Class 6 Social Science MCQ Chapter 22 গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ Solutions, Class 6 Social Science Objective Type Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.
Class 6 Social Science MCQ Chapter 22 গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Notes for All Subject, You can practice these here.
গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ
Chapter – 22
SOCIAL SCIENCE
MULTIPLE CHOICE QUESTION ANSWER
(১) বৰ্তমান সময়ৰ জনপ্ৰিয় শাসন ব্যৱস্থা কোনটো ?
(ক) গণতন্ত্ৰ
(খ) ৰাজতন্ত্ৰ
(গ) সমাজতন্ত্ৰ
(ঘ) এটাও নহয়
উত্তৰ:- (ক) গণতন্ত্ৰ।
(২) ‘ গণ ‘ শব্দটোৰ অৰ্থ কি?
(ক) মানুহ
(খ) জনসাধাৰণ
(গ) অধিকাৰ
(ঘ) কৰ্ম
উত্তৰ:- (খ) জনসাধাৰণ।
(৩) ‘ তন্ত্ৰ ‘ শব্দৰটোৰ অৰ্থ কি?
(ক) শাসন
(খ) অধিকাৰ
(গ) কৰ্তব্য
(ঘ) কৰ্ম
উত্তৰ:- (ক) শাসন।
(৪) যিখন দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ হাতত ন্যস্ত থাকে সেই খন কি দেশ?
(ক) সমাজতান্ত্ৰিক
(খ) ৰাজতান্ত্ৰিক
(গ) গণতান্ত্ৰিক
(ঘ) এটাও নহয়
উত্তৰ:- (গ) গণতান্ত্ৰিক।
(৫) সাধাৰণতে গণতন্ত্ৰৰ প্ৰকাৰ কেইটা?
(ক) দুটা
(খ) তিনিটা
(গ) চাৰিটা
(ঘ) পাঁচটা
উত্তৰ:- (ক) দুটা।
(৬) বন্ধত যুগলহতে কি ক্লাব খুলিছিল?
(ক) ফুটব’ল ক্লাব
(খ) ক্ৰিকেট ক্লাব
(গ) বেডমিন্টন ক্লাব
(ঘ) এটাও নহয়
উত্তৰ:- (খ) ক্ৰিকেট ক্লাব।
(৭) ব্যক্তিয়ে ব্যক্তিত্ব বিকাশৰ বাবে পোৱা সুবিধাসমূহক কি বোলে?
(ক) অধিকাৰ
(খ) স্বাধীনতা
(গ) কৰ্তব্য
(ঘ) ব্যক্তিত্ব
উত্তৰ:- (ক) অধিকাৰ।
(৮) ভাৰতীয় গণতন্ত্ৰত কি সংবিধান আছে?
(ক) অলিখিত সংবিধান
(খ) লিখিত সংবিধান
(গ) ক আৰু খ দুটা
(ঘ) এটাও নহয়
উত্তৰ:- (খ) লিখিত সংবিধান।
(৯) কিমান চনৰ পৰা প্ৰাথমিক শিক্ষা শিশুৰ মৌলিক অধিকাৰ হিচাপে কাৰ্যকৰী কৰা হৈছে?
(ক) ২০০৪ চনৰ পৰা
(খ) ২০১১ চনৰ পৰা
(গ) ২০১০ চনৰ পৰা
(ঘ) ২০১২ চনৰ পৰা
উত্তৰ:- (গ) ২০১০ চনৰ পৰা।
(১০) মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কি আন্দোলন কৰিছিল?
(ক) সত্যাগ্ৰহ আন্দোলন
(খ) অসহযোগ আন্দোলন
(গ) ক আৰু খ দুটা
(ঘ) এটাও নহয়
উত্তৰ:- (ক) সত্যাগ্ৰহ আন্দোলন।
(১১) ভাৰত এখন কি দেশ?
(ক) গণতান্ত্ৰিক
(খ) ৰাজতান্ত্ৰিক
(গ) সমাজতান্ত্ৰিক
(ঘ) এটাও নহয়
উত্তৰ:- (ক) গণতান্ত্ৰিক।
(১২) আমাৰ সংবিধানত কেইটা মৌলিক অধিকাৰ আছে?
(ক) পাঁচটা
(খ) ছয়টা
(গ) সাতটা
(ঘ) আঠটা
উত্তৰ:- ছয়টা।
(১৩) আমাৰ সংবিধানত কেইটা মৌলিক কৰ্তব্য আছে?
(ক) ১০ টা
(খ) ৬ টা
(গ) ১১ টা
(ঘ) ১২ টা
উত্তৰ:- (গ) ১১ টা।
(১৪) শিশুৰ প্ৰাথমিক শিক্ষাৰ মৌলিক অধিকাৰ সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদৰ স্বাধীনতাৰ অধিকাৰত অন্তৰ্গত?
(ক) অনুচ্ছেদ ১২
(খ) অনুচ্ছেদ ৩৩
(গ) অনুচ্ছেদ ২১(ক)
(ঘ) এটাও নহয়
উত্তৰ:- (গ) অনুচ্ছেদ ২১(ক)।
(১৫) আমাৰ দেশত আমি নিজৰ ৰাজ্যৰ বাহিৰে আন ৰাজ্যত মাটি কিনিব পাৰো নে?
(ক) পাৰোঁ
(খ) নোৱাৰোঁ
(গ) ক আৰু খ দুটা
(ঘ) এটাও নহয়
উত্তৰ:- (ক) পাৰোঁ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.