Class 6 Social Science MCQ Chapter 24 স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা

Class 6 Social Science MCQ Chapter 24 স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা Solutions, Class 6 Social Science Objective Type Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.

Class 6 Social Science MCQ Chapter 24 স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Notes for All Subject, You can practice these here.

Chapter – 24

SOCIAL SCIENCE

MULTIPLE CHOICE QUESTION ANSWER

(১) গাঁৱৰ স্থানীয় সমস্যাসমূহ সমাধান কৰিবলৈ গঠন কৰা অনুষ্ঠানটোক কি বোলে?

(ক) জিলা পৰিষদ

(খ) গাঁওপঞ্চায়ত

(গ) শাসিত পৰিষদ

(ঘ) আঞ্চলিক পৰিষদ 

উত্তৰ:- (খ) গাঁওপঞ্চায়ত।

(২) একোখন গাঁওপঞ্চায়তত সাধাৰণতে প্ৰায় কিমান জনসংখ্যা থাকে?

(ক) ৬০০০ – ১০,০০০

(খ) ১০০০ – ৩০০০

(গ) ২০,০০০ – ৩০,০০০

(ঘ) ৫০০০-১২,০০০

উত্তৰ:- (ক) ৬০০০ – ১০, ০০০।

(৩) অসমত কিমান চনত পঞ্চায়তী আইন গ্ৰহণ কৰা হৈছিল?

(ক) ১৯৪৯ চনত

(খ) ১৯৯৪ চনত 

(গ) ১৮৮৯ চনত

(ঘ) ১৮৭৮ চনত

উত্তৰ:- (খ) ১৯৯৪ চনত।

(৪) পঞ্চায়ত আইন অনুসৰি অসমত কেই তৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ সূচনা কৰা হয়?

(ক) এক তৰপীয়া

(খ) চাৰি তৰপীয়া

(গ) তিনি তৰপীয়া

(ঘ) পাঁচ তৰপীয়া 

উত্তৰ:- (গ) তিনি তৰপীয়া।

(৫) ভাৰতত স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা প্ৰধানকৈ কেইটা ভাগত ভগোৱা হৈছে?

(ক) তিনিটা

(খ) দুটা

(গ) পাঁচটা

(ঘ) ছয়টা 

উত্তৰ:- (খ) দুটা।

(৬) কেইটা সমষ্টিক লৈ একোখন গাওঁ পঞ্চায়ত গঠন কৰা হয়?

(ক) ১০ টা

(খ) ৫ টা

(গ) ১৫ টা

(ঘ) ১৬ টা 

উত্তৰ:- (ক) ১০ টা।

(৭) আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল কেইবছৰ?

(ক) ৬ বছৰ

(খ) ৩ বছৰ

(গ) ৫ বছৰ

(ঘ) ৭ বছৰ

উত্তৰ:- (গ) ৫ বছৰ।

(৮) অসমত স্বায়ত্ত শাসিত জিলা পৰিষদ —?

(ক) ৯ খন

(খ) ২ খন

(গ) ৫ খন

(ঘ) ৬ খন

উত্তৰ:- (খ) ২ খন।

(৯) জিলা পৰিষদৰ কাৰ্যকাল —

(ক) ৫ বছৰ 

(খ) ৬ বছৰ

(গ) ৩ বছৰ

(ঘ) ৭ বছৰ

উত্তৰ:- (ক) ৫ বছৰ।

(১০) অসমত পৌৰ নিগম কেইখন আছে?

(ক) এখন 

(খ) দুখন

(গ) তিনিখন

(ঘ) চাৰিখন

উত্তৰ:- (ক) এখন।

(১১) বি. টি. চি. কেইখন জিলাক লৈ গঠন কৰা হৈছে?

(ক) ৩ খন

(খ) ৪ খন

(গ) ৫ খন

(ঘ) ৬ খন

উত্তৰ:- (খ) ৪ খন।

(১২) গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা কিমান?

(ক) ৫ জন

(খ) ৮ জন

(গ) ১০ জন

(ঘ) ১১ জন

উত্তৰ:- (গ) ১০ জন।

(১৩) গাঁও অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থা কেইটা ?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

(ঘ) পাঁচটা

উত্তৰ:- (খ) তিনিটা।

(১৪) তলৰ কোন দুটা জিলাত পঞ্চায়তৰ সলনি স্বায়ত্ত শাসিত জিলা পৰিষদ আছে?

(ক) ধেমাজি আৰু লখিমপুৰ জিলাত

(খ) ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত

(গ) কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত

(ঘ) এটাও নহয় 

উত্তৰ:- (গ) কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত।

(১৫) কোন চনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল গঠনৰ সিদ্ধান্ত লোৱা হৈছিল?

(ক) ১৯৯৯ চনত

(খ) ২০০৩ চনত

(গ) ২০০৫ চনত

(ঘ) ২০০৪ চনত

উত্তৰ:- (খ) ২০০৩ চনত।

(১৬) আমাৰ দেশত প্ৰশাসনৰ সুবিধাৰ কাৰণে প্ৰত্যেকখন জিলাকে কেইবাটাও খণ্ডত ভাগ কৰা হয়। এই খণ্ডক কি বোলে?

(ক) আঞ্চলিক পঞ্চায়ত

(খ) উন্নয়ন খণ্ড

(গ) পঞ্চায়ত খণ্ড

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) উন্নয়ন খণ্ড।

(১৭) সংবিধানৰ কোনটো সংশোধনী নগৰ স্থানীয় প্ৰশাসনৰ লগত জড়িত?

(ক) ৭৩ তম সংশোধনী

(খ) ৭১ তম সংশোধনী

(গ) ৭৪ তম সংশোধনী

(ঘ) এটাও নহয় 

উত্তৰ:- (গ) ৭৪ তম সংশোধনী।

(১৮) ভাৰতীয় সংবিধানৰ কোনটো সংশোধনী গ্ৰাম্য স্থানীয় প্ৰশাসনৰ লগত জড়িত? 

(ক)৭৩ তম

(খ) ৭৪ তম

(গ) ৭৫ তম

(ঘ) ৭৬ তম

উত্তৰ:- (ক) ৭৩ তম।

(১৯) বি. টি. এ. ডি. ( বড়োলেণ্ড টেৰিট’ৰিয়েল এৰিয়া ডিস্ট্ৰিকটচ ) নতুন নাম কি আছিল?

(ক) বি. টি. অফ

(খ) বি.টি. আৰ

(গ) বি.টি.এ.

(ঘ) এটাও নহয়

উত্তৰ:- (খ) বি. টি. আৰ।

(২০) জিলা পৰিষদৰ এটা সমষ্টিত প্ৰায় কিমান জনসংখ্যা থাকে?

(ক) ১০ হাজাৰ

(খ) ১৫ হাজাৰ

(গ) ৪০ হাজাৰ

(ঘ) ৫০ হাজাৰ

উত্তৰ:- ৪০ হাজাৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top