Class 6 Social Science MCQ Chapter 19 জীৱন – ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ

Class 6 Social Science MCQ Chapter 19 জীৱন – ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ Solutions, Class 6 Social Science Objective Type Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.

Class 6 Social Science MCQ Chapter 19 জীৱন – ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Notes for All Subject, You can practice these here.

Chapter – 19

SOCIAL SCIENCE

MULTIPLE CHOICE QUESTION ANSWER

(১) কোনো কাৰ্যৰ পৰিচালনা আৰু সম্পাদন সুচল কৰাৰ উদ্দেশ্যে ব্যৱহৃত বিজ্ঞানসন্মত চিন্তা – চৰ্চা , আহিলাপাতি আৰু কৌশল আদিৰ সমষ্টিক কি বোলে?

(ক) নিযুক্তি

(খ) প্ৰকৃতি দান

(গ) প্ৰযুক্তি

(ঘ) জ্ঞান

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰ:- (গ) প্ৰযুক্তি।

(২) প্ৰযুক্তিৰ অবিহনে আমাৰ জীৱন – ধাৰণ প্ৰণালী কেনেকুৱা হ’ল হেঁতেন?

(ক) অতি সহজ

(খ) অতি কঠিন

(গ) অতি ভাল 

(ঘ) অতি সৰল

উত্তৰ:- (খ) অতি কঠিন।

(৩) নদীৰ পানী কিহৰ দান?

(ক) নদীৰ দান

(খ) প্ৰকৃতিৰ দান

(গ) আমৰ দান

(ঘ) মানুহৰ দান

উত্তৰ:- (খ) প্ৰকৃতিৰ দান।

(৪) আমাৰ জীৱন – যাপনৰ মান উন্নয়নত কিহে সহায় কৰিছে?

(ক) প্ৰযুক্তিয়ে

(খ) প্ৰকৃতিয়ে

(গ) গতিয়ে

(ঘ) সময়ে

উত্তৰ:- (ক) প্ৰযুক্তিয়ে।

(৫) মানুহৰ অভাৱ কি ?

(ক) সীমিত

(খ) অসীম

(গ) বেয়া

(ঘ) ভাল

উত্তৰ:- (খ) অসীম।

(৬) প্ৰযুক্তিয়ে আমাৰ জীৱন আগৰ তুলনাত অধিক কি কৰিছে?

(ক) কঠিন

(খ) আৰাম 

(গ) ভাল

(ঘ) বেয়া

উত্তৰ:- (খ) আৰাম।

(৭) মানৱ সভ্যতা কোন দুটা সমন্বয়ৰ ফল?

(ক) প্ৰকৃতি আৰু প্ৰযুক্তি

(খ) প্ৰাকৃত আৰু জ্ঞান

(গ) জ্ঞান আৰু বিজ্ঞান

(ঘ) এটাও নহয় 

উত্তৰ:- (ক) প্ৰকৃতি আৰু প্ৰযুক্তি।

(৮) নিয়ৰ ৰাতিপুৱা কেইবজাত বিছনাৰ পৰা উঠিছিল?

(ক) ছয় বজাত

(খ) সাত বজাত

(গ) আঠ বজাত

(ঘ) ন বজাত

উত্তৰ:- (খ) সাত বজাত।

(৯) মিনতি পাহিৰ কোন আছিল?

(ক) মাক 

(খ) বায়েক

(গ) জেঠাই

(ঘ) দেউতা

উত্তৰ:- (গ) জেঠাই।

(১০) নিয়ৰক মাকে ৰাতিপুৱা কিহেৰে দাত ঘঁহিবলৈ কৈছিল?

(ক) এঙাৰে

(খ) নিমখে

(গ) তুতপেষ্টে

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) নিমখে।

(১১) কভিদ ১৯ মহামাৰীৰ কিমান চনত সৃষ্টি হৈছিল?

(ক) ২০১৮ চনত

(খ) ২০২০ চনত 

(গ) ২০১৯ চনত

(ঘ) ২০১৭ চনত

উত্তৰ:- (গ ) ২০১৯ চনত।

(১২) প্ৰযুক্তিৰ দ্বাৰা সূৰ্য্য ৰশ্মিৰ পৰা কি প্ৰস্তুত কৰা হয়?

(ক) গেছ

(খ) সৌৰ শক্তি

(গ) মটৰ

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) সৌৰ শক্তি।

(১৩) গছ – গছনি কি হয়?

(ক) প্ৰযুক্তি

(খ) প্ৰকৃতিৰ দান

(গ) ফল

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) প্ৰকৃতিৰ দান।

(১৪) প্ৰযুক্তিৰ দ্বাৰা গোবৰৰ পৰা কি প্ৰস্তুত কৰা হয়?

(ক) সৌৰ শক্তি

(খ) ৰশ্মি

(গ) গোবৰ গেছ

(ঘ) এটাও নহয় 

উত্তৰ:- (গ) গোবৰ গেছ।

(১৫) পাহিৰ মাকৰ নাম কি আছিল?

(ক) মিনতি 

(খ) অৰ্পণা 

(গ) মীনা

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) অৰ্পণা।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top