Class 6 Social Science MCQ Chapter 21 চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ

Class 6 Social Science MCQ Chapter 21 চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ Solutions, Class 6 Social Science Objective Type Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.

Class 6 Social Science MCQ Chapter 21 চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Notes for All Subject, You can practice these here.

Chapter – 21

SOCIAL SCIENCE

MULTIPLE CHOICE QUESTION ANSWER

(১) আমাৰ ভাৰত এখন কি দেশ ?

(ক) সমাজতন্ত্ৰ

(খ) গণতন্ত্ৰ 

(গ) ৰাজতন্ত্ৰ

(ঘ) স্বাধীন

উত্তৰ:- (খ) গণতন্ত্ৰ।

(২) ভাৰতবৰ্ষত মুঠ ৰাজ্য কেইখন আছে?

(ক) ২৭ খন

(খ) ২৪ খন

(গ) ২৮ খন

(ঘ) ২৯ খন

উত্তৰ:- (গ) ২৮ খন।

(৩) পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ জনসংখ্যা থকা দেশ হ’ল –

(ক) ভাৰত

(খ) চীন

(গ) ইংলেণ্ড

(ঘ) পাকিস্তান 

উত্তৰ:- (ক) চীন।

(৪) কিমান বছৰ বয়সত ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে?

(ক) ২১ বছৰ

(খ) ১৮ বছৰ 

(গ) ১৯ বছৰ

(ঘ) ২০ বছৰ

উত্তৰ:- ১৮ বছৰ।

(৫) ৰাজতন্ত্ৰ থকা এখন দেশৰ নাম হ’ল —

(ক) ভাৰত 

(খ) নেপাল

(গ) ইংলেণ্ড

(ঘ) চীন 

উত্তৰ:- (গ) নেপাল।

(৬) দেশৰ আটাইতকৈ সৰ্বোচ্চ আৰু ক্ষমতাশালী অনুষ্ঠান হ’ল—?

(ক) চৰকাৰ

(খ) জনগণ

(গ) ৰাইজ

(ঘ) এটাও নহয় 

উত্তৰ:- (ক) চৰকাৰ।

(৭) ভাৰতত কেইখন কেন্দ্ৰ শাসিত অঞ্চল আছে?

(ক) ৭ খন

(খ) ৮ খন

(গ) ৯ খন

(ঘ) ১০ খন

উত্তৰ:- (খ) ৮ খন।

(৮) আহোম ৰজা সকলে অসমত প্ৰায় কিমান বছৰ ৰাজত্ব কৰিছিল?

(ক) ৫০০ বছৰ 

(খ) ৬০০ বছৰ

(গ) ৭০০ বছৰ

(ঘ) ৮০০ বছৰ

উত্তৰ:- (খ) ৬০০ বছৰ।

(৯) কোনে আহোম ৰাজ্য স্থাপন কৰিছিল?

(ক) স্বৰ্গদেউ চুহুংমুঙই 

(খ) চন্দ্ৰগুপ্তই

(গ) স্বৰ্গদেউ চুকাফাই 

(ঘ) এটাও নহয় 

উত্তৰ:- (গ) স্বৰ্গদেউ চুকাফাই।

(১০) সমাজতন্ত্ৰ থকা দেশ এখনৰ নাম হ’ল —

(ক) চীনদেশ

(খ) ভূটান

(গ) ভাৰত

(ঘ) বাংলাদেশ

উত্তৰ:- (ক) চীনদেশ।

(১১) কি চৰকাৰে কৃষিসকলৰ বাবে বিনামূলীয়া বীজ আৰু সাৰ যোগানৰ ব্যৱস্থা কৰিছে।

(ক) কেন্দ্ৰীয় চৰকাৰ

(খ) ৰাজ্যিক চৰকাৰ

(গ) জিলা পৰিষদ

(ঘ) এটাও নহয় 

উত্তৰ :- (খ) ৰাজ্যিক চৰকাৰ।

(১২) কিহত পুৰুষ – মহিলাৰ ভোটাৰ মূল্য সমান?

(ক) ৰাজতন্ত্ৰত

(খ) সমাজতন্ত্ৰত

(গ) গণতন্ত্ৰত

(ঘ) এটাও নহয় 

উত্তৰ:- (গ) গণতন্ত্ৰত।

(১৩) কোনখন শাসন ব্যৱস্থাত জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব নোৱাৰে?

(ক) একানায়কত্ববাদত

(খ) গণতন্ত্ৰত

(গ) ৰাজতন্ত্ৰত

(ঘ) এটাও নহয় 

উত্তৰ:- (ক) একনায়কত্ববাদত।

(১৪) কোনটো শাসন ব্যৱস্থাত ব্যক্তিগত স্বাৰ্থতকৈ সামাজিক স্বাৰ্থত অধিক গুৰুত্ব দিয়া হয়।

(ক) ৰাজতন্ত্ৰত

(খ) সমাজতন্ত্ৰত

(গ) ক আৰু খ দুটা

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) সমাজতন্ত্ৰত।

(১৫) ৰজাই সকলো শাসন কাৰ্য চলোৱা ব্যৱস্থাক কি বোলে?

(ক) সমাজতন্ত্ৰ

(খ) ৰাজতন্ত্ৰ

(গ) জিলা পৰিষদ

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) ৰাজতন্ত্ৰ।

(১৬) আগৰ দিনত কাৰ কাৰ ভোটদানৰ অধিকাৰ আছিল?

(ক) যিসকল ব্যক্তি দুখীয়া আছিল

(খ) যিসকল ব্যক্তি অশিক্ষিত আছিল

(গ) যিসকল ব্যক্তিৰ সম্পতি আৰু শিক্ষা আছিল

(ঘ) এটাও নহয় 

উত্তৰ:- যিসকল ব্যক্তিৰ সম্পতি আৰু শিক্ষা আছিল।

(১৭) প্ৰতিনিধি সকল কাৰ ওপৰত নিৰ্ভৰশীল?

(ক) জনসাধাৰণৰ

(খ) পৰিয়ালৰ

(গ) মানুহৰ

(ঘ) এটাও নহয় 

উত্তৰ:- (ক) জনসাধাৰণৰ।

(১৮) একনায়কত্ববাদ কিহৰ দ্বাৰা পৰিচালিত হয়?

(ক) সমাজৰ দ্বাৰা

(খ) এজন ব্যক্তিৰ দ্বাৰা

(গ) জনসাধাৰণৰ দ্বাৰা

(ঘ) সমষ্টিৰ দ্বাৰা 

উত্তৰ:- (খ) এজন ব্যক্তিৰ দ্বাৰা।

(১৯) ৰাজতন্ত্ৰত কোন সৰ্বেসৰ্বা ?

(ক) চৰকাৰ

(খ) সমাজ

(গ) ৰজা

(ঘ) সমাজ

উত্তৰ:- (গ) ৰজা।

(২০) ৰাজতন্ত্ৰ চৰকাৰ এবিধ —?

(ক) অতি পুৰণি চৰকাৰ

(খ) অতি কঠিন চৰকাৰ

(গ) অতি নতুন চৰকাৰ

(ঘ) এটাও নহয় 

উত্তৰ:- অতি পুৰণি চৰকাৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top