × 3/8
= 7 × 3/5 × 8
= 21/40
(iv) -5/9 (-27/15 + 36/25)
উত্তৰঃ -5/9 (-27/15 + 36/25)
= -5/9 × -27/15 + (-5/9) × 36/25 [বিতৰণ বিধি]
= -3/-3 + 4/-5
= 1 + (-4/5)
= 5 + (-4)/5
= 5-4/5
= 1/5
(v) 2/3 + 3/3 – 1/4 × 2/3 + 2/3 × 1/2
উত্তৰঃ 2/3 + 3/3 – 1/4 × 2/3 + 2/3 × 1/2
= 2/3 [3/3 – 1/4 + 1/2] [বিতৰণ বিধি]
= 2/3 [1 – 1/4 + 1/2]
= 2/3 [4 – 1 + 2/4]
= 2/3 [6 – 1/4]
= 2/3 × 5/4
= 2 × 5/3 × 4
= 5/3 × 2
= 5/6
(vi) 4/7 × (-5/9) + 4/7 × 1/5
উত্তৰঃ 4/7 × (-5/9) + 4/7 × 1/5
= 4/7 [-5/9 + 1/5] [বিতৰণ বিধি]
= 4/7 × [-25 + 9/45]
= 4/7 × -16/45
= 4 × (-16)/7 × 45
= -64/315
(vii) 2/3 × (-5/7) – 1/6 × 3/7 + 1/14 × 3/2
উত্তৰঃ 2/3 × (- 5/7) – 1/6 × 3/7 + 1/14 × 2/3
= 2/3 × (- 5/7) + 1/14 × 2/3 – 1/6 × 2/7
= 2/3 [- 5/7 + 1/14] – 1/6 × 3/7 [বিতৰণ বিধি]
= 2/3 × [-10 + 1/14] – 1/6 × 3/7
= 2/3 × -9/14 – 1/6 × 3/7
= -3/7 – 1/6 × 3/7
= 3/7 × (-1) – 3/7 × 1/6
= 3/7 × [(-1) – 1/6]
= 3/7 [-6 -1/6]
= 3/7 × (-7/6)
= -1/2
13. তলৰ সংখ্যাকেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি চোৱা।
-2/3, 3/8 আৰু 4/5
উত্তৰঃ
14. এটা উদাহৰণর দ্বাৰা দেখুওৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্রত আৱদ্ধ নহয়।
উত্তৰঃ ধৰাহল, পৰিমেয় সংখ্যা দুটা 5 আৰু 0।
এতিয়া, 5/0 অর্থহীন।
গতিকে 5/0 ৰ, মান পৰিমেয় সংখ্যা পোৱা নাযায়।
এই ক্ষেত্ৰত হৰণত আৱদ্ধ নহয়।
সংখ্যা ৰেখাত পৰিমেয় সংখ্যাৰ উপস্থাপনঃ
অখণ্ড সংখ্যা সমূহক যিদৰে সংখ্যা ৰেখাত দেখুৱাব পাৰি সেইদৰে পৰিমেয় সংখ্যাবোৰকো সংখ্যা ৰেখাত দেখুৱাব পাৰি। দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা আছে। এই পৰিমেয় সংখ্যাবোৰ একে হৰবিশিষ্ট কৰি নাইবা গড় বা মধ্যমান নির্ণয় পদ্ধতিৰে নিৰ্ণয় কৰিব পৰা যায়।
যদি a আৰু b দুটা পৰিমেয় সংখ্যা তেন্তে a+b/2 টোও a আৰু b ৰ মাজত থকা এটা পৰিমেয় সংখ্যা হ’ব। যত a < a + b/2 < b.
অনুশীলনী – 1.2 |
1. তলত দিয়া সংখ্যাকেইটা সংখ্যাৰেখাত বহুওৱা।
(i) 9/5
উত্তৰঃ
(ii) -2/13
উত্তৰঃ
(iii) -5/7
উত্তৰঃ
(iv) -1/3
উত্তৰঃ
(v) 3/2
উত্তৰঃ
2. তলত দিয়া সংখ্যাবিলাকৰ মাজৰ যিকোনো 5 টাকৈ পৰিমেয় সংখ্যা লিখা।
(i) -3/5 আৰু 1/3
উত্তৰঃ -3/5 আৰু 1/3 ৰ মাজত 5 টা পৰিমেয় সংখ্যা হ’ল,
-8/15, -7/15, -6/15, -5/15, -4/15
(ii) -2/3 আৰু 5/3
উত্তৰঃ -2/3 আৰু 5/3 ৰ মাজৰ 5 টা পৰিমেয় সংখ্যা হ’ল,
1/2, -7/12, -5/4, -23/12, -31/12
(iii) -5 আৰু -4
উত্তৰঃ -5 আৰু -4 ৰ মাজত 5 টা পৰিমেয় সংখ্যা হ’ল,
-9/2, -19/4, -39/8, -79/16, -159/32
(iv) -2/-3 আৰু 3/7
উত্তৰঃ -2/-3 আৰু 3/7 ৰ মাজত 5 টা পৰিমেয় সংখ্যা হ’ল,
23/42, 47/42, 75/84, 131/168, 243/366
3. -2/5 তকৈ ডাঙৰ আৰু 1/2 তকৈ সৰু যিকোনো 5 টা পৰিমেয় সংখ্যা উলিওৱা।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.