SEBA Class 8 Mathematics Chapter 10 গোটা আকৃতিৰ দৃশ্যায়ন Question Answer, SEBA Class 8 Maths Notes in Assamese Medium, SEBA Class 8 Maths Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 8 Mathematics Chapter 10 গোটা আকৃতিৰ দৃশ্যায়ন Notes and select needs one.
SEBA Class 8 Mathematics Chapter 10 গোটা আকৃতিৰ দৃশ্যায়ন
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Mathematics Chapter 10 গোটা আকৃতিৰ দৃশ্যায়ন Notes. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 8 Mathematics Solutions for All Subject, You can practice these here.
গোটা আকৃতিৰ দৃশ্যায়ন
Chapter – 10
অনুশীলনী – 10.1 |
তলত কিছুমান ত্রিমাত্রিক বস্তু দিয়া হৈছে। বস্তুবোৰৰ সন্মুখৰ ওপৰত আৰু পাৰ্শ্ব দৃশ্যবোৰ দিয়া আছে। প্ৰতিটো বস্তুৰ অনুৰূপ সন্মুখ, ওপৰ আৰু পার্শ্বদৃশ্যবোৰ চিনাক্ত কৰা।
উত্তৰঃ (a) (i) সম্মুখৰ দৃশ্য।
(ii) পার্শ্ব দৃশ্য।
(iii) ওপৰৰ দৃশ্য।
(b) (i) সম্মুখৰ দৃশ্য।
(ii) পার্শ্ব দৃশ্য।
(iii) ওপৰৰ দৃশ্য।
উত্তৰঃ (c) (i) ওপৰৰ দৃশ্য।
(ii) পাৰ্শ্ব দৃশ্য।
(iii) সম্মুখৰ দৃশ্য।
উত্তৰঃ (d) (i) ওপৰৰ দৃশ্য।
(ii) পার্শ্ব দৃশ্য।
(iii) সম্মুখৰ দৃশ্য।
উত্তৰঃ (i) সম্মুখৰ দৃশ্য।
(ii) ওপৰৰ দৃশ্য।
(iii) পার্শ্ব দৃশ্য।
উত্তৰঃ (f) (i) সম্পূর্ণ দগাটোৰ দৃশ্য।
(ii) ওপৰৰ দৃশ্য।
(iii) সম্মুখৰ দৃশ্য।
উত্তৰঃ (g) (i) সম্পূৰ্ণ ঘৰটোৰ দৃশ্য।
(ii) পার্শ্ব দৃশ্য।
(iii) সম্মুখৰ দৃশ্য।
(iv) ওপৰৰ দৃশ্য।
উত্তৰঃ (h) (i) সম্পূর্ণ ডাষ্টবিনৰ দৃশ্য।
(ii) ওপৰৰ দৃশ্য।
অনুশীলনী 10.2 |
1. এটা বহুফলকৰ শীর্ষবিন্দু আৰু তলৰ সংখ্যা ক্ৰমে 12 আৰু 20 হলে কাষৰ সংখ্যা কিমান হ’ব?
উত্তৰঃ [যিকোনো বহুফলকৰ বাবে, F + V – E = 2 য’ত F য়ে তলৰ সংখ্যা, V য়ে শীর্ষ বিন্দুৰ সংখ্যা আৰু E য়ে কাষৰ সংখ্যা বুজাইছে। এই সম্বন্ধটোক অয়লাৰৰ সূত্ৰ বুলি কোৱা হয়।]
দিয়া আছে, শীর্ষবিন্দুৰ সংখ্যা (V) = 12
আৰু তলৰ সংখ্যা = (F) = 20
∴ কাষৰ সংখ্যা (E) উলিয়াব লাগে।
∴ F + V – E = 2 ত বহুৱালে পাম
⇒ 20 + 12 – E = 2
⇒ 32 – 2 = E
⇒ E = 30
নির্ণেয় কাষৰ সংখ্যা = 30
2. এটা বহুফলকৰ কাষ আৰু শীর্ষ বিন্দু ক্ৰমে 12 আৰু 6 হ’লে তলৰ সংখ্যা নির্ণয় কৰা।
উত্তৰঃ দিয়া আছে, বহুফলকটোৰ কাষ (E) = 12 আৰু শীর্ষ বিন্দু (V) = 6
এতিয়া আয়লাৰৰ সূত্রমতে, F + V – E = 2
⇒ F = 6 + 2
⇒ F + 6 – 12 = 2
⇒ F – 6 = 2
⇒ F = 8
নিৰ্ণেয় তলৰ সংখ্যা = 8
3. তলত দিয়া বহুফলক দুটাৰ বাবে অয়লাৰৰ সূত্ৰ পৰীক্ষা কৰা।
উত্তৰঃ (i) ত্রিভুজাকৃতি ভূমিৰ পিৰামিডটোৰ
শীর্ষবিন্দুৰ সংখ্যা (V) = 6
তলৰ সংখ্যা (F) = 5
কাষৰ সংখ্যা (E) = 9
∴ অয়লাৰৰ সূত্রমতে, F + V – E = 2
∴ F + V – E = 5 + 6 – 9
= 11 – 9
= 2 (সত্যাপন কৰা হ’ল)
উত্তৰঃ (ii) বর্গাকৃতি ভূমিৰ প্রিজমৰ বাবে,
তলৰ সংখ্যা (F) = 6
শীর্ষ বিন্দুৰ সংখ্যা (V) = 8
কাষৰ সংখ্যা (E) = 12
∴ আয়লাৰৰ সূত্রমতে, F+V-E = 2
∴ F + V – E = 6 + 8 – 12
= 14 – 12
= 2 (সত্যাপন কৰা হ’ল)

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.