Class 6 Social Science MCQ Chapter 20 কৃষি, উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ Solutions, Class 6 Social Science Objective Type Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.
Class 6 Social Science MCQ Chapter 20 কৃষি, উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Notes for All Subject, You can practice these here.
কৃষি, উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter – 20
SOCIAL SCIENCE
MULTIPLE CHOICE QUESTION ANSWER
(১) কৰ্মক্ষেত্ৰ অনুসৰি মানুহৰ বৃত্তিসমূহ প্ৰধানকৈ কেইটা অৰ্থনৈতিক খণ্ডৰ লগত জড়িত?
(ক) দুটা
(খ) তিনিটা
(গ) চাৰিটা
(ঘ) পাঁচটা
উত্তৰ:- (খ) তিনিটা।
(২) প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত কৃষি, উদ্যোগ আৰু সেৱাখণ্ডৰ ব্যাপক কি হৈছে?
(ক) উন্নত
(খ) অনুন্নত
(গ) বেয়া
(ঘ) ভাল
উত্তৰ:- (ক) উন্নত।
(৩) কিহত ফল – মূল , পাচলি আদি বহু দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি?
(ক) তাপ ভঁৰাল
(খ) শীতল ভঁৰাল
(গ) সাধাৰণ ভঁৰাল
(ঘ) এটাও নহয়
উত্তৰ:- (খ) শীতল ভঁৰাল।
(৪) যিবিলাক বস্তু আমি পোনে পোনে প্ৰকৃতিৰ পৰা নাপাওঁ সেইবিলাক আমি কাৰ জৰিয়তে পাওঁ?
(ক) শীতল ভঁৰাল
(খ) তাপ ভঁৰাল
(গ) উদ্যোগ
(ঘ) উপধান
উত্তৰ:- (গ) উদ্যোগ।
(৫) উন্নত মানৰ বীজ আৰু ৰাসায়নিক সাৰৰ প্ৰায়োগৰ ফলত কম মাটিতে —
(ক) কম ফচল উৎপাদন হয়
(খ) অধিক ফচল উৎপাদন হয়
(গ) একো উৎপাদন নহয়
(ঘ) এটাও নহয়
উত্তৰ:- (খ) অধিক ফচল উৎপাদন হয়।
(৬) ইণ্টাৰনেট সেৱাৰ জৰিয়তে বিভিন্ন বিষয়ৰ অলেখ তথ্য – পাতি সহজতে কি কৰিব পাৰি?
(ক) একো কৰিব নোৱাৰি
(খ) ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰি
(গ) সংগ্ৰহ আৰু সংৰক্ষণ কৰিব পাৰি
(ঘ) এটাও নহয়
উত্তৰ:- (গ) সংগ্ৰহ আৰু সংৰক্ষণ কৰিব পাৰি।
(৭) পৃথিৱীৰ চাৰওফালে কৃত্ৰিমভাৱে প্ৰদক্ষিণ কৰাই ৰখা মহাকাশত স্থাপিত যন্ত্ৰটো কি?
(ক) গ্ৰহ
(খ) উপগ্ৰহ
(গ) কৃত্ৰিম উপগ্ৰহ
(ঘ) নক্ষত্ৰ
উত্তৰ:- কৃত্ৰিম উপগ্ৰহ।
(৮) ভাৰতৰ কোনখন ৰাজ্যক সেউজ বিপ্লৱ সূচনা কৰা হৈছে?
(ক) পঞ্জাৱ
(খ) অসম
(গ) মেঘালয়
(ঘ) শ্বিলং
উত্তৰ:- (ক) পঞ্জাৱ।
(৯) মৎস্য বা মীন উৎপাদনৰ ক্ষেত্ৰত কোনটো বিপ্লৱ সূচনা কৰা হয়?
(ক) হালধীয়া বিপ্লৱ
(খ) নীল বিপ্লৱ
(গ) সেউজ বিপ্লৱ
(ঘ) ৰঙা বিপ্লৱ
উত্তৰ:- (খ) নীল বিপ্লৱ।
(১০) ভাৰতৰ ‘ সেউজ বিপ্লৱ’ৰ পিতৃ বুলি কাক আখ্যা দিয়া হৈছে?
(ক) ড° এম্ এচ্ স্বামীনাথক
(খ) দ্ৰুপদী মূৰ্মো
(গ) দিলীপ তিৰ্কি
(ঘ) এটাও নহয়
উত্তৰ:- (ক) ড° এম্ এচ্ স্বামীনাথক।
(১১) বাতৰি কাকতত, টেলিফোন, ম’বাইল ফোন, টেলিভছন, কম্পিউটাৰ আদিৰ দৰে প্ৰযুক্তিৰ ফলসমূহে যোগাযোগৰ ব্যৱস্থাত যথেষ্ট —?
(ক) হানি কৰিছে
(খ) অনুন্নত কৰিছে
(গ) উন্নত কৰিছে
(ঘ) লাভ কৰিছে
উত্তৰ:- (গ) উন্নত কৰিছে।
(১২) প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত যাতায়াত ব্যৱস্থা পূৰ্বৰ তুলনাত বহু পৰিমাণে কি হৈছে ?
(ক) অসুচল
(খ) সুচল
(গ) অউন্নত
(ঘ) উন্নত
উত্তৰ:- (খ) সুচল।
(১৩) গাখীৰ উৎপাদনৰ ক্ষেত্ৰত কোনটো বিপ্লৱ সূচনা কৰা হয়?
(ক) শ্বেত বিপ্লৱ
(খ) নীল বিপ্লৱ
(গ) সেউজ বিপ্লৱ
(ঘ) হালধীয়া বিপ্লৱ
উত্তৰ:- (ক) শ্বেত বিপ্লৱ।
(১৪) এক্স – ৰে, আল্ট্ৰা চাউণ্ড, চি . টি স্কেন, এম. আৰ . আই (M R I) আদি যন্ত্ৰৰ সহায়ত যিকোনো দুৰাৰোগ্য ৰোগক কি কৰিব পাৰি?
(ক) ভাল
(খ) বেয়া
(গ) চিনাক্ত
(ঘ) অচিনাক্ত
উত্তৰ:- (গ) চিনাক্ত।
(১৫) টে’প ৰেকৰ্ডাৰ, ৰেডিঅ’, টেলিভচন, ম’বাইল ফোন আদি একো একোটা —?
(ক) শিক্ষা প্ৰচাৰৰ মাধ্যম
(খ) অশিক্ষাৰ মাধ্যম
(গ) হানিৰ মাধ্যম
(ঘ) এটাও নহয়
উত্তৰ :- (ক) শিক্ষা প্ৰচাৰৰ মাধ্যম।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.