⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 6 Social Science MCQ Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ

Class 6 Social Science MCQ Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ Solutions, Class 6 Social Science Objective Type Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.

Class 6 Social Science MCQ Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Notes for All Subject, You can practice these here.

Chapter – 23

SOCIAL SCIENCE

MULTIPLE CHOICE QUESTION ANSWER

(১) এম. পি মানে কি ?

(ক) পাৰ্লিয়ামেণ্ট

(খ) মেম্বাৰ অৱ পাৰ্লিয়ামেণ্ট

(গ) সংসদ

(ঘ) মেম্বাৰ 

উত্তৰ:- (খ) মেম্বাৰ অৱ পাৰ্লিয়ামেণ্ট।

(২) ভাৰতৰ সংসদ ক’ত অৱস্থিত?

(ক) দিল্লীত

(খ) মুম্বাইত

(গ) গুৱাহাটীত

(ঘ) ছিক্কিমত 

উত্তৰ:- (ক) দিল্লীত।

(৩) কেন্দ্ৰীয় চৰকাৰে কি কৰে?

(ক) গোটেই দেশখনক শাসন কৰে

(খ) একোখন ৰাজ্যক শাসন কৰে

(গ) জিলাক শাসন কৰে

(ঘ) এটাও নহয় 

উত্তৰ:- (ক) গোটেই দেশখনক শাসন কৰে।

(৪) কেন্দ্ৰীয় চৰকাৰৰ অংগ কেইটা আছে?

(ক) দুটা 

(খ) তিনিটা

(গ) চাৰিটা

(ঘ) পাঁচটা

উত্তৰ:- (খ) তিনিটা।

(৫) বিধানমণ্ডলৰ কাম কি ?

(ক) আইনসমূহ কাৰ্যকৰী কৰা

(খ) আইনসমূহ সঠিক ভাৱে বিচাৰ কৰা

(গ) আইনসমূহ ৰচনা কৰা

(ঘ) এটাও নহয় 

উত্তৰ:- (গ) আইনসমূহ ৰচনা কৰা।

(৬) বিধানমণ্ডলৰ কেইখন সদন আছে ?

(ক) চাৰিখন

(খ) দুখন

(গ) তিনিখন

(ঘ) পাঁচখন

উত্তৰ:- (খ) দুখন।

(৭) লোকসভা সদস্য সকলৰ কাৰ্যকাল কেই বছৰ?

(ক) পাঁচ বছৰ

(খ) ছয় বছৰ

(গ) সাত বছৰ

(ঘ) আঠ বছৰ 

উত্তৰ:- (ক) পাঁচ বছৰ।

(৮) অসমৰ বিধানসভাৰ সমষ্টি কেইটা?

(ক) ১২৪

(খ)১২৬

(গ) ১৫০

(ঘ) ১৬০

উত্তৰ:- (খ) ১২৬।

(৯) বৰ্তমান ভাৰতৰ মুঠ ৰাজ্য —

(ক) ২৭ খন

(খ) ৩০ খন

(গ) ২৮ খন

(ঘ) ২৯ খন

উত্তৰ:- (গ) ২৮ খন।

(১০) ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান?

(ক) ২৫০

(খ) ১৫০ 

(গ) ১২৬

(ঘ) ১৬৭

উত্তৰ:- (ক) ২৫০।

(১১) লোকসভাক আৰু কি বুলি জনা যায়?

(ক) উচ্চ সদন

(খ) নিম্ন সদন

(গ) ৰাজ্য সভা

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) নিম্ন সদন।

(১২) উচ্চ ন্যায়ালয়ত কেইজন মুখ্য ন্যায়ধীশ থাকে?

(ক) এজন

(খ) দুজন

(গ) বহুজন

(ঘ) তিনিজন

উত্তৰ:- (ক) এজন।

(১৩) ৰাজ্যৰ মূৰব্বী কোন?

(খ) মুখ্যমন্ত্ৰী

(খ) ৰাজ্যপাল

(গ) ৰাষ্ট্ৰপতি

(ঘ) মন্ত্ৰী

উত্তৰ:- (খ) ৰাজ্যপাল।

(১৪) কৰ্য্যপালিকাৰ কাম কি ?

(ক) আইন প্ৰস্তুত কৰা

(খ) আইনসমূহ সঠিক ভাৱে বিচাৰ কৰা

(গ) আইনসমূহ কাৰ্যকৰী কৰা

(ঘ) এটাও নহয় 

উত্তৰ:- (গ) আইনসমূহ কাৰ্যকৰী কৰা।

(১৫) বিধানসভালৈ নিৰ্বাচিত সদস্যজনক কি বুলি কোৱা হয়?

(ক) বিধায়ক

(খ) ৰাজ্যপাল

(গ) বিধান মণ্ডল

(ঘ) এটাও নহয় 

উত্তৰ:- (ক) বিধায়ক।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top