⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 6 Social Science MCQ Chapter 19 জীৱন – ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ

Class 6 Social Science MCQ Chapter 19 জীৱন – ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ Solutions, Class 6 Social Science Objective Type Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.

Class 6 Social Science MCQ Chapter 19 জীৱন – ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Notes for All Subject, You can practice these here.

Chapter – 19

SOCIAL SCIENCE

MULTIPLE CHOICE QUESTION ANSWER

(১) কোনো কাৰ্যৰ পৰিচালনা আৰু সম্পাদন সুচল কৰাৰ উদ্দেশ্যে ব্যৱহৃত বিজ্ঞানসন্মত চিন্তা – চৰ্চা , আহিলাপাতি আৰু কৌশল আদিৰ সমষ্টিক কি বোলে?

(ক) নিযুক্তি

(খ) প্ৰকৃতি দান

(গ) প্ৰযুক্তি

(ঘ) জ্ঞান

উত্তৰ:- (গ) প্ৰযুক্তি।

(২) প্ৰযুক্তিৰ অবিহনে আমাৰ জীৱন – ধাৰণ প্ৰণালী কেনেকুৱা হ’ল হেঁতেন?

(ক) অতি সহজ

(খ) অতি কঠিন

(গ) অতি ভাল 

(ঘ) অতি সৰল

উত্তৰ:- (খ) অতি কঠিন।

(৩) নদীৰ পানী কিহৰ দান?

(ক) নদীৰ দান

(খ) প্ৰকৃতিৰ দান

(গ) আমৰ দান

(ঘ) মানুহৰ দান

উত্তৰ:- (খ) প্ৰকৃতিৰ দান।

(৪) আমাৰ জীৱন – যাপনৰ মান উন্নয়নত কিহে সহায় কৰিছে?

(ক) প্ৰযুক্তিয়ে

(খ) প্ৰকৃতিয়ে

(গ) গতিয়ে

(ঘ) সময়ে

উত্তৰ:- (ক) প্ৰযুক্তিয়ে।

(৫) মানুহৰ অভাৱ কি ?

(ক) সীমিত

(খ) অসীম

(গ) বেয়া

(ঘ) ভাল

উত্তৰ:- (খ) অসীম।

(৬) প্ৰযুক্তিয়ে আমাৰ জীৱন আগৰ তুলনাত অধিক কি কৰিছে?

(ক) কঠিন

(খ) আৰাম 

(গ) ভাল

(ঘ) বেয়া

উত্তৰ:- (খ) আৰাম।

(৭) মানৱ সভ্যতা কোন দুটা সমন্বয়ৰ ফল?

(ক) প্ৰকৃতি আৰু প্ৰযুক্তি

(খ) প্ৰাকৃত আৰু জ্ঞান

(গ) জ্ঞান আৰু বিজ্ঞান

(ঘ) এটাও নহয় 

উত্তৰ:- (ক) প্ৰকৃতি আৰু প্ৰযুক্তি।

(৮) নিয়ৰ ৰাতিপুৱা কেইবজাত বিছনাৰ পৰা উঠিছিল?

(ক) ছয় বজাত

(খ) সাত বজাত

(গ) আঠ বজাত

(ঘ) ন বজাত

উত্তৰ:- (খ) সাত বজাত।

(৯) মিনতি পাহিৰ কোন আছিল?

(ক) মাক 

(খ) বায়েক

(গ) জেঠাই

(ঘ) দেউতা

উত্তৰ:- (গ) জেঠাই।

(১০) নিয়ৰক মাকে ৰাতিপুৱা কিহেৰে দাত ঘঁহিবলৈ কৈছিল?

(ক) এঙাৰে

(খ) নিমখে

(গ) তুতপেষ্টে

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) নিমখে।

(১১) কভিদ ১৯ মহামাৰীৰ কিমান চনত সৃষ্টি হৈছিল?

(ক) ২০১৮ চনত

(খ) ২০২০ চনত 

(গ) ২০১৯ চনত

(ঘ) ২০১৭ চনত

উত্তৰ:- (গ ) ২০১৯ চনত।

(১২) প্ৰযুক্তিৰ দ্বাৰা সূৰ্য্য ৰশ্মিৰ পৰা কি প্ৰস্তুত কৰা হয়?

(ক) গেছ

(খ) সৌৰ শক্তি

(গ) মটৰ

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) সৌৰ শক্তি।

(১৩) গছ – গছনি কি হয়?

(ক) প্ৰযুক্তি

(খ) প্ৰকৃতিৰ দান

(গ) ফল

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) প্ৰকৃতিৰ দান।

(১৪) প্ৰযুক্তিৰ দ্বাৰা গোবৰৰ পৰা কি প্ৰস্তুত কৰা হয়?

(ক) সৌৰ শক্তি

(খ) ৰশ্মি

(গ) গোবৰ গেছ

(ঘ) এটাও নহয় 

উত্তৰ:- (গ) গোবৰ গেছ।

(১৫) পাহিৰ মাকৰ নাম কি আছিল?

(ক) মিনতি 

(খ) অৰ্পণা 

(গ) মীনা

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) অৰ্পণা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top